Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

366 places in Guwahati are highly sensitive to landslides:মহানগৰীত ৩৬৬টা স্থান ভূমিস্খলনৰ বাবে অতি স্পৰ্শকাতৰৰূপে চিনাক্ত

কৃত্রিম বানৰ প্ৰকোপ অদ্যাপি অব্যাহত

publisher by publisher
May 22, 2025
in Assam, News
Reading Time: 2 mins read
0
366 places in Guwahati are highly sensitive to landslides:মহানগৰীত ৩৬৬টা স্থান ভূমিস্খলনৰ বাবে অতি স্পৰ্শকাতৰৰূপে চিনাক্ত
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

Nepal:পুনৰ তিব্বতত হ্রদে ভাঙিলে পাৰ, সতর্কতা জাৰি নেপাল চৰকাৰৰ

Nepal Flood News update আগন্তুক ৭২ ঘণ্টাৰ ভিতৰত পুনৰ ভয়াৱহ আকস্মিক বানৰ শংকা

366 places in Guwahati are highly sensitive to landslides:

গুৱাহাটীকে ধৰি ৰাজ্যৰ কে’বাখনো জিলাত আগন্তুক এসপ্তাহলৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্রই সদৰী কৰাৰ পাছত বিশেষকৈ মহানগৰীৰ বিস্তৃত অঞ্চলৰ নাগৰিকে গভীৰ আশংকাত কটাবলগীয়া হৈছে। কৃত্রিম বানৰ সমান্তৰালকৈ সংশয় গভীৰ হৈছে ভূমিস্খলনৰো। কৃত্রিম বান আৰু ভূমিস্খলনৰ প্রকোপ আজিও মহানগৰীত গভীৰ হৈ ৰয়।

ADVERTISEMENT

কালি যি কৃত্রিম বানে মহানগৰীৰ বৃহৎ অঞ্চলক জুৰুলা কৰে, তাৰ প্ৰভাৱৰ পৰা আজিও মুক্ত নহ’ল কে’বাটাও অঞ্চল। উদাহৰণ স্বৰূপে ৰুক্মিণীগাঁও আৰু হাতীগাঁৱৰ কে’বাটাও উপ-পথ আজিও একাঁঠু গভীৰ পানীত বুৰ গৈ থাকে। তদুপৰি অনিল নগৰ, নবীন নগৰ, বেলতলাৰ ছার্ভে আদি অঞ্চল এনে অৱস্থাত আছে যে এজাক বৰষুণ হ’লেই মুহূৰ্ততে সৃষ্টি হ’ব পাৰে নাজল নাথল পৰিস্থিতিৰ।

ইয়াৰ মাজতে মহানগৰীৰ পাহাৰীয়া বহুকেইটা অঞ্চল ভূমিস্খলনৰ বাবে অতি স্পৰ্শকাতৰ হৈ পৰিছে। ইয়াৰ মাজতে ভূমিস্খলন অব্যাহতও আছে। মঙলবাৰে পুৱতি নিশা বৰাগাঁৱৰ নিজৰাপাৰৰ এটা পকী ঘৰৰ পাকঘৰৰ মজিয়া হঠাৎ খহি পৰে। ফলত পাকঘৰটো একপ্ৰকাৰ শূন্যত ওলমি ৰয়। সেই সময়ত পাকঘৰটোত কোনো নাছিল বাবে পৰিয়ালটোৰ লোকৰ কথমপি প্ৰাণৰক্ষা পৰে। হৃদয়ানন্দ কলিতা নামৰ লোকজনৰ ঘৰত সংঘটিত এই ঘটনাৰ পাছত সমগ্র অঞ্চলটোতে আতংকৰ সৃষ্টি হৈছে। তদুপৰি কলিতাৰ ঘৰটোৰ অন্যান্য কোঠাও যিকোনো মুহূৰ্তত খহি পৰাৰ আশংকা বৃদ্ধি হৈছে।

যোৱা তিনি বছৰত মহানগৰীৰ পাহাৰীয়া অঞ্চলত ২৫০তকৈয়ো অধিক ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। সা-সম্পত্তিৰ লগতে বহু লোকে এই ঘটনাত প্রাণ হেৰুৱাইছে। মহানগৰীৰ ৩৬৬টা স্থান অতি স্পর্শকাতৰৰূপে চিহ্নিত কৰা হৈছে। ইয়াৰ বিপৰীতে জিলা প্ৰশাসনৰ নিষ্ক্রিয়তাৰহে অভিযোগ উত্থাপিত হৈছে।

স্পৰ্শকাতৰ স্থানবোৰৰ ভিতৰত আছে ফটাশিলৰ পাঁচটা, গড়চুকৰ নটা, গোটানগৰৰ ছটা, হেঙেৰাবাৰীৰ ৩০টা, লংকেশ্বৰৰ দুটা, কাহিলিপাৰাৰ ২৫টা, কালাপাহাৰৰ সাতটা, নীলাচল পাহাৰৰ পাঁচটা, খানাপাৰাৰ ৩৩টা, খাৰঘুলিৰ ৩৭টা, কইনাধৰাৰ পাঁচটা, মালিগাঁৱৰ সাতটা, নৱগ্ৰহৰ ছটা, নৰকাসুৰ পাহাৰৰ ১৪টা, নাৰেংগীৰ ৩১টা, নুনমাটিৰ ৪০টা, শান্তিপুৰৰ ২০টা, শৰণীয়াৰ পাঁচটা, শুক্ৰেশ্বৰৰ এটা আৰু চূণচালিৰ ৭৭টা। গুৱাহাটীত মুঠ ১৯ খন পাহাৰ আছে। এই পাহাৰবোৰত থকা স্পৰ্শকাতৰ অঞ্চলৰ ৯৫ শতাংশই মানৱসৃষ্ট বুলি দুর্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্যত প্ৰকাশ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 366 places highly sensitiveHigh Alartkamrup{M}AdministrationLANDSLIDES
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d