Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Hasina’s overthrow is behind the anti-India:হাছিনাৰ উৎখাতৰ আঁৰত ভাৰতবিৰোধী বৃহৎ চক্ৰ

বাংলাদেশৰ সংসদ ভংগ, খালেদা জিয়াক মুক্তি, অন্তৱর্তীকালীন চৰকাৰ গঠনক লৈ আলোচনা, ন'বেল জয়ী ইউনুছ মুখ্য উপদেষ্টা, হাছিনাৰ ঘনিষ্ঠ সেনাবিষয়াক অপসাৰণ

publisher by publisher
August 7, 2024
in Uncategorized
Reading Time: 5 mins read
0
Hasina’s overthrow is behind the anti-India:হাছিনাৰ উৎখাতৰ আঁৰত ভাৰতবিৰোধী বৃহৎ চক্ৰ
1
SHARES
11
VIEWS
ShareShareShareShare

Hasina’s overthrow is behind the anti-India:

শ্বেখ হাছিনাৰ দেশত্যাগৰ পাছদিনাই মঙলবাৰে বাংলাদেশৰ সংসদ ভংগ কৰাৰ লগতে প্রাক্তন প্রধানমন্ত্রী পাকিস্তানপন্থী বুলি পৰিচিত খালেদা জিয়াক মুক্তিদানৰ কথা ঘোষণা কৰে ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে।

ADVERTISEMENT

ইয়াৰ সমান্তৰালভাবে বাংলাদেশত অন্তৱর্তীকালীন চৰকাৰ গঠনৰ বাবে জোৰদাৰ আলোচনা অব্যাহত আছে। বাংলাদেশৰ ন’বেল বঁটা বিজয়ী মহম্মদ ইউনুছে অন্তৱর্তীকালীন চৰকাৰত অংশ ল’বলৈ সাজু বুলি কয়। দেশজুৰি অগ্নিগর্ভা প্ৰতিবাদৰ
পৰিপ্ৰেক্ষিতত সদ্য পদত্যাগী প্রধানমন্ত্রী হাছিনাৰ দেশত্যাগৰ পাছত ইউনুছৰ নাম চর্চালৈ আহে।

RelatedPosts

Nalbari Protest:বাংলেদশত সংখ্যালঘূ হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ

Bangladesh Home Advicer:বাংলাদেশত অবৈধ মাৰণাস্ত্ৰৰ সন্ত্রাস !

Bangladesh’s Supreme Court Chief Justice has demanded his resignation:পুনৰ উত্তপ্ত বাংলাদেশ,ছুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশৰ পদত্যাগৰ দাবীত উত্তাল আন্দোলনকাৰী ছাত্ৰ

foto2৮৪ বছৰীয়া ইউনুছক দৰিদ্ৰৰ বেংকাৰ বুলি কোৱা হয়। তেওঁ ইতিমধ্যে এক বিবৃতিত কয়, ‘বাংলাদেশত যদি কিবা কৰিব লাগে, তেন্তে মই মোৰ দেশ আৰু মোৰ মানুহৰ বাবে সেয়া কৰিম।’ তেওঁ দেশত শীঘ্রে মুক্ত নির্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনায়। বাংলাদেশত প্রতিবাদৰ নেতৃত্ব দিয়া ছাত্র সংগঠনসমূহে ইউনুছক অন্তৱর্তীকালীন চৰকাৰত উপদেষ্টৰূপে নিযুক্তি দিবলৈ দাবী জনাইছে।

প্রতিবাদী ছাত্র সংগঠনৰ এজন অন্যতম নেতা নাহিদ ইছলামে মঙলবাৰে পুৱা ভিডিঅ’ বার্তাযোগে এই দাবী জনায়। ইয়াৰ পাছত ইউনুছে কথা, ‘অন্তৱর্তীকালীন চৰকাৰ আৰম্ভণি মাথোঁ। স্থায়ী শান্তি প্রতিষ্ঠা হ’ব মুক্ত নিৰ্বাচনৰ জৰিয়তে। নির্বাচন অবিহনে কোনো পৰিৱৰ্তন সম্ভৱ নহয়।’ ইপিনে, বিভিন্ন মহলত ইউনুছ বাংলাদেশৰ প্রধানমন্ত্রী হ’ব বুলিও প্ৰচাৰ চলিছে। ইউনুছে এক বিবৃতিত কয়, মই প্রতিবাদকাৰীসকলৰ আস্থাৰ প্ৰতি সম্মান জনাইছো, যিসকলে মই অন্তৱর্তীকালীন চৰকাৰক নেতৃত্ব দিয়াটো বিচাৰিছে।’

foto3ইতিমধ্যে মঙলবাৰে সন্ধিয়াৰ পৰা ঢাকাত নতুন প্রস্তাৱিত চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ হয়। ইয়াৰ মাজতে আন এক তথ্য পোহৰলৈ আহিছে যে পাকিস্তান সেনা আৰু পাকিস্তানৰ চেৰাংচোৱা সংস্থা আইএছআয়ে পাকিস্তানপন্থী বিএনপিক পুনৰ ক্ষমতাত বহুওৱাবলৈ ষড়যন্ত্রত লিপ্ত হৈছে। হাছিনাৰ চৰকাৰ অস্থিৰ কৰি তুলিবলৈ এই ষড়যন্ত্র আছিল অতি পৰিকল্পিত।

বাংলাদেশ চোৰাংচোৱাৰ তথ্য অনুসৰি, বিগত কে’বামাহ ধৰি জামাত-ই-ইছলামীয়ে এই পৰিকল্পনা ৰচিছে। আন এক তথ্য অনুসৰি, খালেদাৰ পুত্ৰই পাকিস্তানৰ আইএছআইৰ বিষয়াসকলৰ স’তে বৈঠকতো মিলিত হৈছে। আনহাতে, পাকিস্তানত কৰ্মৰত চীনৰ সংস্থাই বহন কৰিছে পুঁজি। সূত্ৰত প্রকাশ যে অইএছআইৰ সহযোগত হাছিনা চৰকাৰৰ পতনৰ খচৰা প্ৰস্তুত কৰা হৈছে। বাংলাদেশৰ একাংশ বিষয়াই দাবী কৰে যে বিএনপিৰ ভাৰপ্ৰাপ্ত মুৰব্বী তথা খালেজাৰ পুত্ৰ তাৰিক ৰহমানে ছৌডি আৰবত আইএছআইৰ বিষয়াসকলৰ স’তে বৈঠকত মিলিত হয়।

foto4হিংসাত্মক ৰূপ ধাৰণ কৰা সংৰক্ষণ বিৰোধী প্রতিবাদক উচটনি দিবলৈ পাকিস্তানত কৰ্মৰত চীনা প্রতিষ্ঠানে পুঁজিৰ যোগান ধৰা বুলি বাংলাদেশৰ চোৰাংচোৱাই তথ্য লাভ কৰিছে। সুত্রত প্রকাশ যে পাকিস্তান সেনা আৰু আইএছআয়ে হাছিনা চৰকাৰক অস্থিৰ কৰিবলৈ আৰু পাকিস্তানপন্থী বুলি পৰিচিত বিএনপিক পুনৰ শাসনত ন্যস্ত কৰিবলৈ ৰচিছিল পৰিকল্পনা। সমান্তৰালভাবে চীনে আইএছআইৰ জৰিয়তে প্ৰতিবাদৰ উচটনি দিয়াৰ ক্ষেত্ৰত ইন্ধন যোগায়।

চোৰাংচোৱা সংস্থাই কয় যে জামাত-ই-ইছলামী বাংলাদেশৰ ছাত্র সংগঠন আইএছআইৰ মদতপুষ্ট ইছলামী ছাত্র শিবিৰে (আইচিএছ) এই প্রতিবাদক অগ্নিগর্ভা কৰি তোলে। হাছিনাক ওফৰাই ভাৰত বিৰোধী তথা পাকিস্তান আৰু চীনৰ স’তে বন্ধুত্ব ৰখা শাসক গোষ্ঠীক প্রতিষ্ঠা কৰিবলৈ আইচিএছে সুপৰিকল্পিতভাৱে প্রতিবাদক অগ্নিগর্ভ কৰি তোলে।

ভাৰত বিৰোধী স্থিতি পোষণ কৰা জামাত-ই-ইছলামীৰ লক্ষ্য হৈছে ছাত্র আন্দোলনটোক ৰাজনৈতিক আন্দোলনলৈ পৰিৱৰ্তিত কৰা। চোৰাংচোৱাৰ তথ্যই আঙুলিয়াই দিয়ে যে বিগত কে ‘বামাহ ধৰি ইছলামিক ছাত্র শিবিৰে পৰিকল্পনা ৰচিছিল। এই ক্ষেত্রত বৃহৎ পুঁজি পাকিস্তানৰ পৰাই চীনা প্রতিষ্ঠানে যোগান ধৰাৰ তথ্যও লাভ কৰিছে বংলাদেশৰ চোৰাংচেৱা সংস্থাই।

foto5প্রতিবাদকালীন সামাজিক মাধ্যমত প্রকাশিত বিভিন্ন কার্যকলাপৰ নিৰীক্ষণ কৰি চোৰাংচোৱাই তথ্য লাভ কৰে যে আৱামী লীগ বিৰোধী অধিক সংখ্যক পোষ্ট বা প্রতিবাদকাৰীৰ বিৰুদ্ধে হিংসাত্মক ঘটনাৰ ভিডিঅ’, হাছিনাক পদদলিত কৰা প’ষ্টৰ আদি সামাজিক মাধ্যমত প্রকাশ কৰা হৈছিল বিএনপি আৰু ইয়াৰ অধীনস্থ সংস্থাৰ একাউণ্টৰ পৰা। ৰাজপথৰ পৰা সামাজিক মাধ্যমলৈ অতি পৰিকল্পিতভাৱে এইদৰে স্ফলিংজৰ পৰা জ্বলন্ত অগ্নিকুণ্ডলৈ পৰিণত কৰা হয় সংৰক্ষণ বিৰোধী প্রতিবাদক। সামাজিক মাধ্যম ‘এক্স’ত বহুকেইটা বাংলাদেশ বিৰোধী একাউন্টে প্রতিবাদত ইন্ধন যোগায়। চোৰাংচোৱই তথ্য লাভ কৰে যে হাছিনা চৰকাৰৰ বিৰুদ্ধে পাঁচশতকৈ অধিক নেতিবাচক টুইট কৰা হৈছিল আৰু ইয়াৰে বহু টুইট আছিল পাকিস্তানী একাউণ্টৰ।

#সংসদ ভংগ কৰিলে বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে:

সোমবাৰে সিদ্ধান্ত গ্ৰহণৰ পাছত বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে মঙলবাৰে খালেদাৰ শাস্তি ৰেহাই দি মুক্তি প্রদানৰ কথা ঘোষণা কৰে। তদুপৰি সংসদ ভংগ কৰে। বাংলাদেশৰ সেনা প্রধান জেনেৰেল ৱাকাৰ-উজ-জামানৰ স’তে বৈঠকৰ পছতে কালি সিদ্ধান্ত লৈছিল ছাহাবুদ্দিনে।

উল্লেখ্য যে বিএনপিৰ মুৰব্বী খালেদাই দুর্নীতিৰ দুটা গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত ২০১৮ব আঠ ফেব্রুৱাৰীত কাৰাবন্দী হয়। এই শান্তিৰ ম্যাদ আছিল ১৭ বছৰ। দুবছৰৰ অধিক সময় তেওঁ কাৰাবন্দী হৈ থকাৰ পাছত পৰিয়ালৰ আবেদনৰ ভিত্তিত হাছিনাৰ চৰকাৰে এক অন্তৱর্তী নির্দেশ যোগে খালেদাৰ শাস্তি ২০২০ৰ ২৫ মাৰ্চত স্থগিত ৰাখি তেওঁক চৰ্তসাপেক্ষে গৃহবন্দী কৰি ৰখাৰ সিদ্ধান্ত লয়। ইয়াৰ প্ৰথমতে ম্যাদ আছিল ছমাহ। তাৰ পাছত প্রতি ছমাহৰ বিৰতিত এই ম্যাদ বৃদ্ধি কৰা হৈছিল। কাৰামুক্ত হ’লেও খালেদাই এই সময়ছোৱাত গৃহবন্দী হৈ আছিল। তেওঁৰ স্বাধীন যাতায়াতৰ ওপৰত নিষেধাজ্ঞা আছিল। সম্প্রতি অৱশ্যে খালেদা অসুস্থ।

গণ বিক্ষোভৰ পৰিপ্ৰেক্ষিতত হাছিনাৰ পদত্যাগ আৰু দেশ ত্যাগৰ পাছত  নাটকীয় পৰিবর্তন হৈছে বাংলাদেশৰ ৰাজনীতিত। খালেদাৰ পুত্র লন্ডন নিবাসী তাৰিকে বিএনপিৰ লেকাম ধৰিব বুলি চর্চা হৈছে। অসুস্থ খালেদাই সক্রিয়ভাবে  ৰাজনৈতিক কাম-কাজত অংশগ্রহণ কৰাটো সম্ভৱপৰ নহ’ব বুলিয়েই সুত্ৰত কৈ প্রকাশ। ইপিনে, বাংলাদেশৰ সংসদ ভংগৰ বাবে মঙলবাৰে বিয়লি তিনি বজা পর্যন্ত লৈ আন্দোলনকাৰীসকলে চূড়ান্ত সময়সীমা নির্ধাৰণ কৰি দিয়ে আৰু এই মর্মে সংসদ ভংগ কৰে ৰাষ্ট্রপতিয়ে।

#অপসাৰিত হ’ল হাছিনাৰ ঘনিষ্ঠ সেনা বিষয়া:

অন্তৱর্তী চৰকাৰ গঠনৰ পূর্বে বাংলাদেশ সেনাৰ বৃহৎ সাল-সলনি কৰা হয়। মঙলবাৰে বাংলাদেশ সশস্ত্র বাহিনীৰ তিনি শাখাৰ জনসংযোগ বিভাগৰ বিবৃতিত প্রকাশ যে ৰাষ্ট্রপতি চাহাবুদ্দিনৰ অনুমোদন মর্মে সেনা প্রধান এই ৰদ- বদলৰ নির্দেশ কার্যকৰী কৰিছে। তাৎপর্যপূর্ণভাবে অপসাৰিত আৰু বদলি হোৱা বিষয়াসকল অধিকাংশই হাছিনাৰ ঘনিষ্ঠ বুলি পৰিচিত। বিবৃতিত প্রকাশ যে মেজৰ জেনেৰেল জিয়াউল এহছানক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে।

আন্দোলনকাৰী তথা বিৰোধী নেতৃত্বই জিয়াউলৰ বিৰুদ্ধে হাছিনাক গুপ্তহত্যাত সহযোগ কৰা বুলি অভিযোগ কৰিছে। ইপিনে, সেনাৰ পোনপটীয়া নিয়ন্ত্ৰণৰ পৰা আঁতৰাই তুলনামূলকভাৱে কম গুৰুত্বপূর্ণ পদত নিয়োগ কৰা হাছিনাপন্থী কে’বাজনো শীর্ষ বিষয়াক।

#চৰকাৰ গঠনৰ বৈঠক:

ঢাকাত আজি অন্তৱর্তী চৰকাৰৰ ৰূপৰেখা প্রস্তুতৰ বাবে ছাত্র আন্দোলনৰ প্রতিনিধি আৰু সেনাৰ তিনিটা বাহিনীৰ মুৰব্বীসকলৰ স’তে বংগ ভৱনত বৈঠকত মিলিত হয় ৰাষ্ট্ৰপতি চাহাবুদ্দিন। সকলো থিকে থাকিলে দুই এদিনৰ ভিতৰতে বাংলাদেশৰ অন্তৱর্তী চৰকাৰৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: anti-IndiaBangladesh CrisisHasina's overthrow
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d