Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister Sarbananda Sonowal Visit Assam Pradesh HQ: ভাৰতবাসীৰ অকুণ্ঠ সমর্থনেৰে আহি আছে মোদী ৩.০

এনডিএ-ই কৰিব ৪০০ পাৰ, অসমত প্রায় নিশ্চিত ১২ খন আসন: সোণোৱাল

publisher by publisher
May 30, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Union Minister Sarbananda Sonowal Visit Assam Pradesh HQ: ভাৰতবাসীৰ অকুণ্ঠ সমর্থনেৰে আহি আছে মোদী ৩.০
3
SHARES
27
VIEWS
ShareShareShareShare

Union Minister Sarbananda Sonowal Visit Assam Pradesh HQ:

বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিজেপি চৰকাৰে দেশৰ সৰ্বাংগীণ বিকাশ সাধন কৰাৰ বাবেই দেশৰ জনতাৰ অফুৰন্ত মৰম-সঁহাৰি, আন্তৰিকতা বুটলিবলৈ সক্ষম হৈছে। ভাৰতবাসীৰ অকুণ্ঠ সমর্থনেৰে আহি আছে মোদী ৩.০ । সৰ্বস্তৰৰ ৰাইজৰ ব্যাপক উৎসাহ-সমর্থনৰ ফলশ্ৰুতিত এইবাৰৰ লোকসভা নির্বাচনত এনডিএ-ই কৰিব ৪০০ পাৰ, অসমত প্রায় নিশ্চিত ১২ খন আসন।

ADVERTISEMENT

কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় জনতা পার্টি অসম প্ৰদেশৰ গুৱাহাটীৰ বশিষ্ঠস্থিত মুখ্য ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হয় আৰু দলীয় কার্যকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হৈ লোকসভা নিৰ্বাচনৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰে। তাৰপাছতেই তেখেতে এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৷

RelatedPosts

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Sarbananda Sonowal Wall Painting in Dibrugarh:আজিৰে পৰা আৰম্ভ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান

Amit Shah:পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰকত ৮৬০ জন শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী গৃহমন্ত্ৰীৰ

সোণোৱালে কয়, “ভাৰতক বিশ্বৰ তিনি অর্থনৈতিক মহাশক্তিধৰ দেশৰ ভিতৰত অন্তর্ভুক্ত কৰাটো বিজেপি চৰকাৰৰ এতিয়া দৃঢ় লক্ষ্য। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত এই দিশত সৱল ভূমিকা ল’বলৈ আমি দৃঢ়প্রতিজ্ঞ বিগত বছৰবোৰত মোদী লহৰেৰে অসমৰ চৌদিশ উজ্জীৱিত হৈউঠিছে আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নে এক নতুন শিখৰত আৰোহণ কৰিছে বুলি সোণোৱালে উল্লেখ কৰে।তেখেতে কয়- অসমবাসীৰ পূৰ্ণ সঁহাৰি-সমৰ্থনেৰে অপ্ৰতিৰোধ্য বিজেপি মিত্রজোঁট।

sonowal 2 2তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী হিচাপে শপত লোৱাৰ পথত নৰেন্দ্ৰ মোদী । তেখেতৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত দেশজুৰি যি উন্নয়নৰ লহৰৰ সূচনা হৈছে, সেয়া ১০ বছৰৰ পূৰ্বে অকল্পনীয় আছিল। বিকশিত ভাৰতৰ এই সংকল্প যাত্রা হৈছে এখন নতুন, শক্তিশালী, সমৃদ্ধিশালী আৰু সুস্থ-সবল ভাৰতৰ দিশত ‘মোদী কি গেৰাণ্টি’ৰ এক নিদর্শন। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চল সর্বাংগীণ উন্নয়নৰ শক্তিকেন্দ্ৰ হৈ পৰিছে। ইতিমধ্যে বিশ্বৰ পঞ্চম বৃহৎ অর্থনীতিলৈ ৰূপান্তৰিত হোৱা আমাৰ ভাৰতবৰ্ষই ২০৩০ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ তিনিটা অৰ্থনীতিৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ দিশত দ্রুতগতিত আগবাঢ়িছে।

মোদীয়ে সকলো প্ৰত্যাহ্বান দূৰ কৰি উন্নয়ন, শাসন প্ৰক্ৰিয়াত স্বচ্ছতা আৰু সৰ্বস্তৰৰ ৰাইজৰ সবলীকৰণৰ এক নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। আমাৰ চৰকাৰে বিগত ১০ বছৰত ভাৰতৰ উন্নয়নৰ ৰূপৰেখা সলনি কৰি এক নৱজাগৰণৰ সৃষ্টি কৰিছে, যাৰ বাবে সৰ্বস্তৰৰ জনতাৰ আস্থা-বিশ্বাস মোদী চৰকাৰৰ ওপৰত পূর্ণোদ্যমে অটুট আছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা অনুসৰি ২০৪৭ চনৰ ভিতৰত এখন আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰি এখন বিকশিত ভাৰত গঢ়াৰ পণ লওঁ আহক।

সৰ্বস্তৰৰ ৰাইজে হিলদল ভাঙি বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্রতি আগবঢ়োৱা অকুণ্ঠ সহযোগিতা, সমৰ্থন আৰু সঁহাৰিৰ বাবে সোণোৱালে জনতা জনার্দনৰ প্ৰতি মূৰ দোঁৱাই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে আৰু লগতে এই বিগত সময়ছোৱা কৰা কঠোৰ পৰিশ্ৰম, সমর্পিত সেৱা আৰু দলৰ সাংগঠনিক সশক্তিকৰণৰ বাবে বিজেপিৰ কাৰ্যকৰ্তাসকলক বিশেষকৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

আনহাতে বিৰোধীৰ নিৰ্বাচনী কার্যকলাপ সন্দৰ্ভত তেখেতে কয়, “বিৰোধীয়ে দেশৰ হিতৰ বাবে শক্তিশালী ভূমিকা লোৱাত বিফল হৈছে। জনস্বার্থ বিৰোধী কার্যকলাপত লিপ্ত থকাৰ বাবেই তেওঁলোকে জনতাৰ সমৰ্থন হেৰুৱাইছে  । এতিয়া খবৰৰ শিৰোনামত থাকিবলৈ তেওঁলোকে হকে-বিহকে কিবা-কিবি কৈ থাকে, যাক ৰাইজে কোনো গুৰুত্বই নিদিয়ে । সমগ্র দেশবাসীৰ লগতে অসমৰ জনগণো ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন। সেয়ে শান্তি, সমৃদ্ধি আৰু প্ৰগতিৰ বাবে বিজেপি নেতৃত্বাধীন এনডিএ-ক ৰাইজে হিয়া উজাৰি সমৰ্থন দিছে।

আজি সর্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শর্মা প্রমুখ্যে দলীয় বিষয়ববীয়াসকল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Bjp HQInteraction With Party State LeadersUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d