Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Recession in Trade:মন্দা হৈছে ব্যৱসায়-বাণিজ্য !

Recession in Trade:মন্দা হৈছে ব্যৱসায়-বাণিজ্য ! মজলীয়া ব্যৱসায়ীৰ হাহাকাৰ,উচ্চহাৰত কৰ , মুদ্ৰাস্ফীতিৰ বিপৰীতে চৰকাৰী আঁচনিয়ে নলয় সামৰি , চাৰি জুনত আহিব লগা কেন্দ্ৰৰ নতুন চৰকাৰলৈ আশা

publisher by publisher
May 16, 2024
in India, News
Reading Time: 3 mins read
0
Recession in Trade:মন্দা হৈছে ব্যৱসায়-বাণিজ্য !
1
SHARES
10
VIEWS
ShareShareShareShare

Recession in Trade:

নিত্য-ব্যৱহাৰ্য বয়-বস্তুৰ সঘন মূল্যবৃদ্ধি, উচ্চ হাৰৰ কৰ আদিয়ে মজলীয়া ব্যৱসায়ীসকলক একপ্ৰকাৰ দিশহাৰা কৰিছে। মন্দা হৈছে ব্যৱসায়-বাণিজ্য। বিগত সময়ত কেন্দ্ৰীয় চৰকাৰে দেশৰ উদ্যোগ তথা ব্যৱসায়-বাণিজ্যৰ দ্রুত উন্নয়নৰ উদ্দেশ্যে বিভিন্ন অভিলাষী আঁচনি-পৰিকল্পনা ৰূপায়ণ কৰে যদিও এনে আঁচনি-পৰিকল্পনাসমূহে মজলীয়া ব্যৱসায়ীসকলক সামৰি নল’লে। চহকী ব্যৱসায়ী তথা ডাঙৰ উদ্যোগীসকলকহে এইসমূহে লাভান্বিত কৰিছে।

ADVERTISEMENT

rECESSION IN TRADE 2স্বাভাৱিকতে দৰিদ্ৰ লোকৰ বাবে ৰূপায়িত আঁচনিসমূহৰ সুবিধাও মজলীয়া ব্যৱসায়ীসকলে লাভ নকৰে। ইয়াৰ বিপৰীতে জিএছটিকে ধৰি বিভিন্ন কৰ-কাটলৰ হাৰ উচ্চ হৈছে। খাদ্য-সামগ্রী, ঔষধ আদিৰ মূল্যও বৃহৎ হাৰত বৃদ্ধি পাইছে। এনে নেতিবাচক কাৰকসমূহে মজলীয়া ব্যৱসায়ীসকলকো সংকটলৈ ঠেলি দি দিশহাৰা কৰিছে। বিভিন্ন সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত বয়বস্তুৰ ক্রেতাও হ্রাস পাবলৈ ধৰিছে। সীমিত আয় তথা নিম্নবিত্তসকলে অত্যন্ত প্রয়োজনতহে সামগ্রী ক্ৰয় কৰিবলৈ লৈছে।

RelatedPosts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে পুণৰ ল’ব ঋণ !

আধাৰ কাৰ্ড থাকিলেই হ’ল, সহজে পাব ক্ষুদ্ৰ ঋণ 

NARENDRA MODI:মোদীৰ ১০ বছৰীয়া শাসনত দেশৰ বিভিন্ন বেংকে হেৰুৱালে ১৪ লক্ষ কোটি

তদুপৰি বহুতে অনলাইনত সামগ্রী ক্ৰয়ৰ অভ্যাস গঢ়ি তুলিছে। ইয়াৰ প্রভাৱ মধ্যম স্তৰৰ ব্যৱসায়ীসকলৰ ওপৰত বাৰুকৈয়ে পৰিছে। ব্যৱসায় মন্দা হোৱাত হতাশাই আগুৰি ধৰিছে বহুতকে। এনে অৱস্থাতো মজলীয়া ব্যৱসায়ীসকল উপকৃত হ’ব পৰাকৈ আঁচনি ৰূপায়ণ কৰাৰ পৰা চৰকাৰ বিৰত থাকে। চৰকাৰে বৃহৎ উদ্যোগী তথা ধনী ব্যৱসায়ীসকলকহে সন্তুষ্ট কৰি ৰখাৰ যত্ন কৰে। অথচ দেশৰ অৰ্থনীতিৰ বৃহৎ চালিকা শক্তি হৈছে মজলীয়া ব্যৱসায় বা উদ্যোগ খণ্ড।

এই খণ্ডটোরে যুৱক-যুৱতীৰ সংস্থাপনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা কৰি আহিছে। দেশত ৰেলৱেৰ পাছতে দ্বিতীয় সর্বাধিক নিয়োগ সম্পন্ন হয় মজলীয়া ব্যৱসায় বা উদ্যোগ খণ্ডত। তৎসত্ত্বেও খণ্ডটোৰ প্রতি বিগত সময়ত চৰকাৰৰ একপ্ৰকাৰ অনীহাৰ ভাবহে প্রকট হৈ উঠে।

এনে চৰকাৰী অনীহাৰ বাবে খণ্ডটোৰ স’তে জড়িত ব্যৱসায়ীসকলে অহা চাৰি জুনত কেন্দ্রত গঠন হ’বলগীয়া নতুন চৰকাৰলৈ উদগ্ৰীৱতাৰে অপেক্ষা কৰিছে। এনে ব্যৱসায়ীসকলৰ আশা নতুন চৰকাৰে তেওঁলোকৰ সমস্যা সমাধানৰ বাবে ফলপ্রসূ পদক্ষেপ গ্রহণ কৰিব।

দেশৰ বিভিন্ন স্থানৰ দৰে অসমতো মজলীয়া উদ্যোগ তথা ব্যৱসায় খণ্ডৰ ব্যৱসায়ীসকল জটিল সমস্যাৰ সন্মুখীন হৈছে। ব্যবসায় মন্দা হৈ অহাত সংকটৰ সন্মুখীন হৈছে বহু ব্যৱসায়ী। বিভিন্ন আঁচনি ঘোষণা কৰি বাঃ বাঃ লোৱা চৰকাৰৰ বিৰুদ্ধে বহুজনে ক্ষোভো প্রকাশ কৰিছে।

একাংশ মাৰোৱাৰী আৰু বাঙালী সম্প্ৰদায়ৰ ব্যৱসায়ীয়ে অভিযোগ কৰে যে মজলীয়া ব্যৱসায়ীসকলক চৰকাৰে সম্পূৰ্ণৰূপে আওকাণ কৰি আহিছে। বিগত কৰ’না মহামাৰীৰ সময়তো মজলীয়া ব্যৱসায়ীসকলে চৰকাৰৰ পৰা কোনো সহায় নোপোৱাৰো অভিযোগ উত্থাপিত হৈছে। চৰকাৰী অৱহেলা-আওকণীয়া স্থিতিয়ে সৃষ্টি কৰা প্রতিকূল পৰিৱেশৰ বাবে ব্যৱসায় পৰি অহা বুলি অভিযোগ কৰি ৰূপচান্দ কর্ণানি নামৰ এজন ব্যৱসায়ীয়ে কয়, ‘চৰকাৰে উদ্যোগীকৰণত গুৰুত্ব আৰোপ কৰিছে; কিন্তু মজলীয়া খণ্ডৰ ব্যৱসায়ৰ উন্নয়ন হোৱা নাই।

এই খণ্ডৰ ব্যৱসায়ৰ বাবে চৰকাৰে কোনো আঁচনি মুকলি কৰা নাই।’ এনে অৱস্থা অব্যাহত থাকিলে দেশৰ অৰ্থনীতিৰ ওপৰতে অশুভ প্রভাৱ পৰাৰো তেওঁ আশংকা কৰে। অল ইণ্ডিয়া মাৰোৱাৰী ফেডাৰেছনৰ শিৱসাগৰ জিলাৰ সচিবৰূপেও দায়িত্ব পালন কৰি থকা ব্যবসায়ীজনে সাংবাদিকৰ আগত আৰু কয় যে প্রতিবছৰে চৰকাৰে তেওঁলোকৰ ওপৰত বিভিন্ন কৰ আৰোপ কৰি আহিছে । এনে কৰসমূহৰ হাৰো বৃদ্ধি পাইছে। একেদৰে ঘৰভাড়াও আকাশলংঘী হৈছে।

কর্মচাৰীসকলৰ বেতনো বৃদ্ধি পাইছে। এনেধৰণৰ বৰ্ধিত খৰচৰ জোৰা ক’ৰপৰা মাৰিব বুলি কৰ্ণানিয়ে প্রশ্ন কৰে। সম্প্রতি তেওঁলোকে অহা চাৰিজুনলৈ অপেক্ষা কৰা বুলি প্রকাশ কৰিছে। উক্ত দিনা চলিত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষিত হ’ব। সেইসূত্রে গঠন হ’বলগীয়া কেন্দ্ৰৰ নতুন চৰকাৰে মজলীয়া ব্যৱসায়ীসকলৰ সমস্যা সমাধান কৰিব বুলি তেওঁ আশা প্রকাশ কৰে। ব্যৱসায়ীজনে লগতে কৰে যে সকলো পৰ্যায়ৰ ব্যৱসায়ৰ শ্ৰীবৃদ্ধি ঘটিলেহে দেশ প্রগতিৰ পথত অগ্ৰসৰ হ’ব।

মাৰোৱাৰী ফেডাৰেছনৰ বিষয়ববীয়া কৰ্ণানিৰ সুৰতে মন্তব্য কৰে টেলিকম খণ্ডৰ সামগ্রী যোগান ধৰা সুৰেশ কুমাৰ বেলিয়া নামৰ ঠিকাদাৰজনে। সাংবাদিকৰ আগত বেলিয়াই মন্তব্য কৰে যে মজলীয়া ব্যৱসায়ীসকলৰ বাবে কোনো আঁচনি ৰূপায়ণ কৰা নাই। বেংক বা আন বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ লাভ কৰাটো মজলীয়া ব্যৱসায়ীসকলৰ বাবে একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে বুলি ক্ষোভ প্রকাশ কৰি তেওঁ কয়, ‘যেতিয়া আমি কোনো বেংক অথবা বিত্তীয় প্রতিষ্ঠানলৈ ঋণ বিচাৰি যাওঁ, তেতিয়া তেওঁলোকে ঋণৰ ধনৰ পৰিমাণতকৈ অধিক বন্ধক দাবী কৰে। ৫০ লাখ টকাৰ আমানত ল’লে এক কোটি টকাৰ ঋণ দিবলগীয়া হয়।’

বর্তমানে বিৰাজ কৰা পৰিস্থিতিক লৈ অসন্তুষ্টি প্রকাশ কৰি তেওঁ লগতে কয় যে ঋণৰ এটা কিস্তি পৰিশোধ কৰিব নোৱাৰিলেই সেই ঋণ বেংকে অনুৎপাদক সম্পত্তি (এনপিএ) বুলি ঘোষণা কৰে। অথচ বৃহৎ উদ্যোগীসকলক চৰকাৰে লাখ লাখ কোটি টকাৰ ঋণ ৰেহাই দিছে। শীঘ্ৰে পৰিস্থিতিৰ অৱসান ঘটাৰ তেওঁ কামনা কৰে। নিম্ন আয়ৰ আৰু মজলীয়া ব্যৱসায়ীসকল বর্তি থকাটো দুরূহ হৈ পৰিব বুলি তেওঁ আশংকা কৰে। উক্ত মধ্যমীয়া স্তৰৰ ব্যৱসায়ী দুজনৰ অনুৰূপ মন্তব্য কৰে আন কে’বাজনো মজলীয়া ব্যবসায়ীয়ে।

সাংবাদিকৰ আগত গোলাঘাটৰ গোপাল ঘোষ নামৰ এজন চাহ-মিঠাইৰ ব্যৱসায়ীয়ে কয় যে বিগত সময়ত নিয়মীয়াভাবে মিঠাই তৈয়াৰত ব্যৱহৃত কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধি পায়। ফলত তেওঁৰ বিক্ৰী বৃহৎ হাৰত হ্রাস পাইছে বুলি জানিবলৈ দি আৰু কয়, ‘উচ্চ মুদ্রাস্ফীতিয়ে মোৰ ব্যৱসায়ৰ ক্ষতি কৰিছে। যোৱা কিছু বছৰত নিয়মীয়াকৈ কেঁচামালৰ মূল্য বৃদ্ধি পোৱাত চাহ-মিঠাইৰ দামো বাঢ়িছে। ফলত বিক্ৰী কম হ’বলৈ ধৰিছে।’
একে মন্তব্য কৰে গুৱাহাটীত হার্ডৱেৰ ব্যৱসায় কৰা সন্দীপ শৰ্মাই। শৰ্মাৰ মতে, অনলাইন শ্বপিঙেও মজলীয়া ব্যৱসায়ৰ ক্ষতিসাধন কৰিছে। তদুপৰি উচ্চ হাৰৰ কৰে এনে ব্যৱসায়ীসকলৰ একপ্ৰকাৰ ৰাজহাড়তে কোব শোধাইছে বুলি ব্যবসায়ীজনে এক ইংগিত দিয়ে। তেওঁৰ মতে, বয়-বস্তুৰ মূল্য অধিক হোৱাৰ পৰিপ্ৰেক্ষিতত গ্রাহকে সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) পৰিশোধ কৰি বয়-বস্তু ক্ৰয় কৰিব নিবিচাৰে। অথচ ব্যৱসায়ীসকলে জিএছটি পৰিশোধ কৰি সামগ্রী ক্ৰয় কৰিবলগীয়া হয় বুলি তেওঁ জনায়। ফলত তেওঁলোক লোকচানৰ সন্মুখীন হৈ আহিছে। এনেদৰে মজলীয়া ব্যৱসায়ীসকলে জটিল সময় পাৰ কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি শৰ্মাই সাম্প্রতিক পৰিস্থিতিৰ শীঘ্ৰে অৱসান ঘটাৰ কামনা কৰে।

একেদৰে বিবেক শৰ্মা নামৰ আন এজন মজলীয়া ব্যৱসায়ীয়ে কয়, ‘চৰকাৰে সা-সামগ্ৰীৰ মূল্য নিয়ন্ত্রণ কৰা উচিত। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে অধিক ব্যবস্থা গ্রহণ কৰা উচিত। শেহতীয়া সময়ত ঔষধকে ধৰি আন সকলো সা-সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। ইয়ে সকলো স্তৰৰ ৰাইজক সমস্যাৰ সন্মুখীন কৰাইছে। ৰাইজৰ ক্ৰয় ক্ষমতা হ্রাস কৰিছে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bank loanbusinessmanRecession in Trade
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d