Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Old Men Pays Ten Rupees Interest Borrowed 44 Years Ago : ৪৪ বছৰৰ পূৰ্বে ধাৰে লোৱা দহ টকা সুদ সহ পৰিশোধ কৰিবলৈ আহি চৰ্চাত ৮০ উৰ্দ্ধৰ এজন মুছলমান বৃদ্ধ

publisher by publisher
February 24, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Old Men Pays Ten Rupees Interest Borrowed 44 Years Ago : ৪৪ বছৰৰ পূৰ্বে ধাৰে লোৱা দহ টকা সুদ সহ পৰিশোধ কৰিবলৈ আহি চৰ্চাত ৮০ উৰ্দ্ধৰ এজন মুছলমান বৃদ্ধ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Batadova:বটদ্ৰৱাত কংগ্ৰেছ ‘পৰিৱৰ্তন এক যাত্ৰা ৰেলী’ৰ মাজতে উত্তপ্ত পৰিস্থিতি

Batadova :ক্ষন্তেক পাছতে আজি উদ্বোধন হ’ব বটদ্ৰৱা প্ৰকল্পৰ আৰ্বিভাৱ ক্ষেত্ৰ

577th birth anniversary of Srimanata Sankardev:গুৰুজনাৰ ওপজাভূমি বটদ্ৰৱা থানত দুদিনীয়া কাৰ্যসূচীৰে ৫৭৭ সংখ্যক জন্মোৎসৱ পালন

Old Men Pays Ten Rupees Interest Borrowed 44 Years Ago :

এতিয়াও এচাম লোকৰ সততা, দায়বদ্ধতা হেৰাই যোৱা নাই। শেহতীয়াকৈ বটদ্ৰৱাৰ মংগল শ্বেখ (৮৫)নামৰ এজন বৃদ্ধৰ সততাৰ এক ঘটণাই সকলোকে স্তম্ভিত কৰি তুলিছে।

ADVERTISEMENT

যিটো সময়ত ঋণ লৈ বহুতে ঋণ পৰিশোধ নকৰে বা মানুহক ঠগে, সেই সময়তে ৮০ উৰ্দ্ধৰ এই মুছলমান সম্প্ৰদায়ৰ লোক জনে প্ৰায় ৪৪ বছৰৰ পূৰ্বে ধাৰলৈ লোৱা ১০ টকা পৰিশোধ কৰিবলৈ গৈ চৰ্চালৈ আহিছে । সেইয়া আছিল ১৯৭৯ চনৰ কথা । আৰম্ভ হৈছিল অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম ।

সেই সংগ্ৰামৰ সময়চোৱাত অগ্নিগৰ্ভা হৈ পৰা পৰিস্থিতিত আত্মৰক্ষাৰ বাবে কামপুৰ মুগাছুঙীয়া গাঁৱৰ যোগেন্দ্ৰনাথ বৰাৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰিছিল মংগল শ্বেখৰ লগতে আন কেইবাজনো মুছলমান সম্প্ৰদায়ৰ লোকে । পাছত মংগল শ্বেখে যোগেন্দ্ৰনাথ বৰাৰ পৰা দহ টকা ধাৰলৈ লৈ গমন কৰিছিল অন্য স্থানলৈ । তাৰ পাছৰ খিনি ইতিহাস। ইতিমধ্যে যোগেন্দ্ৰনাথ বৰাৰো পৰলোকপ্ৰাপ্তি ঘটিছে ।

সুদীৰ্ঘ প্ৰায় ৪৪ বছৰৰ মূৰত যোৱা ২২ফেব্ৰুৱাৰীৰ পুৱাতে মংগল শ্বেখ আহি উপস্থিত হয় কামপুৰ মুগাছুঙীয়া গাঁৱৰ প্ৰয়াত যোগেন্দ্ৰ নাথ বৰাৰ ঘৰ। উদ্দেশ্য সেই ৪৪বছৰৰ আগতে বিপদত পৰি যোগেন্দ্ৰনাথ বৰাৰ পৰা ধাৰে লোৱা দহ টকা ঘূৰাই দিয়া।

তেতিয়াৰ ১০ টকাটোৰ আজিৰ মূল্য লক্ষাধিক হ’ব বুলি ভাবি হাতত দহ হাজাৰ টকা লৈ যোগেন্দ্ৰনাথ বৰাৰ ঘৰত উপস্থিত হ’ল বৰ্তমান বটদ্ৰৱাৰ বাসিন্দা মংগল শ্বেখ । ইতিমধ্যে স্বৰ্গগামী হোৱা যোগেন্দ্ৰনাথ বৰাৰ পুত্ৰ নগেন বৰাৰ সন্মুখত দহ হাজাৰ টকা আগবঢ়াই দি সমগ্ৰ ঘটনা বৰ্ণনা কৰাৰে মংগল শ্বেখে। লগে লগে ঘৰ খনত সৃষ্টি হ’ল এক আবেগিক পৰিৱেশৰ।

সেমেকি উঠিল সকলোৰে চকু । দহ হেজাৰ টকা আগবঢ়াই দি তেওঁ যোগেন্দ্ৰনাথ বৰাৰ পুত্ৰ নগেন বৰাক ক’লে, “বাপু ১০ টকাৰ ৪৫ বছৰৰ সুত হিচাপ কৰিলে লাখ টকা হ’ব।

তুমি এই দহ হেজাৰ টকাকে ৰাখা আৰু মোক ধাৰ‌ৰ পৰা মুক্তি দিয়া।”তেতিয়া তেখেতৰ দায়িত্ববোধৰ প্ৰতি বৰাই সন্মান জনাই এই টকাখিনি আল্লাহৰ নামত মছজিদলৈ আগবঢ়াবলৈ তেওঁ অনুৰোধ কৰে।

কিন্তু তেখেতে জনাই যে এই পইচা মছজিদত গ্ৰহণ নকৰে আৰু তেওঁ ধাৰ মুক্ত নহ’লে মৃত্যুৰ পিছত তেওঁৰ অন্তিম ক্ৰিয়াত কোনোও ভাগ নল’ব। সেয়েহে উপায়ন্তৰ হৈ তেওঁ বৃদ্ধ জনৰ পৰা ১০ টকা গ্ৰহণ কৰে আৰু সুত পৰিশোধ কৰিব নালাগে বুলি কৰজোৰে প্ৰাৰ্থনা কৰে।

আধুনিকতাৰ পৰসত ক্ৰমে বস্তুবাদীৰ দিশে ধাৱিত হোৱা সমাজখনত এনে সহজ- সৰল, নিভাঁজ , চহা, দায়বদ্ধতাৰ প্ৰতি সচেতন ব্যক্তিজনে সিদিনা ডাঙি ধৰিলে সঁচা অৰ্থত ,সততা,কৰ্তব্যবোধৰ প্ৰকৃত সংজ্ঞা।

মংগল শ্বেখৰ এনে আদৰ্শই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । যোগন্দ্ৰনাথৰ নাতি অনামিকা বৰাই সমগ্ৰ ঘটনাটো শ্বেয়াৰ কৰিছে চচিয়েল মিডিয়া ফেচবুকত । লগে লগে ভাইৰেল হৈ পৰিছে প’ষ্টটো ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 44 Years AgoBatadovaInterest BorrowedMangal ShekhOld Men PaysTen Rupees
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d