Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Loksabha Election

নিৰ্বাচনী বিভাগক মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান প্ৰমোদ বড়োৰ

publisher by publisher
April 18, 2019
in Loksabha Election, News
Reading Time: 1 min read
0
নিৰ্বাচনী বিভাগক মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান প্ৰমোদ বড়োৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

বঙাইগাঁও: কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনৰ চিৰাং জিলাত ৰাজনৈতিক দল আৰু অন্যান্য প্ৰাৰ্থী সকলে ইখনৰ পাছত সিখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰি অহাত ক্ৰমাত নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে ৷ সভা সমূহত ভাষণৰ মাজতে নিৰ্বাচনী সভা সমূহত অংশ লোৱা নেতা সকলে ইজনে সিজনৰ গালৈ বোকা চটিওৱাত ব্যস্ত থকা দেখা গৈছে ৷ তৃতীয় পৰ্যায়ৰ ২৩ এপ্ৰিলত অনুষ্ঠিত হ’বলগা নিৰ্বাচনলৈ আৰু তিনিদিন প্ৰচাৰৰ বাবে বাকী থকাত সম্প্ৰতি তুংগত হৈ উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷আজি আবেলি চিৰাং জিলাৰ কাজলগাঁও মহকুমাৰ অন্তৰ্গত বেংতলত এবছু, প্ৰগতিশীল এন ডি এফ বি, পি জে এ চি বি এম আৰু এ আই ইউ ডি এফ সমৰ্থিত ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মৰ এখনি বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় ৷ চিৰাং জিলা ইউ পি পি এলৰ উদ্যোগত বেংতল ৰাজহুৱা খেল পথাৰত আবেলি আয়োজিত আৰু পৰিষদীয় সদস্য মাউথি ব্ৰহ্ম হাজোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী সভাত এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ভাষণ প্ৰসংগত কয়, পৰিৱৰ্তন অনাৰ বাবে এবছুৱে উৰ্খাও গৌৰা ব্ৰহ্মক সমৰ্থন কৰিছে ৷ ৰাইজে বিটিচিত হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া শাসনৰ অৱসান বিচাৰি এইবাৰ বিশিষ্ট ৰাজনীতিক, সাহিত্যিক, ৰাইজৰ উপযুক্ত নেতা উৰ্খাও গৌৰা ব্ৰহ্মক সমৰ্থন জনাইছে ৷ প্ৰমোদ বড়োই কয়, ‘অশান্তিময় পৰিস্থিতিৰ বাবে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ৰাইজে পৰিৱৰ্তন বিচাৰিছিল ৷ কিন্তু যেনেকৈ পৰিৱৰ্তন হোৱাটো বিচাৰিছিল তেনে কোনো পৰিৱৰ্তন নহ’ল ৷ সেয়েহে এইবাৰ ৰাইজ মাৰবান্ধি থিয় দিছে উৰ্খাও গৌৰা ব্ৰহ্মক জিকাই পৰিৱৰ্তন অনা হ’ব ৷’ বিটিচিত হেজাৰ কৌটি পেকেজৰ টকা কি হ’ল বুলিও তেওঁ প্ৰশ্ন কৰে ৷ বিগত পোন্ধৰ বছৰত বিটিচিত যি হিংসাৰ ঘটনা হৈছে ইয়াৰ জবাব হাগ্ৰামা মহিলাৰীয়ে দিব লাগিব বুলিও তেওঁ প্ৰশ্ন তোলে ৷ নৱ কুমাৰ শৰণীয়াই বিগত পাঁচ বছৰত উন্নয়নৰ বাবে লাভ কৰা পঁচিশ কোটি টকা কি কৰিলে ইয়াৰ হিচাৱ নাই বুলিও তেওঁ সভাত উত্থাপন কৰে ৷সভাত ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই ভাষণত কয়, ইউ পি পি এলৰ সভালৈ সকলো জাতি গোষ্ঠীৰ লোকে সমৰ্থন জনোৱাত বিপিএফ আৰু নৱ কুমাৰ শৰণীয়াৰ মূৰৰ কামোৰণি হৈছে ৷

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamLoksabha Election
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d