Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ajp:চুবুৰীয়া দেশৰ পৰিস্থিতিক লৈ অসমতো উদ্বিগ্নতা, অসম-বাংলা সীমান্ত ছীল নোহোৱাৰ সুযোগ মৌলবাদী-অনুপ্ৰৱেশকাৰীয়ে লোৱাৰ আশংকা

বাংলাদেশৰ অস্থিৰতাৰ সুযোগত অসমলৈ হ'ব পাৰে অনুপ্ৰৱেশ, সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰাৰ আহ্বান জাতীয় পৰিষদৰ

publisher by publisher
August 5, 2024
in Uncategorized
Reading Time: 2 mins read
0
Ajp:চুবুৰীয়া দেশৰ পৰিস্থিতিক লৈ অসমতো উদ্বিগ্নতা, অসম-বাংলা সীমান্ত ছীল নোহোৱাৰ সুযোগ মৌলবাদী-অনুপ্ৰৱেশকাৰীয়ে লোৱাৰ আশংকা
1
SHARES
11
VIEWS
ShareShareShareShare

Ajp:

চুবুৰীয়া দেশ বাংলাদেশত গণ বিদ্ৰোহত সেও মানি দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই পদত্যাগ কৰি ভাৰতলৈ পলাই অহাৰ পিছত ভাৰত-বাংলা সীমান্তৰ নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে অসম জাতীয় পৰিষদে ৷ দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে দেশখনৰ অশান্ত পৰিস্থিতিৰ সুযোগ লৈ সেই দেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে ৷

ADVERTISEMENT

indo banglaborderসেয়ে ভাৰত-বাংলা সীমান্তৰ, বিশেষকৈ অসমৰ সৈতে সংলগ্ন সীমা এলেকাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা প্ৰয়োজন ৷ জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলটোৰ মতে, বাংলাদেশৰ শেহতীয়া গণবিদ্ৰোহৰ সৈতে যিকেইটা শক্তি জড়িত হৈ আছে, তাৰ ভিতৰত ভাৰত বিৰোধী সাম্প্ৰদায়িক সংগঠনো আছে ৷

RelatedPosts

Assam Jatiya Parishad Two  Days Meeting At Guwahati:গুৱাহাটীত জাতীয় পৰিষদৰ দুদিনীয়া বৈঠক

Dulu Ahmed Resigns From Assam Jatiya Parishad:অৱশেষত অসম জাতীয় পৰিষদ ত্যাগ কৰিলে দুলু আহমেদে

AIUDF : সাম্প্ৰদায়িক মন্তব্য দিয়া এ আই ই ডি এফৰ সভাপতিক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত ন্যায়লয়ৰ দ্বাৰস্থ্য হ’ল অসম জাতীয় পৰিষদ

উক্ত শক্তিসমূহে পূৰ্বে ভাৰতৰ পশ্চিম বংগ আৰু অসমত সন্ত্ৰাসবাদী সংযোগ স্থাপন কৰাৰ বহু উদাহৰণ আছে ৷ একেদৰে, ভাৰতত কা’ আইন প্ৰয়োগে সুযোগ দিয়া বাংলাদেশী নাগৰিকেও অসমলৈ গুছি অহাৰ সম্ভাৱনা বিদ্যমান ৷ এনে দুয়ো ধৰণৰ অনু্প্ৰৱেশ প্ৰতিৰোধ কৰাটো জৰুৰী ৷

জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে বিবৃতিটোত কয় যে বিজেপি দলৰ চৰকাৰে প্ৰতিশ্ৰুতি দিও অসম-বাংলাদেশ সীমা ছীল নকৰিলে, সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ সম্পূৰ্ণ নকৰিলে, অসম চুক্তি অনুসৰি বিদেশী চিনাক্ত আৰু বহিষ্কৰণ নকৰিলে ৷

একেদৰে এন আৰ চি উন্নীতকৰণৰ কাম সম্পূৰ্ণ নকৰা আৰু নাগৰিকত্ব সংশোধনী আইন (কা’) প্ৰয়োগে দেশখনৰ পৰা অসমলৈ অনুপ্ৰৱেশ হোৱাৰ পথ মুকলি কৰি ৰাখিলে ৷ ফলত বাংলাদেশৰ মৌলবাদী, সন্ত্ৰাসবাদী বা ভাৰতত কা’ প্ৰয়োগে সুবিধা কৰি দিয়া বাংলাদেশী লোক, উক্ত তিনিও শ্ৰেণীৰ অনুপ্ৰৱেশ অসমলৈ অবাধে ঘটাৰ বাট মুকলি হৈ আছে ৷

এই ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে যোগাযোগ স্থাপনেৰে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলটোৱে অসমৰ মুখ্যমন্ত্ৰীকো দাবী জনায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Jatiya ParishadBangladesh IncidentIndo-banagla Border Seal
publisher

publisher

Related Posts

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d