Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Brahmaputra River : ৰঙাচীনৰ অতপালিত মৰুময় হোৱাৰ দিশত বৰলুইত

অস্বাভাৱিক হাৰত শুকাইছে ব্ৰহ্মপুত্ৰ

publisher by publisher
December 19, 2022
in Assam, News
Reading Time: 2 mins read
0
Brahmaputra River : ৰঙাচীনৰ অতপালিত মৰুময় হোৱাৰ দিশত বৰলুইত
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Dhubri:ধুবুৰীৰ ব্ৰহ্মপুত্ৰত ভয়ংকৰ অঘটন !

KHARGHULI:মহানগৰীৰ খাৰঘূলিৰ জয়পুৰত ভয়ংকৰ অঘটন

River Terminal in Guwahati: ৭ নৱেম্বৰত মুকলি হব মহানগৰীৰ ব্ৰহ্মপুত্র জাহাজ বন্দৰ

Brahmaputra River :

এফালে বৃষ্টিহীনতা আৰু আনফালে ৰঙাচীনৰ অতপালিত অস্বাভাৱিক হাৰত হ্ৰাস পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলৰাশি। পৰিস্থিতি এনে পৰ্যায়ত উপনীত হৈছে যে কেইবছৰমানৰ আগতে খৰালি কালত নাৱৰে পাৰ হ’বলগীয়া হোৱা ব্ৰহ্মপুত্ৰৰ সুঁতিৰে এতিয়া চাইকেল চলাই পাৰ হৈছে জনতাই।

ADVERTISEMENT

দিন যোৱাৰ লগে লগে ক্ৰমশঃ মৰুৰ ৰূপ লৈছে মহাবাহুৰ বক্ষই। এফালে উৎসতে চীনে অসমত পৰিচিত ব্ৰহ্মপুত্ৰ আৰু তিব্বতত পৰিচিত য়াৰ্লং চাংপ’ৰ বুকুত বৃহৎ নদীবান্ধ স্থাপন কৰি জলবিদ্যুৎ উৎপাদনৰ বাবে ব্ৰহ্মপুত্ৰৰ স্বাভাৱিক সোঁত প্ৰতিৰোধ কৰিছে, ঠিক তেনেদৰেই অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত যোৱা ছেপ্টেম্বৰৰ পৰা বৰষুণ নোহোৱা বাবে ব্ৰহ্মপুত্ৰৰ জলধাৰা ক্ৰমাৎ নিম্নগামী হৈছে।

যোৰহাটৰ নিমাতীঘাটৰ পৰা মাজুলীলৈ চলাচল কৰা জল পৰিবহণ ব্যৱস্থা কাৰ্যত স্তব্ধ হৈ পৰিছে। দক্ষিণপাটৰ সন্মুখৰ টিকৰাই চাপৰিলৈ পূৰ্বে প্ৰায় পাঁচ কিলোমিটাৰ নদীপথ নাৱৰে অতিক্ৰম কৰিব লাগিছিল যদিও এইবাৰ এই পথছোৱাত বালিচৰৰ বাবে জনতাই মটৰ চাইকেল বা খোজকাঢ়িয়ে এইসমূহ সুঁতি অতিক্ৰম কৰিব পাৰিছে।

ইফালে,নিয়মীয়া জাহাজ চলাচলৰ সময়তো আগতীয়াকৈ দ’ স্থান চিনাক্ত কৰিহে যাত্রীবাহী জাহাজ চলাচল কৰিছে। উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিক হাৰত নিম্নগামী হোৱা বাবে চুবুৰীয়া ৰাষ্ট্র চীন আৰু ভূটানৰ নদীবান্ধৰ লগতে বহুদিন ধৰি বৰষুণ নোহোৱাটোও এক অন্যতম কাৰণ বুলি চিহ্নিত কৰিছে বিশেষজ্ঞ মহলে।

ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ ওপৰত বিশদ অধ্যয়ন তথা গৱেষণা কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° অৱনী কুমাৰ ভাগৱতীয়ে এই প্ৰসংগত ‘দৈনিক অগ্ৰদূত’ৰে এক আছুতীয়া সাক্ষাতত কয় যে ব্ৰহ্মপুত্ৰ নৈখনৰ মুঠ দৈৰ্ঘ্য ৩,০০০ কিলোমিটাৰ আৰু ইয়াৰে ভিতৰত অধিকাংশ অর্থাৎ ১,৬০০ কিলোমিটাৰ অংশ চীনৰ অধীনত তিব্বতত সম্প্ৰসাৰিত হৈ আহিছে।

নিশ্চিতভাৱে চীনে ব্ৰহ্মপুত্ৰৰ জলৰাশি ব্যৱহাৰ কৰিবই বুলি মন্তব্য কৰি ড° ভাগৱতীয়ে কয় যে খৰালি কালত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ নিম্নগামী হোৱাৰ মূলতে চৰকাৰ তথা বিভিন্ন পক্ষই চীনক জগৰীয়া কৰিছে যদিও ইয়াৰ আন এক অন্যতম কাৰণ হ’ল বৃষ্টিহীনতা আৰু জনবসতি সম্প্ৰসাৰণ তথা নির্মাণকার্য বৃদ্ধি পোৱাটো।

তেওঁ কয় যে বিগত দুই-তিনিমাহ ধৰি অসমত বৰষুণ প্রায় নাই। এক কথাত খৰাংসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যখনত। যিহেতু দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰভাৱত এইবাৰ অসমত নিয়মীয়া সময় জুনতকৈ বহু পূর্বেই বৰষুণ পৰিছিল তথা এনে বৰষুণৰ ফলত বানপানীও হৈছিল, সেই সূত্ৰে পৰৱৰ্তী সময়ছোৱাত বৰষুণৰ পৰিমাণ কমি আহে।

ইয়াৰ বাবে ব্ৰহ্মপুত্ৰৰ বক্ষত জলধাৰা নিম্নগামী হৈছে। সমান্তৰালকৈ চীনৰ কূটকৌশল প্ৰসংগত তেওঁ কয় যে চীনৰ এক বৃহৎ অঞ্চল মৰু সদৃশ। গতিকে তেনে অঞ্চললৈ চীনে ব্ৰহ্মপুত্ৰৰ পানী বোৱাই নিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

আকৌ চীনৰ ভূমিতেই আছে ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ নদীবান্ধ। খৰালি কালত যিহেতু ব্ৰহ্মপুত্ৰৰ উৎসৰ পৰাও জলধাৰাৰ গতি কিছু স্তিমিত হয় আৰু তেনে সময়তে জলবিদ্যুৎ প্রকল্পসমূহত ব্ৰহ্মপুত্ৰৰ বুকুত ভেটা দিয়া হয়, তেনে স্থলত নামনি অঞ্চললৈ ব্ৰহ্মপুত্ৰ পানীৰ সোঁত কিছু স্তিমিত হোৱাটো নিশ্চিত।

তেওঁ কয় যে চুবুৰীয়া ৰাষ্ট্ৰখনত নদীৰ উৎসতে বান্ধ দি পানী আবদ্ধ কৰাৰ দৰে ঘটনাৰ ফলশ্ৰুতিত খৰালি কালত বৰষুণৰ পানী নামনিলৈ বৈ অহাৰ গতি স্তব্ধ হোৱাৰ সমান্তৰালকৈ উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলত বৰষুণৰ পৰিমাণ হ্রাস পোৱাৰ বাবেও ব্ৰহ্মপুত্ৰৰ বুকুত পানী নিম্নগামী হয়।

এই প্ৰসংগতো তেওঁ পুনৰ কয় যে ১৯৫১ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলসমূহত নগৰৰ সংখ্যা আছিল মাথো পাঁচখন; কিন্তু এতিয়া নগৰৰ সংখ্যা বৃদ্ধি পাইছে প্রায় ১৫০ খনলৈ।

স্বাভাৱিকতে এনে নগৰসমূহত দৈনিক ব্যৱহৃত পানী তথা বৰষুণ হ্রাস হোৱাৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুত জলস্তৰ নিম্নগামী হৈছে।সমান্তৰালকৈ ব্ৰহ্মপুত্ৰ তথা উপনৈসমূহত গঢ়ি তোলা দৈয়াং, কপিলী, ৰঙানদী আদি নদীবান্ধসমূহৰ বাবেও ব্ৰহ্মপুত্ৰৰ বুকুত পানীৰ পৰিমাণ নিম্নগামী হৈছে।

এই প্ৰসংগতে তেওঁ কয় যে বাৰিষা কালত হিমালয়ৰ পাদদেশীয় অঞ্চলত তাপমাত্রা বৃদ্ধিৰ সূত্ৰে বৰফ গলে যদিও সম্প্ৰতি খৰালি কালত ঠাণ্ডা পৰাৰ বাবে বৰফ গলাৰ পৰিমাণ প্রায় নিম্নগামী হয়। যাৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত তুলনামূলকভাৱে পানীৰ পৰিমাণ খৰালি কালত কিছু নিম্নগামী হয়।

তেওঁ এই কথাও কয় যে উত্তৰ-পূৰ্বাঞ্চলত পূৰ্বৰ তুলনাত অৰণ্যৰ সেউজ আবৰণ কমি অহাৰ ফলত মাটিৰ শুষ্কতা বৃদ্ধি পাইছে। এনে স্থলত মাজে সময়ে বৰষুণ পৰিলেও মাটিয়ে শুহি লয় বৰষুণৰ পানী। গতিকে পূৰ্বৰ দৰে নৈৰ বুকুত সংযুক্ত হ’ব নোৱাৰে বৰষুণৰ পানী।

স্বাভাৱিকতে ব্ৰহ্মপুত্ৰৰ বুকুত জলস্তৰ নিম্নগামী হোৱাৰ এয়াও এক অন্যতম কাৰণ বুলি তেওঁ অভিহিত কৰে। উল্লেখ্য যে আন এখন চুবুৰীয়া ৰাষ্ট্ৰ ভূটানতো কে’বাটাও নদীবান্ধ স্থাপন হোৱাৰ ফলত বেকী বা মানাহ নদীৰে নামি অহা পানীৰ পৰিমাণ নিম্নগামী হৈছে।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নৈ প্ৰকৃততে এটা বেচিন সদৃশ, য’ত সংলগ্ন হয় বিভিন্ন অৱবাহিকাবোৰ। এতিয়া বিভিন্ন কাৰকৰ বাবে ব্ৰহ্মপুত্ৰৰ বুকুলৈ নামি অহা অৱবাহিকাসমূহৰ প্ৰৱাহিত পানীৰ পৰিমাণ কমি গৈছে।

সামগ্ৰিকভাৱে ব্ৰহ্মপুত্ৰৰ জলৰাশি নিম্নগামী হোৱাৰ এয়াও এক কাৰণ বুলি বিশেষজ্ঞজনে মন্তব্য কৰে। উল্লেখ্য যে উজনিৰ পৰা নামনিলৈ ব্যাপক হাৰত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ব্ৰহ্মপুত্ৰৰ মূলসুঁতিৰে প্ৰৱাহিত তুলনামূলকভাৱে কম পৰিমাণৰ পানীৰ পৰিৱৰ্তে অন্যান্য সুঁতিসমূহত পানীৰ পৰিমাণ সম্পূৰ্ণৰূপে কমি যোৱাত বালিময় হৈ পৰিছে সুঁতিসমূহ।

নামনি অসমৰ পৰা আৰম্ভ কৰি মধ্য-উজনি অসমলৈকে সৰ্বত্ৰ ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া জলধাৰাৰ পৰিৱৰ্তে ৰূপোআলী ৰঙৰ বালিৰ মৰুভূমিহে দেখা গৈছে। স্বাভাৱিকতে ব্ৰহ্মপুত্ৰৰ বুকু শুকাবলৈ ধৰা এই অৱস্থাত এতিয়া চিন্তিত কৰি তুলিছে সচেতন মহলক।

ব্ৰহ্মপুত্ৰৰ বুকুত নিয়মীয়াকৈ নৌকা চলাচল কৰি অথবা মৎস্য চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা লোকসকলেও এতিয়া চিন্তিত হৈ পৰিছে। উল্লেখ্য যে গুৱাহাটীৰ মাজেৰে পাৰ হৈ যোৱা ব্ৰহ্মপুত্ৰৰ বুকুতো মূলসুঁতিটোৰ বাদে আন সকলোতে এতিয়া কেৱল বালিময় মৰুভূমি সদৃশ পৰিৱেশ প্রতীয়মান হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: brahmaputra riverNimati Ghat
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d