Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen Garg :মাজনিশা হঠাৎ অসুস্থ কণ্ঠশিল্পী জুবিন গাৰ্গ

    Encroachment of reservoir land:জলাশয়ৰ ভূমি বেদখলৰে স্বগৃহলৈ পথ নিৰ্মাণ কৰিছে মন্ত্রী জয়ন্ত মল্লই

    366 places in Guwahati are highly sensitive to landslides:মহানগৰীত ৩৬৬টা স্থান ভূমিস্খলনৰ বাবে অতি স্পৰ্শকাতৰৰূপে চিনাক্ত

    Floods threatened in Middle Assam:কপিলীৰ গেট খুলিছে নীপকোৱে, মধ্য অসমত বানৰ আশংকা

    প্ৰচণ্ড বৰষুণত বিপর্যস্ত দিল্লী, মৃত্যু দুজনৰ! আহত বহুতো

    Waqf property:ৱাক্‌ফ সম্পত্তি ব্যৱহাৰ কৰিলেই মৌলিক অধিকাৰ সাব্যস্ত কৰাটো নুবুজায়: কেন্দ্র

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সপোনৰ দৰে সজাওক আপোনাৰ বেলকনিখন 

    সপোনৰ দৰে সজাওক আপোনাৰ বেলকনিখন 

    গৰমত আকর্ষণীয় হৈ থাকিবলৈ কৰক এইকেইটা কাম !

    এই আঁচনিত বিনিয়োগ কৰিলে পাব সুনিশ্চিত ৰিটাৰ্ণ

    আপোনাৰ শিশু সন্তানৰ হাতত ম’বাইল ফোন তুলি দিয়াৰ পূৰ্বে সাৱধান হওক!

    জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

    জানেনে চুলিকো ৰ’দত সুৰক্ষাৰ প্ৰয়োজন?

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    অনন্যা পাণ্ডেৰ দৰে ফিট হ’ব বিচাৰেনে? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Padmashri Birubala Rabha Passed Away:পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান

জি এম চি এইছত শেষ নিশ্বাস ত্যাগ বিৰুবালা ৰাভাৰ, ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত সম্পন্ন হ'ব পদ্মশ্ৰী বিৰুবালা ৰাভাৰ পাৰ্থিৱ শৰীৰ

publisher by publisher
May 13, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Padmashri Birubala Rabha Passed Away:পদ্মশ্ৰী বিৰুবালা ৰাভাৰ দেহাৱসান
1
SHARES
12
VIEWS
ShareShareShareShare

Padmashri Birubala Rabha Passed Away:

ADVERTISEMENT

অন্ধবিশ্বাসৰ বাবে আজীৱন যুঁজ দিয়া পদ্মশ্ৰী বিৰুবালা ৰাভাৰ পৰলোকপ্ৰাপ্তি।সোমবাৰে পুৱা ৯.২৩ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিৰুবালা ৰাভাই। উল্লেখ্য যে,বহুদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ শেহতীয়াকৈ তেওঁ চিকিৎসাধীন হৈ আছিল জিএম চিএইছত ।

RelatedPosts

Personal PSO: ব্যক্তিগত পিএছঅ দৰমহাৰ ক্ষেত্ৰত চৰকাৰে ব্যয় নকৰে ধন:মুখ্যমন্ত্ৰী

Union Minister Sarbananda Sonowal Visit Advantage Assam2.0: এডভান্টেজ আছাম ২.০-ত অন্তিম দিনাৰ সন্মিলনত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাৰ বিনিয়োগৰ ঘোষণা সৰ্বানন্দ সোণোৱালৰ

Inland water transport terminal opened at Jogighopa: যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

আজি পুৱা আই চি ইউতে মৃত্যু হয় ৷ মহিয়ষী নাৰী বিৰুবালা ৰাভাই যোৱা দুটা দশক ধৰি ৰাজ্যৰ কেতবোৰ অঞ্চলত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাসৰ বিৰুদ্ধে ৰাইজৰ মাজত সচেতনতা অনাৰ বা অহৰহ প্ৰচেষ্টাত আত্মনিয়োগ কৰিছিল ৷ একেদৰে, ডাইনী সন্দেহত যিসকল লোক আতিশয্যৰ সন্মুখীন হৈছিল সেইসকলক তেওঁ সহায় কৰিছিল ৷ এনে সাহসীমূলক কাৰ্যৰ বাবে ভাৰত চৰকাৰে ২০২১ চনত দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল।

birubala 2আনহাতে তেওঁক ২০০৮ চনত বীৰুবালা ৰাভাক মুম্বাইত ৰিলায়েঞ্চ ইণ্ডিয়া লিমিটেডৰ সম্বর্ধনা ৷২০১১ চনত সৰ্বেশ্বৰ দত্ত সোঁৱৰণী বঁটা ৷ ২০১৫ত দ্বাদশ উপেন্দ্রনাথ ব্রহ্ম মানৱতাৰ সৈনিক বঁটা ।২০১৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰদান কৰিছিল ডক্টৰেট ডিগ্ৰী ৷ ২০১৯ বর্ষত আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ৷ শেহতীয়াকৈ ২০২১ চনত বীৰুবালা ৰাভালৈ পদ্মশ্রী সম্মান ৷

পদ্মশ্ৰী বীৰুবালা ৰাভাই ১৯৫৪ চনত গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটা কৃষিজীৱী পৰিয়ালত জন্ম হৈছিল ৷ পঞ্চম শ্ৰেণীলৈকে অধ্যয়ন কৰাৰ পিছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল বীৰুবালা ৰাভাই। কণমানি কালৰে পৰা বিভিন্ন সামাজিক কামত ব্যস্ত থকাৰ মাজতে পৰৱৰ্তী সময়ত ২০০০ চনৰ জড়িত হৈ পৰে সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে ৰাইজক সচেষ্ট কৰি তোলা নানান কৰ্মত । প্ৰথম পদক্ষেপ হিচাপে নিজৰ জিলা গোৱালপাৰাৰ পৰা ডাইনী প্ৰথাৰ বিৰুদ্ধে নানান সভা পাতি ৰাইজক সজাগ কৰে ।গাঁৱে-ভূঞে গৈ অন্ধবিশ্বাসৰ বিৰুদ্ধে মানুহক সজাগ কৰাৰ চেষ্টা চলাইছিল।

birubala 3বিৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, ‘‘বৰেণ্য সত্তা বীৰুবালা ৰাভা বাইদেউৰ বিয়োগৰ বাতৰিত খুবেই মৰ্মাহত হৈছোঁ ৷ ডাইনী হত্যাক সমাজৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ নিৰৱচ্ছিন্নভাৱে অহোপুৰুষাৰ্থ কৰি অহা সমাজ সংস্কাৰক পদ্মশ্ৰী বীৰুবালা ৰাভা বাইদেউৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷’’

আনহাতে,পদ্মশ্ৰী সন্মানেৰে বিভূষিতা বীৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ ইৰাণ ভ্ৰমণৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “সমাজৰ অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে অদম্য মনোবল আৰু সাহসেৰে যুঁজ দি শ্ৰদ্ধাৰ বীৰুবালা ৰাভা বাইদেৱে নাৰীশক্তিৰ নিদৰ্শন দেখুৱাই থৈ গ’ল। পদ্মশ্ৰী সন্মানেৰে বিভূষিতা বাইদেউৰ সান্নিধ্যই যিকোনো পৰিস্থিতিকে নেওচি সমাজৰ হকে নিষ্ঠাৰে কাম কৰি যাবলৈ আমাক উদ্বুদ্ধ কৰিছিল। বাইদেউৰ দেহাৱসানৰ খবৰটো পাই অত্যন্ত মৰ্মাহত হৈছোঁ। অসমৰ সমাজ জীৱনৰ বাবে তেখেতৰ বিয়োগ এক অপূৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ আৰু শোকসন্তপ্ত আত্মীয়-স্বজনলৈ মোৰ গভীৰ সমবেদনা জনালোঁ।

আনহাতে ,প্ৰয়াত বিৰুবালা ৰাভাৰ শেষকৃত্যৰ কাম-কাজ তদাৰক কৰিবলৈ উদ্যোগ তথা বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু পৰ্যটন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী জিএমচিএইছত উপস্থিত হৈ বিৰুবালা ৰাভাৰ নশ্বৰ দেহত ৰাষ্ট্ৰীয় পতাকা ঢাকি দি ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধাজ্ঞলী জ্ঞাপন কৰে ৷ একেদৰে জিএমচিএইছ কৰ্তৃপক্ষও মহীয়সী নাৰী গৰাকীলৈ শেষ শ্ৰদ্ধাজ্ঞলীৰে শেষ বিদায় জনায় ৷

উল্লেখ্য যে,পদ্মশ্ৰী বীৰুবালা ৰাভা পাৰ্থিৱ শৰীৰ তেওঁ জন্মথলীলৈ নিয়া হ’ব ৷ তাতে গোৱালপাৰা জিলা প্ৰশাসনৰ তত্ত্বাৱধানত ৰাষ্টীয় মৰ্যদাৰে শেষ কৃত্য সম্পন্ন
হ’ব ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Viswa SarmaGMCHPadmashri Birubala Rabha Passed AwayUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

Zubeen Garg :মাজনিশা হঠাৎ অসুস্থ কণ্ঠশিল্পী জুবিন গাৰ্গ
News

May 22, 2025
Encroachment of reservoir land:জলাশয়ৰ ভূমি বেদখলৰে স্বগৃহলৈ পথ নিৰ্মাণ কৰিছে মন্ত্রী জয়ন্ত মল্লই
News

Encroachment of reservoir land:জলাশয়ৰ ভূমি বেদখলৰে স্বগৃহলৈ পথ নিৰ্মাণ কৰিছে মন্ত্রী জয়ন্ত মল্লই

May 22, 2025
366 places in Guwahati are highly sensitive to landslides:মহানগৰীত ৩৬৬টা স্থান ভূমিস্খলনৰ বাবে অতি স্পৰ্শকাতৰৰূপে চিনাক্ত
News

366 places in Guwahati are highly sensitive to landslides:মহানগৰীত ৩৬৬টা স্থান ভূমিস্খলনৰ বাবে অতি স্পৰ্শকাতৰৰূপে চিনাক্ত

May 22, 2025
Floods threatened in Middle Assam:কপিলীৰ গেট খুলিছে নীপকোৱে, মধ্য অসমত বানৰ আশংকা
News

Floods threatened in Middle Assam:কপিলীৰ গেট খুলিছে নীপকোৱে, মধ্য অসমত বানৰ আশংকা

May 22, 2025
প্ৰচণ্ড বৰষুণত বিপর্যস্ত দিল্লী, মৃত্যু দুজনৰ! আহত বহুতো
India

প্ৰচণ্ড বৰষুণত বিপর্যস্ত দিল্লী, মৃত্যু দুজনৰ! আহত বহুতো

May 22, 2025
Waqf property:ৱাক্‌ফ সম্পত্তি ব্যৱহাৰ কৰিলেই মৌলিক অধিকাৰ সাব্যস্ত কৰাটো নুবুজায়: কেন্দ্র
News

Waqf property:ৱাক্‌ফ সম্পত্তি ব্যৱহাৰ কৰিলেই মৌলিক অধিকাৰ সাব্যস্ত কৰাটো নুবুজায়: কেন্দ্র

May 22, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d