Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Three student leaders of Dhaka University forced Sheikh Hasina to leave the country?১৫ বছৰ ধৰি ক্ষমতাত থকা হাছিনাক দেশত্যাগৰ বাধ্য কৰোৱা কোন এই তিনি ছাত্ৰ নেতা

নাহিদ,আছিফ,আবুৰ নেতৃত্বত বিক্ষোভ-আন্দোলনৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী পদত্যাগ শ্বেখ হাছিনাৰ

publisher by publisher
August 7, 2024
in Uncategorized
Reading Time: 2 mins read
0
Three student leaders of Dhaka University forced Sheikh Hasina to leave the country?১৫ বছৰ ধৰি ক্ষমতাত থকা হাছিনাক দেশত্যাগৰ বাধ্য কৰোৱা কোন এই তিনি ছাত্ৰ নেতা
3
SHARES
25
VIEWS
ShareShareShareShare

Three student leaders of Dhaka University forced Sheikh Hasina to leave the country?

বাংলাদেশত সংৰক্ষণ বিৰোধী আন্দোলনৰ পৰিপ্ৰেক্ষিতত অৱশেষত সোমবাৰে দেশত্যাগ কৰিবলৈ বাধ্য হৈছিল প্রধানমন্ত্রী শেখ হাছিনা। হাছিনাই বাংলাদেশ ত্যাগ কৰি প্ৰথমে ভাৰতত আশ্রয় গ্রহণ কৰে। কিন্তু কিয় হঠাতে দেশত্যাগ কৰিবলৈ বাধ্য হ’ল হাছিনা ?

ADVERTISEMENT

তথ্য অনুসৰি, হাছিনাক বাংলাদেশ ত্যাগ কৰিবলৈ বাধ্য কৰালে দেশখনৰ তিনিজন ছাত্র নেতাই। এই ছাত্র নেতা তিনিজনে ঢাকা বিশ্ববিদ্যালয়ৰ চৌহদত চৰকাৰবিৰোধী আন্দোলন আৰম্ভ কৰি অৱশেষত ১৫ বছৰ ধৰি ক্ষমতাত থকা প্রধানমন্ত্রী হাছিনাৰ চৰকাৰৰ পতন ঘটালে।

RelatedPosts

হিংসাত্মক প্রতিবাদে মূৰ দাঙিছে ,দুই ঘনিষ্ঠ সহযোগীকো শাস্তি বাংলাদেশৰ আদালতৰ

Sheikh Hasina:বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ গোচৰৰ ৰায়দান পিছুৱালে ১৭ নৱেম্বৰলৈ

Nalbari Protest:বাংলেদশত সংখ্যালঘূ হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ

এই ছাত্র আন্দোলনৰ অন্যতম নেতা হৈছে নাহিদ ইছলাম। দেওবাৰে নাহিদে এইদৰে কৈছিল, ‘আজি আমি হাতত লাঠি তুলি ল’লো। যদি লাঠি কামত নাহে, তেন্তে আমি অস্ত্র তুলি ল’বলৈ সাজু আছো। প্রধানমন্ত্রী হাছিনাই দেশক গৃহযুদ্ধৰ মাজলৈ ঠেলি দিব বিচাৰিছে। এতিয়া হাছিনাই সিদ্ধান্ত ল’ব লাগিব যে তেওঁ পদত্যাগ কৰিব নে পদত থাকি ৰক্তপাতৰ আশ্রয় ল’ব।’ নাহিদ হৈছে ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্র। নাহিদক আৰক্ষীয়ে একাধিকবাৰ জিম্মাত হৈছিল যদিও তেওঁৰ নেতৃত্বত আৰম্ভ হোৱা বাংলাদেশৰ এই ছাত্র আন্দোলনক বাধা দিব পৰা নাছিল।

BANGLADESH 2হাছিনাৰ পতনত অৰিহণা যোগোৱা আন এজন ছাত্রনেতা হৈছে ঢাকা বিশ্ববিদ্যালয়ৰ শিক্ষার্থী আছিফ মহমুদ। যোৱা জুনৰে পৰা সংৰক্ষণ বিৰোধী আন্দোলনত আছিফে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে। আছিফকো আৰক্ষীয়ে একাধিকবাৰ গ্ৰেপ্তাৰ কৰিছিল যদিও তেওঁৰ প্রতিবাদী সত্তাক বাধা দিব নোৱাৰিলে। বাংলাদেশৰ ছাত্র আন্দোলনক সম্মুখৰ পৰা নেতৃত্বদান কৰা আন এজন ছাত্র নেতা হৈছে আবু বকৰ মজুমদাৰ। হাছিনাক ক্ষমতাচ্যুত কৰাত আবুবে বিশেষ ভূমিকা গ্রহণ কৰিছিল।

যোৱা পাঁচ জুনত উচ্চ ন্যায়ালয়ে সংৰক্ষণ সন্দৰ্ভত দিয়া ৰায়ৰ পাছত আবুবে ষ্টুডেন্টছ এগেইনষ্ট ডিস্ক্রিমিনেচন ম’ভমেন্টৰ নেতৃত্বদানৰে বাংলাদেশত সংৰক্ষণ বিৰোধী আন্দোলন ব্যাপক কৰি তুলিছিল। ৰাজনৈতিক পর্যবেক্ষক মহলৰ মতে মূলত নাহিদ, আছিফ, আবুৰ সবল নেতৃত্বতে বিক্ষোভ আন্দোলনৰ পৰিপ্ৰেক্ষিতত প্রধানমন্ত্রীৰ পদ ত্যাগ কৰিবলৈ বাধ্য হ’ল হাছিনা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bangladesh CrisisDhaka UniversityLeave the CountrySheikh HasinaThree student leaders
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d