Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

 Cyber ​​Fraud has Quadrupled in the Country in just one Year:মাত্ৰ এবছৰতে দেশত চাৰিগুণ বৃদ্ধি চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা

এক লাখ টকাৰ অধিক ধন লুণ্ঠনৰ ২৯ হেজাৰ ঘটনাৰ গোচৰ ৰুজ, ক্রেডিট-ডেবিট- এটিএম কার্ড-ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে গ্রাহকক ঠগিছে সংগঠিত অপৰাধী চক্রই

publisher by publisher
July 26, 2024
in Uncategorized
Reading Time: 2 mins read
0
 Cyber ​​Fraud has Quadrupled in the Country in just one Year:মাত্ৰ এবছৰতে দেশত চাৰিগুণ বৃদ্ধি চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা
1
SHARES
8
VIEWS
ShareShareShareShare

 Cyber ​​Fraud has Quadrupled in the Country in just one Year:

চাইবাৰ অপৰাধীৰ ভয়ংকৰ লুন্ঠনৰ জাল খনৰ পৰা দেশবাসী উদ্ধাৰ হোৱাৰ বিপৰীতে বিপৰীতে নিতৌ এনে ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে। একমাত্র সজাগতাৰ অভাৱতে দেশৰ হেজাৰ হেজাৰ গ্ৰাহকৰ বেংক একাউণ্ট নিমিষতে উদং কৰি পেলাইছে চাইবাৰ প্ৰবঞ্চক চক্ৰই ।

ADVERTISEMENT
দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো এনে অপৰাধীয়ে বহু পৰিয়ালক কৰিছে। চাইবাৰ অপৰাধীৰ ধন লুটৰ গোচৰ দৈনিক থানাই থানাই ৰুজু হৈছে। অৱশ্যে দুই-একে হেৰুওৱা ধনৰ সামান্য অংশ ওভতাই পাইছে; কিন্তু এই ভয়াৱহ লুণ্ঠনৰ জালখন অধিক বিস্তৃত হৈহে আহিছে। চৰকাৰৰ লগতে বেংক প্রতিষ্ঠানে বেংক সম্বন্ধীয় কোনো তথ্য ৰাজহুৱা নকৰিবলৈ গ্রাহকসকলক আহ্বান জনাই আহিছে যদিও বেংক নাইবা বিত্তীয় লেনদেনৰ ব্যৱস্থা ওপ্ৰত দৃষ্টি ৰখা চাইবাৰ অপৰাধীয়ে নিত্য-নতুন কৌশল ৰচনা কৰি ইজনৰ পাছত সিজনক জালত পেলাই আহিছে। তাৰ মাজতে পোহৰলৈ আহিছে চাইবাৰ প্ৰৱঞ্চক চক্ৰই পেলোৱা ভয়ংকৰ লুণ্ঠনৰ জালখন।
ভাৰতীয় ৰিজার্ভ বেংকৰ তথ্যত প্ৰকাশ পাইছে যে ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৩-২০২৪ বিত্তীয় বর্ষত দেশত এক লাখৰো অধিক টকাৰ চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা চাৰিগুণৰো অধিক বৃদ্ধি পাইছে। ২০২২-২০২৩ত দেশত এক লাখৰো অধিক ধন লুণ্ঠনৰ ৬,৬৯৯টা ঘটনা সংঘটিত হৈছিল আৰু ইয়াৰ জৰিয়তে চাইবাৰ প্ৰৱঞ্চকে প্রায় ২৭৭ কোটি সৰকাই নিছিল। ২০২৩-২০২৪ বিত্তীয় বর্ষত এনে ঘটনা ২৯,০৮২টা সংঘটিত হৈছে; য’ত ১,৪৫৭ কোটি টকাৰ লুণ্ঠন কৰিছে চাইবাৰ প্ৰৱঞ্চকে।
ভাৰতীয় ৰিজার্ভ বেংকৰ তথ্যৰ উদ্ধৃতি দি কেন্দ্রীয় বিত্ত মন্ত্রণালয়ে প্রকাশ কৰা তথ্যত যোৱা পাঁচ বছৰত অসমৰ পৰাও প্রায় ১২ কোটি টকা চাইবাৰ প্ৰৱঞ্চক চক্ৰই লুট কৰা বুলি সদৰী কৰিছে। উল্লেখ্য যে দেশৰ বেংক খণ্ডৰ প্ৰায় ৬৩টা চৰকাৰী-বক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ পৰা যোৱা পাঁচ বছৰত ২,১৩৭ কোটি টকা হৰলুকি কৰিছে চাইবাৰ অপৰাধীয়ে। ক্রেডিট কার্ড, ডেবিট কার্ড তথা এটিএম কার্ড আৰু ইন্টাৰনেট বেংকিঙৰ জৰিয়তে উল্লিখিত ধনৰাশি প্রবঞ্চনাৰে উলিয়াই নিয়া হৈছে।
বিভাগটোৱে প্ৰকাশ কৰা এক লাখ তথা ততোধিক ধন লুণ্ঠনৰ ৪৪,৫৯টা ঘটনা যোৱা পাঁচ বছৰত সংঘটিত হৈছে। ইয়াৰ ভিতৰত ২০১৯-২০২০৩ ২,৬৭৭ ঘটনাৰ জৰিয়তে ১২৯ কোটি, ২০২০-২০২১ত ২,৫৪৫টা ঘটনাত ১১৯ কোটি, ২০২১-২০২২ত ৩,৫৯৬টা ঘটনাত ১৫৫ কোটি, ২০২২-২০২৩ত ৬,৬৯৯টা ঘটনাত ২৭৭ কোটি আৰু ২০২৩ ২০২৪ত ২৯,০৮২টা ঘটনাৰ জৰিয়তে ১,৪৫৭ কোটি টকা চাইবাৰ অপৰাধীয়ে লুট কৰি নিছে। অসমৰ ক্ষেত্ৰত এক লাখৰো অধিক ধন লুটৰ ঘটনা ২০২৩- ২০২৪ বিত্তীয় বর্ষত ২২৪টা সংঘটিত হৈছে আৰু এই ঘটনাৰ জৰিয়তে প্ৰৱঞ্চক চক্ৰই ৮.০৪ কোটি টকা লুণ্ঠন কৰিছে।
একেদৰে ২০১৯-২০২০ত ৭৭টা ঘটনাত ১.৩০ কোটি, ২০২০-২০২১ত ৩৪টা ঘটনাত ০.৭১ কোটি, ২০২১-২০২২ত ১৭টা ঘটনাত ১.২২ কোটি আৰু ২০২২-২০২৩ত ২৫ টা ঘটনাবে ০.৭০ কোটি লুট হৈছে। চাইবাৰ প্ৰৱঞ্চকৰ ভয়ংকৰ লুণ্ঠনৰ জালত পৰি কপালৰ ঘাম মাটি পেলাই সঞ্চয় কৰি ৰখা লাখে লাখে টকা হেৰুৱাই সম্প্ৰতি দিক্বিদিক হেৰুৱাই পেলাইছে বহুজনে। সমান্তৰালভাৱে উল্লিখিত তথ্যই প্রমাণ কৰিছে যে দেশত কিদৰে অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা। এই ক্ষেত্রত গ্রাহকসকল অধিক সজাগ আৰু সক্রিয় হোৱাটো নিতান্তই প্রয়োজন।

#কোন বেংকৰ পৰা কিমান টকা লুট:

ইফালে, দেশৰ প্ৰায় ৬৪টা বেংকৰ গ্ৰাহকৰ পৰা উল্লিখিত পৰিমাণৰ বৃহৎ ধনৰাশি চাইবাৰ অপৰাধীয়ে লুট কৰাৰ তথ্য প্রকাশ কৰিছে বিত্ত মন্ত্রণালয়ে। প্রকাশিত তথ্য অনুসৰি, যোৱা পাঁচ বছৰত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকৰ একাউণ্টৰ পৰা এক লাখৰো অধিক ধন লুণ্ঠনৰ ৩,৩২৩টা ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ জৰিয়তে ১৪৪.৬১ কোটি টকা হেৰুৱাইছে গ্রাহকে। ইয়াৰে ২০২৩- ২০২৪ বিত্তীয় বর্ষত এক লাখৰো অধিক ধন লুণ্ঠনৰ ২,০৭১ টা ঘটনা, য’ত ৬৭.৩০ কোটি টকা জড়িত হৈ আছে। একেদৰে ভাৰতীয় স্টেট বেংকত ২০১৯ ২০২০ত ৩৭৫টা ঘটনাত ৭.২২ কোটি, ২০২০ ২০২১ত ২০৬টা ঘটনাত ৯.৫৫ কোটি, ২০২১ ২০২২ত ২৯৯টা ঘটনাত ২৭.৬৭ কোটি আৰু ২০২২ ২০২৩ত ৩৭২টা ঘটনাত ৩২.৮৭ কোটি টকা জড়িত হৈ আছে। একেদৰে এক্সিছ বেংকৰ পৰা যোৱা পাঁচ বছৰত ৫,১২১টা ঘটনাত ১৮০.৪৭ কোটি, আইচিআইচিআই বেংকৰ পৰা ৮,৬২১টা ঘটনাত ৪০১.৪৩ কোটি, এইছডিএফচি বেংকৰ পৰা ৬,৯৭৫টা ঘটনাত ৬০৬ কোটি, কটাক মহিন্দ্ৰা বেংকৰ পৰা ৩,৪৯৭টা ঘটনাত ৭৪.৩৬ কোটি আৰু এইছএছবিচিৰ পৰা ৮৫৫টা ঘটনাত ২৪.১৩ কোটি টকা চাইবাৰ অপ্ৰাধীয়ে লুট কৰিছে।

RelatedPosts

পাঁচ বছৰত ডিজিটেল বিত্তীয় প্ৰৱঞ্চনাৰ ছয় লাখ ৫৪ হেজাৰটা ঘটনা

RBI Alert : অনলাইনত পুৰণি ক‌ইন দিলেই লাখপতি ? সাৱধান ! প্রতাৰণাৰ বলি হ’ব পাৰে আপুনিও

আনহাতে, ২০২৩-২০২৪ বর্ষত সংঘটিত ঘটনাত সর্বাধিক তামিলনাডুৰ পৰা ৫৫৩.২৮ কোটি, মহাৰাষ্ট্ৰৰ পৰা ২৮২.৪২ কোটি, উত্তৰ প্ৰদেশৰ পৰা ৮৩.৯১ কোটি, অসমৰ পৰা ৬২.১২ কোটি, কেৰালাৰ পৰা ৬০.৯ কোটি, হাৰিয়ানাৰ প্ৰা ৫২.২৫ কোটি, তেলেংগানাৰ পৰা ৫২.১০ কোটি আৰু কৰ্ণাটকৰ পৰা ৫৪.৮৪ কোটি টকা চাইবাৰ অপৰাধীৰ জালত পৰিছে। তথ্য অনুসৰি, সংশ্লিষ্ট বৰ্ষটোত সর্বাধিক এইডিএফচি বেংকৰ ৫১৮.৫৬ কোটি, আইচিআইচিআই বেংকৰ ২৯৫.১৪ কোটি, এক্সিছ বেংকৰ ৯৭.৭৪ কোটি, ইউনিয়ন বেংকৰ ৯৭.৯৮ কোটি, স্টেট বেংকৰ ৬৭.৩০ কোটি, আৰবিএল বেংকৰ ২০.৪৯ কোটি, পেটিএম পেইমেন্ট বেংকৰ ২২.২৪ কোটি, পঞ্জাৱ বেংকৰ ৮.৭৪ কোটি, ছাউথ ইন্ডিয়ান বেংকৰ ৫.৮০ কোটি, কটাক মহিন্দ্রা বেংকৰ ১৫.৮১ কোটি, ইণ্ডাছইণ্ড বেংকৰ ৪৩.১৩ কোটি, ইণ্ডিয়ান বেংকৰ ২০.০৬ কোটি চাইবাৰ অপৰাধীৰ জালত পৰিছে।

উল্লেখ্য যে কোনো নাগৰিকে চাইবাৰ প্ৰৱঞ্চকৰ কৱলত পৰিলে তাৎক্ষণিকভাৱে ‘১৯৩০’ ট’ল ফ্রী নম্বৰৰ জৰিয়তে চাইবাৰ ফ্ৰড ৰিপর্টিং এণ্ড মেনেজমেন্ট ছিষ্টেম্মত অভিযোগ দাখিল কৰিব পাৰে আৰু অভিযোগ লাভৰ পাছতে আৰক্ষী আৰু বেংক কর্তৃপক্ষই সংশ্লিষ্ট ছিষ্টেমৰ মাধ্যমেৰে ভুক্তভোগী লোকজনে হেৰুওৱা টকা উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা চলায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Country in just one YearCyber FraudQuadrupled
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d