Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Polling Will be Held in 95 Constituencies in 12 States Tomorrow:কাইলৈ ভোট গ্ৰহণত ভাগ্য নিৰ্ণয় হ’ব

দেশৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰা কে'বাগৰাকী হাই প্ৰফাইল ৰাজনীতিকৰ

publisher by publisher
May 6, 2024
in India, News
Reading Time: 2 mins read
0
Polling Will be Held in 95 Constituencies in 12 States Tomorrow:কাইলৈ ভোট গ্ৰহণত ভাগ্য নিৰ্ণয় হ’ব
2
SHARES
18
VIEWS
ShareShareShareShare

Polling Will be Held in 95 Constituencies in 12 States Tomorrow:

দেওবাৰে নির্বাচনী প্ৰচাৰ অভিযানৰ অন্ত পৰাৰ পাছতে মঙলবাৰে সমগ্র দেশজুৰি মুঠ ১২খন ৰাজ্যৰ ৯৫টা সমষ্টিক সামৰি অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ পর্ব। লক্ষ্যণীয় যে অহা মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া ভোটগ্রহণক লৈ সমগ্র দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈছে ৷

ADVERTISEMENT

কিয়নো নিৰ্বাচনী ৰণত অৱতীৰ্ণ হোৱা কে’বা গৰাকী হাই প্ৰফাইল জ্যেষ্ঠ ৰাজনীতিকে নিয়ন্ত্ৰণ কৰি আহিছে দেশৰ ৰাজনীতি ৷ এই সকল ৰাজনীতিকৰে সাত মে’ত
ভাগ্য নিৰ্ণয় কৰিব ১২খন ৰাজ্যৰ ৯৫টা সমষ্টিৰ ভোটাৰে ৷তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ পর্বক লৈ উৎকণ্ঠাৰ মূলতেই হ’ল মঙলবাৰে ইভিএমত বন্দী হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ ৰাজনৈতিক ভবিষ্যৎ। একেদৰেই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনতে যুঁজত অৱতীর্ণ হ’ব মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহান, প্রাক্তন মুখ্যমন্ত্রী দিগ্বিজয় সিং, কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশী, ডিম্পল যাদৱ, সুপ্রিয়া ছুলেকে ধৰি কে’বাগৰাকীও জ্যেষ্ঠ ৰাজনীতিবিদ।

RelatedPosts

CRPF Established Day :মহানগৰীৰ সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত চিআৰপিএফৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

৮৮ মিনিট ধৰি মোদী-শ্বাহৰে ৰাহুল গান্ধীৰ ৰুদ্ধদ্বাৰ আলোচনাক লৈ ব্যাপক চর্চা

চলিত বৰ্ষত নিহত ১৪ পলিটব্যুৰ’ৰ সদস্য, মাওবাদী নির্মূলত অটল কেন্দ্র

উল্লেখ্য যে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত ১৩ মে’ত চতুর্থ পর্যায়, ২০ মে’ত পঞ্চম পর্যায়, ২৫ মে’ত ষষ্ঠ পর্যায় আৰু এক জুনত সপ্তম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। তাৰ পাছতে চাৰি জুনত ভোট গণনা কৰা হ’ব।

তৃতীয় পর্যায়ৰ নিৰ্বাচনৰ বাবে প্রস্তুতি সম্পূৰ্ণ হোৱা ৯৫টা সমষ্টিৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব ক্রমে অসম, কর্ণাটক, মধ্যপ্রদেশ, বিহাৰ, চত্তিছগড়, গোৱা, গুজৰাট, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ, দাদৰা আৰু নগৰ হাভেলি/দমনডিউ।

উল্লেখ্য যে গুজৰাটৰ গান্ধীনগৰ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অহা সাত মে’ত ৰাজনৈতিক ভাগ্য নির্ণিত হ’ব। উল্লেখ্য যে ক্রমাগতভাবে দ্বিতীয়বাৰলৈ গান্ধী নগৰত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা অমিত শ্বাহৰ বিৰুদ্ধে কংগ্রেছে সমষ্টিটোত প্রার্থিত্ব দিছে সোণাল পেটেলক। ২০১৯ৰ নিৰ্বাচনত কেন্দ্রীয় গৃহমন্ত্রীজনে কংগ্রেছ প্রার্থী চি জে ছাব্রাক ৫.৫৫ লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল।

ইফালে, মধ্যপ্ৰদেশৰ বিদিশা সমষ্টিত শিৱৰাজ সিং চৌহান, গুণা-শিৱপুৰী সমষ্টিত জ্যোতিৰাদিত্য সিন্ধিয়া আৰু ৰাজগড় সমষ্টিত ভাগ্য নির্ণয় হ’ব জ্যেষ্ঠ কংগ্রেছ নেতা দিগ্বিজয় সিঙৰ। আকৌ উত্তৰ প্ৰদেশত অনুষ্ঠিত হ’বলগীয়া নির্বাচনত নির্ণিত হ’ব মুলায়ম সিং যাদৱ পৰিয়ালৰ সদস্য ডিম্পল যাদৱ, আদিত্য যাদৱ আৰু অক্ষয় যাদৱৰ ভাগ্য। আকৌ মহাৰাষ্ট্ৰৰ বাৰামতি সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰৰ কন্যা সুপ্রিয়া ছুলে আৰু অজিত পাৱাৰৰ পত্নী সুনেত্রা পাৱাৰৰ ভাগ্য বন্দী হ’ব ইভিএমত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Aamit shahdimpal YadabLoksabha Election 2024Third Phase Poll
publisher

publisher

Related Posts

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d