Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Kahilipara Incident :মহানগৰীত আকস্মিক মৃত্যুহে সুলভ !

পিতৃক বিচাৰি আৰ্তনাদ কৰিছে শিশু কন্যা ধৃতিস্মিতাই, উত্তম হাজৰিকাৰ দুৰ্ভাগ্যজনক মৃত্যুৰ দায়িত্ব ল'ব কোনে ! দায়িত্ব স্বীকাৰ বাদেই, খবৰ ল'বলৈও আহৰি নাই কৰ্তৃপক্ষৰ

publisher by publisher
June 12, 2024
in India, Assam, News
Reading Time: 5 mins read
0
Guwahati Kahilipara Incident :মহানগৰীত আকস্মিক মৃত্যুহে সুলভ !
3
SHARES
27
VIEWS
ShareShareShareShare

Guwahati Kahilipara Incident :

গুৱাহাটী মহানগৰী য’তে ত’তে যেন এতিয়া মৰণফান্দ ৷ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল) কৃপাত যেন সূলভ হৈ পৰিছে আকস্মিক মৃত্যু ৷ কিয়নো মহানগৰীৰ যিকোনো স্থানলৈ যাওতে আপুনি হ’ব লাগিব সাৱধান ৷কিয়নো এপিডিচিএলৰ মৃতুদূতৰূপী আওপুৰণি খুঁটা ভাঙি গাত পৰি বা বিদ্যুত পৰিবাহী তাঁৰত লাগি হ’ ব পাৰে অঘটন ৷

ADVERTISEMENT

kahilipara 2উল্লেখ্য যে, সোমবাৰে সন্ধিয়া ভাগত মহানগৰীৰ দিছপুৰতে বিদ্যুৎ পৰিবাহী খুটা ভাঙি এজন লোকে অকাল মৃত্যুক সাবটি লোৱাৰ পাছতো গা লৰা নাই অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল) ৰ। স্থানীয় ৰাইজৰ চকু কপালত তুলি বিভাগে মৃতুদূতৰূপী খুঁটাটো আঁতৰাই নতুন খুটা পোতাৰ সলনি ওচৰৰে এটা খুটাত তাঁৰবোৰ মেৰিয়াই বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰিছে।

RelatedPosts

APDCL:এপিডিচিএল গ্ৰাহকৰ বাবে বিশেষ খবৰ

চাৰিশ কোটি লাভ অর্জন কৰিও মাচুল বৃদ্ধিৰহে কৌশল এপিডিছিয়েল 

Accident in Kahilipara:সৰস্বতী পূজাৰ দিনটোতে মহানগৰীত শোকাৱহ দুৰ্ঘটনা

কেবল এয়ে নহয়, ঘটনাটো গাপ দিবলৈ আৰু নিজকে নির্দোষী সজোৱাৰ অভিযানতহে নামি পৰিছে এপিডিচিএল। এনে কাৰ্যকলাপে সাধাৰণ ৰাইজক অধিক ক্ষুব্ধ কৰি তুলিছে। এনেবোৰ কাণ্ডজ্ঞানহীন কার্যকলাপৰ পৰিণতিত আকস্মিক মৃত্যু যেন এতিয়া সুলভ হৈ পৰিছে মহানগৰীত। এপিডিচিএলৰ চূড়ান্ত অকর্মণ্যতা আৰু দায়িত্বজ্ঞানহীন আচৰণৰ বাবে সোমবাৰে সন্ধিয়া প্রাণ হেৰুওৱা উত্তম হাজৰিকাৰ নৱগ্রহ শ্মশানত আজি শেষকৃত্য সম্পন্ন কৰা হয়। কালিৰ এই ঘটনাই চৰকাৰী বিভাগৰ সোপাঢিলা কাম-কাজ আৰু দায়বদ্ধহীন আচৰণ সন্দৰ্ভত বহু প্ৰশ্নৰ উদ্রেক ঘটাইছে।

kahilipara 1নিজ দায়িত্ব সামৰি সোমবাৰে সন্ধিয়া একমাত্র কন্যাক টিউচনৰ পৰা আৰু পত্নীক কৰ্মস্থলীৰ পৰা আনিবলৈ বুলি ওলাই অহাৰ পথত বিদ্যুতৰ খুটা ভাঙি পৰি অকাল মৃত্যুক সাবটি লয় দিছপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কাহিলিপাৰাৰ ৰাজীৱ নগৰৰ গৃহ নম্বৰ ছয়ৰ বাসিন্দা উত্তম ওৰফে জিতু হাজৰিকা (৪২)ই। কাহিলিপাৰা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় সংযোগী পথত সংঘটিত হোৱা এই ঘটনাই সমগ্র অঞ্চলটোত শোকৰ ছাঁ পেলোৱাৰ লগতে মঙলবাৰে এক শোকাকুল পৰিৱেশত উত্তমৰ শেষকৃত্য সম্পন্ন কৰা হয়।

kahilipara 3তেওঁৰ আকস্মিক মৃত্যুৱে ৰাজধানী মহানগৰীৰ বাসিন্দাসকলৰ মনত বহু গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। চৰকাৰী বিভাগৰ চৰম গাফিলতি আৰু অকর্মণ্যতাৰ ফলতে ৰাজধানী মহানগৰীত এটাৰ পাছত আনটো কৰণ মৃত্যুৰ ঘটনা সংঘটিত হৈ আহিছে। কোনোৱে যদি ৰাজপথৰ কাষত খান্দি ৰখা গাঁতত পৰি, আন কোনোৱে ঘৰৰ ওপৰত থকা গার্ডৱাল খহি অকাল মৃত্যুক সাবটি লৈছে। এক কথাত ঘৰৰ পৰা কামলৈ বুলি ওলাই যোৱা লোকজন সন্ধিয়া ঘৰলৈ সুকলমে উভতি আহে নে নাহে আজিৰ দিনত যেন কোনো নিশ্চিত নহয়।

ৰাজপথৰ মৰণফান্দসমূহৰ উপৰি চিলনী চোৰৰ সন্ত্রাসত ত্রস্তমান মহানগৰৰ নাগৰিকৰ সন্মুখত এইবাৰ নতুন আতংকৰূপে দেখা দিছে বিদ্যুৎ পৰিবাহী খুঁটাসমূহ। সোমবাৰে সন্ধিয়া কাহিলিপাৰাৰ লোকবন্ধু নগৰত সংঘটিত এই কৰণ ঘটনাৰ বাবে মূলতঃ এপিডিচিএল দায়ী বুলি স্থানীয় স্থানীয় লোকে ক্ষোভ প্রকাশ কৰে। বিদ্যুতৰ খুঁটা ভাঙি তথা দুৰ্বল হৈ থকাৰ অভিযোগ লাভ কৰিও এপিডিচিএলে বিষয়টোত গুৰুত্ব নিদিয়াৰ ফলতে এই ঘটনা সংঘটিত হ’বলৈ পালে বুলি স্থানীয় লোকসকলৰ লগতে উত্তমৰ পৰিয়ালে অভিযোগ কৰিছে। প্রশ্ন উত্থাপন হৈছে যে উত্তমৰ কৰুণ মৃত্যুৰ দায়িত্ব ল’ব কোনে?কাৰ ভুলৰ বাবে এজন যুৱকে এইদৰে অকালতে মৃত্যুক সাবটি ল’লে?

বিদ্যালয়লৈ শিক্ষার্থীক অনা-নিয়া কৰি পৰিয়াল পোহপাল দি আহিছিল উত্তমে অঞ্চলটোৰ এজন সহজ-সৰল আৰু বিশ্বাসযোগ্য যুৱক আছিল উত্তম। বৃদ্ধা পিতৃ-মাতৃ আৰু পত্নী-কন্যাৰ স’তে সুখৰে বাস কৰি অহা পৰিয়ালটোৰ অন্যতম উপাৰ্জনকাৰী উত্তমক নিষ্ঠুৰ নিয়তিয়ে হঠাৎ কাঢ়ি লৈ গ’ল। উত্তমৰ মৃত্যুৰ খবৰত সৰগ ভাগি পৰিছে পৰিয়ালটোৰ ওপৰত। পঞ্চম শ্রেণীত অধ্যয়নৰত একমাত্র কন্যা ধৃতিস্মৃতাই পিতৃক বিচাৰি ব্যাকুল হৈ পৰিছে।

kahilipara 4উল্লেখ্য যে উত্তমৰ পিতৃ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া। ২০০৪তে অৱসৰগ্ৰহণ কৰাৰ পাছত দুই পুত্র আৰু তিনি কন্যা সন্তানসহ পৰিয়ালটোৰ স্থায়ী ঠিকনা হৈ পৰে কাহিলিপাৰাৰ ৰাজীৱ নগৰ। ইতিমধ্যে উত্তমৰ তিনিগৰাকী ভগ্নী বিবাহপাশত আবদ্ধ হোৱাৰ বিপৰীতে লখিমপুৰৰ দিজু কলিতাৰ স’তে কে’বাবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল উত্তম।

পত্নী দিছপুৰ হাস্পতালত নাৰ্ছৰূপে কৰ্মৰত আৰু কন্যা নাৰেংগীস্থিত আর্মী স্কুলৰ পঞ্চম শ্রেণীৰ ছাত্রী। নিজা মাৰুতি ভানখনৰ জৰিয়তে স্থানীয় কণ কণ শিক্ষার্থীক অনা-নিয়াৰ কামত নিয়োজিত হৈ আছিল উত্তম। স্কুলীয়া শিক্ষার্থীক অনা- নিয়া কৰাৰ বাবে হোৱা উপাৰ্জনৰ ধনেৰে পৰিয়ালটো পোহপাল দিছিল উত্তমে। দৈনিক পুৱাই পত্নীক কর্মস্থলীত থৈ অহা, কন্যাক কাহিলিপাৰাত স্কুল বাছত তুলি দিয়াৰ পাছতে নিজা কর্মত ব্রতী হৈছিল তেওঁ।

সমান্তৰালভাবে সন্ধিয়া কন্যাক টিউচনৰ পৰা অনা, কৰ্মস্থলীৰ পৰা আহি থকা পত্নীক জটিয়াৰ পৰা ঘৰলৈ অনাৰ দায়িত্বও নিয়াৰিকৈ পালন কৰি আহিছিল উত্তমে। সোমবাৰে কন্যা-পত্নীক নিবলৈ ঘৰৰ পৰা ওলাই আহোতে ৰাজপথৰ যমদূতৰূপী এপিডিচিএলৰ বিদ্যুৎ পৰিবাহী খুঁটা গাৰ ওপৰতে ভাঙি পৰাত কৰণ মৃত্যুক সাবটি লয় উত্তমে। ঘটনাৰ আগমুহূৰ্তত স্বামী উত্তমৰ স’তে হোৱা টেলিফোনিক বাৰ্তালাপৰ কথা স্থানীয় লোকৰ সম্মুখত দাঙি ধৰি পত্নী দিজুৱে কয় যে সন্ধিয়া প্রায় পাঁচ বজাত কামৰ পৰা আহি ঘৰত সোমাই কন্যাক আনিবলৈ যাবলৈ ওলাইছিল উত্তম। তাৰ আগতে পত্নীলৈ ফোন কৰিছিল আৰু কৰ্মস্থলীৰ পৰা জটিয়ালৈকে আগবাঢ়ি আহিবলৈ কৈছিল। পত্নীয়ে জটিয়াত উপস্থিত হৈ ফোন কৰিছিল যদিও ফোনৰ কোনো সঁহাৰি নোপোৱাত কন্যাৰ টিউচনস্থলীলৈ আগবাঢ়ি আহে।

টিউচনস্থলীত উপস্থিত হৈ কন্যাক লগ পায় যদিও স্বামী উত্তম তেতিয়াও সেই স্থানত উপস্থিত হোৱা নাছিল। পত্নীয়ে বাৰে বাৰে ফোন কৰিছিল যদিও কোনো সঁহাৰি লাভ কৰা নাছিল। সমান্তৰালভাবে সেই সময়ত পাহাৰৰ ওপৰত বিদ্যুতৰ খুঁটা ভাঙি পৰাৰ খবৰ শুনি পত্নীয়ে এখন অট’ লৈ কন্যাসহ ঘৰলৈ বুলি গৈছিল।

কেতিয়াও কল্পনা কৰা নাছিল যে এনে হৃদয়বিদাৰক দৃশ্য তেওঁলোকে স্বচক্ষুৰে প্ৰত্যক্ষ কৰিব। অট’ৰে গৈ থকা অৱস্থাতে মাজবাটত স্কুটীখনৰ স’তে উত্তম পৰি থকা পত্নী আৰু কন্যাই প্রত্যক্ষ কৰিছিল।

এএছ-০১ এফটি-৪৩৮৯ নম্বৰৰ স্কুটীখনেৰে উত্তমে ঘৰৰ পৰা কাহিলিপাৰাৰ মূল পথলৈ গৈ থকাৰ সময়ত অর্থাৎ ঘৰৰ পৰা প্ৰায় চাৰিশ মিটাৰ দূৰত্বত লোকবন্ধু নগৰত এই ঘটনা সংঘটিত হৈছিল। দুটাকৈ ‘ইউ টার্ণ’ থকা পথটোৰ কাষত থকা বিদ্যুৎ পৰিবাহী এটা খুঁটা হঠাৎ ভাঙি স্কুটীখনৰ ওপৰতে পৰি হেঁচা মাৰি ধৰে। সমান্তৰালভাবে তাঁৰত বিদুৎ প্রৱাহ হৈ থকাৰ ফলত তেওঁৰ বাঁওহাতখনৰ এটা অংশ বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত ক’লা হৈ পৰে বুলি পৰিয়ালে সদৰী কৰিছে।

kahilipara 5উল্লেখ্য যে প্রায় ১০-১৫ মিনিট সময় তেনেদৰেই ৰাজপথৰ ওপৰত পৰি ৰৈছিল যুৱকজন। কিয়নো বিদ্যুৎ প্রবাহিত হৈ থকাৰ আশংকাত প্রথমাৱস্থাত কোনেও যুৱকজনক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি যাব পৰা নাছিল। একপ্রকাৰ অসহায় হৈ পৰিছিল স্থানীয় লোকসকল। অৱশ্যে কিছু সময়ৰ পাছতে যুৱকজনক উদ্ধাৰ কৰা হয় যদিও ইতিমধ্যে তেওঁৰ প্ৰাণবায়ু ওলাই গৈছিল বুলি স্থানীয় লোকে মন্তব্য কৰিছে।

বিদ্যুৎ বিভাগৰ অকর্মণ্যতাৰ ফলতে এই ঘটনা: মৃতকৰ পৰিয়ালৰ খবৰ ল’বলৈও সময় নাই এপিডিচিএল কর্তৃপক্ষৰ এতিয়াও মহানগৰীৰ বিভিন্ন স্থানত বিপজ্জনক হৈ আছে বহু খুঁটা

এপিডিচিএলৰ চূড়ান্ত গাফিলতিৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে দাবী কৰিছে। মৃত্যুদূতৰূপী ভাঙি পৰা খুঁটাটো আজিও ঘটনাস্থলীৰ সমীপৰ পদপথত পেলাই ৰখা হৈছে। মঙলবাৰে নিশা অঞ্চলটোত বিদ্যুৎ যোগান ধৰা হয় যদিও ভাঙি পৰা খুঁটাৰ স্থানত নতুন খুঁটা স্থাপনৰ বিপৰীতে অন্য খুঁটাত ছিঙি পৰা তাঁৰসমূহ নতুনকৈ সংযোগ কৰি বিদ্যুৎ যোগান ধৰিছে এপিডিচিএলে। ফলত ভাঙি পৰা খুঁটাটোৰ কাষতে থকা এটা ঘৰে এতিয়াও বিদ্যুৎ সংযোগ কৰিব পৰা নাই। কিয়নো সংশ্লিষ্ট ঘৰৰ পৰা তথা ভাঙি পৰা খুঁটাৰ পৰা প্রায় ২০-২৫ মিটাৰ দূৰত্বত আনটো খুঁটা আছে। লগতে এই সমগ্র ঘটনাত এপিডিচিএল কর্তৃপক্ষই নিজকে নির্দোষী সজাবলৈ বা বিভাগটোৱে নিজৰ গাফিলতি গাপ দিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে যদিও স্থানীয় লোকে এই ঘটনা সহজভাবে লোৱা নাই।

স্থানীয় লোকে সদৰী কৰা অনুসৰি, খুঁটাটো কোনো বাহনে খুন্দিয়াই যোৱাৰ ফলত এই ঘটনা সংঘটিত কৰিছে বুলি এপিডিচিএলে ক’ব খোজে; কিন্তু খুঁটাটো ভাঙি থকা তথা দুৰ্বল হৈ থকাৰ অভিযোগ দিয়া হৈছিল। খুঁটাটোত লোহাৰ চিৰিও মাৰি ৰাখিছিল। সমান্তৰালভাবে ভাঙি পৰা খুঁটাটো ৰাজপথৰ একেবাৰে কাষত তথা পদপথৰ লগত লাগি আছে। যিটো স্থানত খুঁটাটো আছিল সেই স্থানত গাড়ীৰে খুন্দা মৰাৰ প্রশ্নই উঠিব নোৱাৰে বুলি স্থানীয় লোকে অভিযোগ তুলি এপিডিচিএলে এই মৃত্যুৰ দায়িত্ব ল’ব লাগিবই বুলি মন্তব্য কৰে।

উল্লেখ্য যে সোমবাৰে সন্ধিয়া সংঘটিত ঘটনাৰ পাছতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মঙলবাৰে বিয়লি প্রায় আঢ়ৈ বজাত ঘৰৰ পৰা সৎকাৰৰ বাবে মৃতদেহটো শ্মশানলৈ লৈ যোৱা হয়; কিন্তু ঘটনাৰ ১২ ঘণ্টাৰ অধিক উকলি যোৱাৰ পাছতো মৃতকৰ পৰিয়ালটোৰ খবৰ ল’বলৈ এপিডিচিএল কর্তৃপক্ষৰ অলপো সময় নোলাল বুলি স্থানীয় লোকে ক্ষোভ উজাৰে। অৱশ্যে বাসগৃহত জিলা প্রশাসনৰ বিষয়া উপস্থিত হৈ যাবতীয় তথ্য সংগ্রহ কৰিছে বুলি স্থানীয় লোকে কয়। তদুপৰি এই ঘটনাৰ উচিত ক্ষতিপূৰণ আৰু দুৰ্ভগীয়া পৰিয়ালটোৰ সহায়ক হোৱাকৈ এটা চাকৰিৰ দাবী উত্থাপন কৰে।

apdcl 6এপিডিচিএলৰ চূড়ান্ত অপৰিপক্কতা তথা অদক্ষতাৰ পৰিণতিত এনে ঘটনা সংঘটিত হ’বলৈ পালে বুলি স্থানীয় লোকসকলে অভিযোগ তুলি আওপুৰণি খুঁটাত লোহাৰ চিৰি মাৰি তথা জোৰা-টাপলি মৰা আন্তঃগাঁথনিৰ ফলতে সংঘটিত এই ঘটনাৰ দায়িত্ব এপিডিচিএল কর্তৃপক্ষই ল’বই লাগিব বুলি সৰৱ হয়।

আনহাতে, মহানগৰীৰ ৰাজপথত এইবাৰ বিদ্যুতৰ তাঁৰ পৰিবাহী আওপুৰণি খুঁটা ঘাতকৰ ৰূপত অৱতীৰ্ণ হোৱাৰ পাছতে বিভিন্ন স্থানত স্থানীয় নাগৰিকৰ মাজত আতংক দুগুণে বৃদ্ধি পাইছে। কিয়নো এতিয়াও মহানগৰীৰ বিভিন্ন স্থানত বিপজ্জনক হৈ আছে বহু খুঁটা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APDCLElectrical PolesKahilipara IncidentYoung Men Dies Tragically
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d