Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Apcc Pressmeet In Guwahati:উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰিছে মুখ্যমন্ত্ৰীয়েব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যম আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়ক লৈ চৰকাৰৰ বৈষম্যমূলক নীতি কিয়?

publisher by publisher
August 12, 2024
in Uncategorized
Reading Time: 2 mins read
0
Apcc Pressmeet In Guwahati:উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰিছে মুখ্যমন্ত্ৰীয়েব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যম আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়ক লৈ চৰকাৰৰ বৈষম্যমূলক নীতি কিয়?
1
SHARES
13
VIEWS
ShareShareShareShare

Apcc Pressmeet In Guwahati:

ভ্ৰষ্টাচাৰ আৰু মিথ্যাচাৰৰ মহানায়ক ড: হিমন্ত বিশ্ব শৰ্মা আৰু কিছুদিন মুখ্যমন্ত্ৰী হৈ থাকিলে অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰাৰ লগতে অসমৰ অৰ্থনীতি আৰু সকলো সম্পদ বিপদাপন্ন হৈ পৰিব। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ এক সংবাদমেলত মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এইবুলি কয়। অসমৰ শিক্ষা আৰু বনজ সম্পদ ধ্বংসৰ বাবে মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত ষড়যন্ত্ৰ আৰম্ভ হৈছে বুলি অভিযোগ কৰি বৰাই দুয়োটা বিষয়ৰ ওপৰত আলোকপাত কৰিবৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সামাজিক মাধ্যম আৰু গৱেষণা বিভাগৰ সতীৰ্থসকলক আহ্বান জনায়। সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই কয় যে কাজিৰঙাত চাহ শ্ৰমিকক উচ্ছেদ কৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ আত্মীয় আৰু পুঁজিপতিৰ হাতত অসমৰ বনজ সম্পদ গতাই দিব বিচাৰিছে। তেওঁ আৰু কয়, ”কাজিৰঙাত বছৰ বছৰ ধৰি চাহ জনজাতিৰ লোকসকলে খেতি কৰি আহিছে।

ADVERTISEMENT

চাহ জনজাতিৰ লোকসকলক উচ্ছেদ কৰি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে সেই কৃষিভূমি পুঁজিপতিক গতাই দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উঠি-পৰি লাগিছে। যিসময়ত মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ কথা কয়, খিলঞ্জীয়াৰ কথা কয় সেই সময়তে তেওঁ খিলঞ্জীয়া চাহ জনজাতিৰ লোকসকলৰ কৃষিভূমি দখল কৰি তাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে।’’ সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ কলিতাই ২০২৩ চনৰ ৭ আগষ্টত মুখ্যমন্ত্ৰীয়ে বিশ্বৰ পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলাৰ বাবে কাজিৰঙাত পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰা হ’ব বুলি কৰা মন্তব্যৰ কথা উল্লেখ কৰি তেনে মন্তব্যক হাস্যকৰ আখ্যা দিয়ে।

RelatedPosts

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

কলিতাই কয়, ”পৰ্যটক আহে বন্যপ্ৰাণী চাবলৈ, কাজিৰঙাৰ সৌন্দৰ্য চাবলৈ, কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য চাবলৈ। পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানলৈ ফাইভ ষ্টাৰ হোটেল চাবলৈ অহা দেখিছে নেকি? কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিজৰ পত্নীৰ লাভালাভৰ বাবে, নিজৰ পুঁজিপতি বন্ধুসকলৰ সম্পত্তি বিস্তাৰৰ বাবে চাহ জনজাতিৰ কৃষি ভূমিত হাত দিবলৈকো কুণ্ঠাবোধ কৰা নাই।’’ ১৫০০ৰো অধিক শ্ৰমিক কৰ্মৰত হৈ থকা হাতীখুলি চাহ বাগিচাৰ ৮ একৰ মাটি পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণৰ বাবে দখল কৰিবলৈ উদ্যত হৈছে বুলিও সংবাদমেলত কলিতাই কয়। বানপানীৰ সময়ত কাৰ্বি আংলঙৰ দিশলৈ হাতী অহা ঠাই পঞ্চতাৰকাযুক্ত হোটেলৰ বাবে দখল কৰি তাত কাঁইটীয়া তাঁৰৰ বেৰ দিয়া বাবে বন্যহস্তীলৈ বিপদ নামি অহাৰ কথাও তেওঁ সদৰী কৰে। উক্ত অঞ্চলৰ চাহ জনজাতিৰ লোকসকলৰ প্ৰায় ১৯ একৰ কৃষিভূমি নিয়ম উলংঘা কৰি দখলৰ চেষ্টা চলাইছে বুলিও কলিতাই মন্তব্য কৰে।

ইক’ছেনছিটিভ জ’নক লৈ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশো এইক্ষেত্ৰত উলংঘা কৰা হৈছে বুলিও কলিতাই সংবাদমেলখনত উল্লেখ কৰে। সৰ্বোচ্চ আদালতৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱাই কাজিৰঙাৰ এলিফেণ্ট কৰিড’ৰ অবৈধভাৱে দখল কৰি মুখ্যমন্ত্ৰীৰ পত্নীয়ে কিদৰে ৰিজ’ৰ্ট চলাই আছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। ২০২৬ চনত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ’লে ১০০ দিনৰ ভিতৰত এই সমস্ত অনিয়মৰ তদন্ত কৰা হ’ব বুলিও কলিতাই কয়।

সংবাদমেলত কিদৰে মুখ্যমন্ত্ৰীৰ পত্নী আৰু তেওঁৰ সহযোগী পুঁজিপতিসকলে কাজিৰঙাৰ ইক’ছেনছিটিভ জ’নত অবৈধ ধ্বংসকাৰ্য চলাই গৈছে তাৰ এটি ভিডিঅ’ ক্লিপো প্ৰদৰ্শন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মহছিন খানে কিদৰে চৰকাৰে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ক লৈ বৈষম্যমূলক নীতি গ্ৰহণ কৰিছে সেই সম্পৰ্কে তথ্য দাঙি ধৰে। এই ক্ষেত্ৰত চৰকাৰে খেনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ মৰা নীতি গ্ৰহণ কৰিছে বুলিও অভিযোগ কৰে কংগ্ৰেছৰ মুখপাত্ৰ খানে। ১৪০খনতকৈয়ো অধিক বিদ্যালয় আজিৰ তাৰিখতো কেঁচা ঘৰত আৰু ৫১১খন বিদ্যালয় বিজুলী সংযোগ নোহোৱাকৈ চলি আছে সেই ব্যৱস্থাৰ উন্নয়ন সাধন নকৰাকৈ মুখ্যমন্ত্ৰীয়ে দুখীয়া ল’ৰা-ছোৱালীবোৰে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়িব নালাগে বুলি কৈ সপ্তম শ্ৰেণীলৈকে গণিত আৰু বিজ্ঞানৰ পাঠদান ইংৰাজী মাধ্যমত কৰাৰ কথা কৈছিল।

এই কথা কোৱা চৰকাৰখনে ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ বাবে এক নিৰ্দেশনা জাৰি কৰি অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২৫ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু দুখীয়া ছাত্ৰ-ছাত্ৰীয়েও ইংৰাজী মাধ্যমত পঢ়াৰ হৈ ওকালতি কৰা একে গৰাকী মুখ্যমন্ত্ৰীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২৫ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ যি চৰকাৰী নিৰ্দেশ দিছিল সেই নিৰ্দেশৰ আওতাৰ পৰা ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহক বাদ দিয়ে। চৰকাৰে কিয় এই নিৰ্দেশনাত ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহক অন্তৰ্ভুক্ত নকৰিলে বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। স্বাৰ্থজড়িত এনে বৈষম্যমূলক নীতিয়ে অসমৰ শিক্ষা ব্যৱস্থাক লৈ চৰকাৰখনৰ মনোভাৱ স্পষ্ট কৰি তুলিছে বুলিও তেওঁ মন্তব্য কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Apcc PressmeetBedabrata BoraGuwahati
publisher

publisher

Related Posts

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d