Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Senimur Gaon:উন্নয়ন ? দিছপুৰৰ এখন গাঁৱৰ মৰ্মবেদনা

পথ নিৰ্মাণৰ দৰীত প্ৰখৰ ৰ'দত চৰকাৰ বিৰোধী ধর্ণা দিলে বহু পুৰুষ-মহিলাই, চৰকাৰ বাহাদুৰক আবেদন জনাই ভাগৰিল, মেৰামতি নহ'লে আগন্তুক পঞ্চায়ত নির্বাচন বর্জনৰ হুংকাৰ

publisher by publisher
May 14, 2024
in Uncategorized
Reading Time: 4 mins read
0
Senimur Gaon:উন্নয়ন ? দিছপুৰৰ এখন গাঁৱৰ মৰ্মবেদনা
5
SHARES
48
VIEWS
ShareShareShareShare

Senimur Gaon:

চেনিমূৰ…. ১৫১২ খ্রীষ্টাব্দতে স্থাপন হৈছিল সর্বদিশতে প্রকৃতিৰ আশীর্বাদপুষ্ট এই গাঁওখন। প্রচলিত ধাৰণা মতে, সেই সমস্তত্ব ডিমৰীয়াৰ ৰজাই অঞ্চলটোৰ ভূমিপুত্র কাৰ্বি জনজাতীয় লোকসকলক গাঁও গঠন কৰি বসবাস কৰাৰ বাবে সুবিধা কৰি দিছিল। আনকি ডিমৰীয়াৰ ৰজাই গাঁওখনত নিযুক্ত কৰিছিল এজান বৰবৰুৱাও। গাঁওখনৰ তিনিটা দিশ ঢাকি ৰাখিছে ভালেমান পাহাৰে। ইয়াৰ মাজতে আকৌ ভগৱান শিৱৰ ৰূপ বুলি বিশ্বাস কৰা এখন অপৰূপ সৌন্দর্যময় শিলাখণ্ডৰে গঠিত পাহাৰো আছে। চৌদিশে কেবল সেউজীয়া আৰু সেউজীয়া।

ADVERTISEMENT

PROTEST 1পিছে দিন যোৱাৰ লগে লগে একালৰ ডিমৰীয়া ৰজাৰ স্বপ্নৰ গাঁওখনলৈ সুদৃষ্টি পৰিহাৰ কৰিলে গণতান্ত্রিকভাবে নির্বাচিত ইখনৰ পাছত সিখনকৈ চৰকাৰে। ৰাজধানী দিছপুৰৰ কেই কিলোমিটাৰমান নিলগত সোণাপুৰৰ ডিগাৰু অঞ্চলত গাঁওখন। পিছে গাঁওবাসীৰ মনত এতিয়া গাঁওখনক লৈ গৌৰৱ কৰিবলৈ একোৱেই নাই। মুলত: উন্নয়নৰ দিশত গাঁওখন সর্বদিশতে পিছুপৰি ৰৈছে। পৰিস্থিতি এনে পর্যায়ত উপনীত হৈছে যে গাঁওখনত বসবাস কৰা পৰিয়ালসমূহৰ ঘৰলৈ এতিয়া আলহীও আহিব নোখোজে।

RelatedPosts

Road Block in kakapathar:পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তিনিচুকীয়াৰ কাকপথাৰত পথ অৱৰোধ

Chirang Incident: সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলৰ অভিযোগত আটক কৰাক লৈ চিৰাঙৰ ৰুনিখাতা উত্তেজনা পৰিস্থিতি

Nagaon HSLC Result:নগাঁৱৰ শিঙাৰী হাইস্কুলত শিক্ষক ১৭ জন, পৰীক্ষাৰ্থী ২৪ জন তথাপিও ফলাফল শূন্য

স্কুলৰ পৰা ঘৰত উপস্থিত হৈয়ে কণ কণ ছাত্র-ছাত্রীসকলে কন্দা-কটা কৰে। গাঁওখনত এনে ঘটনাও সংঘটিত হৈছে যে চিকিৎসালয়লৈ নিয়াৰ সময়ত পথতে কোনোএগৰাকী দুর্ভগীয়া মহিলাই সন্তান প্রসৱ কৰিবলগীয়া হৈছে।

যি সময়ত ৰাজ্য চৰকাৰে উন্নয়নৰ শ্ল’গান দি অসম এতিয়া উন্নতিৰ পথত বুলি ডিঙিৰ সিৰ ফুলাই উচ্চ-বাচ্য কৰি আহিছে, সেই সময়তে দিছপুৰ (বর্তমান ডিমৰীয়া) সমষ্টিৰ অন্তৰ্গত চেনিমূৰত প্ৰৱেশ কৰা মূল পথটোৰ চূড়ান্ত দুৰৱস্থাই উদঙাই দিছে দিছপুৰৰ উন্নয়নৰ শ্ল’গানে দাঁতিকাষৰীয়া এখন গাঁৱকে ধৰি এটা বৃহৎ অঞ্চলক স্পর্শ কৰিব নোৱৰাৰ বাস্তৱ প্রতিচ্ছবি। ডিগাৰু-নাৰেংগী সংযোগী পথৰ পৰা চেনিমূৰলৈ সোমাই যোৱা পথটোৰে কিছদূৰ গ’লেই আৰম্ভ হয় গাঁওখন। পিছে দিছপুৰ সমষ্টিৰ অন্তর্গত এই ঐতিহাসিক গাঁওখনত বসবাস কৰা মূলতঃ কার্বি আৰু আদিবাসী লোকসকলৰ বাবে এতিয়া চৰম দুৰ্ভাগ্যৰ কাৰণ হৈ পৰিছে মূল প্রবেশ পথটো।

PROTEST 2এজাক বৰষুণতে একাঁঠু পর্যন্ত বোকাময় হৈ পৰে মূল পথটো। বাৰিষা কালত পথটোৰ অৱস্থা ইমানেই তথৈবচ হয় যে গাড়ী-মটৰ চলাচল কৰাটো দুৰৈৰ কথা, খোজকাঢ়িও অহা-যোৱা কৰিব নোৱৰা পৰিস্থিতিৰ সৃষ্টি হয়। পথটোৰ এনে দুৰৱস্থাৰ বাবে গাঁওখনৰ কণ কণ ছাত্র-ছাত্রীসকলেও গাঁওখনৰ মূৰত থকা প্রাথমিক বিদ্যালয়খনলৈ যাবলৈ ইতস্ততঃ কৰে। আকৌ উচ্চ শিক্ষাৰ বাবে দাঁতিকাষৰীয়া অঞ্চলত থকা শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলেও স্কুলৰ পৰা আহি পথৰ দুৰৱস্থাৰ বাবেই ঘৰত পিতৃ-মাতৃৰ সম্মুখত কান্দিবলৈ ধৰে। বাৰিষা কালত পথটোৰ দুৰৱস্থাৰ বাবে ছাত্র-ছাত্রীসকলৰ পোছাক-পৰিচ্ছদ লেতেৰা হৈ পৰে। জোতা-ছেণ্ডেল পিন্ধি স্কুললৈ যাব নোৱাৰে। সেয়াই দুখ গাঁওখনৰ ভবিষ্যৎ প্রজন্মৰ।

গুৱাহাটীৰ দাঁতিকাষৰীয়া সোণাপুৰৰ এই গাঁওখনৰ দুর্দশাৰ বুজ ল’বলৈ চেনিমূৰত উপস্থিত হয় ‘দৈনিক অগ্রদূত’ৰ সাংবাদিক। গাঁওখনত থকা কার্বি সমাজৰ দেওশালৰ চৌহদত গাঁওখনৰ পথৰ দুৰৱস্থাকে ধৰি অন্যান্য অসুবিধাসমূহৰ বিষয়ে চৰকাৰ কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিবলৈ সমৱেত হয় অর্ধশতাধিক পুৰুষ-মহিলা। গাঁওখনৰ পৰম্পৰাগত বৰবাংথে (বৰুৱাকাংথে) লেনিন বৰুৱা ৰংহাঙৰ নেতৃত্বত নেতৃস্থানীয় লোকসকলে এফালৰ পৰা বর্ণনা কৰে স্বৰাজোত্তৰ কালছোৱাত দিছপুৰৰ প্ৰতিখন চৰকাৰে গাঁওখনক মাহীআইৰ দৃষ্টি নিক্ষেপৰ ধাৰাবাহিকতা। পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভোগা গাঁওবাসীয়ে নিজৰ সমস্যাৰ বর্ণনা দিবলৈ গৈ আজি চৰকাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভৰ বহিপ্রকাশ ঘটাই তেওঁলোকৰ গাঁওখনৰ মূল পথটোত সমবেত হৈ দীর্ঘ সময় ধৰি প্ৰখৰ ৰ’দত ধর্ণা কাৰ্যসূচীৰে প্রতিবাদ সাব্যস্ত কৰে।

গাঁওবাসীৰ এটাই দাবী চেনিমূৰৰ মূল পথটো যাতায়াতৰ বাবে উপযোগী কৰি তোলক। ‘আমাক ৰাস্তা লাগিবই’, ‘বিজেপি চৰকাৰ হায় হায়’, ‘স্থানীয় বিধায়কে চকু মেলক’ ইত্যাদি শ্ল’গান দি ক্ষুব্ধ ৰাইজে পৰিৱেশ উত্তাল কৰি তোলে।

৬৩ টা কার্বি পৰিয়াল আৰু পাঁচ শতাধিক আদিবাসী লোকে বসবাস কৰা গাঁওখনৰ বৰবাংথে বংহাঙে তীব্র ক্ষোভ প্ৰকাশ কৰি কয় যে তেওঁলোকে প্রতি বছৰে একমাত্র পথটো মেৰামতি কৰাৰ স্বাৰ্থতে ভোটদান কৰি আহিছে যদিও বিজয়ী হোৱাৰ পাছত কোনো এজন জনপ্রতিনিধিয়ে তেওঁলোকৰ মূল সমস্যাটো সমাধান নকৰে। এনে অৱস্থাত ভোটদানৰ প্ৰতিও অনীহা আহিছে গাঁওবাসীৰ।

BYTEবৰবাংথেই কয়, ‘যদি বাৰিষাৰ পূৰ্বে শীঘ্ৰে পথটো মেৰামতি কৰা নহয়, তেন্তে অহা অক্টোবৰত অনুষ্ঠিত হ’ব বুলি যো-জা চলোৱা পঞ্চায়ত নির্বাচন বর্জন কৰিব গাঁওবাসীয়ে।’ তেওঁ পুনৰ কয়, ‘এয়া চৰম দুর্ভাগ্যজনক কথা। অসমৰ প্ৰতিখন গাঁৱৰে পথসমূহ উন্নত কৰা হৈছে যদিও চেনিমূৰৰ বাসিন্দাসকলৰ প্ৰতি ৰজাঘৰীয়াৰ সহানুভূতি নাই।’

ইফালে, গাঁওখনৰ অন্যতম সমাজ সচেতক ব্যক্তি অজয় ইংতিয়ে কয়, ‘১৯৮৪ত এই পথটো গড়কাপ্টানী বিভাগলৈ হস্তান্তৰ কৰা হৈছিল। গাঁওবাসীয়ে ভাবিছিল গড়কাপ্টানী বিভাগে পথটো মেৰামতি কৰিব; কিন্তু আজিলৈকে বহুবাৰ অনুনয়-বিনয় কৰাৰ পাছতো পথটো মেৰামতি নহ’ল। এই পথটো এতিয়া আমাৰ বাবে ভালুকৰ সাঙীহে হৈছে।

পঞ্চায়ত কর্তৃপক্ষক পথটো মেৰামতিৰ কথা ক’লে তেওঁলোকে কয় যে গড়কাপ্টানী বিভাগে নল’লে তেওঁলোকে কৰিব পাৰিলেহেঁতেন। পথটো গড়কাপ্টানী বিভাগৰহে বাবে আন কোনেও পথটো মেৰামতি নকৰে। এতিয়া আমাৰ ভাব হৈছে বৰ্তমানৰ লোকনির্মাণ বিভাগটোৰ পৰিৱৰ্তে এই পথটো গাঁৱলীয়া পথ হৈ থকাই ভাল আছিল।’

গাঁওখনৰ আন এজন সমাজ সচেতক ব্যক্তি সঞ্জীব কেলেডে স্থানীয় বিধায়ক অতুল বৰাই বিগত বছৰ বাৰে বাৰে পথটো মেৰামতিৰ প্রতিশ্রুতি দি অহাৰ কথা উনুকিয়াই তীব্র ক্ষোভ প্রকাশ কৰি দিছপুৰৰ চৰকাৰখনক উদ্দেশি কয়, ‘আমাক কার্বিসকলক হিমন্ত বিশ্ব শর্মা চৰকাৰে বেয়া পায় নেকি? আমি বেয়া নেকি? বিজেপি চৰকাৰৰ বাবে আমি ইমানেই বেয়া হৈ পৰিলো নে যে আমাৰ ৰাষ্ট্ৰটোও নিৰ্মাণ কৰি নিদিয়ে। যদি আমাক বেয়া পায়, প্রতিবাৰে আমাৰ ভোট বিচাৰি কিয় আছে? কিয় বাৰে বাৰে আমাক ভুৱা প্রতিশ্রুতি দিয়ে।

আমাৰ বিধায়কজনক কে’বাবাৰো আবেদন জনাইছিলো; কিন্তু সকলো অসাৰ। গাঁৱৰ ক্লাব ঘৰৰ সন্মুখৰ গছৰ তলত বহি তেওঁ মিটিং কৰে আৰু ঘোষণা কৰে যে এইবাৰ ৰাস্তাটো হ’বই। পিছে নির্বাচন পাৰ হ’লে এইফালে আৰু তেওঁৰ চকু দিয়াৰ সময় নাই।’

উল্লেখ্য যে পথটোৰ চূড়ান্ত দুৰৱস্থাৰ বাবে বিগত বছৰ বছৰ ধৰি গাঁৱৰ ৰাইজে সাধ্যানুসাৰে প্ৰতিঘৰৰ পৰা পইচা সংগ্ৰহ কৰি নিজাকৈ মাটি পেলাই মেৰামতি কৰি লয়। পিছে বাৰিষা কালত বৰষুণৰ পানীয়ে পথটোবে যাতায়াত বিপর্যস্ত কৰি তোলে। গাঁওখনৰ জ্যেষ্ঠ আৱাসী বিপুল তাৰ’ৱে কয়, ‘আমি বছৰে বছৰে প্রতিবাদ কৰি আহিছো।

বাৰিষা কালতহে ৰাস্তাটোৰ আচল রূপ দেখিবলৈ পোৱা যায়। মন্ত্রী-বিধায়কৰে ভৰি থকা দিছপুৰৰ পৰা আমি তেনেই ওচৰতে আছো; অথচ আজিলৈকে আমাৰ গাঁওখনলৈ তেওঁলোকৰ সুদৃষ্টি নপৰিল। চৰকাৰখনে কেবল গাঁৱৰ উন্নয়ন হৈছে বুলি ঢাক-ঢোল বজাই থাকে যদিও চৰকাৰৰ এই শ্ল’গানৰ তিলমানো প্রভাৱ পৰা নাই আমাৰ গাঁৱত। আমাৰ দুৰ্ভাগ্য যে পথটোৰ দুৰৱস্থাৰ বাবে আমাৰ গাঁওখনলৈ ১০৮ এম্বুলেন্সো নাযায়।

গাঁৱৰ পৰা সংকটজনক ৰোগীকো ঠেলাত উঠাইহে নাৰেংগী-ডিগাৰু সংযোগী পথলৈ উলিয়াই আনিব লাগে। আমি দাবী জনাইছো, আমাৰ পথটো নিৰ্মাণ কৰি দিয়ক, অন্যথা আমি ৰাজপথ অৱৰোধৰ দবে প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰিম।’

১৩০০ খ্রীষ্ট্রব্দতে স্থাপিত অর্থাৎ ১৯৯৪ত পুনর্নির্মাণ হোৱা শ্রীশ্রীবৰছিলা বাবাৰ দেওশাল প্রাংগণত সমবেত ক্ষুব্ধ মহিলাসকলেও পথটোৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগি অহাৰ  কথা ব্যক্ত কৰি কয় যে পথৰ দুৰৱস্থাৰ বাবে ল’ৰা-ছোৱালীয়ে বিদ্যালয়লৈ অহা-যোৱা কৰাতো অসুবিধা হৈছে। পথটো যদি মেৰামতি কৰি নিদিয়ে, অহাবাৰ ভোট বর্জনবো হুংকাৰ দিয়ে মহিলাসকলে।

গাঁওখনৰ এগৰাকী সৰবৰহী মহিলাই কয়, ‘এক-ডেৰ কিলোমিটাৰ দূৰত্বৰ পথ আমি ল’ৰাক এখন হাতেৰে কোলাত লৈ আনখন হাতেৰে বেগটো দাঙি বিদ্যালয়লৈ থ’বলৈ আহিব লাগে। গাঁওখনত বেমাৰ-আজাৰ হ’লে এম্বলেন্সো নোসোমায়। কিছুদিন আগত এগৰাকী গর্ভৱতী মহিলাক এনেদৰে হাস্পতাললৈ নিয়াৰ বাবে এম্বুলেন্সত উঠাবলৈ গাঁৱৰ মূৰলৈ কঢ়িয়াই অনাৰ সময়তে পথতে মহিলাগৰাকীয়ে সন্তান প্রসৱ কৰিছিল।’

গাঁওখনৰ বাসিন্দা জয়ন্ত তাৰাই তীব্র ক্ষোভ প্ৰকাশ কৰি কয় যে তেওঁলোকে চৰকাৰক বাৰে বাৰে আবেদন জনাইছে যদিও তেওঁলোকৰ দাবীলৈ কাণসাৰ নাই চৰকাৰৰ। উল্লেখ্য যে ডিগাৰু গাঁও পঞ্চায়তৰ অধীনস্থ এই গাঁওখনৰ বাসিন্দাসকল মূলতঃ কৃষিকৰ্মৰে জড়িত। কিছু সংখ্যক লোকে দিনহাজিৰা কৰিও পৰিয়াল পোহপাল দিয়ে। আদিবাসী সম্প্রদায়ৰ লোকসকলে আকৌ দাঁতিতে থকা আমচাং বাগিচাত চাহ শ্রমিকৰূপে কাম কৰে। গাঁওবাসীয়ে তেওঁলোকৰ গাঁৱলৈ যোৱা পথটো বিষ্ণু বড়ো পথ বুলি নামাংকিত কৰিছে।

উল্লেখ্য যে গাঁওখনত প্ৰৱেশৰ স্থানতে আছে গাঁওখনৰ একমাত্ৰ চৰকাৰী অনুষ্ঠান আমচাৎ প্রাথমিক বিদ্যালয় (চেনিমুৰ )। সোণাপুৰ থানাৰ অন্তৰ্গত এই গাঁওখন সর্বদিশতে অনগ্ৰসৰ।

দিছপুৰৰ গাতে লাগি থকা এই অতি পুৰণি গাঁওখনৰ একমাত্র পথটোৰ দুৰৱস্থাৰ বাবে বাৰিষা কালত গাঁৱৰ পুৰুষ- মহিলা, শিশু সকলোৱে কান্দিবলগীয়া হোৱা পৰিস্থিতিৰ বাবে জগৰীয়া কোন, সেয়া চিন্তনীয়। যি সময়ত ৰাজ্য চৰকাৰে গাঁৱৰ উন্নয়নত অগ্রাধিকাৰ দিছে, সেই সময়তে গুৱাহাটীৰ দাঁতিকাষৰীয়া সোণাপুৰৰ এই গাঁওখনৰ একমাত্র পথটোৰ জৰাজীর্ণ অৱস্থাই উন্মোচিত কৰিছে ৰাজ্যৰ গ্রামাঞ্চলৰ প্ৰকৃত প্রতিচ্ছবি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Damage RoadDimoriaPublic ProtestSenimur Gaon
publisher

publisher

Related Posts

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d