Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

New guidelines to Kanthilangso Falls in Karbi Anglong:কাৰ্বি আংলঙৰ মনোমোহা কাংথিলাংছ’ জলপ্রপাতলৈ যোৱাৰ নতুন পথ নির্দেশনা

publisher by publisher
June 29, 2024
in India, Assam, News
Reading Time: 2 mins read
0
New guidelines to Kanthilangso Falls in Karbi Anglong:কাৰ্বি আংলঙৰ মনোমোহা কাংথিলাংছ’ জলপ্রপাতলৈ যোৱাৰ নতুন পথ নির্দেশনা
2
SHARES
17
VIEWS
ShareShareShareShare

New guidelines to Kanthilangso Falls in Karbi Anglong:

কার্বি আংলঙৰ ডেনগাঁও বজাৰৰ হাজা ৰংপি গাঁও হৈ পাণজুৰিলৈ যোৱা পথৰ জাংমি ‘বে’ গাঁৱৰ কাঠৰ দলং জৰাজীৰ্ণ হৈ পৰাত সাময়িভাবে বন্ধ ৰখা হৈছে সেই পথ। তাৰ পৰিৱৰ্তে বিকল্প পথ হিচাপে ডেনগাঁও বজাৰৰ পৰা বিথিলাংছ’-পাণজুৰি হৈ অ’ন ‘বে’ গাঁও হৈ পর্যটকসকলে কাংথিলাংছ’লৈ যাব পাৰিব। কাঠৰ দলঙৰ ঠাইত পকী দলং নিৰ্মাণৰ পদক্ষেপ গ্রহণ কৰিছে চৰকাৰে।

ADVERTISEMENT

falls 2বিশ্ব বেংকৰ আর্থিক অনুদানেৰে আছাম ৰিচিলেন্ট ৰুৰেল ব্ৰীডজ প্ৰগ্ৰেম প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা হ’ব নতুন আৰ চি চি দলং। ইতিমধ্যে ইয়াৰ নিবিদা প্রক্রিয়া সম্পন্ন হৈছে। লোকনির্মাণ বিভাগৰ ডকমকা পথ সংমণ্ডল কাৰ্যালয়ৰ বিষয়া গোলাপ ক্র’ই ভিন্ন প্ৰান্তৰ পৰা অহা পর্যটকসকলক আহ্বান জনায় যাতে লোকনির্মাণ বিভাগে নির্দেশনা জাৰি কৰা নতুন পথত কাংথিলাংছ’ জলপ্রপাতলৈ যোৱাত বিকল্প পথ হিচাপে ব্যৱহাৰ কৰে। নতুন পকী দলং নির্মাণ কার্য সম্পন্ন নোহোৱা পর্যন্ত এই পথত সকলো ধৰণৰ যাতায়াত বন্ধ থাকিব।

RelatedPosts

Karbianglong Missing:কাৰ্বি আংলঙত নির্বাচনী বিষয়া নিৰুদ্দেশ !

 Karbianglong:প্ৰশিক্ষণ উৰণতেই বিপৰ্যয়! ভূপতিত যুদ্ধ বিমান

Kherani Situation:খেৰণিৰ হিংসাত্মক পৰিস্থিতি ক্ৰমাৎ শান্ত !

উল্লেখ্য যে কাৰ্বি আংলঙৰ সুউচ্চ সেউজীয়া পাহাৰৰ পৰা নামি অহা ৰূপোৱালী জলধাৰা মনোমোহা কাংথিলাংছ’ৰ সৌন্দর্য উপভোগ কৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আন আন স্থানৰ পৰ্যটকসকলেও ভিৰ কৰা পৰিলক্ষিত হৈ আহিছে। জৰাজীৰ্ণ কাঠৰ দলঙৰ ঠাইত চৰকাৰে আৰ চিচি দলং নিৰ্মাণৰ পদক্ষেপ গ্রহণ কৰাত স্থানীয় লোকৰ লগতে উৎফুল্লিত হৈ পৰিছে পৰ্যটকসকল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: kAACKanthilangso FallskarbianglongNew Guidelines
publisher

publisher

Related Posts

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
India

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

April 27, 2026
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
News

মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
India

কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

April 27, 2026
কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে
News

কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d