Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Bangladesh Prime Minister Sheikh Hasina Resigns :বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ

সেনা প্ৰধান জেনেৰেল ৱাকাৰ উজ জামানে পদত্যাগৰ বাবে সময়সীমা বান্ধি দিছিল ৪৫ মিনিট, ঢাকা ত্যাগ কৰি পশ্চিমবংগ অভিমুখে যাত্ৰা হাছিনাৰ, উগ্ৰ প্ৰতিবাদকাৰীৰ প্ৰৱেশ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত, সেনাই যিকোনো মুহূৰ্তত বাংলাদেশৰ বাঘজৰী দখলৰ সম্ভাৱনা

publisher by publisher
August 5, 2024
in Uncategorized
Reading Time: 4 mins read
0
Bangladesh Prime Minister Sheikh Hasina Resigns :বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Bangladesh Prime Minister Sheikh Hasina resigns :

বাংলাদেশৰ চৰকাৰী চাকৰিত মুক্তিযোদ্ধাৰ পৰিয়ালৰ বাবে ৩০%আসন সংৰক্ষণৰ সিদ্ধান্তৰ বিৰোধিতাৰে লাখ লাখ শিক্ষাৰ্থী আৰু শিক্ষকে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে ইতিমধ্যে এই আন্দোলনে ভয়ংকৰ ৰূপ লোৱাৰ সমান্তৰালভাৱে
দেওবাৰে বাংলাদেশৰ ৰাজধানী ঢাকাত শিক্ষাৰ্থীসকলে সাব্যস্ত কৰা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘাতৰ ফলত এদিনতে ৯৭জন লোকৰ মৃত্যু ঘটে।  বহুকেইজন প্ৰতিবাদকাৰী এতিয়াও সন্ধানহীন হৈ আছে। এনে অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে সোমবাৰে উগ্ৰ প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত ৷

ADVERTISEMENT

ইয়াৰ মাজতে এক ঘটনাক্ৰমে সেনা প্ৰধান জেনেৰেল ৱাকাৰ উজ জামানে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক পদত্যাগৰ বাবে সোমবাৰে  সময়সীমা বান্ধি দিয়ে ৪৫ মিনিট ৷ সেনাই ইউ টাৰ্ণত নতি স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰে ৷

শেহতীয়া প্ৰাপ্ত খবৰ অনুসৰি পদত্যাগ কৰিয়ে পৰিয়াল সহ শ্বেখ হাছিনাই ৰাজনৈতিক আশ্ৰয় বিচাৰি ঢাকা ত্যাগ কৰি ইতিমধ্যে ৰাওনা হৈছে পশ্চিমবংগ অভিমুখে ৷ সেনাৰ সূত্ৰই সদৰি কৰা অনুসৰি যিকোনো মুহূৰ্ততে বাংলাদেশৰ শাসনৰ বাঘজৰী ল’ব পাৰে সেনাই ৷

উল্লেখ্য যে বাংলাদেশত বৰ্তমান চলি থকা কোটা সংৰক্ষণ প্ৰতিবাদক শেহতীয়াকৈ অন্য দিশেৰে নিয়াৰ চেষ্টা চলাইছে বাংলাদেশৰ একাংশ ৰাজনৈতিক দল- সংগঠন আৰু বুদ্ধিজীৱিয়ে।

ইতিমধ্যে দেশখনৰ প্ৰতিবাদে ক্ৰমে ভাৰত বিদ্বেষী ৰূপ ধাৰণ কৰিছে। ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰখনৰ ৰাজনীতিত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ ভাৰত বিৰোধী ৰাজনৈতিক দল আৰু সংগঠনে ইণ্ডিয়া আউট শ্ল’গানেৰে আন্দোলনকাৰীক উদ্গনি যোগাই পৰিস্থিতি অধিক অগ্নিগৰ্ভা কৰি তুলিছে ৷

উল্লেখ্য যে চলিতবৰ্ষৰ জানুৱাৰীত হৈ যোৱা বাংলাদেশৰ নিৰ্বাচনৰ পুনৰ চতুৰ্থবাৰৰ বাবে শাসনত অধিষ্ঠিত হৈছিল আৱামী লীগৰ মুৰব্বী শ্বেখ হাছিনাই ৷ শ্বেখ হাছিনা শাসনত বহাৰ পিছৰে পৰা বহু বিৰ্তকিত নেত্ৰী খালিদা জিয়া আৰু একাংশ উগ্ৰ ভাৰত বিৰোধী দল- সংগঠনে শ্বেখ হাছিনাক শাসনলৈ অহাত ভাৰত হাত আছে বুলি অভিযোগ কৰি আহিছিল ৷ ভৰতে ৰাষ্ট্ৰখনৰ গণতান্ত্ৰিক ভাৱধাৰাক নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰি আহিছে বুলি বুদ্ধিজীৱী মহলে ৷

উল্লেখযোগ্য যে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ আসনত চতুৰ্থবাৰৰ বাবে বহা শ্বেখ হাছিনাক বিৰোধিতা কৰি আহিছে বাংলাদেশৰ একাংশ দল সংগঠন, নাগৰিকে। তেওঁলোকৰ অভিযোগ অসৎ পন্থা অৱলম্বন কৰি শ্বেখ হাছিনাৰ আৱামী লীগে তিনি চতুৰ্থাংশ আসন দখল কৰিছিল নিৰ্বাচনত। আনকি নিৰ্বাচনৰ পূৰ্বেই আবামী লীগক বিৰোধিতা কৰা বাংলাদেশৰ মূল বিৰোধী দলৰ প্ৰায়বোৰ শীৰ্ষ নেতাকে গ্ৰেপ্তাৰ কৰিছিল শ্বেখ হাছিনাৰ চৰকাৰে ।

শেহতীয়াকৈ দেশখনৰ চৰকাৰী চাকৰিত মুক্তিযোদ্ধাৰ পৰিয়ালৰ বাবে ৩০%আসন সংৰক্ষণৰ সিদ্ধান্তৰ বিৰোধিতাৰে লাখ লাখ শিক্ষাৰ্থী আৰু শিক্ষকে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে ইতিমধ্যে এই আন্দোলনে ভয়ংকৰ ৰূপ লয় ৷ আন্দোলনকাৰীয়ে চৰকাৰী সা- সম্পত্তি ক্ষতিগ্ৰস্ত কৰাৰ লগতে বহু যানবাহন ভস্মীভূত কৰে ৷ আন্দোলন ঢাকা সহ সকলো জিলা, উপ-জিলালৈ সম্প্ৰসাৰিত হয় ৷

আৰক্ষীয়ে খণ্ডযুদ্ধত লিপ্ত হৈছে শিক্ষাৰ্থী সকল ৷ ইতিমধ্যে বাংলাদেশ চৰকাৰে সমগ্ৰ দেশত ইন্টাৰনেট বন্ধ কৰাৰ লগতে ফেচবুক,হোৱাটচআপ সহ সকলো সামাজিক মাধ্যমত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে ৰাজধানী চহৰ ঢাকা আৰু ইয়াৰ উপকন্ঠ জিলাত সান্ধ্যআইন বলবৎ কৰিছে ৷ আন্দোলনৰ নামত হিংসাত্মক কাৰ্যত লিপ্ত থকা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰক্ষী- আৰু সেনাক কঠোৰ হাতেৰে দমন কৰিবলৈ নিৰ্দেশ দিছে শ্বেখ হাছিনা চৰকাৰে ৷

আনহাতে,দেওবাৰে বাংলাদেশৰ ৰাজধানী ঢাকাত শিক্ষাৰ্থীসকলে সাব্যস্ত কৰা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা সংঘাতৰ ফলত এদিনতে ৯৭জন লোকৰ মৃত্যু ঘটে। বহুকেইজন প্ৰতিবাদকাৰী এতিয়াও সন্ধানহীন হৈ আছে।

স্মতৰ্ৱ্য যে কিছুদিন পূর্বে দেশখনত গঢ়ি উঠা হিংসাত্মক প্রতিবাদত শতাধিক লোকৰ প্ৰাণহানি ঘটাৰ পাছত পৰিস্থিতি ক্রমে স্বাভাৱিক হৈ উঠাৰ সময়তে এইবাৰ শ্বেখ হাছিনা চৰকাৰৰ পদত্যাগৰ দাবীত গঢ় লৈ উঠা এই প্রতিবাদে সমগ্ৰ দেশখনক একপ্ৰকাৰ অগ্নিকুণ্ডত পৰিণত কৰিছে। এই প্রতিবাদে আজি ৰাজধানী ঢাকাকে ধৰি বহু ঠাইত হিংসাত্মক ৰূপ লোৱাত শতাধিক লোকে প্রাণ হেৰুৱাবলগীয়া হয়। তদুপৰি হিংসা- প্রতিহিংসাৰ জুইত কে’বাশ লোক আহত হৈছে। নিহতসকলৰ মাজত কমেও ১৪ জন আৰক্ষীৰ লোকো আছে বুলি চৰকাৰী সূত্রই প্রকাশ কৰিছে।

এনেদৰে প্রতিবাদে পুনৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাত চৰকাৰে দেওবাৰে সন্ধিয়া ছয় বজাৰ পৰা ৰাষ্ট্ৰজোৰা অনির্দিষ্টকালীন সান্ধ্য আইন বলবৎ কৰে। এই সান্ধ্য আইন বলবৎ হোৱাৰ লগে লগে দেশখনত ম’বাইল ফোনৰ ইণ্টাৰনেট সেৱাও কর্তন হৈছে৷ফলত দেশখনত ফেচবুক ‘এক্স’ আদি সামাজিক মাধ্যমো অচল হৈ পৰি এক শ্বাসৰুদ্ধকৰ পৰিৱেশৰো সৃষ্টি কৰিছে।

প্রাপ্ত তথ্য অনুসৰি স্টুডেণ্টছ এগেইনষ্ট ডিস্ক্রিমিনেচন’ (বৈষম্য বিৰোধী ছাত্র-ছাত্রীসকল) শীর্ষক এক যৌথ মঞ্চই হাছিনা চৰকাৰৰ পদত্যাগৰ দাবীত দেওবাৰা পৰা এক সর্বাত্মক অসহযোগ আন্দোলন আৰম্ভ কৰিছে। এই আন্দোলনত সহযোগ কৰিছে বিৰোধী দল বাংলাদেশ নেচলিষ্ট পাৰ্টি চমুকৈ বিএন পি ইয়াৰ ভাতৃ সংগঠন। চৰকাৰৰ পদত্যাগৰ দাবীত আয়োজন কৰা এই ‘অসহযোগ আন্দোলন’ৰ কাৰ্যসূচীত দেওবাৰে পুৱা কাজিয়াৰ সূত্রপাত ঘটে। ক্রমাৎ ইয়ে জটিল ৰূপ ধাৰণ কৰে আৰু কিছু সময় পাছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছ আৰু ষ্টান গ্রেণেড প্রয়োগ কৰে। তেতিয়া প্ৰতিবাদকাৰীসকলৰ স’তে আৰক্ষীৰ হতাহতি হয়। দুয়োপক্ষৰ সংঘাতৰ ফলত শতাধিক লোকে প্রাণ হেৰুওৱাৰ লগতে কে’বা শতাধিক লোক আহত হয়। এই হিংসাৰ জুই চিলেট জিলালৈও প্ৰসাৰিত হোৱাৰ সম্ভাৱনা প্রকট হৈছে। কাৰণ সংৰক্ষণ বিৰোধী আন্দোলনে চিলেটতো ভয়াৱহ ৰূপ ধাৰণ কৰিছিল।

ইয়াৰ পৰিপ্ৰেক্ষিতত চিলেটস্থিত ভাৰতীয় সহকাৰী উচ্চায়ুক্তই দেশখনত বাস কৰা ভাৰতীয় লোকসকলক সাৱধানেৰে চলা-ফুৰা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। আনহাতে, আৰক্ষী মুখ্য কার্যালয়ে প্রকাশ কৰা অনুসৰি আজিৰ প্ৰতিবাদৰ সময়ত পৰিস্থিতি নিয়ন্ত্ৰণত নিয়োজিত থকাৰ সময়ত প্রাণ হেৰুওৱা ১৪ জন আৰক্ষীৰ ১৩ জনৰ মৃত্যু হয় চিৰাজগঞ্জৰ এনায়েটপুৰ আৰক্ষী থানাৰ অঞ্চলত। আনজন আৰক্ষী লোকৰ মৃত্যু হয় ক’মিল্লাৰ এলিয়টগঞ্জত।

প্ৰতিবাদকাৰীসকলক সন্ত্রাসবাদী আখ্যা প্রধানমন্ত্রী হাছিনাৰ :

প্রতিবাদে অস্থিৰ কৰি পেলোৱা দক্ষিণ এছিয়াৰ এই সমস্যাজৰ্জৰ দেশখনৰ প্রধানমন্ত্রী শ্বেইখ হাছিনাই অভিযোগ কৰিছে যে একাংশই দেশখনকে ধ্বংস কৰিবলৈ বিচাৰিছে। এই প্রতিবাদত জড়িতসকল ছাত্র-ছাত্রী নহয় বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে অভিযোগ কৰে যে ছাত্ৰ-ছাত্ৰীৰ ৰূপত এই প্রতিবাদকাৰীসকল দৰাচলতে সন্ত্রাসবাদীহে। দেশখনৰ জনতাক এই প্রতিবাদকাৰীসকলক কঠোৰ হাতেৰে দমন কৰিবলৈ আহ্বান জনাই তেওঁ পুনৰ কয়, ‘মই এই সন্ত্রাসবাদীসকলক কঠোৰ হাতেৰে দমন কৰিবলৈ দেশবাসীক আহ্বান জনাইছো।’

ভাৰতীয় নাগৰিকসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি:

কিছুদিনৰ বিৰতিতে পুনৰ হিংসাৰ দাবানলত দগ্ধ হ’বলৈ ধৰা বাংলাদেশৰ সাম্প্রতিক পৰিস্থিতিক লৈ উদ্বিগ্ন হৈছে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয় । উল্লেখ্য যে চুবুৰীয়া দেশখনত কর্মসূত্রে বা অধ্যয়ন সূত্রে বহুসংখ্যক ভাৰতীয় নাগৰিকে বাস কৰি আছে। এইসকলৰ নিৰাপত্তাক লৈ উৎকণ্ঠিত ভাৰতীয় দূতাবাসে এটা সহায়ক নম্বৰ (হেল্প লাইন নম্বৰ) মুকলি কৰিছে । জৰুৰী সময়ত ফোন কৰিবৰ বাবে মুকলি কৰা এই নম্বৰ হৈছে ৮৮-০১৩১৩০৭৬৪০২।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bangladesh Prime Minister Sheikh Hasina resignsFlees Amid Ongoing Protests
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d