Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

    Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই

    Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ

    Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

    Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

    Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Adverse Effects of Climate Change on the Brahmaputra:জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ

জলবায়ু পৰিৱৰ্তনৰ কুপ্রভাৱৰ পৰিণতিত সৃষ্টি কৰিব প্রলয়ংকৰী বান, কোনো সময়ত আকৌ খৰাং পৰিৱেশে মৰুভূমি সদৃশ কৰিব ব্রহ্মাপুত্র উপত্যকাক, ব্রহ্মাপুত্ৰৰ ওপৰত পানী, বিদ্যুৎ, খাদ্য, কৃষি, মাছ মৰা কাৰ্যৰে নিৰ্ভৰশীল ১১৪ নিযুত লোকৰ বিপদৰ আশংকা

publisher by publisher
March 23, 2024
in News, Assam, India
Reading Time: 3 mins read
0
Adverse Effects of Climate Change on the Brahmaputra:জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ
1
SHARES
9
VIEWS
ShareShareShareShare

Adverse Effects of Climate Change on the Brahmaputra:

প্রদূষণৰ অস্বাভাৱিক মাত্রাই গুৱাহাটীক সমগ্র বিশ্ববাসীৰ সম্মুখতে লজ্জানত কৰাৰ সময়তে এইবাৰ উন্মোচিত হৈছে অস্বাভাৱিক জলবায়ু পৰিৱর্তনে সমগ্র ব্রহ্মপুত্র অৱবাহিকালৈ কঢ়িয়াই অনা গভীৰ প্রত্যাহ্বানৰ তথ্য।

ADVERTISEMENT

জলবায়ু পৰিৱৰ্তনৰ কৃপ্ৰভাৱৰ পৰিণতি ব্রহ্মপুত্র অৱবাহিকালৈ হৈ পৰিব পাৰে অভিশাপ স্বৰূপ। ব্রহ্মপুত্রৰ জলৰাশি অস্বাভাৱিক হাৰত শুকাই যোৱাৰ বাবে সমগ্র ব্রহ্মপুত্র অৱবাহিকাৰ দুয়োপাৰে খৰাং পৰিবেশৰ সৃষ্টিৰ সমান্তৰালকৈ কোনো সময়ত আকৌ ব্রহ্মপুত্রব বুকুৱেদি নামি অহা পানীৰ ধলে সমগ্র উপত্যকাত সৃষ্টি কৰিব পাৰে প্ৰলয়ংকাৰী বানৰ।

RelatedPosts

Jorhat : যোৰহাটৰ ৫ নং স্পাৰত ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ

Dhubri:ধুবুৰীত তীব্ৰগতিত হ্রাস ব্ৰহ্মপুত্ৰৰ জলস্তৰ, নাও- ফেৰী চলাচলত বাধাগ্রস্ত

Paddy and wheat production will fall by 10 per cent:১০ শতাংশ হ্রাস পাব ধান-ঘেঁহুৰ উৎপাদন !

অস্ট্রেলিয়া চৰকাৰৰ পুঁজিৰ সহায়ৰে ছিডনীৰ আইচিআইএমআ’ডি নামৰ সংস্থাটোৱে ৰাষ্ট্ৰখনৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ সহযোগত প্রকাশ কৰি উলিওৱা ‘হিন্দুকুশ হিমালয় অঞ্চলত নদী অৱবাহিকা নিয়ন্ত্রণ আৰু সহযোগিতাৰে উন্নয়ন’ শীর্ষক প্রতিবেদনত জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱৰ বাবে ব্ৰহ্মপুত্ৰ আৰু গংগা তথা সিন্ধু নদীয়ে স্বকীয়তা হেৰুওৱাৰ উপক্রম ঘটিছে বুলি সকীয়াই দিয়া হৈছে।

পৰিস্থিতি এনে পর্যায়ত উপনীত হৈছে যে অসমৰ পৰা বাংলাদেশলৈকে ৮৯১ কিলোমিটাৰ দৈৰ্ঘ্যৰ অঞ্চল পৰিবেষ্টিত ব্ৰহ্মপুত্ৰ নৈক কেন্দ্ৰ কৰি গঢ়ি উঠা সভ্যতাই অনাগত দিনত প্রতি মুহূৰ্ততে প্ৰকৃতিৰ নিৰ্মম ৰোষৰ বলি হ’ব লাগিব।

brahmaputra 1উল্লেখ্য যে ব্রহ্মপুত্ৰ নৈৰ অৱবাহিকা অঞ্চলত প্রায় ১১৪ নিযুত লোকে পানী, বিদ্যুৎ, খাদ্য, কৃষিকৰ্ম আৰু মাছমৰা কাৰ্যৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। কিন্তু বিগত বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি গঢ়ি উঠা হিন্দুকুশ হিমালয়ৰ দক্ষিণ পূব এছিয়াৰ বহু অংশ সভ্যতাই এতিয়া জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱৰ বাবে বিপদৰ সন্মুখীন হ’ব লাগিব।

মূলতঃ ব্ৰহ্মপুত্ৰ অৱবাহিকা অঞ্চলত আৰম্ভ হোৱা দ্রুত ঔদ্যোগীকৰণ, নগৰ সৃষ্টি আৰু কৃষিকৰ্মৰ লগতে আন বিভিন্ন কাম-কাজৰ বাবে ব্যাপক হাৰত ব্ৰহ্মপুত্ৰৰ পানী আহৰণ কৰাৰ ধাৰাবাহিকতাই নৈখনৰ স্বকীয়তাত আঘাত হানিছে। সমান্তৰালকৈ নলা-নর্দমাৰে নিগৰি অহা দূষিত পানী তথা ঔদ্যোগিক আৱৰ্জনাই ব্ৰহ্মপুত্ৰৰ জলৰাশিক ক্ৰমাৎ প্ৰদূষিত কৰি তুলিছে।

এনেবোৰ কাৰকৰ বাবে ব্ৰহ্মপুত্ৰ নৈৰ জলপৃষ্ঠ বছৰৰ কোনো সময়ত শুকাই যোৱাৰ বিপৰীতে আন কোনো সময়ত আকৌ প্রলয়ংকৰী বানৰ সৃষ্টি কৰিব পাৰে বুলি ছিডনীৰ গৱেষক সংস্থাটোৱে ভাৰত চৰকাৰক সতৰ্ক কৰি দিছে।

সংস্থাটোৰ মতে, আগন্তুক বছৰসমূহত বিশ্বৰ তাপমাত্রা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ ইংগিত ইতিমধ্যে স্পষ্ট হৈছে। ইয়াৰ সমান্তৰালকৈ জলবায়ু পৰিৱৰ্তনো অৱশ্যম্ভাবী। সমগ্র বিশ্বতে জলবায়ু পৰিৱৰ্তনৰ কম-বেছি পৰিমাণে প্ৰভাৱ পৰিব যদিও ইয়াৰে ভিতৰত সৰ্বাধিক হাৰত কুপ্ৰভাৱ পৰিব ব্ৰহ্মপুত্ৰ, গংগা আৰু সিন্ধু নদীৰ অৱবাহিকা তথা দক্ষিণ এছিয়াৰ আন সকলোবোৰ নদীত।

ভাৰতীয় ভূখণ্ডত ব্ৰহ্মপুত্ৰ আৰু গংগা নৈয়ে স্বকীয়তা হেৰুৱাই পেলোৱাৰ ফলত অঞ্চলটোৰ প্ৰায় এক বিলিয়ন মানুহ ক্ষতিগ্রস্ত হ’ব বুলি গৱেষক সংস্থাটোৱে এক সমীক্ষাৰ উদ্ধৃতি প্ৰকাশ কৰিছে।

গৱেষক সংস্থাটোৱে প্রতিবেদনখনত কয়, ‘জলবায়ু পৰিৱৰ্তনৰ ফলত ভাৰত সবাতোকৈ অধিক হাৰত প্ৰভাৱিত হৈছে। সেয়েহে সতর্কতামূলক ব্যৱস্থা হিচাপে কার্বন নির্গমন যিমান পাৰি হ্ৰাস কৰিব লাগে। দেশখনে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পৰিস্থিতি অনুযায়ী জৰুৰী ভিত্তিত কি ব্যৱস্থা গ্রহণ কৰে সেয়া নির্ধাৰণ কৰিব লাগে। খাদ্য, পানী আৰু ক্ষুদ্র কৃষকসকলক এই প্রত্যাহ্বানৰ পৰা কি ধৰণে ৰক্ষা কৰা হ’ব, তাৰ বাবে কি কি পদক্ষেপ গ্রহণ কৰিব পাৰি সেয়া সকলো তাৎক্ষণিকভাৱে বিবেচনা কৰাটো ভাৰতৰ বাবে জৰুৰী হৈ পৰিছে।’

প্রতিবেদনত লগতে কোৱা হৈছে যে ব্রহ্মপুত্ৰৰ স্বকীয়তাৰ পৰিৱৰ্তনে সমাজৰ সবাতোকৈ দুখীয়া শ্ৰেণীৰ লোকসকলক ইতিমধ্যে আঘাত হানিছে। বিশেষকৈ মহিলা, বিশেষভাৱে সক্ষম লোক আৰু প্রাত্যহিক জীৱন-নিৰ্বাহৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্ভৰশীল প্রান্তীয় সম্প্রদায়সমূহে ইতিমধ্যে সংকটৰ বোজা ল’বলগীয়া হৈছে। খাদ্য সুৰক্ষাৰ লগতে জীৱিকা আৰু বিশুদ্ধ পানীৰ সুবিধা আদিৰ ক্ষেত্ৰত ইতিমধ্যে ভাবুকিৰ সন্মুখীন হৈছে ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ দুয়োপাৰৰ লোকসকল।

অষ্ট্ৰেলিয়াৰ গৱেষক সংস্থাটোৱে চলোৱা অধ্যয়নত এই কথাও উন্মোচিত হৈছে যে জলবায়ু পৰিৱৰ্তনৰ ধাৰাবাহিকতাৰ ফলত অব্যাহত থকা অস্বাভাৱিক বাৰিষা কাল আৰু প্ৰচণ্ড গৰম বা কোনো কোনো সময়ত সৃষ্টি হোৱা খৰাং সদৃশ পৰিৱেশৰ বাবে ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক প্ৰৱাহত ব্যাঘাত জন্মিছে।

ইয়াৰ পৰিণতিত ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি অব্যাহত থকা জীৱননিৰ্বাহ প্ৰণালী। খৰাং পৰিৱেশৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকা যিদৰে মৰুভূমি সদৃশ হৈ পৰিব ঠিক তেনেদৰে প্ৰবল বানপানীয়েও তচনচ্ কৰিব নৈখনক কেন্দ্র কৰি গঢ়ি উঠা সভ্যতাৰ স্বপ্ন।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Adverse EffectsBrahmaputraClimate Change
publisher

publisher

Related Posts

Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ
News

May 13, 2025
Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই
News

Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই

May 13, 2025
Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ
News

Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ

May 13, 2025
Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী
News

Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

May 13, 2025
Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
News

Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

May 13, 2025
Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !
News

Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

May 13, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d