Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Home Remedies For Fatty Liver:ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

publisher by publisher
February 19, 2024
in Health, Lifestyle
Reading Time: 3 mins read
0
Home Remedies For Fatty Liver:ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ
29
SHARES
286
VIEWS
ShareShareShareShare

RelatedPosts

ডায়েবেটিছত ভাল নহয়, ফেটি লিভাৰত ফলৰ ৰস খাব পাৰিনে?

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

পাৰ্লাৰলৈ যাবলৈ সময় নাই? এই সহজ কৌশলটোৰে আপোনাৰ ছালখন জিলিকি উঠিব

Home Remedies For Fatty Liver:

ফেটি লিভাৰ মানেই যে চর্বিযুক্ত যকৃৎ, সেই কথা প্রায় সকলোৱে জানো। ফেটি লিভাৰৰ প্রাথমিক লক্ষণসমূহ পৃথককে চিনাক্ত কৰা যথেষ্ট কঠিন। আন কোনো সমস্যাৰ বাবে আল্ট্রাছ’ন’গ্রাম কৰাওঁতে প্রায়েই যকৃতত চর্বি ধৰা পৰে।

চিকিৎসকৰ মতে, লিভাৰ বা যকৃতত এটা নির্দিষ্ট মাত্রাত চর্বি থকাটো স্বাভাবিক। কিন্তু সেই নির্দিষ্ট মাত্রাতকৈ পাঁচৰ পৰা ১০ শতাংশ চর্বি বেছি হ’লেই সেয়া ফেটি লিভাৰ বুলি বিবেচিত হয়।

ADVERTISEMENT

ফেটি লিভাৰ দুই প্ৰকাৰৰ। এলক’হলিক ফেটি লিভাৰ ডিজিজ আৰু নন-এলক’হলিক ফেটি লিভাৰ ডিজিজ। মাত্রাধিক মদ্যপানৰ কাৰণে যকৃতত যি চর্বি জমা হয়, তাকে এলক’হলিক ফেটি লিভাৰ ডিজিজ বুলি কোৱা হয়। আনহাতে, প্রধানকৈ খাদ্যাভ্যাস বাজীৱন-প্রণালীত মাত্রাধিক অনিয়মৰ ফলত যকৃতত যি চর্বি জমা হয়, তাক নন-এলক’হলিক ফেটি লিভাৰ ডিজিজ বুলি কয় ! এই দ্বিতীয় ধৰণৰ ফেটি লিভাৰ বংশানুক্রমেও হ’ব পাৰে।

নন-এলক’হলিক ফেটি লিভাৰ ডিজিজ কোনো ঔষধ সেৱন নকৰাকৈও প্ৰতিকাৰ সম্ভৱ। অবশ্যে ইয়াৰ বাবে খাদ্যাভ্যাস আৰু জীৱনশৈলীত পৰিবৰ্তন অনাটো জৰুৰী। অৱশ্যে নন- এলক’হলিক ফেটি লিভাৰৰ ক্ষেত্ৰতো সঠিক সময়ত সতর্ক হ’ব নোৱাৰিলে লিভাৰ ছিৰ’ছিছৰ দৰে প্রাণঘাতী ৰোগৰ আশংকাও বহুগুণে বৃদ্ধি পায়।

লিভাৰ ছিৰ’ছিছ ৰোগত যকৃতে নিজৰ স্বাভাৱিক কার্যক্ষমতা হেৰুৱায়! ফলত বৃদ্ধি পায় মৃত্যুৰ আশংকা। অৱশ্যে প্রাকৃতিক উপায়েবে নন- এলক’হলিক ফেটি লিভাৰৰ সমস্যা নিয়ন্ত্ৰণলৈ অনা সম্ভৱ।

প্রথম উপায় :

ফেটি লিভাৰৰ সমস্যা নিয়ন্ত্রণলৈ অনাত ই অতি সহজ উপায়। পুৱা শোৱাৰ পৰা উঠি খালী পেটত এগিলাচ পানীত নেমুৰ ৰস আৰু মৌ মিহলাই পান কৰিব। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থাকে। নেমুত থকা এন্টিঅক্সিডেন্টে যকৃতত এক প্ৰকাৰৰ এঞ্জাইম সৃষ্টি কৰে, যি যকৃতৰ চৰ্বি গলোৱাত সহায় কৰে।

দ্বিতীয় উপায়:
এপল ছাইডাৰ ভিনেগাৰ হৈছে ফেটি লিভাৰ ডিজিজৰ ক্ষেত্ৰত উত্তম প্ৰতিকাৰ। এই এপল ছাইডাৰ ভিনেগাৰে যকৃতৰ কাষত জমা হৈ থকা চর্বি কমাই ওজন নিয়ন্ত্রণলৈ অনাত সাহায্য কৰে।

এপল ছাইডাৰ ভিনেগাৰৰ ব্যৱহাৰ:

এগিলাচ গৰমপানীত এচামুচ এপল ছাইডাৰ ভিনেগাৰ মিহলাই লওক। ইচ্ছা কৰিলে সামান্য মৌ মিহলাই ল’ব পাৰে। দুবেলা আহাৰৰ পূৰ্বে এই মিশ্রণ এগিলাচকৈ পান কৰাৰ চেষ্টা কৰিব। অৱশ্যে পুৱা নিয়ম মানি এই মিশ্রণ সেৱন কৰিব পাৰিলেই বা খালী পেটত পান কৰিব পাৰিলে ভাল। এমাহ ধৰি লিভাৰৰ সমস্যা নিয়ন্ত্ৰণলৈ আহিব। অৱশ্যে যিসকলে এলক’হলিক ফেটি লিভাৰৰ সমস্যাত ভুগিছে, তেওঁলোকে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰিব। অন্যথা বিপদৰ আশংকা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Fatty LiverHome Remedies
publisher

publisher

Related Posts

সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে
Lifestyle

September 6, 2026
পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

September 4, 2026
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

September 4, 2026
সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d