Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

    ‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

    চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

প্ৰচণ্ড বৰষুণত বিপর্যস্ত দিল্লী, মৃত্যু দুজনৰ! আহত বহুতো

publisher by publisher
May 22, 2025
in India, News
Reading Time: 1 min read
0
প্ৰচণ্ড বৰষুণত বিপর্যস্ত দিল্লী, মৃত্যু দুজনৰ! আহত বহুতো
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

Heavy Rain: শিলাবৃষ্টিৰ লগতে ধুমুহা। প্ৰাকৃতিক দুৰ্যোগৰ ফলত বিধ্বস্ত হৈ পৰিছে দেশৰ ৰাজধানীৰ বিস্তৃত অংশ । প্ৰচণ্ড গৰমৰ পাছত বুধবাৰৰ সন্ধিয়াৰ পৰা দিল্লী আৰু কাষৰীয়া অঞ্চলত বৰষুণ আৰম্ভ হয়।

ADVERTISEMENT

লগতে আৰম্ভ হয় ধুমুহা আৰু শিলাবৃষ্টি। ধুমুহাৰ ফলত লোধি পথ এলেকাত ভাঙি পৰে বিদ্যুতৰ খুঁটা। ঘটনাটোত এজন বিশেষভাৱে সক্ষম ব্যক্তিৰ মৃত্যু হয়।

আনহাতে ,উত্তৰ-পূব দিল্লীৰ গোকুলপুৰীত মূৰত গছ পৰি মৃত্যু হয় এজন ২২ বছৰীয়া যুৱকৰ। বুধবাৰৰ নিশালৈকে দিল্লীৰ বিভিন্ন অঞ্চলৰ পৰা কমেও ১১জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।

এই দুৰ্যোগৰ বাবে দিল্লী বিমানবন্দৰৰ সেৱাও ব্যাহত হৈ পৰে। দিল্লীত অৱতৰণ কৰিব নোৱাৰিলে কমেও ১৩খন বিমান।

সেইসকলো বিমান আন ঠাইলৈ ডাইভাৰ্ট কৰা হয়। তথ্য অনুসৰি ,১২খন বিমান ৰাজস্থানৰ জয়পুৰ বিমানবন্দৰলৈ ডাইভাৰ্ট কৰা হৈছে। দিল্লী অভিমুখী এখন আন্তঃৰাষ্ট্ৰীয় বিমান মুম্বাই বিমানবন্দৰত অৱতৰণ কৰে।

ইয়াৰ বাহিৰেও কম সময়ৰ ভিতৰতে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে দিল্লীৰ বিভিন্ন পথত পানী জমা হৈ পৰিছে। সৃষ্টি হৈছে যানযটৰ সমস্যা। দিল্লী আৰক্ষীয়ে দিল্লীবাসীক হাতত সময় লৈ ৰাজপথলৈ ওলাই আহিবলৈ পৰামৰ্শ দিয়ে।

দুৰ্যোগ আৰম্ভ হোৱাৰ পাছতে দিল্লী বিদ্যুৎ বিতৰণ কোম্পানীয়ে ৰাজধানীৰ কিছু অংশত বিদ্যুৎ সেৱা বন্ধ কৰি দিয়ে। সংস্থাটোৱে কয় যে এই সতৰ্কতামূলক ব্যৱস্থা বিদ্যুৎস্পৃষ্টৰ ফলত হোৱা দুৰ্ঘটনা ৰোধৰ বাবে কৰা হৈছে।

আনহাতে, শিলাবৃষ্টি আৰু ধুমুহাৰ ফলত দিল্লী মেট্ৰ’ৰ ওভাৰহেড লাইন ক্ষতিগ্ৰস্ত হয়।কিছুদিনৰ বাবে ৰাজধানীত মেট্ৰ’ সেৱা ব্যাহত হৈ পৰে।

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, বুধবাৰে বিয়লিৰ পৰা উত্তৰ দিল্লীৰ পৰা দক্ষিণ আৰু দক্ষিণ-পশ্চিম দিল্লীলৈ উলম্ব ডাৱৰ বিয়পি পৰিছে। ফলত কম সময়ৰ ভিতৰতে ৰাজধানীত ধাৰাসাৰ বৰষুণ হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DeathDELHIDELHI HEAVY RAINRain
publisher

publisher

Related Posts

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং
International

শতবর্ষ অতিক্রম কৰাৰ পাছতো ‘তৰুণ’ হৈ আছে লু ছিজেং

October 17, 2026
‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা
India

‘ককৰোচ জনতা পাৰ্টি’ৰ মুৰব্বী অভিজিৎ দিপকে গ্ৰেপ্তাৰ, শনিবাৰে পুৱা দিল্লী আৰক্ষীৰ ঘোষণা

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d