Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Rice prices rise to Rs 15 per Week:এসপ্তাহত ১৫ টকালৈ চাউলৰ মূল্য বৃদ্ধি !

নিয়ন্ত্ৰণহীন বজাৰ ব্যৱস্থা, এটাৰ পাছত আনটো অজুহাত যোগান বিভাগৰ সমস্যাত পৰিছে খুচুৰা ব্যৱসায়ীও

publisher by publisher
June 24, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Rice prices rise to Rs 15 per Week:এসপ্তাহত ১৫ টকালৈ চাউলৰ মূল্য বৃদ্ধি !
4
SHARES
36
VIEWS
ShareShareShareShare

Rice prices rise to Rs 15 per Week:

মধ্যবিত্তৰ জেপ লুৰুকিবলৈ এইবাৰ বৃদ্ধি হ’ল চাউলৰ মূল্য। ৰাজ্যত প্ৰতিবিধ চাউলৰে পাইকাৰী খুচুৰা মূল্য যোৱা এসপ্তাহৰ ভিতৰতে ২০-২৫ শতাংশ পর্যন্ত বৃদ্ধি হৈছে। উন্নয়নৰ তথাকথিত ধ্বজা উৰুওৱা চৰকাৰে ৮০ কোটি দৰিদ্ৰ লোকক বিনামূলীয়া চাউল যোগান ধৰাৰ বিপৰীতে মূল্যবৃদ্ধিৰ পাছত হাহাকাৰ কৰিবলগীয়া হৈছে মধ্যবিত্ত শ্রেণীটোৱে।

ADVERTISEMENT

সর্বত্র মূল্যবৃদ্ধিৰ জুই জ্বলিছে। লোকসভা নির্বাচন পাৰ হোৱাৰ পাছতে এই জুইকুৰা যেন ভমককৈ জুলি উঠিছে। সম্প্রতি প্রতিবিধ তথা প্রতিটো ব্ৰেণ্ডৰ চাউলৰ মূল্য বজাৰত যি হাৰত উর্ধ্বমুখী হৈছে, সেয়া আগন্তুক দিনতো অব্যাহত থাকিব বুলি বজাৰ বিশেষজ্ঞসকলে আশংকা ব্যক্ত কৰিছে। এই কথা ঠিক যে বিনামূলীয়া চাউল লাভ কৰা বহু পৰিয়ালক সেইখিনি

RelatedPosts

SLC Scheme:কৰ্মচাৰীসকলৰ বাবে আৰম্ভ Employee Salary-Linked Credit Scheme

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

SHe Box: ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত মহিলা কৰ্মচাৰীৰ বাবে বিশেষ ব্যৱস্থা চৰকাৰৰ

চাউলেবে মাহটো নোজোৱে। সেয়ে তেওঁলোকেও কম পৰিমাগত হ’লেও মুকলি বজাৰৰ পৰা চাউল কিনিবলৈ বাধ্য হৈছে। গতিকে বিনামূলীয়া চাউল লাভ কৰাসকলৰো একাংশৰ মূৰত মাধমাৰ পৰিছে।

ৰাজ্যৰ অসামৰিক যোগান বিভাগৰ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি প্ৰতি কিলোগ্রাম চাউলৰ মূল্য অসমত ১৫ টকা পর্যন্ত বৃদ্ধি হৈছে। কাৰণ পাইকাৰী বজাৰতো মূল্যবৃদ্ধি হৈছে। পৰিবহণ ব্যয়কে ধৰি খুচুৰা বজাৰত সেয়েহে মূল্যৰ সর্বাধিক প্রভাৱ পৰিছে। সুত্রটোবে জনায় যে পাইকাৰী বজাৰত বহুল প্রচলিত বিভিন্ন প্ৰকাৰৰ বাচমতি চাউলৰ পাইকাৰী মূল্য প্রতি কিলোগ্রামত ৭০-১১৮ টকা পর্যন্ত বৃদ্ধি হৈছে। এই বৃদ্ধিৰ পূর্বে সেই মূল্য ৬০-১০০ টকা আছিল। আনহাতে, একেবাৰে কম মূল্যৰ সাধাৰণ চাউলৰ পাইকাৰী মূল্য ৩০-৭৫ টকা পর্যন্ত বৃদ্ধি হৈছে।

সেই মূল্য তাৰ পূৰ্বে প্ৰতি কিলোগ্রামত আছিল ২২-৬০ টকা। সেই হিচাপত এনে বৃদ্ধিৰ ফলত অসমৰ বজাৰত বহুল প্রচলিত বিপিটি চাউলৰ খুচুৰা মূল্য প্রতি কিলোগ্রামত ৪৫ টকাৰ পৰা ৫৫ টকালৈ বৃদ্ধি হৈছে। আন এটা জনপ্রিয় ব্রেন্ড সোনাশক্তিৰ মূল্যবৃদ্ধি হৈছে ৬০-৭০ টকালৈ। স্থানীয় আইজং চাউলৰো মূল্য বৃদ্ধি হৈছে প্রতি কিলোগ্রামত ৪০-৫২ টকালৈ। ব্রেগুভেদে ১৫ টকালৈয়ো মূল্যবৃদ্ধি হোৱা বুলি কে’বাজনো ব্যৱসায়ীয়ে জনায়। গ্রামাঞ্চল তথা পাইকাৰী বজাৰৰ পৰা দূৰণিৰ খুচুৰা বজাৰত নগৰাঞ্চলতকৈ চাউলৰ খুচুৰা মূল্য অধিক বৃদ্ধি হৈছে। পৰিবহণ ব্যয়ৰ বাবেই এনে বৃদ্ধি হৈছে।

সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ব্যৱসায়ী সঞ্জীৱ ডেকাই কয় যে যি হাৰত মূল্যবৃদ্ধি হৈছে, তাৰ ফলত সাধাৰণ দোকান চলোৱাটোৱেই মস্কিল হৈ পৰিছে। ডেকাই কয়, ‘চাউল মানুহক লাগিবই। দাম বাঢ়িলেও মানুহে চাউল কিনিবলৈ বাধ্য; অথচ আমি ব্যৱসায়ী হিচাপে গ্রাহকক বহু সময়ত মূল্যৰ পৰিমাণ ক’বলৈকে টান পাওঁ। কাৰণ হঠাৎ ১০-১৫ টকা একেলগে বৃদ্ধি হ’লে গ্ৰাহকৰ কিমান অসুবিধা হয়, আমি অনুভৱ কৰো। দাম বাঢ়িল বুলি আমাৰ দৰে খুচুৰা ব্যৱসায়ীৰ লাভ কিন্তু নাবাঢ়ে। বৰঞ্চ আগতকৈ লাভৰ পৰিমাণ কমিছেহে।’

ডেকাৰ দোকানলৈ বজাৰ কৰিবলৈ অহা মহানগৰীৰ বেহাৰবাৰীৰ বাসিন্দা বৈষ্ণৱ পালে কয়, ‘আমাৰ কাৰণে দুৰ্বলতা এয়ে যে দাম বাঢ়িলে আমি কিছুমান পাচলি আৰু গেলামালৰ সামগ্ৰী নিকিনিব পাৰো  অথবা কমকৈ কিনিব পাৰো; কিন্তু চাউল কমকৈ কিনি আমি ভোকত থাকিব নোৱাৰো। যিমান দাম বাঢ়িলেও আমি প্রয়োজনীয় চাউল কিনিবই লাগিব। গ্ৰাহকৰ এই দুৰ্বলতাৰ সুযোগ লৈছে বজাৰ নিয়ন্ত্ৰণ কৰাসকলে।’

উল্লেখ্য যে দক্ষিণ ভাৰত, উত্তৰ প্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰৰ পৰাই দেশৰ বজাৰলৈ সৰ্বাধিক চাউলৰ যোগান ধৰা হয়। দাম বৃদ্ধি হ’লেই যেন বৃহৎ ব্যৱসায়ী আৰু চৰকাৰৰো একাংশই উৎপাদন হ্রাস হোৱা বুলি সাধাৰণ কাৰণ দেখুওৱাটো এক স্বভাৱত পৰিণত হৈছে। অসম চৰকাৰৰো যোগান বিভাগৰ সূত্রই আজি সেয়াই কাৰণ দেখুৱায়। বিশেষকৈ উত্তৰ প্ৰদেশত যোৱাটো বতৰত চাউলৰ উৎপাদন যথেষ্ট হ্রাস হয়।

ইয়াৰ ফলত চাউলৰ মুঠ যোগানত বৃহৎ ঘাটি পৰে। অৱশ্যে চৰকাৰী এনে দাবীৰ বিপৰীতে এইটোও সঁচা যে চাহিদাৰ ভৰপক সুযোগ লৈ অসাধু ব্যৱসায়ী চক্ৰৰ দপদপনি সমগ্র দেশত চলি আহিছে। ছিণ্ডিকেট, ক’লা বজাৰ, আদিয়েও বজাৰত মাধমাৰ শোধাই আহিছে। ইয়াৰ ফলত সকলো নিত্য প্রয়োজনীয় সামগ্ৰীৰে মূল্যবৃদ্ধি হৈছে। নিৰ্বাচনৰ পূৰ্বে বৰ বৰ কথা কোৱা চৰকাৰ নিৰ্বাচনৰ পাছতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে গ্ৰহণ কৰি আহিছে নীৰৱতা। ইয়াৰ পৰিণাম বাৰম্বাৰ ভুগি আহিছে সাধাৰণ জনতাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovtRice prices riseRs 15 per Week
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d