Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Sheikh Hasina:বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ গোচৰৰ ৰায়দান পিছুৱালে ১৭ নৱেম্বৰলৈ

ইণ্টাৰনেশ্যনেল ক্ৰাইমছ্ ট্ৰিবিউনেলে দিব ৰায়দান

publisher by publisher
November 13, 2025
in International, Crime
Reading Time: 1 min read
0
Sheikh Hasina:বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ গোচৰৰ ৰায়দান পিছুৱালে ১৭ নৱেম্বৰলৈ
1
SHARES
7
VIEWS
ShareShareShareShare

Sheikh Hasina:

চুবুৰীয়া দেশ বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিপদ ঘনীভূত ৷ তেওঁৰ বিৰুদ্ধে ঢাকাস্থিত ইণ্টাৰনেশ্যনেল ক্ৰাইমছ্ ট্ৰিবিউনেলত গোচৰ চলি আছে ৷

ADVERTISEMENT

উল্লেখ্য যে ব্যাপক ছাত্ৰ আন্দোলনৰ ফলশ্ৰুতিত প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰি ভাৰতত আশ্ৰয় লৈ আছে শ্বেখ হাছিনা ৷ দেশৰ পৰা পলায়ন কৰাৰ পিছতে তেওঁৰ বিৰুদ্ধে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে অপসাৰণ,পলায়ন আৰু গণহত্যাৰ গোচৰ ৰজু কৰিছিল ইণ্টাৰনেশ্যনেল ক্ৰাইমছ্ ট্ৰিবিউনেলত ৷ আনকি এই সন্দৰ্ভত ট্ৰিবিউনেল আদালতত সোঁ- শৰীৰে শ্বেখ হাছিনা সহ আন সকলক হাজিৰ হ’বলৈ বাৰম্বাৰ নটিছ জাৰি কৰিছিল যদিও শ্বেখ হাছিনা হাজিৰ ন’হল ৷

RelatedPosts

২৯ জানুৱাৰীৰ পৰা ঢাকা–কৰাচি পোনপটীয়া বিমান সেৱা

আৰু অধিক ঘনিষ্ঠ পাক–বাংলাদেশ!

হিংসাত্মক প্রতিবাদে মূৰ দাঙিছে ,দুই ঘনিষ্ঠ সহযোগীকো শাস্তি বাংলাদেশৰ আদালতৰ

ইতিমধ্যে বহু শুনানিৰ অন্তত ৰায়দান চলিত সপ্তাহত দিয়াৰ কথা আছিল যদিও ট্ৰিবিউনেলে গোচৰৰ ৰায়দান পিছুৱালে ১৭ নৱেম্বৰলৈ। একেদৰে আৱামী লীগৰ আন আন নেতা সকলৰ বিৰুদ্ধে আদালতত চলি থকা গোচৰৰ ৰায়দানো পিছুৱালে ১৭ নৱেম্বৰলৈ।

এনে প্ৰেক্ষাপটত ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী গৰাকীৰ ভাগ্য নিৰ্ণয় হ’ব ১৭ নৱেম্বৰত ৷ উল্লেখ্য যে,অহা বৰ্ষৰ জানুৱাৰীত অনুষ্ঠিত হ’ব দেশ খনৰ সাধাৰণ নিৰ্বাচন ৷ তাৎপৰ্যপূৰ্ণভাৱে এই নিৰ্বাচনত অংশ ল’ব নোৱাৰিব শ্বেখ হাছিনা নেতৃত্বাধীন আৱামী লীগ ৷ কিয়নো মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে আৱামী লীগক নিষিদ্ধ ঘোষণা কৰিছে ৷ কাৰ্যত: এই নিৰ্বাচনত অৱতীৰ্ণ হ’ব খালেদা জিয়া নেতৃত্বাধীন বিএনপি ,জাতীয় পাৰ্টি,জমিয়ত ই ইছলামী আৰু নেচনেল চিটিজেন পাৰ্টিয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DhakaInternational crime TribunalSheikh Hasina
publisher

publisher

Related Posts

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
North Guwahati:উত্তৰ গুৱাহাটী চিলা কৰৈবাৰী ৰাষ্ট্ৰীয় ঘাইপথত গৰুভৰ্তি বাহন জব্দ

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

Removal of US Navy Secretary John Phelan:মাৰ্কিন প্ৰশাসনত অঘটন !

Nepal Home Minister Sudhan Gurung resigns:নেপালৰ গৃহমন্ত্রী ছুডান গুৰুঙৰ পদত্যাগ

April 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d