Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Domestic Deposits Declined by Rs 900,000 Crore in Three Yearsতিনি বছৰত ঘৰুৱা জমাৰ পৰিমাণ ন লাখ কোটি টকা হ্রাস

দেশত মূল্যবৃদ্ধিৰ প্রকোপৰ মাজতে আন এক উদ্বেগজনক তথ্য

publisher by publisher
May 16, 2024
in India, News
Reading Time: 2 mins read
0
Domestic Deposits Declined by Rs 900,000 Crore in Three Yearsতিনি বছৰত ঘৰুৱা জমাৰ পৰিমাণ ন লাখ কোটি টকা হ্রাস
2
SHARES
17
VIEWS
ShareShareShareShare

Domestic Deposits Declined by Rs 900,000 Crore in Three Years:

ADVERTISEMENT

অত্যাৱশ্যকীয় সামগ্ৰীৰ চ’ৰা দামে প্রায় সকলো স্তৰৰ নাগৰিকৰ জীৱনযাত্রা জটিল কৰি তোলাৰ সময়তে আন এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। যোৱা তিনি বছৰত বেংকত গৃহস্থী জমা ধন (হাউছ হ’ল্ড ছেভিঙছ)ৰ পৰিমাণ বৃহৎ হাৰত হ্রাস পায়।

RelatedPosts

Government Revenue From Liquor is Expected To Rise To Rs 4,000 Crore:সুৰাৰ পৰা চৰকাৰৰ ৰাজহ সংগ্ৰহ চাৰি হেজাৰ কোটিলৈ বৃদ্ধিৰ সম্ভাৱনা

India Has a Turnover Of Rs 50,000 Crore On Dhanteras:ধনতেৰছত দেশত ৫০ হেজাৰ কোটি টকাৰ ব্যৱসায় !

এই তথ্য প্রকাশ কৰিছে কেন্দ্ৰীয় পৰিসংখ্যা আৰু কর্মসূচী ৰূপায়ণ মন্ত্রণালয়ে। বেংক একাউন্টত গৃহস্থী বা ঘৰুৱা জমাক লৈ পৰিসংখ্যা আৰু কৰ্মসূচী মন্ত্রণালয়ে প্রকাশ কৰিছে ৰাষ্ট্ৰীয় একাউন্ট পৰিসংখ্যা ২০২৪। এই একাউন্ট পৰিসংখ্যাৰ জৰিয়তে পোহৰলৈ অহা মতে, বিগত তিনি বছৰত বেংক একাউণ্টত গৃহস্থী জমাৰ পৰিমাণ ন লাখ কোটি টকা হ্রাস পায়। এই তিনিটা বছৰ হৈছে ২০২০-২১ৰ পৰা ২০২২-২৩ৰ বছৰকেইটা।

উক্ত সময়ছোৱাত বেংকত গৃহস্থী জমাৰ পৰিমাণ এই উদ্বেগজনক হাৰত হ্রাস পায়। পৰিসংখ্যা আৰু কৰ্মসূচী ৰূপায়ণ মন্ত্রণালয়ৰ তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বর্ষত বেংকত গৃহস্থী জমাৰ পৰিমাণ আছিল ২৩.২৯ লাখ কোটি টকা। উক্ত বিত্তীয় বৰ্ষৰ পৰাই গৃহস্থী জমাৰ পৰিমাণ হ্রাস পাই আহি ২০২২-২৩ বিত্তীয় বর্ষত ১৪.১৬ লাখ কোটি টকা হয়।

২০২১-২২ত এনে জমাৰ পৰিমাণ আছিল ১৭.১৩ লাখ কোটি টকা। অর্থাৎ তিনিটা বছৰৰ ভিতৰতে গৃহস্থী জমাৰ পৰিমাণ ন লাখ কোটি টকা হ্রাস পায়। গৃহস্থী জমাৰ এনে হ্রাস বিগত পাঁচ বছৰৰ সৰ্বাধিক।

অৱশ্যে যোৱা সময়ছোৱাত দেশত মিউচুৱেল ফাণ্ডত হোৱা বিনিয়োগে আশাৰ সঞ্চাৰ কৰিছে। ২০২০-২১ বিত্তীয় বৰ্ষত মিউচুৱেল ফাণ্ডত মুঠ ৬৪, ০৮৪ কোটি টকা বিনিয়োগ হৈছিল। ২০২২-২৩ বিত্তীয় বর্ষত এই বিনিয়োগৰ পৰিমাণ ১.৭৯ লাখ কোটি টকালৈ বৃদ্ধি পায়।

একেদৰে শ্বেয়াৰ আৰু ডিবেনচাৰত গৃহস্থী বিনিয়োগৰ পৰিমাণ বৃদ্ধি পাইছে। বিগত তিনিটা বিত্তীয় বর্ষ তথা ২০২০-২১ৰ পৰা ২০২২-২৩লৈ শ্বেয়াৰ আৰু ডিবেনচাৰত গৃহস্থী বিনিয়োগ ২.০৬ লাখ কোটি টকালৈ বৃদ্ধি পায়। ২০২০-২১৩ এনে গৃহস্থী বিনিয়োগৰ পৰিমাণ ১.০৭ লাখ কোটি টকা আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 000 CroreDeclined BY 900Domestic DepositesMutual Fund
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d