Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Footpath Turn Into Threat: হায় ! ‘স্মার্ট চিটি’ৰ পদপথত মৰণফান্দ

গুৱাহাটীত জীয়াতু ভুগিছে সাধাৰণ জনতাই, নাগৰিকৰ সুৰক্ষাৰ প্রতি কিমান দায়বদ্ধ চৰকাৰ, মাহৰ পাছত মাহ উন্মুক্ত পদপথ, কৰ সংগ্ৰহতে সীমাবদ্ধ নেকি পৌৰ নিগম

publisher by publisher
May 24, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Guwahati Footpath Turn Into Threat: হায় ! ‘স্মার্ট চিটি’ৰ পদপথত মৰণফান্দ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Illegal Parking Tax:পার্কিঙক লৈ মহানগৰীৰ পাণবজাৰত নিশা উত্তপ্ত পৰিস্থিতি

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

Artificial Flood in Guwahati:দেওবাৰে নিশা মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতি

Guwahati Footpath Turn Into Threat

হায় স্মার্ট চিটি গুৱাহাটী ! ইয়াৰ বাসিন্দাসকলেহে প্রত্যক্ষ কৰি আহিছে স্মার্ট চিটিব নামত চলি অহা প্রৱঞ্চনাৰ অকথিত কাহিনী। অপৰাধৰ ৰম্যভূমিৰ পৰা কৃত্রিম বানপানী, খোৱাপানীৰ হাহাকাৰ, আকাশলংঘী মূল্যবৃদ্ধিৰ পৰা উন্মুক্ত পদপথলৈ এশ-এবুৰি সমস্যাৰে ভাৰাক্রান্ত এইখন গুৱাহাটী মহানগৰী।

ADVERTISEMENT

মহানগবীবাসীৰ সমস্যাসমূহ দূৰ কৰাৰ লক্ষ্যৰে বাট-পথ উন্নয়ন, নলা-নর্দমা পৰিস্কাৰ, কৃত্রিম বানপানী ৰোধ, বিশুদ্ধ খোৱাপানী যোগান, স্ট্রীট লাইট, নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰা আদিৰ নামত বছৰি চৰকাৰী বিভাগসমূহে কোটি কোটি টকাৰ খৰচ কৰি আহিছে যদিও এইবোৰৰ আজিও সমাধান নহ’ল।

আজিও মহানগৰীৰ বিভিন্ন প্রান্তত বিধ্বস্ত পথ, উপ-পথে নাগৰিকক যমৰ যাতনা ভোগাই অহাৰ সময়তে আগন্তুক বাৰিষাৰ প্ৰাকক্ষণত মহানগৰীৰ বহু স্থানত উন্মুক্ত হৈ থকা পদপথসমূহক লৈ উদ্বেগৰ সৃষ্টি হৈছে।

উল্লেখ্য যে গুৱাহাটী মহানগৰীত দীর্ঘদিন ধৰি উন্মুক্ত হৈ থকা মৰণফান্দৰূপী পদপথসমূহে স্কুলীয়া ছাত্র-ছাত্রী, বয়োজ্যেষ্ঠ লোককে ধৰি সাধাৰণ জনতাক জীয়াতু ভোগাই আহিছে। এনে মৰণফান্দৰূপী পদপথেদি আহ-যাহ কৰি বিভিন্নজন আহত হৈ চিকিৎসাধীনো হ’বলগীয়া হৈছে। সমান্তৰালভাৱে পদপথৰ কাষত খান্দি ৰখা প্রকাণ্ড প্রকাণ্ড গাঁতত পৰি সংঘটিত দুর্ঘটনাত ইতিমধ্যে কে’বাজনেও প্রাণ হেৰুৱাইছে। এই মৰণফান্দৰূপী স্থানসমূহ আগন্তুক বাৰিষাৰ সময়ত কেনে ভয়াৱহ হৈ পৰে সেয়াও বিগত সময়ছোৱাত প্রত্যক্ষ কৰি আহিছেনাগৰিকসকলে।

তেনে ক্ষেত্ৰত এই মৰণফান্দৰূপী পদপথ তথা গাঁতসমূহ মাহ মাহ ধৰি উন্মুক্ত হৈ অহাৰ পাছতো সংশ্লিষ্ট চৰকাৰী বিভাগসমূহৰ নিষ্ক্রিয়তাই পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। লগতে মহানগৰীখনৰ দায়িত্বত থকা গুৱাহাটী পৌৰ নিগম, গুৱাহাটী উন্নয়ন প্ৰাধিকৰণ, স্মার্ট চিটি লিমিটেড, গড়কাপ্টানী আদিকে ধৰি সংশ্লিষ্ট চৰকাৰী বিভাগসমূহ নাগৰিকৰ সুৰক্ষাৰ প্ৰতি কিমান দায়বদ্ধ উন্মুক্ত পদপথ, গাঁত তথা বিধ্বস্ত পদপথে প্রমাণ কৰি আহিছে।

ইফালে, বাৰিষা সমাগত আৰু চৰকাৰী সংশ্লিষ্ট বিভাগসমূহে কিদৰে বৰষুণ গ’লে জাপি বিচাৰে, সেয়া নতুনকৈ ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। আজিৰ দিনটোতো মহানগৰীৰ সদাব্যস্ত জিএছ ৰোডকে ধৰি গণেশগুৰি, কাহিলিপাৰা, চান্দমাৰি, হাতীগাঁও, ছার্ভেকে ধৰি মহানগৰীৰ বিভিন্ন স্থানত অতি বিপজ্জনকভারে উন্মুক্ত হৈ আছে পদপথসমূহ। একাংশ পদপথত থকা লোহাৰ ৰেলিংসমূহ চুৰি হোৱাৰ লগতে বহু স্থানত এনে ৰেলিংসমূহ তললৈ বহি যোৱাৰ ফলত পথচাৰীয়ে যাতায়াতৰ ক্ষেত্ৰত গভীৰ সমস্যাৰ সন্মুখীন হৈ আহিছে। আনকি বহু স্থানত পদপথ উন্মুক্ত হৈ থকাৰ ফলত পথচাৰীয়ে দীঘল জাঁপ দিহে আগবাঢ়ি যাবলগীয়া হৈছে।

স্থানীয় সচেতন লোকে এই সন্দর্ভত বহু আবেদন-অভিযোগ দাখিল কৰি আহিছে যদিও এই ক্ষেত্রত গুৱাহাটী পৌৰ নিগমৰ কোনো কাণসাৰ নথকা বুলি সততে অভিযোগ উত্থাপন হৈ আহিছে। অৱশ্যে আগন্তুক বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি অতি ভয়াৱহ হৈ থকা দুই-এটা স্থানত পদপথসমূহ সংশ্লিষ্ট বিভাগে মেৰামতিৰ ব্যৱস্থা গ্রহণ কৰিছে যদিও ইয়াক লৈ সন্তুষ্ট নহয় স্থানীয় নাগৰিকসকল। আনকি বহুতে অঘটন নঘটা পর্যন্ত চৰকাৰী বিভাগসমূহ শোৱাপাটিৰ পৰা নুঠে বুলিহে অভিযোগ উত্থাপন কৰে।

উলুবাৰীৰ এছ বি দেওৰা মহাবিদ্যালয়ৰ সন্মুখৰ পদপথটো উন্মুক্ত হৈ থকাৰ ফলত বেৰিকেড লগাই বন্ধ কৰি থোৱাৰ সন্দৰ্ভত স্থানীয় এজন বয়োজ্যেষ্ঠ পথচাৰী অমূল্য দাসে পৌৰ নিগমৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি কয় যে কৰ দিয়াত এদিন পলম হ’লেই কঠোৰ হৈ পৰা গুৱাহাটী পৌৰ নিগম নাগৰিকৰ সুৰক্ষাৰ প্রতি কিমান দায়বদ্ধ এই উন্মুক্ত পদপথসমূহে প্ৰমাণ কৰিছে। এইটো এটা ব্যস্ত ৰাজপথ আৰু এই পথৰে মিনিটে মিনিটে ভিভিআইপি-ভিআইপি অহা-যোৱা কৰে; কিন্তু এই পথৰ গাতে লাগি থকা পদপথ বেৰিকেড দি বন্ধ কৰি ৰাখিছে। পাৰ হ’বলৈ হ’লে ৰাজপথলৈ নামি পুনৰ পদপথত উঠিব লাগে। এইবোৰৰ প্ৰতি কাৰো কাণসাৰ নাই বুলি তেওঁ মন্তব্য কৰি এয়াই স্মার্ট মহানগৰীৰ প্ৰকৃত ছবি নেকি বুলি প্রশ্ন কৰে।

উল্লেখ্য যে কেবল দাসেই নহয়, গুৱাহাটী পৌৰ নিগমকে ধৰি সংশ্লিষ্ট বিভাগৰ কাম-কাজ দেখি সময়ে সময়ে বিভিন্নজনে ক্ষোভ প্রকাশ কৰি আহিছে। গণেশগুৰিৰ গণেশমন্দিৰৰ পৰা কাহিলিপাৰলৈ যোৱা পথটোৰ পদপথসমূহ পৰিষ্কাৰ কৰাৰ পাছত লগাই থোৱা লোহাৰ ৰেলিংসমূহত পথচাৰীয়ে খোজ দিলেই এফালে হাউলি গৈ দুর্ঘটনাত পতিত হোৱা নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। ঠায়ে ঠায়ে পদপথসমূহ উন্মুক্ত হৈয়ে আছে। ফলত আগন্তুক বাৰিষাৰ পূৰ্বে এই উন্মুক্ত পদপথসমূহ মেৰামতি নকৰিলে ভয়াৱহ দুর্ঘটনাৰ আশংকা প্রকাশ কৰিছে সচেতন নাগৰিকসকলে। লগতে বন্ধ কৰি ৰখা পদপথসমূহ শীঘ্ৰে মুকলি কৰি দিবলৈ আহ্বান জনোৱাৰ লগতে পদপথৰ কাষে কাষে খান্দি ৰখা গাঁতসমূহ বাৰিষাৰ পূৰ্বে বন্ধ কৰিবলৈ পৌৰ নিগমকে ধৰি সংশ্লিষ্ট বিভাগক আহ্বান জনাইছে সচেতন নাগৰিকসকলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CMO ASSAMFootpath Turn Into ThreatGMC
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d