Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aap Press Release:পুনৰ নাবাৰ্ডৰ পৰা ৬৩৪ কোটি টকাৰ ঋণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ঋণ লৈ চৰকাৰ চলোৱাৰ অভিযোগ আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ

publisher by publisher
June 7, 2024
in Assam, India, News
Reading Time: 2 mins read
0
AAp Assam Press Release:পুনৰ এহাজাৰ কোটি টকাৰ ঋণ ৰাজ্য চৰকাৰৰ
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

Assam Aap Pressrelease:অসম চুক্তিৰ ৬ নং দফা সংক্ৰান্তীয় কমিটীৰ পৰামৰ্শ ৰূপায়নৰ সিদ্ধান্তলৈ আদৰণি

Aap Pressmeet In Guwahati:স্বাধীনতাৰ দিৱসত আলফাৰ বোমা সংস্থাপনক লৈ আপৰ প্ৰতিক্ৰিয়া

Assam AAP is in final chaos:ৰাজ্যত আপত চূড়ান্ত বিশৃংখলা

Aap Press Release:

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে বৃহস্পতিবাৰে পুনৰ নাবাৰ্ডৰ পৰা ৬৩৪ কোটি ৩৫ লাখ টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যৰ আন্তঃগাঁথনি উন্নীতকৰণৰ নামত কেবিনেটে এই ঋণৰ প্ৰস্তাৱত অনুমোদন জনায়। ৰাজ্য চৰকাৰে ইয়াৰ পূৰ্বে যোৱা ৪ এপ্ৰিলত এক হাজাৰ কোটি, ৩০ এপ্ৰিলত এহেজাৰ কোটি আৰু ২৮ মে’ত এহেজাৰ কোটি টকাৰ ঋণ লৈছিল।

ADVERTISEMENT

চৰকাৰখনে চলিত বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে ৪ বাৰকৈ ঋণ ল’বলগীয়া হৈছে।. ঋণৰ ওপৰত ঋণ লৈ ৰাজ্যখনক অৰ্থনৈতিক ভাৱে কোঙা কৰি পেলাইছে মুখ্যমন্ত্ৰীয়ে। ইয়ে বিজেপি চৰকাৰৰ আমোলত অসমৰ অৰ্থনীতিৰ লাওলোৱা অৱস্থা উদঙাই দিছে।

আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে এই অভিযোগ উত্থাপন কৰে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে । উল্লেখ্য যে অসম চৰকাৰে বৰ্তমানলৈকে লোৱা ঋণৰ পৰিমাণে ১ লাখ ৫৩ হাজাৰ কোটি টকা অতিক্ৰম কৰিছে। আজি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা বিজ্ঞপ্তিত ডাঃ ভবেন চৌধুৰীয়ে কয়,” ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বছৰি প্ৰায় ২১ হাজাৰ ৫২৫ কোটি টকাৰ ঋণ লৈছে ।

অসমক দেশৰ ৫ খন উন্নত ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব বিচৰা মুখ্যমন্ত্ৰীক আমাৰ প্ৰশ্ন – মুখ্যমন্ত্ৰী ডাঙৰীয়া, কোনো ধৰণৰ উৎপাদনমুখী অৰ্থনীতি অবিহনে মাথোঁ ঋণ লৈ চৰকাৰ চলাব পাৰিনে? এইদৰে ৰাজ্যবাসীৰ মূৰৰ ওপৰত বিশাল পৰিমাণৰ ধাৰৰ বোজা জাপি দি অসমৰ উন্নয়ন সম্ভৱনে? ৰাজ্যৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত উৎপাদনমুখী অৰ্থনৈতিক আঁচনি গ্ৰহণ কৰিবলৈ আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায়।

উল্লেখ্য যে ৰাজ্যৰ গড়কাপ্তানি, জল সম্পদ আৰু মহিলা সবলীকৰণ আৰু শিশু কল্যাণৰ ক্ষেত্ৰত আন্তঃগাঁথনি উন্নীতকৰণৰ নামত নাবাৰ্ডৰ পৰা ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aap Assam President Bhaben ChoudhuryAap Assam Pressrelease
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d