Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

    H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

BJP Leadership is Concerned about the Conflict between the Old and New:ন-পুৰণিৰ সংঘাতক লৈ উদ্বিগ্ন নেতৃত্ব: নির্বাচনত দলক সহায় নকৰাসকলৰ বিৰুদ্ধেও ব্যৱস্থা

১২ জুনৰ পাছত ৰাজ্যিক বিজেপিত ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ

publisher by publisher
June 8, 2024
in India, Assam, News
Reading Time: 3 mins read
0
BJP Leadership is Concerned about the Conflict between the Old and New:ন-পুৰণিৰ সংঘাতক লৈ উদ্বিগ্ন নেতৃত্ব: নির্বাচনত দলক সহায় নকৰাসকলৰ বিৰুদ্ধেও ব্যৱস্থা
2
SHARES
24
VIEWS
ShareShareShareShare

BJP Leadership is Concerned about the Conflict between the Old and New :

আভ্যন্তৰীণ দলীয় সংঘাতক লৈ ৰাজ্যিক বিজেপিত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি হৈছে। বাহিৰত সকলো ঠিকে থকা বুলি দাবী কৰিলেও এজনৰ পাছত আন এজন নেতাই নেতৃত্বৰ বিৰুদ্ধে সৰৱ হোৱাত গভীৰ অস্বস্তিত পৰিছে দল। আকৌ ৰাজহুৱাভাৱে কেইজনমানে বিষয়টোত সৰৱ হোৱাৰ বিপৰীতে মুকলিকৈ সৰৱ নহ’লেও ক্ষুব্ধৰ সংখ্যা কম নহয়। এই তথ্যও দলৰ নেতৃত্বৰ হাতত আছে।

ADVERTISEMENT

তেনে অসন্তুষ্টিৰ বাবেই নির্বাচনত কে’বাটাও সমষ্টিত দলৰ প্রার্থীয়ে একাংশ নেতাৰ পৰা লাভ নকৰিলে প্রয়োজনীয় সহযোগিতা। সেইসকল ক্ষুব্ধ-অসন্তুষ্ট নেতা ক্রমে ঐক্যবদ্ধ হ’বলৈ ধৰাৰ খবৰো এতিয়া আহি পৰিছে ৰাজ্যিক নেতৃত্বৰ হাতত।

RelatedPosts

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

ASSAM BJP কোন হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি

Himanta Biswa Sarma:অটল বিহাৰী বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা অভিযান কাৰ্যসূচী শুভাৰম্ভ

সেয়েহে বিষয়টোক আৰু অধিক আগবঢ়াৰ সুযোগ দিব বিচৰা নাই নেতৃত্বই। সেয়েহে অহা ১২ জুনৰ পাছত অনুষ্ঠিত হ’ব ৰাজ্যিক বিজেপিৰ বৰ্ধিত বিষয়ববীয়া আৰু কৰ্ণধাৰ সমিতিৰ বৈঠক। ইয়াতে এনেবোৰ বিষয় আলোচনা কৰা হ’ব। ইতিমধ্যে ফলাফল ঘোষণাৰ পাছতে ৰাজ্যিক নেতৃত্বৰ বিষয়টোক লৈ অনানুষ্ঠানিক একাধিক বৈঠক অনুষ্ঠিত হয়।

দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনৰ উপৰি আন কে’বাটাও স্থানত বহা বৈঠকত তেনে কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ মৌখিক প্রস্তাৱ গ্ৰহণ কৰা হৈছে। সেই প্রস্তাৱকে আনুষ্ঠানিক বৈঠকত কাৰ্যকৰী ৰূপ দিব বিচাৰিছে বৰ্তমানৰ নেতৃত্বই। তাৰ অংশ হিচাপে একাধিক জিলা সভাপতি, সম্পাদক আদিকে ধৰি বিভিন্ন পৰ্যায়ৰ নেতাক প্ৰথমতে কৈফিয়ৎ তলবৰ সিদ্ধান্ত লোৱা হৈছে। দুই-একৰ ক্ষেত্ৰত কৈফিয়ৎ তলবৰ প্ৰয়োজনীয়তাও নেতৃত্বই বিচাৰি পোৱা নাই।

উল্লেখ্য যে প্রাক্তন বিধায়ক অশোক শর্মা, প্রাক্তন কেন্দ্রীয় মন্ত্ৰী ৰাজেন গোহাঁই দীর্ঘদিনৰ পৰা দলৰ একাংশ নেতাৰ বিৰুদ্ধে মুকলিকৈ সৰৱ হৈ আহিছে। এই তালিকাৰ শেহতীয়া সংযোজন হ’ল খুমটাইৰ বিধায়ক মৃণাল শইকীয়া। এই তিনিজন নেতাৰ মুকলি বিদ্ৰোহৰ বাদেও একাংশই মাত নামাতি কার্যক্ষেত্ৰত তেওঁলোকৰ ক্ষোভৰ বহিঃপ্রকাশ ঘটাইছে।

এই তালিকাত বৰ্তমানৰ বিধায়ক, প্রাক্তন সাংসদো আছে। তেনেদৰে দলৰ প্ৰাৰ্থীক প্রয়োজন অনুসৰি সহযোগিতা নকৰিলে কে’বাখনো জিলাৰ সভাপতিয়ে। পূব অসমৰ দলৰ কে’বাখনো সাংগঠনিক জিলাৰ সভাপতি-সম্পাদক ইয়াৰ ভিতৰত আছে। আকৌ ফলাফল ঘোষিত হোৱাৰ পূৰ্বেই বিভিন্ন তথ্যৰ ভিত্তিত অনুসন্ধান চলাই ৰাজ্যিক নেতৃত্বই তথ্য লাভ কৰে যে নিজৰ দলৰ প্ৰাৰ্থীক ভোট নিদিয়া দলৰ বিভিন্ন পৰ্যায়ৰ বহু নেতা আছে। তেনে নেতাৰ তালিকা ইতিমধ্যে প্রস্তুত কৰা হৈছে। দলীয় সূত্রত প্রকাশ যে যোৰহাট লোকসভা সমষ্টিতে এনে ঘটনা সংঘটিত হয়।

সূত্রই এইদৰেও প্রকাশ কৰে যে এইবাৰ নিৰ্বাচনত নটা সমষ্টি দখল কৰিলেও সামগ্রিকভাৱে বিজেপিৰ ভোটৰ পৰিমাণ কমিছে। মন্ত্রী-বিধায়ক থকা সমষ্টিতে এনেকুৱা হৈছে। ইয়াৰ জোৰা মাৰিবলৈ দলীয় ক্ষেত্ৰত কঠোৰ হোৱাৰ বিকল্প নাই বুলি ৰাজ্যিক নেতৃত্বৰ অনানুষ্ঠানিক সভাত প্রস্তাব লোৱা হৈছে।

গতিকে এই আটাইবোৰ দিশত ক্ষিপ্ৰতাৰে সিদ্ধান্ত লোৱাৰ প্রক্রিয়া দলটোৱে চলাইছে। এই প্রসংগত সভাপতি ভবেশ কলিতাই দিল্লীত কয়, ১২ জুনৰ পাছত আমাৰ বৰ্ধিত বিষয়ববীয়া, কর্ণধাৰ সমিতিৰ সভা বহিব। তাত আটাইবোৰ দিশ আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব।’ বিশেষকৈ ন-পুৰণি বিজেপিৰ সংঘাতক লৈ কলিতাই কয়, ‘আমাৰ দলত নতুন-পুৰণি বুলি কোনো নাই। সকলো দলৰ কৰ্মকর্তা। গতিকে চলি থকা কথাবোৰ আলোচনা হ’ব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam BJPbjp State President Bhabesh KalitaControversy Mla-LeaderIndications For Action
publisher

publisher

Related Posts

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ
News

April 28, 2026
H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
News

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

April 28, 2026
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d