Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

New criminal laws: Delhi records first FIR under new penal code BNS against a street vendor:আজিৰে পৰা দেশত বলৱৎ তিনিখন নতুন ফৌজদাৰী আইন

বিলীন হ'ল আই পি চি,চিআৰ পিচি,আইইএ আইন, নতুন আইন বলবত পিছতেই প্ৰথমটো গোচৰ ৰজু, ভাৰতীয় ন্যায় সংহিতাৰ অধীনত প্ৰথমটো গোচৰ ৰজু এজন হকাৰৰ বিৰুদ্ধে

publisher by publisher
July 1, 2024
in India
Reading Time: 2 mins read
0
New criminal laws: Delhi records first FIR under new penal code BNS against a street vendor:আজিৰে পৰা দেশত বলৱৎ তিনিখন নতুন ফৌজদাৰী আইন
2
SHARES
22
VIEWS
ShareShareShareShare

New criminal laws: Delhi records first FIR under New Penal code BNS Against a Street Vendor:

আজিৰে পৰা দেশত বলবৎ হ’ল তিনিখন নতুন ফৌজদাৰী কঠোৰ আইন। আই কেইখন হ’ল ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ৷

ADVERTISEMENT

আনহাতে নতুন আইন বলবৎ হোৱাৰ পিছতেই দেশত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত প্ৰথমটো গোচৰ ৰুজু হয় এজন হকাৰৰ বিৰুদ্ধে ৷ পদপথত ব্যৱসায় কৰা হকাৰজনৰ বিৰুদ্ধে ৰজু কৰা হয় ২৮৫ ধাৰাত গোচৰ।

RelatedPosts

No Content Available

নতুন দিল্লী ৰে’লৱে ষ্টেচনত ধঁপাতজাতীয় সামগ্ৰী আৰু পানী বিক্ৰী কৰিবৰ বাবে পংকজ কুমাৰ নামৰ হকাৰজনে থেলাখন ৰাখিছিল ফুট অভাৰব্ৰিজত ৷ এই ক্ষেত্ৰত বাধাৰোপ কৰে আৰক্ষীয়ে ৷ কিন্ত আৰক্ষীৰ অনুৰোধকো আওকাণ কৰি ব্যৱসায় চলোৱাৰ অভিযোগত বিএনএছৰ ২৮৫ ধাৰাত গোচৰ ৰজু কৰে কমলা মাৰ্কেট থানাই।

উল্লেখ্য যে, নতুন ফৌজদাৰী আইন কাৰ্যকৰী হোৱাৰ লগে লগে ব্ৰিটিছ যুগৰ ভাৰতীয় দণ্ডবিধিৰ ঠাই লোৱা ভাৰতীয় ন্যায় সংহিতাৰ ২৮৫ ধাৰাৰ অধীনত প্ৰথমটো এফআইআৰ পঞ্জীয়ন কৰা হয়।

মনকৰিবলগীয়া যে,আজিৰ ( ১ জুলাই) ৰ পৰা দাখিল কৰা সকলো এফআইআৰ বিএনএছৰ অধীনত পঞ্জীভুক্ত হ’ব, আনহাতে ৩০ জুনলৈকে পঞ্জীয়ন হোৱা গোচৰ ভাৰতীয় দণ্ডবিধি (আইপিচি), ফৌজদাৰী প্ৰক্ৰিয়া সংহিতা (চিআৰপিচি), আৰু ভাৰতীয় প্ৰমাণ আইনৰ অধীনত চলি থাকিব।

৩৫৮টা ধাৰাৰে বিএনএছে আইপিচিৰ অধীনত ৫১১টা ধাৰা হ্ৰাস কৰে, নতুন অপৰাধ প্ৰৱৰ্তন কৰে, কিছুমানৰ কাৰাদণ্ড বৃদ্ধি কৰে, জৰিমনা বৃদ্ধি কৰে, আৰু সামূহিক সেৱা প্ৰৱৰ্তন কৰে।

ভাৰতীয় নাগাৰিক সুৰক্ষা সংহিতাৰ (বিএনএছএছ) চিআৰপিচিৰ অধীনত ৪৮৪টা ধাৰা থকাৰ বিপৰীতে ৫৩১টা ধাৰা আছে, য’ত উল্লেখযোগ্য পৰিৱৰ্তন হৈছে৷আনহাতে ভাৰতীয় সাক্ষ্য অধিনিয়ম (বিএছএ)য়ে ভাৰতীয় প্ৰমাণ আইনৰ ঠাইত কেইবাটাও ধাৰা সংযোজন আৰু সংশোধন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Delhi records first FIRNew criminal lawsNew Penal code BNSStreet Vendor
publisher

publisher

Related Posts

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
India

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
India

কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

April 27, 2026
মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d