Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Caa Protests In Guwahati: গুৱাহাটীত নাগৰিকত্ব সংশোধনী আইন ( কা )-বিৰোধী সমন্বয় সমিতি অসমৰ প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

publisher by publisher
August 3, 2024
in Uncategorized
Reading Time: 1 min read
0
Caa Protests In Guwahati: গুৱাহাটীত নাগৰিকত্ব সংশোধনী আইন ( কা )-বিৰোধী সমন্বয় সমিতি অসমৰ প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Caa Protests In Guwahati:

গুৱাহাটীৰ ‘ মেঘদূত ‘ ভৱনৰ সন্মুখত ‘নাগৰিকত্ব সংশোধনী আইন (কা)- বিৰোধী সমন্বয় সমিতি’ৰ আহ্বান মৰ্মে আজি অসম চৰকাৰৰ অসমবিৰোধী তথা জন-বিৰোধী নীতিৰ বিৰুদ্ধে কেইবাটাও ৰাজনৈতিক দল , সংগঠন আৰু সমাজ সচেতন কবি-লেখক- শিল্পী ,অধ্যাপককে আদি কৰি উচ্ছেদ বিৰোধী সংগ্ৰামী সংগঠনকে ধৰি শতাধিক প্ৰতিবাদী লোকে নেৰানেপেৰা বৰষুণকো আওকাণ কৰি কেইবাটাও বিষয় কাৰ্যকৰী কৰাৰ দাবীত ৰাজপথত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ আৰু পথসভা অনুষ্ঠিত কৰে ।

ADVERTISEMENT

প্ৰতিবাদী বিক্ষোভৰ দাবীকেইটা এনেধৰণৰ -নাগৰিকত্ব সংশোধনী আইন (কা ) –২০১৯ ৰ প্ৰয়োগ বন্ধ কৰক ; ধৰ্মৰ ভিত্তিত ট্ৰাইবিউনেলত সন্দেহযুক্ত বিচাৰৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰক ; সাম্প্ৰদায়িক , সংবিধান বিৰোধী তথা অসমৰ স্বাৰ্থবিৰোধী ‘কা’ বাতিল কৰক ; ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ( এন আৰ চি ) অবিলম্বে সূচিত কৰাৰ লগতে জাননী প্ৰকাশ কৰক আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ কৰা সাম্প্ৰদায়িক ৰাজনে আৰু তথা তথ্য বিকৃতি বন্ধ কৰক ।

প্ৰতিবাদী বিক্ষোভৰ দাবীৰ সমৰ্থনত ‘কা’ বিৰোধী সমন্বয় সমিতি’ৰ মুখ্য সমন্বয়ক দেৱেন তামুলীয়ে আঁত ধৰা ৰাজপথতেই অনুষ্ঠিত হোৱা প্ৰতিবাদী পথ সভাত চি পি আই(এম) ৰ ইছফাকুৰ ৰহমান , চি পি আইৰ কনক গগৈ , ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টি( এছ পি) ৰ পৰেশ বৰুৱা , আম আদমি পাৰ্টিৰ অনুৰূপা ডেকা ৰজা, কংগ্ৰেছ দলৰ মীৰা বৰঠাকুৰ , কৃষক মুক্তি সংগ্ৰাম সমিতৰ দেৱেন শৰ্মা , নগাঁৱৰ সচেতন সাংস্কৃতিক কৰ্মী বিৰিঞ্চি বৰা , ড° ইন্দ্ৰাণী দত্ত, শিলসাঁকো উচ্ছেদ বিৰোধী আন্দোলনৰ সংগ্ৰামী নেত্ৰী গায়ত্ৰী বড়ী আদিয়ে নিজৰ বক্তব্যত ‘কা’ আইন মানি নোলোৱাৰ পূৰ্বৰ স্থিতি পুনৰ দোহাৰে আৰু চৰকাৰৰ অসম বিৰোধী তথা সাম্প্ৰদায়িক ,বিভাজনবাদী জনবিৰোধী ভূমিকাৰ তীব্ৰ প্ৰতিবাদ জনায় ।

প্ৰতিবাদী বিক্ষোভত বিশিষ্ট কবি নীলিম কুমাৰ , ড° ঘনশ্যাম নাথ , মুনীন মহন্ত , জয়ন্ত গগৈ , মৃন্ময় মৃন্ময়, শঙ্কৰ শইকীয়া , ড° নীৰেন্দ্ৰনাথ ঠাকুৰীয়া , প্ৰভাত দাস, দ্বিজেন দাস, ছৈয়দুৰ ৰহমানকে আদি কৰি ভালেমান বিশিষ্ট ব্যক্তি বিভিন্ন ট্ৰেড ইউনিয়নৰ নেতাও উপস্থিত থাকে। সভাই দাবী ৰূপায়ন নোহোৱালৈকে প্ৰতিবাদ চলাই যোৱাৰ সপক্ষে মত পোষণ কৰে ।

অনুষ্ঠানৰ শেষত উপস্থিত আৰক্ষী বিষয়াৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ প্ৰতিবাদী বিক্ষোভৰ দাবী সম্বলিত এখন স্মাৰকপত্ৰ ‘নাগৰিকত্ব সংশোধনী আইন কা বিৰোধী সমন্বয় সমিতি’য়ে প্ৰেৰণ কৰে আৰু সমন্বয় সমিতিয়ে আশা কৰে যে ৰাজ্যপালৰ বিশেষ তদাৰকীত অসমৰ ৰাইজৰ দাবী পূৰণ কৰাত আগভাগ লৈ অসম বিৰোধী দাবী আৰু সিদ্ধান্ত অনতিপলমে প্ৰত্যাহাৰ কৰাত আগভাগ ল’ব আৰু মুখ্যমন্ত্ৰীৰ বিভাজনবাদী , সাম্প্ৰদায়িক ভূমিকাক নিয়ন্ত্ৰণ কৰিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: caa birodhi SamitiCAA protestsGuwahati
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d