Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Congress Candidate List On March:আঠ মাৰ্চত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা: লুৰীণক ডিব্রুগড়, চিপিএমক বৰপেটা এৰিব

'কা' বলবৎ নকৰিবলৈ আহ্বান জনাবলৈ প্রধানমন্ত্রী মোদীৰ সাক্ষাৎ বিচাৰিলে বিৰোধী ঐক্যমঞ্চই

publisher by publisher
March 6, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Congress Candidate List On March:আঠ মাৰ্চত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা: লুৰীণক ডিব্রুগড়, চিপিএমক বৰপেটা এৰিব
3
SHARES
26
VIEWS
ShareShareShareShare

Congress Candidate List On March:

শাসকীয় বিজেপিয়ে তালিকা ঘোষণা কৰাৰ পাছত প্রার্থীসকলে নিজ নিজ সমষ্টিত নির্বাচনী তৎপৰতা আৰম্ভ কৰিছে যদিও এতিয়াও প্রার্থী তালিকা চূড়ান্ত কৰিব পৰা নাই প্রধান বিৰোধী দল কংগ্রেছে। প্রার্থী তালিকাক লৈ অব্যাহত থকা উৎকণ্ঠাৰ সময়তে প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সদৰী কৰে যে অহা আঠ মার্চত ঘোষণা হ’ব পাৰে অসমৰ ১৪ টা সমষ্টিৰ বাবে বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী তালিকা।

ADVERTISEMENT

বৰাই কয় যে সাত মাৰ্চত নতুন দিল্লীত কংগ্ৰেছৰ কেন্দ্রীয় নির্বাচনী সমিতিৰ এখন বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকতে চূড়ান্ত কৰা হ’ব কেউখন ৰাজ্যৰে প্রার্থী তালিকা। একেলেথাৰীয়ে অনুষ্ঠিত হ’বলগীয়া এই দীঘলীয়া বৈঠকখনত অসমৰ আটাইকেইটা সমষ্টিৰ বাবে প্রার্থী তালিকা চূড়ান্ত কৰা হ’ব।

RelatedPosts

Congress Candidate List:শনিবাৰে প্ৰকাশ পাব ‘২৬ৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ দ্বিতীয়খন তালিকা

APCC:বিজেপিৰে সম্পৰ্ক ৰক্ষা কৰা সকল ওলাই যাওক বুলি ৰাহুল গান্ধীৰ হুংকাৰ

APCC disciplinary committee has issued a notice to five Congress leaders to show cause:লোকসভা নির্বাচনত দল বিৰোধী কার্যকলাপ

প্রদেশ কংগ্ৰেছৰ সভাপতিজনে ৰাজ্যখনত বিৰোধী দলসমূহৰ ঐক্যবদ্ধ যুঁজৰ প্ৰসংগত কয় যে তেওঁ নিজেই আম আদমী পার্টিৰ অসম ৰাজ্যিক সমিতিৰ স’তে বুজাবুজিৰ বাবে যথেষ্ট চেষ্টা কৰিছিল। যোৱা নিশাও আনকি আপৰ ৰাজ্যিক সমিতিৰ সভাপতিজনৰ লগত এক আলোচনাত মিলিত হৈ ঐক্যবদ্ধভাবে নির্বাচনত অৱতীৰ্ণ হোৱাৰ আহ্বান জনাই এক সমাধানসূত্ৰৰ প্রস্তাৱ দিছিল; কিন্তু কংগ্রেছৰ এই প্রস্তাব গ্রহণ কৰিবলৈ অপাৰগ বুলি জনায় আপৰ নেতৃত্বই। গতিকে ৰাজ্যিক পৰ্যায়ত আপৰ স’তে মিত্ৰতা নহয় যদিও কেন্দ্রীয় নেতৃত্বই দিল্লীত যদি বুজাপৰাত উপনীত হয়, সেয়া সুকীয়া কথা।

ইফালে, অৱধাৰিতভাৱেই অসম জাতীয় পৰিষদক ডিব্ৰুগড়ৰ আসনখন দিয়াৰ ইংগিত দি বৰাই আজি কয় যে লুৰীণজ্যোতি গগৈয়ে ডিব্ৰুগড়ৰ পৰা প্রার্থিত্ব বিচাৰিছে। আকৌ চিপিআই(এম)-এ বৰপেটা সমষ্টিত প্রার্থিত্ব দিবলৈ ইচ্ছা কৰিছে। আকৌ বিৰোধী ঐক্যমঞ্চৰ আন এটা সহযোগী দল তৃণমূল কংগ্রেছৰ লগত প্রদেশ কংগ্রেছে প্রত্যক্ষভাবে কোনো কথা পতা নাই বুলি স্পষ্ট কৰি দি বৰাই আজি কয় যে তৃণমূল কংগ্রেছে কেন্দ্রীয় নেতৃত্বৰ লগতহে কথা পাতিছে।

গতিকে তৃণমূল কংগ্ৰেছৰ ক্ষেত্ৰত আসনৰ ভাগ-বাটোৱাৰা সম্পৰ্কে প্ৰদেশ কংগ্ৰেছ অৱগত নহয় বুলি তেওঁ জনায়। ‘কা’ৰ বিৰোধিতাৰে প্ৰধানমন্ত্ৰীক সাক্ষাতৰ অনুমতি বিচাৰিলে বিৰোধী ঐক্যমঞ্চই নাগৰিকত্ব সংশোধনী আইন (কা) বলবৎ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে তৎপৰতা অব্যাহত ৰখাৰ সময়তে এই আইনখনক কেন্দ্র কৰি অসমত সৃষ্টি হোৱা পৰিস্থিতিৰ  বিষয়ে অৱগত কৰোৱাব লগতে আইনখন অসমত বলবৎ নকৰিবলৈ আহ্বান জনোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাতৰ বাবে অনুমতি বিচাৰিলে কংগ্রেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চই।

প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্রধানমন্ত্রীলৈ ‘কা’ সন্দৰ্ভত আলোচনাৰ বাবে সাক্ষাতৰ অনুমতি বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত বিৰোধী ঐক্যমঞ্চৰ নেতাদ্বয়ে কয় যে ৰাজ্যখনৰ বিভিন্ন দল-সংগঠন আৰু সর্বসাধাৰণ নাগৰিকেও ‘কা’ৰ বিৰোধিতা কৰিছে।

ইয়াৰ পূর্বে ‘কা’ গৃহীত হোৱাৰ বিৰুদ্ধে ২০১৯ৰ ডিচেম্বৰত সৃষ্টি হোৱা পৰিস্থিতিৰ কথাও সোঁৱৰাই দি কয় যে ‘কা’ কার্যকৰী হ’লে অসমত সৃষ্টি হ’ব পৰা অনুৰূপ পৰিস্থিতিৰ সূত্রে আইনখন সন্দর্ভত বিভিন্ন বিষয় প্রধানমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছে বিৰোধী পক্ষই। প্রধানমন্ত্রীৰ আসন্ন আঠ আৰু ন মাৰ্চৰ অসম ভ্ৰমণৰ সময়তে হ’লেও বিৰোধীক সাক্ষাতৰ অনুমতি দিবলৈ দুয়োজন নেতাই অনুৰোধ জনায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Congress Candidate ListLoksabha Election 2024On March
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d