Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

India’s Imports Increase Worryingly:ভাৰতৰ আমদানি উদ্বেগজনকভাৱে বৃদ্ধি

অক্টোবৰত আমদানি ১২.৩ শতাংশলৈ বৃদ্ধি, বাণিজ্যিক ঘাটিৰ পৰিমাণ অভিলেখ ৩১.৪৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি, স্তিমিত হৈছে ৰপ্তানি-বাণিজ্য ,বিপদ মাতিছে অর্থনীতিলৈ

publisher by publisher
November 18, 2023
in India
Reading Time: 2 mins read
0
India’s Imports Increase Worryingly:ভাৰতৰ আমদানি উদ্বেগজনকভাৱে বৃদ্ধি
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

India’s Imports Increase Worryingly:

ভাৰতৰ অৰ্থনীতিক যি সময়ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰূপে গঢ়ি তুলিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে সেই সময়তে এই ক্ষেত্ৰত কঠিন প্রত্যাহ্বান কঢ়িয়াই আনি দেশৰ ব্যবসায়িক সামগ্ৰীৰ বাণিজ্যিক ঘাটি বৃদ্ধিয়ে অভিলেখ সৃষ্টি কৰিছে।

ADVERTISEMENT

কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি যোৱা অক্টোবৰত দেশত বাণিজ্যিক ঘাটি ৩১.৪৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। অথচ দেশৰ অৰ্থনীতিবিদসকলে ঠাৱৰ কৰিছিল যে যোৱা মাহত দেশৰ বাণিজ্যিক ঘাটি ২০.৫০ বিলিয়ন ডলাৰৰ ভিতৰতে সীমাবদ্ধ থাকিব; কিন্তু অর্থনীতিবিদসকলে আশা কৰাতকৈ ভাৰতৰ বাণিজ্যিক ঘাটি বহুলাংশে ঊর্ধ্বগামী হৈছে।

উল্লেখ্য যে যোৱা মাহত ভাৰতৰ ব্যৱসায়িক সামগ্ৰীৰ ৰপ্তানিৰ পৰিমাণ আছিল ৩৩.৫৭ বিলিয়ন ডলাৰ; কিন্তু এই সময়ছোৱাত আমদানিৰ পৰিমাণ বৃদ্ধি পাইছে ৬৫.০৩ বিলিয়ন ডলাৰলৈ। আনহাতে, যোৱা বছৰ অক্টোবৰত দেশৰ আমদানিৰ পৰিমাণ ৫৭.১১ বিলিয়ন ডলাৰৰ বিপৰীতে ৰপ্তানিৰ পৰিমাণ আছিল ৩১.৬০ বিলিয়ন ডলাৰ ।

কেন্দ্রীয় বাণিজ্য মন্ত্রণালয়ে প্ৰকাশ কৰা তথ্য মতে, যোৱা অক্টোবৰৰ ভিতৰত দেশলৈ সোণৰ আমদানি ৯৫ শতাংশ বৃদ্ধি পাইছিল। সোণৰ আমদানিৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধিৰ এই হাৰে ভাৰতৰ বাণিজ্যিক ঘাটিৰ পৰিমাণ দ্ৰুতগতিত ঊর্ধ্বগামী হোৱাত অৰিহণা যোগাইছে।

বাণিজ্য মন্ত্রণালয়ৰ সূত্ৰ মতে, যোৱা অক্টোবৰত ভাৰতৰ সোণৰ আমদানিৰ মূল্য আছিল ৭.২৩ বিলিয়ন ডলাৰ। উল্লেখ্য যে পোহৰৰ উৎসৱ দীপাৱলীকে ধৰি সামগ্রিকভাৱে উৎসৱৰ বতৰত দেশত বৃদ্ধি পাইছে সোণৰ চাহিদা ৷ সোণ বিক্ৰীৰ পৰিমাণ বৃদ্ধিৰ লগে লগে ঊর্ধ্বগামী হৈছে সোণ আমদানিৰ গ্ৰাফডাল ।

বিগত ১৩টা মাহত ভাৰতৰ আমদানিৰ পৰিমাণ সর্বাধিক দ্রুতগতিত অর্থাৎ ১২.৩ শতাংশ হাৰত বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে অক্টোবৰলৈকে ভাৰতৰ ৰপ্তানি বাণিজ্যৰ পৰিমাণ বিগত ১১টা মাহত মাথোঁ ৬.২ শতাংশলৈহে বৃদ্ধি পাইছে, যাৰ পৰিমাণ ৩৩.৬ বিলিয়ন মার্কিন ডলাৰ।

সংবাদ সংস্থাই প্ৰকাশ কৰা মতে, ভাৰতৰ আমদানি বাণিজ্যৰ গতি তীব্ৰতৰ হোৱা সত্ত্বেও চৰকাৰে কেৱল ৰপ্তানি বাণিজ্যৰ ওপৰতহে গুৰুত্ব প্ৰদানৰ পোষকতা কৰিছে আৰু আমদানি বৃদ্ধি পোৱাৰ বাবে মূলতঃ বিশ্ব বাণিজ্যৰ কেন্দ্ৰসমূহক দোষাৰোপ কৰিছে। যাৰ ফলত ভাৰতীয় অর্থনীতি টনকিয়াল কৰিব পৰা ৰপ্তানি বাণিজ্যৰ লেহেম গতিৰ বিষয়টো ভাৰতীয় অৰ্থনীতিৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে।

আত্মনিৰ্ভৰ ভাৰতৰ সফলতা কোন দিশে :

সর্বক্ষেত্ৰতে বিদেশৰ ওপৰত ভৰসা কৰাৰ পৰিৱৰ্তে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ শ্ল’গান দিয়া ভাৰত চৰকাৰে চীনৰ স’তেও বাণিজ্যিক সম্পৰ্ক পূৰ্বতকৈ উন্নত কৰিছিল যদিও বিগত বিত্তীয় বৰ্ষত চীনৰ স’তেও ৰপ্তানি বাণিজ্যৰ পৰিমাণ হ্ৰাস পাইছে।

কেন্দ্রীয় বাণিজ্য মন্ত্রণালয়ে প্রকাশ কৰা তথ্য মতে, ২০২২-২৩ত চীনলৈ ভাৰতৰ ৰপ্তানি প্ৰায় ২৮ শতাংশ হ্রাস পাই ১৫.৩২ বিলিয়ন ডলাৰলৈ অৱনমিত হৈছিল। ইয়াৰ বিপৰীতে বিগত বৰ্ষত চীনৰ স’তে আমদানিৰ পৰিমাণ ৪.১৬ শতাংশ বৃদ্ধি পাই ১৮.৫১ বিলিয়ন ডলাৰৰ ধনৰ ব্যৱসায় হৈছে।

পৰিসংখ্যা মতে, ২০২১-২২ত বাণিজ্যিক ব্যৱধান ৭২.১১ বিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে ২০২৩ত বাণিজ্যিক ব্যৱধানৰ হাৰ অভিলেখসংখ্যক ৮৩.২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে । উল্লেখ্য যে বিগত বৰ্ষত চীনৰ স’তে দ্বিপাক্ষিক বাণিজ্যৰ হাৰ তুলনামূলকভাৱে ১.৫ শতাংশ অর্থাৎ ১১৩.৮৩ বিলিয়ন ডলাৰলৈ নিম্নগামী হৈছে।

২০২১-২২ত এই হাৰ আছিল ১১৫.৪২ বিলিয়ন ডলাৰ। ইফালে, চলিত ২০২৩ত আমেৰিকাৰ সু’তে দ্বিপাক্ষিক বাণিজ্যৰ হাৰ আছিল ১২৮.৫৫ বিলিয়ন ডলাৰ। অৰ্থাৎ ২০২৩৩ চীনৰ তুলনাত দ্বিপাক্ষিক বাণিজ্যৰ দিশেৰে ভাৰতৰ বাবে আমেৰিকাহে অধিক বিশ্বস্ত বাণিজ্যিক বন্ধুৰূপে চিহ্নিত হোৱাৰ পথত আগবাঢ়িছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Increase WorryinglyIndia's Imports
publisher

publisher

Related Posts

২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা
India

September 29, 2026
India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান
India

এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

September 29, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d