Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শক্তি-সাৰ উৎপাদন কৰিম : পৌৰ নিগম, পর্যটন নগৰী হিচাপে গঢ় দিয়ক : স্থানীয় ৰাইজ

আৱৰ্জনাক লৈ পৌৰ নিগম-চন্দ্ৰপুৰবাসীৰ যুঁজ

publisher by publisher
July 7, 2021
in Assam, India, News
Reading Time: 1 min read
0
শক্তি-সাৰ উৎপাদন কৰিম : পৌৰ নিগম, পর্যটন নগৰী হিচাপে গঢ় দিয়ক : স্থানীয় ৰাইজ
5
SHARES
52
VIEWS
ShareShareShareShare

RelatedPosts

Wild Elephant Attack:গুৱাহাটীৰ চন্দ্ৰপুৰত অঘটন

Kopili river Operationalised, Maiden Cargo of 300 MT of Cement Flagged off from Chandrapur to Hatsingimari in Assam:কপিলী নদী (NW57) কাৰ্যক্ষম, ৩০০ মেট্ৰিক টন চিমেণ্টৰ মেডেন কাৰ্গো চন্দ্ৰপুৰৰ পৰা অসমৰ হাটশিঙিমাৰীলৈ ফ্লেগ অফ সৰ্বানন্দ সোনোৱালৰ

Chandrapur Journalists Sukumar Das Passes Away:চন্দ্ৰপুৰ অঞ্চলৰ সাংবাদিক সুকুমাৰ দাসৰ দেহবাসন

গুৱাহাটী পৌৰ নিগমে চন্দ্ৰপুৰত শেহতীয়াকৈ মহানগৰীৰ আৱৰ্জনা পেলাবলৈ আৰম্ভ কৰাক লৈ তীব্র বিতর্ক সৃষ্টি হৈছে। চন্দ্ৰপুৰ তাপ বিদ্যুৎ প্রকল্পৰ আৱাসিক অঞ্চলত পৌৰ নিগমে আৱৰ্জনা পেলাবলৈ লােৱাত চন্দ্ৰপুৰৰ ৰাইজে ইয়াৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে।

ADVERTISEMENT

যােৱা ২৮ জুনৰ পৰাই দুই মেৰুত অৱস্থান গ্রহণ কৰিছে পৌৰ নিগম আৰু চন্দ্ৰপুৰৰ স্থানীয় প্রতিবাদী ৰাইজ। উক্ত দিনাৰ পৰাই পৌৰ নিগমে পূর্বৰ বৰাগাঁওস্থিত ‘ডাম্পিং গ্রাউণ্ড পৰিত্যাগ কৰি মহানগৰীৰ দাঁতিকাষৰীয়া চন্দ্ৰপুৰৰ তাপ বিদ্যুৎ প্রকল্পস্থলীত আৱৰ্জনা পেলাবলৈ লােৱাত প্রতিবাদী ৰাইজে সমস্বৰে দাবী উত্থাপন কৰে, ‘মহানগৰীৰ আৱৰ্জনা আমাক
নালাগে, চৰকাৰৰ সদিচ্ছা আছে যদি চন্দ্ৰপুৰক পর্যটন নগৰী হিচাপে গঢ় দিয়ক। ‘

সমান্তৰালভাৱে পৌৰ নিগম কর্তৃপক্ষৰ দাবী, চন্দ্রপুৰত আমি কেৱল জাবৰ পেলাব বিচৰা নাই, এই প্রকল্পৰ জৰিয়তে আমি বিদ্যুৎ শক্তি আৰু সাৰ উৎপাদন কৰিবও বিচাৰিছাে। গতিকে আমি নিশ্চিত যে এই প্রকল্প কর্মসংস্থাপন সৃষ্টি কৰাৰ লগতে চন্দ্ৰপুৰত পুনৰ উদ্যোগিক পৰিৱেশ এটা ঘূৰাই অনাত সহায় কৰিব।

এতিয়া প্রশ্ন উত্থাপন হৈছে যে মহানগৰীত দৈনিক উৎপন্ন হােৱা ৫৫০ টন পৰিমাণৰ আৱৰ্জনাৰ কি কৰিবপৌৰ নিগম কর্তৃপক্ষই? পৌৰ নিগমৰ এই বায়ডিগ্রেডেবল আৰু উৎপাদনমুখী প্ৰকল্প উপকাৰিতাৰ বিষয়ে কর্তৃপক্ষই এহাতে ৰাইজক বুজোৱাত সক্ষম হােৱা নাই, আনহাতে একাংশ স্থানীয় ৰাইজে কোনাে কথাই শুনিব বিচৰা নাই বুলি একাংশ সচেতন লােকে মতপ্রকাশ কৰিছে।

চন্দ্ৰপুৰবাসী ৰাইজৰ বেজাৰ আৰু আক্ষেপ প্রকাশ কৰি স্থানীয় যুৱক জ্যোতিবান বৰাই কয়, ‘চৰকাৰৰ কোনাে ধৰণৰ চাতুকাৰী প্ৰকল্পত এতিয়া আমি নিজৰ অস্তিত্ব হেৰুৱাব নিবিচাৰাে। চন্দ্ৰপুৰক এটা সময়ত ৰাজ্যৰ মিনি ৰাজধানী হিচাপে
প্ৰস্তাৱ কৰি আধাৰশিলাও স্থাপন কৰা হৈছিল। পৰৱৰ্তী সময়ত চন্দ্ৰপুৰক মহকুমা হিচাপেও গঢ় দিয়াৰ প্ৰস্তাৱ দিয়া হৈছিল। তদুপৰি চন্দ্ৰপুৰত থকা তাপ বিদ্যুৎ প্রকল্প, সুতা কল, সাৰ কাৰখানা, প্লাইউড কাৰখানা আদি সকলাে চৰকাৰে এফালৰ পৰা বন্ধ কৰি চন্দ্ৰপুৰক মৰিশালিত পৰিণত কৰি থৈ গ’ল।

গতিকে পৌৰ নিগমৰ বৰ্তমানৰ প্ৰকল্পক লৈ আমি যি আশংকাত প্রতিবাদ কৰিছাে তাৰ এটা ঐতিহাসিক কাৰণ আছে।’ পৌৰ নিগমে চন্দ্ৰপুৰত জাবৰ পেলাই তাক নিষ্কাসন কৰি শক্তি আৰু সাৰ উৎপাদনৰ যি অভিলাষী আঁচনি গ্রহণ কৰিছে তাৰ ওচৰত সন্দেহ ব্যক্ত কৰি বৰাই কয়, ‘পৌৰ নিগমৰ তথাকথিত বায়ডিগ্রেডেবল প্ৰকল্পৰ বিৰুদ্ধে কেৱল মুষ্টিমেয় কেইজনমান নেতাই প্রতিবাদ কৰিছে তেনে নহয়।

এই প্রতিবাদত কেঁচুৱা, বুঢ়া, ডেকা, পুৰুষ, মহিলা সকলােৱে চামিল হৈছে। কাৰণ আমি সকলােৱে চৰকাৰৰ ভুল আৰু অদূৰদৰ্শী নীতিৰ ভুক্তভােগী। পৌৰ নিগমে জাবৰ পেলােৱাৰ পৰৱৰ্তী সময়তহে শক্তি আৰু সাৰ উৎপাদন কৰিবই তাৰ নিশ্চয়তা কোনে দিব। চন্দ্ৰপুৰৰ প্ৰতিটো খােজত উদ্যোগিক প্রকল্পৰ ধ্বংসাৱশেষ সিঁচৰতি হৈ আছে। ‘

সেই সকলােবােৰৰ আমি নীৰৱ দর্শক। যদি শক্তি আৰু সাৰ উৎপাদন নকৰি কেৱল জাবৰ পেলাই গৈ থাকে, তেন্তে চন্দ্ৰপুৰৰ সেউজীয়া পৰিৱেশ, নদ-নদী, আৱাসিক অঞ্চল প্ৰদূষণত ডুব যাব। চন্দ্ৰপুৰৰ পাৰিপাৰ্শ্বিকতা আৰু সাংস্কৃতিক পৰিৱেশ অতুলনীয় বুলি দাবী কৰি সচেতন যুৱক বৰাই লগতে কয়, ‘চন্দ্ৰপুৰ আমচাং অভয়াৰণ্যৰ নিচেই কাষত অৱস্থিত। ‘

চন্দ্ৰপুৰৰ হাবিত ধনেশ পক্ষীৰ সংখ্যা যথেষ্ট বেছি। হৰিণা, নাহৰফুটুকী আদি বন্যপ্রাণীৰ বিচৰণ দিনৰ পােহৰতে বিদ্যমান। মূল্যবান গছ-গছনি, ঔষধি বন আদিৰেও সমৃদ্ধি চন্দ্ৰপুৰৰ পাহাৰ। কাষতে আছে ডিগাৰু আৰু কলং নদী। দুয়ােটা পুঁতিয়ে গৈ চন্দ্ৰপুৰৰ নাতিদূৰৈৰ ব্ৰহ্মপুত্ৰত বিলীন হৈছে। সমগ্র চন্দ্ৰপুৰবাসীক সেই নদীৰ পৰাই খােৱা পানীৰ যােগান ধৰি আহিছে। তদুপৰি শতাধিক মাছৰ প্ৰজাতিৰ সংকটৰ কথাটো নকলােৱেইবা যেনিবা। ‘

এই সকলোেবােৰ কথা চৰকাৰৰ জ্ঞাত হােৱা সত্ত্বেও নিগমক চন্দ্ৰপুৰত জাবৰ পেলাবলৈ কিয় অনুমতি দিলে আমি বুজিব নােৱাৰিলাে। গতিকে এনে অদূৰদৰ্শী চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আমি প্রতিবাদ কৰি যাম। আমাৰ স্পষ্ট দাবী, মহানগৰীৰ আৱৰ্জনা আমাক নালাগে, চন্দ্রপুৰক পর্যটন নগৰী হিচাপে গঢ়ি তােলক। ‘

চন্দ্ৰপুৰত পর্যটন ক্ষেত্ৰৰ বাবে অতুলনীয় আছিল আৰু চিৰদিন ৰব। জাবৰৰ মাজত এই সৌন্দর্য হেৰাই যাবলৈ আমি নিদিওঁ। আনহাতে, চন্দ্রপুৰৰ প্রস্তাৱিত বায়ডিগ্রেডেবল প্রকল্পক অত্যন্ত নিয়ন্ত্রিত পৰিৱেশত ৰূপায়ণ কৰা হ’ব আৰু পাৰিপাৰ্শ্বিকতাৰ দিশটোলৈ বিশেষ চিন্তা কৰিবলগীয়া একো নাই বুলি চন্দ্ৰপুৰবাসী ৰাইজক অভয়বাণী দি গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শর্মাই কয়, ৰাইজৰ আশংকা আছে যে মুকলিকৈ আৱৰ্জনা পেলালে প্রকল্পস্থলীৰ কাষতে থকা ডিগাৰু আৰু কলং নদীৰ পানী কলুষিত হ’ব আৰু লগতে চন্দ্ৰপুৰৰ কাষৰীয়া পাহাৰত থকা দুষ্প্রাপ্য বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকটি, বনজ সম্পদ আদি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। ‘

কিন্তু আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছাে পূর্বৰ কথাটো বেলেগ আছিল। সাম্প্রতিক সময়ৰ প্ৰযুক্তিও যথেষ্ট শক্তিশালী। আমি চন্দ্ৰপুৰত কেৱল জাবৰ পেলাব বিচৰা নাই। চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্রকল্পৰ যিটো ঠাইত আবর্জনা পেলাবলৈ চিনাক্ত কৰিছাে, তাতে আৱৰ্জনাসমূহ নিষ্কাসন কৰি শক্তি আৰু সাৰ উৎপাদনৰ বাবেও প্রকল্প হাতত লােৱা হৈছে। এই সকলাে কাম নিয়ন্ত্রিত পৰিৱেশত সম্পাদন কৰা হ’ব। প্রকল্পৰ কাৰিকৰী আঁচনিখন যেনে ধৰণে প্ৰস্তুত কৰা হৈছে তাত ৰাইজ শংকিত হােৱাৰ কাৰণ নাই আৰু পৰিৱেশ প্ৰদূষণ হােৱাৰাে কোনাে সম্ভাৱনীয়তা নাই।’

চন্দ্ৰপুৰবাসী ৰাইজে আশা কৰা ধৰণে অঞ্চলটোলৈ এক ঔদ্যোগিক বাতাবৰণ ঘূৰাই অনাত চলিত প্রকল্পই যথেষ্ট সহায় কৰিব বুলি দাবী কৰি নিগমৰ আয়ুক্ত শর্মাই কয়, এই অভিলাষী প্রকল্পৰ অংশ হিচাপে আমি চন্দ্ৰপুৰত এটা ‘ডিকম্পজ প্লান্ট’ তৈয়াৰ কৰিম। তাৰ কাৰণে আমি অহা ১৫ দিনৰ ভিতৰত নিবিদা আহ্বান কৰিম। এই প্লান্টৰ জৰিয়তে পেলনীয়া খাদ্য সামগ্রী, শাক-পাচলিৰ পৰা সাৰ প্ৰস্তুত কৰিবলৈ সক্ষম হয়। ‘

তদুপৰি কাগজ, প্লাষ্টিক আদিৰ পৰা পথ নির্মাণত সহায়ক হােৱাকৈ ‘ৰিফিউজ ডেৰাইভদ ফুৱেল প্ৰস্তুত কৰা হ’ব। এই প্লাণ্টৰ বাবে প্রথম পর্যায়ত ৩৫ কোটি টকা ধার্য কৰা হৈছে। প্রকল্পৰ মূল লক্ষ্য উদ্দেশ্যে হিচাপে ‘এনার্জি ভিত্তিক প্রকল্প’ৰ কথাটো আছেই যৰ পৰা শক্তি উৎপাদন কৰা হ’ব। গতিকে ৰাইজে আমাক বুজি পােৱা উচিত যে ইমান কোটি টকা চৰকাৰে কেৱল জাবৰ পেলাবলৈ খৰচ নকৰে। ‘

বৰং ৰাইজে আমাক সহযােগিতা আগবঢ়ালে, আমি সকলােৱে মিলি চন্দ্ৰপুৰলৈ পুনৰ এক উদ্যোগিক বাতাৱৰণ এটা ঘূৰাই লৈ অনাহতে সফল যিকোনাে এটা প্ৰকল্পৰ সফলতা আৰু বিফলতা দুয়ােটাই ৰাইজৰ সামূহিক দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰি বুলি অভিমত ব্যক্ত কৰি শৰ্মাই কয়, “চন্দ্ৰপুৰৰ প্ৰকল্পটো কেৱল পৌৰ নিগমে ৰূপায়ণ কৰিবলৈ যােৱা নাই।

অসম চৰকাৰৰ দুটাকৈ বিভাগ, অসম শক্তি উৎপাদন নিগম লিমিটেড আৰু নিগমৰ মাজত বুজাবুজিৰ চুক্তি ইতিমধ্যে সম্পন্ন হৈছে আৰু আমি চৰকাৰৰ অংগ হিচাপে যুটীয়াভাৱে প্রকল্প ৰূপায়ণ কৰিম। পৌৰ নিগমে আৱৰ্জনা যােগান ধৰাৰ বিপৰীতে এ পি জি চি এলে শক্তি উৎপাদন কৰিব। আমি দৃঢ়তাৰে বিশ্বাস কৰিছাে যে এই প্রকল্পই কর্মসংস্থাপনৰাে সৃষ্টি কৰিব। ‘

প্রত্যেক্ষভাৱে প্রকল্পস্থলীতে এশজন বিষয়া-কৰ্মচাৰীৰ প্ৰয়ােজন হ’ব। তদুপৰি আনুষংগিক কামত শ্ৰমিকৰ প্ৰয়ােজনীয় যােগাত্মক দৃষ্টিভংগীৰে গণ্য কৰিছে। ৰাইজে কি ধৰণে বিচাৰ কৰে এয়া লক্ষ্যণীয় হ’ব। বর্তমান চন্দ্ৰপুৰৰ প্ৰতিবাদী ৰাইজক নেতৃত্ব দিয়া স্থানীয় নেতাসকলৰ লগত পূর্বে প্রকল্প সন্দৰ্ভত নিগমৰ কে’বালানি আলােচনা হৈছে আৰু মীমাংসিত সিদ্ধান্তত উপনীত হৈছে বুলি দাবী কৰি শৰ্মাই লগতে কয়, “আমাৰ জ্ঞানেৰে যিকেইজন ১০/১২জন স্থানীয় প্রতিবাদী ৰাইজক নেতৃত্ব দিছে তেওঁলােকৰ লগত পূর্বে আমাৰ আলােচনা হৈছে।

আমি সিদ্ধান্তও লৈছিলাে যে দিল্লী, আহমেদাবাদ আদি চহৰত থকা ইতিমধ্যে কৃতকার্যতাৰে কার্যক্ষম হৈ থকা প্রকল্পসমূহত গৈ অভিজ্ঞতা লৈ আহিম। পৰৱৰ্তী সময়ত কৰ’না মহামাৰীৰ ফলত আমাৰ ভ্ৰমণ কাৰ্যসূচী স্থগিত কৰি ৰাখিবলগীয়া হৈছিল। কিন্তু এতিয়া কিহৰ তাড়নাত পৰি একে কেইজন স্থানীয় নেতাই নিগমৰ প্ৰকল্পৰ বিৰুদ্ধে প্রতিবাদ কৰিছে আমি বুজি পােৱা নাই।

কেৱল জাৱৰ পেলােৱাটো চাই, প্রকল্পৰ বিষয়ে কেৱল ১০ শতাংশ বুজি পাই প্রতিবাদ কৰাটো যুক্তিসংগত নহয়। পূর্বৰ উদাহৰণ দাঙি ধৰি শৰ্মাই কয়, ব্রিটিছৰ সময়ত গুৱাহাটী ক্লাবস্থিত টি চি স্কুলৰ কাষত, পৰৱৰ্তী সময়ত ফটাশিলত, পাঞ্জাবাৰীস্থিত ভূপেন হাজৰিকা ক্ষেত্ৰৰ কাষত, বর্ষাপাৰা আৰু বৰগাঁৱত জাবৰ পেলােৱা হৈছিল।

সেইবিলাক ঠাইৰ পৰা পৰৱৰ্তী সময়ত স্থানান্তৰ কৰা হৈছিল। কিন্তু ক’তােৱেই চিৰকালৰ কাৰণে পৰিৱেশ ধ্বংস হৈ যােৱা নাই। গতিকে গােটেই প্রক্রিয়াটো গতিশীল। বর্তমান উন্নত প্রযুক্তিৰ সময়ত চিন্তা কৰাৰ আৰু কাৰণ নাই। কিয়নাে ‘ছিউৱেজ ট্রিটমেন্ট প্লান্ট’ৰ জৰিয়তে জাবৰ পানী নিষ্কাসন কৰিও আমি চন্দ্ৰপুৰত পৰিৱেশ প্ৰদূষণৰ আশংকা দূৰ কৰিম।

গতিকে সকলাে সময়তে আমি ৰাইজক সহযােগ কৰিবলৈ আহ্বান জনাইছাে।উল্লেখ্য যে ৰাষ্ট্ৰীয় গ্রীণ ট্রিবিউনেলে নিষেধাজ্ঞা আৰােপ কৰা হেতুকে পৌৰ নিগমে বৰগাঁওস্থিত ডাম্পিং গ্রাউণ্ড পৰিত্যাগ কৰি যােৱা ২৮ জুনৰ পৰা চন্দ্ৰপুৰৰ তাপবিদ্যুৎ প্রকল্পস্থলীত আৱৰ্জনা পেলােৱা কাৰ্য আৰম্ভ কৰে। পৌৰ নিগমে বর্তমান ডাম্পিং গ্রাউণ্ডস্থলী অসম শক্তি উৎপাদন নিগম লিমিটেডৰ পৰা ২০১৯ৰ ২১ ছেপ্টেম্বৰত সম্পাদন হােৱা এক বুজাবুজিৰ চুক্তিৰ আধাৰত অধিগ্রহণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChandrapurGuwahati Municipal Corporation
publisher

publisher

Related Posts

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d