Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APDCL:গ্রাহকক লুণ্ঠনেই মূল লক্ষ্য এপিডিচিএলৰ

পাহৰণিৰ গৰ্ভত ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি, মাচুল বৃদ্ধি ৰোধ-প্রিপেইড মিটাৰ বন্ধৰ দাবী , উপভোক্তাৰ অসুবিধা দূৰীকৰণৰ পৰিৱৰ্তে মাচুল আদায়কহে অগ্ৰাধিকাৰ, ৰ'দৰ তাপতে তাঁৰ গলিছে বুলি শক্তিমন্ত্ৰীৰ মন্তব্যত প্ৰতিক্ৰিয়া

publisher by publisher
June 10, 2023
in India, Assam, News
Reading Time: 3 mins read
0
APDCL:গ্রাহকক লুণ্ঠনেই মূল লক্ষ্য এপিডিচিএলৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Road Block in kakapathar:পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তিনিচুকীয়াৰ কাকপথাৰত পথ অৱৰোধ

Chirang Incident: সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলৰ অভিযোগত আটক কৰাক লৈ চিৰাঙৰ ৰুনিখাতা উত্তেজনা পৰিস্থিতি

Nagaon HSLC Result:নগাঁৱৰ শিঙাৰী হাইস্কুলত শিক্ষক ১৭ জন, পৰীক্ষাৰ্থী ২৪ জন তথাপিও ফলাফল শূন্য

APDCL:

ADVERTISEMENT

স্মার্ট প্রিপেইড মিটাৰেৰে মাচুল সংগ্ৰহৰ ক্ষেত্ৰত গ্ৰাহকক টেটু চেপা দিলেও চাহিদা অনুপাতে বিদ্যুৎ যোগানৰ ক্ষেত্ৰত জোৰা-টাপলি মাৰি চলিবলগীয়া হৈছে এপিডিচিএল।

ৰাজ্যত সর্বাধিক ব্যৱহাৰৰ সময়ত প্রয়োজনীয় চাহিদা প্রায় ২৩০০ পৰা ২৫০০ মেগাৱাটলৈ বৃদ্ধি পাইছে যদিও সকলো উৎসৰ পৰা বিদ্যুৎ ক্রয় কৰি সৰ্বাধিক ১৭৫০ মেগাৱাট বিদ্যুতৰে জোৰা-টাপলি মাৰিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন অঞ্চল অন্ধকাৰত নিমজ্জিত হ’বলগীয়া হৈছে। বিদ্যুতৰ সঘন কৰ্তনত অতিষ্ঠ উপভোক্তা ৰাইজে স্বাভাৱিকতে বিদ্যুত অনিয়মীয়া যোগানৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। পিছে ৰাইজৰ ক্ষোভ দেখিও নিৰ্বিকাৰ ক্ষমতালৈ আহিলে ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ বৰমুৰীয়াসকল ৷

উল্লেখ্য যে ৰাজ্যত বিদ্যুতৰ চাহিদা অভাবনীয় হাৰত বৃদ্ধি পাইছে যদিও দেশৰ শীৰ্ষৰ পাঁচ ৰাজ্যৰ তালিকাত অন্তর্ভুক্ত হ’ব বিচৰা অসমৰ নিজস্ব উৎপাদনৰ পৰিমাণ হৈছে মাথোঁ ২৫০ মেগাৱাটহে। অর্থাৎ বিগত কেইদিনত অব্যাহত থকা প্ৰচণ্ড গৰমৰ সময়ত এপিডিচিএলক ঘাটি জোৰা মাৰিবলৈ প্ৰয়োজন হৈছে সৰ্বাধিক ২১০০ মেগাৱাট বিদ্যুতৰ।

সেয়েহে ৰাজ্যজুৰি বিগত কেইদিনত এপিডিচিএলে আশ্রয় লৈছে ব্যাপক লোডশ্বেডিঙৰ। শক্তি বিভাগৰ এক সূত্ৰৰ মতে, বিদ্যুতৰ বৰ্ধিত চাহিদাৰ জোৰা মাৰিব পৰাকৈ এপিডিচিএল অথবা ৰাজ্য চৰকাৰৰ হাতত নাই হস্বম্যাদী অথবা দীর্ঘম্যাদী কোনো পৰিকল্পনা।

সময়ত দেখা যাব’ জাতীয় ধাৰণাৰে সংকটজনক সময়লৈ হাত সাবটি বৈ থকা এপিডিচিএল তথা চৰকাৰৰ চূড়ান্ত অপৰিপক্কতাৰ বাবেই দুর্ভোগ ভুগিব লাগি বৰাজ্যবাসীয়ে। সুত্ৰটোৰ মতে, ঘাটিৰ জোৰা মাৰিবলৈ বিদ্যুতৰ যোগাৰ পৰাৰ পৰিবর্তে শক্তি বিভাগ আৰু এপিডিচিএল সম্প্রতি ব্যস্ত হৈছে বিগত সময়ত হোৱা লোকচানৰ জোৰা মাৰিব পৰাকৈ কুটকৌশলৰে মাচুল সংগ্ৰহ কৰাতহে।

ৰাইজৰ তীব্ৰ প্ৰতিবাদ তথা আপত্তি সত্ত্বেও জাপি দিয়া স্মার্ট প্রিপেইড মিটাৰৰ জৰিয়তে এপিডিচিএলৰ বিদ্যুৎ সংবহনৰ লোকচান পূৰ্বৰ তুলনাত দ্রুতগতিত হ্ৰাস পাবলৈ ধৰিছে যদিও সামগ্রিকভাৱে বহিঃ উৎসৰ পৰা বিদ্যুৎ ক্ৰয় কৰি থকাৰ সূত্ৰে সম্মুখীন হোৱা লোকচানৰ পৰা হাত সাৰিব পৰা নাই এপিডিচিএল।

পৰিণতিত চাহিদা অনুপাতে বহিঃ উৎসৰ পৰা অপৰ্যাপ্ত হাৰত বিদ্যুৎ ক্ৰয়ৰ পৰিবৰ্তে প্ৰয়োজনৰ তুলনাত আধাহে বিদ্যুৎ ক্রয় কৰি বিগত কেইদিনৰ দৰে জোৰা টাপলি মাৰি চলিছে এপিডিচিএল। যাৰ ফলত ৰাজ্যবাসীৰ গালি- শপনিয়েও গা লৰাব পৰা নাই এই চৰকাৰী সংস্থাটোৰ।

আনহাতে, প্রিপেইড মিটাৰ বন্ধ আৰু বর্ধিত মাচুল প্রত্যাহাৰৰ দাবী টাইপা আৰু অসমীয়া যুৱ মঞ্চৰ ৷ উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য। তাতে আকৌ সঘন বিদ্যুতৰ লুকাভাকুৰ ফলত জলা-কলা খাইছে ৰাজাৰ সাধাৰণ জনতাই। আনফালে, জনপ্রতিনিধিয়ে কৰা টুলুঙা মন্তব্যৰ বাবে জাঙুৰ খাই উঠিছে টাই আহোম যুৱ পৰিষদ, অসম (টাইপা) আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চ।

টাইপাৰ তিনিচুকীয়া জিলা সমিতিয়ে হঠাতে বিদ্যুৎ মাচুল বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰামটাঙোন শোধোৱা বুলি অভিযোগ উত্থাপন কৰি এপিডিচিএলে লোৱা এনে সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। চৰকাৰখনে নতুন দায়িত্বভাৰ লৈয়েই ৰাজ্যবাসীক ২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰাৰ বাবে দিয়া প্ৰতিশ্ৰুতি এতিয়া ফুটুকাৰ ফেনত পৰিণত হোৱা বুলি অভিযোগ উত্থাপন কৰি অসম শক্তি বিতৰক কোম্পানীয়ে চৰকাৰৰ স’তে গোপন বুজাবুজি থকাৰ বাবেই বিদ্যুতৰ মাচুল আকাশলংঘী কৰাৰ কথা জানিও জনপ্রতিনিধিয়ে বেবেৰিবাং বাকি থকা বুলি মন্তব্য কৰিছে।

মাত্র এমাহত ৩০০ টকা বিল দিয়া বিদ্যুতৰ গ্ৰাহকে এহেজাৰ টকা পৰ্যন্ত কোম্পানীক আদায় দিবলগীয়া হোৱাত এতিয়া ভীষণ সমস্যাত পৰিছে। ইপিনে, ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰা দি প্রিপেইড মিটাৰ লগাবলৈও গ্ৰাহকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে টাইপা আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চই।

এনে ধৰণৰ মিটাৰ লগোৱা কিম্বা বিদ্যুৎ মাচুল বৃদ্ধিৰ ক্ষেত্ৰত অনতিপলমে চৰকাৰক হস্তক্ষেপ কৰাৰ দাবী জনাইছে টাইপাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি প্রভাত চাংমাইয়ে।

ইপিনে, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ কেন্দ্রীয় সমিতিৰ সচিব প্রধান মানসজ্যোতি বৰুৱা আৰু শিক্ষা সচিব পার্থপ্রতিম গগৈয়ে এক প্ৰেছ বিবৃতিযোগে এপিডিচিএলে অত্যধিক বিদ্যুৎ মাচুল বৃদ্ধিৰে ৰাজ্যৰ সাধাৰণ জনতাক মাধমাৰ শোধোৱাৰ পৰা বিৰত থাকিবলৈ সকীয়নি প্ৰদান কৰাৰ লগতে চৰকাৰৰ একোজনকৈ দায়িত্বশীল জনপ্ৰতিনিধিৰ মুখত ৰাজ্যবাসীৰ বাবে দিয়া টুলুঙা মন্তব্য অতিকৈ দুর্ভাগ্যজনক বুলি ক্ষোভ প্রকাশ কৰে। কোম্পানীয়ে ৰাজ্যবাসীৰ বাবে প্ৰদান কৰিবলৈ লোৱা প্রিপেইড মিটাৰ মুঠেই উপযোগী নহয় বুলি উল্লেখ কৰি অতি সোনকালে বন্ধ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে যুৱ মঞ্চৰ নেতৃত্বই ৷

প্রচণ্ড গৰমৰ সময়তে সঘনাই বিদ্যুৎ ব্যাহত হোৱা ঘটনাই সৰ্বসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যৰ শক্তি মন্ত্রী নন্দিতা গলোঁচাই প্ৰখৰ ৰ’দ আৰু ইয়াৰ উত্তাপৰ বাবে বিদ্যুৎ প্ৰবাহী তাঁৰ গলি যোৱাৰ বাবে লোডশ্বেডিং কৰিবলগীয়া হোৱা বুলি কৰা মন্তব্যই ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে ২০২১ত ৰাজ্য চৰকাৰে আহ্বান কৰা নিবিদা অনুসৰি ৰাজ্যৰ সকলো জিলাতে বিদ্যুৎ ব্যৱস্থা উন্নত কৰা বাবে বিদ্যুৎ পৰিবাহী তাঁৰ নতুনকৈ সংযোগ কৰা হৈছিল। এই অতি উচ্চক্ষমতা সম্পন্ন বিদ্যুৎ প্রবাহী তাঁৰসমূহ সংলগ্ন কৰাৰ বাবে ভালেসংখ্যক ঠিকাদাৰ প্ৰতিষ্ঠানক বৃহৎ ধনৰ ঠিকা আবণ্টন দিয়া হৈছিল।

যোৰহাট, লখিমপুৰ, শোণিতপুৰ, নগাঁও, ৰঙিয়া, বঙাইগাঁও, শিৱসাগৰকে ধৰি ৰাজাৰ জিলাসমূহত এই অতি উচ্চ ক্ষমতাসম্পন্ন তাঁৰসমূহ সংযোগৰ বাবে একোটা কোম্পানীকে হেজাৰ কোটিৰ অধিক ঠিকা আবণ্টন দিয়া হৈছিল।

তথ্য অনুসৰি এই ঠিকা পশ্চিমবংগৰ লেজাৰ পাৱাৰ, হায়দৰাবাদৰ গোপীকৃষ্ণ ইনফ্লাচট্রাকছাৰ, মুম্বাইৰ বিক্ৰম । ইঞ্জিনিয়াৰিং, নাচিকৰ অশোকা, পুনেৰ চালাকা, আহমেদাবাদৰ পাৱাৰ আদি বহিঃৰাজ্যৰ বহুকেইটা কোম্পানীক আবণ্টন । দিয়া হৈছিল।

এনে কোম্পানীৰ ভিতৰত একাংশ কোম্পানীক এনে কামৰ বাবে কিলোমিটাৰ হিচাপত ১২-১৩শ কোটিৰ পৰা দুহেজাৰ কোটিৰ অধিক ধনৰ ঠিকা আৱন্টন দিয়া হৈছিল। ৩৩ কেভি আৰু ১১ কেভি বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগৰ ক্ষেত্ৰত এনেদৰে কোটি কোটি টকা ব্যয় হোৱাৰ পাছত যদি ৩৭-৩৮ ডিগ্রী তাপমাত্ৰাত বিদ্যুৎ পৰিবাহী তাঁৰ গলি যায়। তেনেহ’লে এয়া সহজ বিষয় নহয় বুলি অভিযোগ উঠিছে ৷

অৰণ্য সুৰক্ষা সমিতি অসমৰ সদস্য দিলীপ নাথে কয় যে মন্ত্ৰী গাৰ্লোচাই বিদ্যুৎ তাঁৰ ৰ’দৰ তাপত গলি যোৱা বুলি কৰা মন্তব্যই দুটা কথা প্ৰমাণ কৰিব পাৰে। তেওঁ কয় যে হয় এই কোম্পানীসমূহে অতি নিম্নমানৰ কাম কৰি বা সামগ্ৰী ব্যৱহাৰ কৰি কোটি কোটি টকা লুণ্ঠন কৰিছে, নহ’লে মন্ত্ৰী গলোচাই শক্তি বিভাগৰ লগতে এপিডিচিএলৰ ব্যৰ্থতাক ঢাকিবলৈ গোকটি মিছাৰ আশ্ৰয় লৈছে।

নাথে কয় যে ধুমুহা বা আন প্রাকৃতিক দুর্যোগত বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰিব পাৰে, কিন্তু ৰ’দৰ উত্তাপতে এনে তাঁৰ গলিছে যদি এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো জৰুৰী। তেওঁ লগতে এপিডিচিএলৰ সাম্প্রতিক সকলো কাণ্ড অতি জঘন্য বুলি মন্তব্য কৰি কয় যে স্মার্ট মিটাৰে সৰ্বসাধাৰণৰ তেজ শুহিছে আৰু বিসংগতিপূর্ণভাবে আগতীয়াকৈ উপভোক্তাই কৰা বিচাৰ্ছৰ ধনো কৰ্তন কৰাই নহয়, উপভোক্তাই সেই বিষয়ে জনাৰ পূর্বেই সংযোগ কর্তন কৰিছে।

শিশু, বৃদ্ধ, ৰোগী সকলোকে বিপদত পেলোৱা এপিডিচিএলৰ এনে কাণ্ডৰ বিপৰীতে নাও বুৰিলেও টিনৰ পৰা ননমা মন্ত্রীয়ে এইবাৰ বিদ্যুৎ যোগানত ব্যৰ্থ হৈ তাঁৰ গলিছে বুলি কৰা ভাষ্যই সমগ্ৰ ব্যৱস্থাটোক ৰহস্যজনক কৰি তোলা বুলিও কয় নাথে।

উল্লেখ্য যে ট্রেন্সফর্মাৰৰ বিজুতি ঘটি অত্যধিক তাপমাত্ৰাত বিদ্যুৎ পৰিবাহী তাঁৰ গলিব পাৰে যদিও ৰ’দৰ উত্তাপত এনে তাঁৰ গলাটো সম্ভৱ নহয়।

আনহাতে, এই সময়ছোৱাত ৰাজ্যত সঘনাই লোডশেডিং হোৱাৰ কাৰণ যদিহে বিদ্যুৎ পৰিবাহী । তাঁৰ গলাই হয়, তেনেহ’লে ৰাজ্যত বহুসংখ্যক টেন্সফর্মাৰত বিজুটি ঘটিছে আৰু এয়া পুৰণা ট্রেন্সফৰ্মাৰৰ বাবে সংঘটিত হোৱাৰ সম্ভাৱনা আছে।

এনে ক্ষেত্রতো কিন্তু এনে আওপুৰণি ট্রেন্সফর্মাৰ ব্যৱহাৰ কৰি বিদ্যুৎ বিভাগে ৰাইজৰ ওপৰত বিদ্যুৎ মাচল বৃদ্ধিবে মাধমাৰ দিয়াৰ উপৰি উৎকট গনমতো যন্ত্রণা ভোগ কৰিবলৈ এৰি দিয়া বুলিও নাথে গভীৰ ক্ষোভ প্রকাশ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APDCLElectric BillHighPublic Protest
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d