Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু

    ‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

    স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

    প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

    স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

    শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Common Civil Code To Be Enforced In Assam:এফালে পৰম্পৰা ৰক্ষা কৰা আনফালে নির্বাচনী ৰণকৌশল

অসমত উমৈহতীয়া দেৱানী বিধি বলৱতৰ সিদ্ধান্ত, ভোগালী বিহু পালনার্থে উখল-মাখল ৰাজ্যৰ বজাৰ

publisher by publisher
January 13, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Common Civil Code To Be Enforced In Assam:এফালে পৰম্পৰা ৰক্ষা কৰা আনফালে নির্বাচনী ৰণকৌশল
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Common Civil Code To Be Enforced In Assam:

সোমবাৰে ২৯ পুহ। এই দিনটোতে সমগ্ৰ ৰাজ্যৰ কৃষিজীৱী জনগণে মকৰ সংক্ৰান্তি উৎসব অর্থাৎ ভোগালী বিহু পালন কৰিব। আনহাতে, আৰু মকৰ সংক্ৰান্তি উৎসৱ উপলক্ষে ৰাজ্যৰ কৃষিজীৱী সমাজে ছেগাচোৰোকাকৈ উখল-মাখল পৰিবেশৰ সৃষ্টি কৰা দেখা গৈছে।

ADVERTISEMENT

অৱশ্যে যোৱা ২০২৩ৰ ৩১ ডিচেম্বৰত বিদায়ী-বৰ্ষ আৰু ২০২৪ৰ পহিলা জানুৱাৰীক আদৰণি-বর্ষ হিচাপে যিদৰে সৰ্বস্তৰৰ জনগণে পালন কৰিছিল, সেইদৰে মাঘ বিহু বা ভোগালী বিহু উৎসৱ পালনত উছাহৰ ধল তেনেই সীমিত। তথাপি ৰাজ্যৰ ধনী-দুখীয়া সকলো শ্ৰেণীৰ লোকেই এই উৎসৱটো পালন কৰাৰ বাবে বজাৰত ভিৰ কৰা দেখা গৈছে।

বিগত সময়ছোৱাত ঠায়ে ঠায়ে বান পৰিস্থিতিৰ বাবে খেতি পথাৰত কৃষি কাৰ্য সম্পন্ন কৰিব নোৱৰা হেতুকে তেনে ঠাই বা অঞ্চলৰ কৃষিজীৱী লোকসকলে এই উৎসব পালন কৰাৰ উছাহো তেনেই সীমিত। তথাপি বছৰৰ এটা ভোগালী উৎসৱ ৰূপে এই লোকসকলে পালন কৰিব। ইতিমধ্যে ৰাজ্যৰ কে’বাখনো গাঁৱত মেজিৰ জুই নজ্বলে বুলিও সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।

অতি পৰিতাপৰ কথা যে এতিয়া কৃষিজীৱী সমাজত ঢেঁকীৰ শব্দ শুনিবলৈ পোৱা নাযায়। যিটো সময়ত এমাহ-দুমাহ আগৰে পৰা ভোগালী বিহু পালন কৰাৰ অৰ্থে গাঁৱৰ মহিলাসকলে মিলিজুলি দিন-ৰাতিয়ে ঢেঁকীৰে গুৰা সান্দহ, ছিৰা সান্দহ খুন্দি সমগ্র গাঁও অঞ্চলত খলকনি তুলিছিল, সেই পৰিৱেশ এতিয়া গাঁও অঞ্চলত নাই।

আনকি গাঁও অঞ্চলত এতিয়াৰ প্ৰজন্মই ধান খেতিৰ উপৰি শাক- পাচলিৰ খেতিও কৰিবলৈ অপাৰগ। আনহাতে, মহিলাসকলে ধানজৰা, চাউলজৰা, ঢেঁকী দিয়া আদি কার্যও কৰিবলৈ অপাৰগতা প্রকাশ কৰা দেখা গৈছে। গতিকে মাঘ বিহু বা ভোগালী বিহু উৎসৱ পালন কৰিবলৈ গাঁও কি চহৰ অঞ্চলৰ পুৰুষ-মহিলাকে ধৰি সকলোৱে বজাৰত সান্দহ, পিঠা, লাৰু আদি কিনিবলৈ ভিৰ কৰা পৰিৱেশহে সৃষ্টি হৈছে।

এনেদৰেই অসমৰ কৃষিজীৱী সমাজেই হওক, শ্ৰমজীৱী সমাজেই হওক, অভিজাত শ্রেণীয়েই হওক-সকলোৱে বজাৰত উপলব্ধ পিঠা, পনা, লাকৰ স’তে সান্দহ-ছিৰা কিনিহে ভোগালী বিহু পালন কৰিব। এইবোৰৰ উপৰি মাছ, মাংসৰে এসাঁজ উদৰ পূৰাই খোৱাৰ বাবেও মাছ-মাংসৰ বজাৰত ভিৰ কৰিছে।

মাছ-মাংস আদিৰ দাম যিমানেই বৃদ্ধি নহওক কিয়, ভোগালী বিহু উপলক্ষে সকলোৱে উৰুকাৰ নিশা আৰু মকৰ সংক্ৰান্তিৰ দিনা এসাঁজ খোৱাৰ বাবে মাছ-মাংস আদি কিনিবই। এই বিহুৰ মাজতেই আকৌ এক সংখ্যক লোকে ৰাজনীতিৰ হাতোৰাও চলাই থকা দেখা গৈছে। ৰাজনীতিৰ স’তে জড়িতসকলে ভোগালী বিহুটোক লৈও ৰাজনীতি কৰা দেখা গৈছে।

ইয়াৰ মুখ্য উদ্দেশ্য হ’ল আগন্তুক লোকসভা নির্বাচন। এই নির্বাচনটোক লৈ প্রতিটো ৰাজনৈতিক দলে এতিয়া ৰাজ্যৰ জনসাধাৰণৰ মাজত সোমাই পৰিছে। তাৰ মাজতে কেইজনমান বুদ্ধিভ্রষ্ট লোকে কুমন্ত্রণাৰে ৰাজ্য তথা কেন্দ্ৰত চৰকাৰে গ্ৰহণ কৰা আঁচনি তথা বিধেয়কৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰ বাবে ৰাজ্যৰ যুৱ সমাজক উচটনি দিয়াও দেখা গৈছে।

এনে ধৰণৰ উচটনিৰ ফলত ১৯৭৯ৰ পৰা চলা অসম আন্দোলনৰ সময়ছোৱাৰ লগতে তাৰ পিছৰ পৰ্যায়ৰ বিভিন্ন সময়ত চলি অহা আন্দোলন-প্ৰতিবাদৰ ফলত নিৰীহ যুৱক-যুৱতীয়ে প্রাণ বিসর্জন দিবলগীয়াও হৈছে। সেই পন্থা এই পর্যন্ত এচাম স্বার্থান্বেষী বুদ্ধিভ্রষ্ট পণ্ডিতৰ বাবেই ৰাজ্য তথা দেশত চলি আহিছে।

এতিয়া ভোগালী বিহুৰ সময়ছোৱাতো স্বার্থান্বেষী এচাম লোকে শান্তিপ্রিয় জনগণৰ মাজত বিভেদৰ সৃষ্টি কৰিবলৈ উঠিপৰি লাগিছে। ইতিমধ্যে চৰকাৰে জনকল্যাণৰ বাবে যিবোৰ আঁচনি গ্রহণ কৰি ৰূপায়ণৰ ব্যবস্থা হাতত লৈছে, সেইবোৰৰ ক্ষেত্ৰতো এচাম মুনাফালোভী লোকে বিধি পথালি দিয়া দেখা গৈছে।

উল্লেখনীয় যে যোৱা ১১ জানুৱাৰীত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এক সংবামেলত অতি শেহতীয়া কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে যে ৰাজ্যখনৰ আত্মসহায়ক গোটৰ স’তে জড়িত গ্রামাঞ্চলৰ ৩৯ লাখ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত উদ্যোগী মহিলাৰূপে গঢ়ি তুলিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শৰ ভিত্তিত অসমত এই ৩৯ লাখ গাঁৱৰ মহিলা মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত উদ্যোগী মহিলাৰূপে গঢ়ি তুলিবলৈ এই আঁচনিৰ নাম দিয়া হৈছে ‘লাখপতি “বাইদেউ’।

উদ্যমিতা আঁচনিৰ প্ৰথম পর্যায় হৈছে – প্ৰতিগৰাকী মহিলাই এটা ব্যৱসায়িক পৰিকল্পনা যুগত কৰাৰ লগতে আত্মসহায়ক গোটে কৰি থকা কামখিনি আগুৱাই নিবলৈ পৰিকল্পনা কৰা। তাৰ উপৰি ব্যক্তিগতভাবে হওক বা সাময়িকভাৱে হওক, নির্দিষ্ট প্র- পত্ৰ পূৰণ কৰিলে প্ৰথম বছৰতে এই পৰিকল্পনাৰ ভিত্তিত ১০ হেজাৰ টকা দিয়া হ’ব।

অৱশ্যে হিতাধিকাৰী হ’বলৈ হ’লে কে’বাটাও নিয়ম বান্ধি দিয়া হৈছে। তাৰ উপৰি মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত সদৰী কৰিছে যে দেশত উমৈহতীয়া দেৱানীবিধি প্ৰৱৰ্তন কৰা ৰাজ্যসমূহৰ লগতে অসমতো উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তন কৰা হ’ব। এই উমৈহতীয়া দেৱানী বিধি উত্তৰাখণ্ড আৰু গুজৰাটে, প্রথমে প্ৰৱৰ্তন কৰিব।

অসম এই বিধিৰ প্ৰৱৰ্তনৰ বাবে তৃতীয়খন ৰাজ্যৰূপে পৰিগণিত হ’ব। উমৈহতীয়া দেৱানী বিধি অসম মডেল প্রস্তুত কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে সংবাদ মেলত সদৰী কৰে। তাৰ উপৰি আগন্তুক বিধানসভাৰ বাজেট অধিৱেশনত বহুবিবাহ প্রতিৰোধ আইন গৃহীত কৰাৰ বাবেও চৰকাৰে প্ৰস্তুতি চলাইছে বুলি মুখ্যমন্ত্ৰীয়ে কোৱাৰ লগতে উমৈহতীয়া দেৱানী বিধি আওতাৰ পৰা জনজাতীয় লোকসকলক বাদ দিয়া হ’ব বুলিও কয়।

আনহাতে, মুখ্যমন্ত্রীয়ে অসমত উমৈহতীয়া দেৱানী বিধি বলৱতৰ সিদ্ধান্ত লৈছে বুলি কোৱাৰ লগতে ৰাজ্যত ৰেছন কাৰ্ডৰ নতুন হিতাধিকাৰী ৪২ লাখৰো অধিক বুলি সংবাদ মেলত সদৰী কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Be Enforced In AssamCommon Civil Code
publisher

publisher

Related Posts

ছৌদি আৰৱৰ কিং ফাহাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হুথিৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ,ভাৰতীয়সহ দুজনৰ মৃত্যু
International

October 22, 2026
‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ
India

‘আগন্তুক ৩০ বছৰতো ক্ষমতালৈ আহিব নোৱাৰিব’, ৰাহুল গান্ধীক তীব্ৰ কটাক্ষ অমিত শ্বাহৰ

October 22, 2026
স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?
International

স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

October 22, 2026
প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান
Assam

প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

October 22, 2026
স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে
Assam

স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

October 22, 2026
শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী
Assam

শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d