Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Only 44 per cent of deposits are lending in Assam: অসমত জমা ধনৰ ৪৪ শতাংশহে ঋণদান

ৰাষ্ট্ৰীয় বেংক সমূং চৰম বৈষম্য ফাদিল হ'ল কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যাতে, চৰকাৰী শ্ল'গানৰ বিপৰীতে অষ্টলক্ষ্মীক চূড়ান্ত প্ৰতাৰণা, জমা-ঋণৰ ৰাষ্ট্ৰীয় অনুপাতৰ যথেষ্ট তলত স্থান

publisher by publisher
August 17, 2024
in Uncategorized
Reading Time: 3 mins read
0
Only 44 per cent of deposits are lending in Assam: অসমত জমা ধনৰ ৪৪ শতাংশহে ঋণদান
1
SHARES
13
VIEWS
ShareShareShareShare

Only 44 per cent of deposits are lending in Assam:

অসম তথা উত্তৰ-পূবৰ ঔদ্যোগিক অনগ্ৰসৰতা তথা এই ৰাজ্যসমূহ উন্নয়নৰ দিশত পিছপৰি ৰোৱাত ৰাষ্ট্ৰীয় বেংক সমুহৰো আছে দুর্ভাগ্যজনক অৱদান। কাৰণ ৰাজ্যখন আর্থিক দিশত অগ্ৰসৰ হোৱাৰ বাবে তথা ঔদ্যোগিক দিশত সমৃদ্ধশালী হোৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় বেংকসমূহে গভীৰ প্ৰৱঞ্চনা কৰি অহাৰ তথ্য পোহৰলৈ আহিছে। উদ্যোগিক উন্নয়নৰ বাবে বেংকৰ ঋণৰো প্রয়োজন যদিও অসমত বিভিন্ন বেংকে ঋণ দিয়াৰ ক্ষেত্ৰত চূড়ান্ত বৈষম্য কৰি আহিছে।

ADVERTISEMENT

এয়া কোনো বিৰোধী পক্ষৰ অভিযোগ নহয়, স্বয়ং কেন্দ্ৰীয় চৰকাৰৰ তথ্যতে বেংকসমূহৰ এনে বৈষম্য প্রকট হৈছে। পৰিণতিত ঔদ্যোগিক উন্নয়নৰ ক্ষেত্ৰত অসম বাধাগ্রস্ত হৈ আহিছে। বেংকসমূহৰ এনে আচৰণৰ বাবে নতুন উদ্যোগীসকলো অনুৎসাহিত হোৱাটো স্বাভাৱিক। ঔদ্যোগিক উন্নয়ন আশাপ্রদ নোহোৱাৰ ফলত ৰাজ্যত নিবনুৱা সমস্যা জটিল হৈ আছে। লাখ লাখ যুৱক-যুৱতীয়ে কর্ম-সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যাত্রা কৰি আছে, অথচ অসমতো উদ্ভাবনী চিন্তাৰ যুৱক-যুৱতীৰ অভাৱ নাই।

RelatedPosts

No Content Available

যোৱা মাহত সংসদত চলিত বিত্তীয় বর্ষৰ পূৰ্ণাংগ কেন্দ্রীয় বাজেট দাখিলৰ এদিন পূর্বে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ২০২৩-২৪ৰ দেশৰ অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন দাখিল কৰে। এই অর্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহে যে ২০২৩-২৪ বিত্তীয় বৰ্ষত বিভিন্ন ৰাষ্ট্ৰীয় বেংকে অসমত দিয়া ধনৰা ঋণৰ ধনৰ পৰিমাণ হৈছে বর্ষটোত এই বেংকসমূহত ৰাজ্যত জমা হোৱা ধনৰ মাত্র ৪৪ শতাংশহে। অর্থাৎ বেংকৰ ভাষাত বৰ্ষটোত ঋণ-জমা (কেছ-ডিপ ‘জিট ৰেচিঅ’)ৰ অনুপাত ৪৪ শতাংশহে আছিল। অর্থাৎ অসমত জমা কৰা ধনৰ প্ৰায় ৬০ শতাংশই বিনিয়োগ কৰে বহিঃৰাজ্যত। ইয়াৰ বিপৰীতে এই বেংকসমূহে একাংশ ৰাজ্যত জমা (ডিপ’জিট) হোৱা ধনতকৈ বহু পৰিমাণে অধিক ঋণ দিয়ে।

ইয়াৰ দ্বাৰা এটা কথাই স্পষ্ট হয় যে বিভিন্ন ৰাষ্ট্ৰীয় বেংকে অসমত ধন সংগ্রহ কৰি একাংশ বহিঃৰাজ্যত ঋণ আদায় দি আহিছে। আনকি একাংশ ৰাজ্যত জমা (ডিপ’জিট) হোৱা ধনৰ পৰিমাণতকৈ অধিক ঋণ দিয়াৰ লেখীয়া ‘ৰিস্ক’ বা অনিশ্চয়তা নিহিত আশংকাৰ বোজাও এই বেংকসমূহে মূৰ পাতি লৈছে।

লক্ষ্যণীয় যে অসমৰ জমা ধনেৰে বহিঃৰাজ্যৰ পুঁজিপতিক ঋণদানৰ জৰিয়তে উপকৃত কৰি অহা ৰাষ্ট্ৰীয় অবদানসমূহে একো একোটা ক্ষুদ্র ঋণৰ বাবেও থলুৱা নিবনুৱা অথবা ক্ষুদ্ৰ ব্যৱসায়ীক কিদৰে হাৰাশাস্তি কৰে, সেয়া ভুক্তভোগীয়েহে অনুভৱ কৰিব পাৰে। পৰিতাপৰ বিষয় যে অসমত প্রদান কৰি অহা ঋণ একাংশ বিশেষ ব্যৱসায়ীয়েহে লাভ কৰিবলৈ সক্ষম হৈছে। উদ্যোগ-ব্যবসায়ৰ বাবে আগ্রহী থলুৱা লোক কেৱল প্রতাৰিত হৈ আহিছে। ২০২৩-২৪ৰৰাষ্ট্ৰীয় অর্থনৈতিক সমীক্ষাত প্রকাশ পোৱা তথ্য অনুসৰি, ছখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চল ক্রমে মহাৰাষ্ট্ৰ, দিল্লী, অন্ধ্রপ্রদেশ, তামিলনাড়ু, চণ্ডীগড় আৰু তেলেংগানাত বিভিন্ন ৰাষ্ট্ৰীয় বেংকে মুঠ জমা হোৱা ধনতকৈ বহু পৰিমাণে অধিক ঋণ দিয়ে।

লক্ষ্যণীয় যে বিভিন্ন বেংকে জমা হোৱা ধনৰ পৰাই গ্রাহকক ঋণ দিয়ে। এনেদৰে জমা ধনতকৈ অধিক পৰিমাণৰ ঋণ দিবলৈ এই বেংকসমূহে ক’ৰ পৰা ধন পালে, সেয়া স্পষ্ট যে যিসমূহ ৰাজ্যত জমাতকৈ কম ঋণ দিছে, সেইৰাজ্যসমূহত জমা হোৱা ধনৰ পৰাই বেংকসমূহে আন ৰাজ্যত অধিক ঋণ দিছে। এনেদৰে জমা হোৱা ধনতকৈ কম ঋণ পোৱা ৰাজ্যসমূহৰ ভিতৰত অসমো আছে।

কেন্দ্ৰৰ তথ্য অনুসৰি, ২০১৯ৰ পৰা বিভিন্ন বেংকে দিল্লী আৰু চণ্ডীগড়ত আদায় দিয়া ঋণৰ পৰিমাণ চকুত লগাকৈ বৃদ্ধি কৰে। ২০১৯ত চণ্ডীগড়ত বেংকসমূহৰ ঋণ-জমাৰ পৰিমাণ ৭৩ শতাংশ আৰু দিল্লীত ইয়াৰ পৰিমাণ ৯১ শতাংশ আছিল। ২০২৪ত ইয়াৰ পৰিমাণ চণ্ডীগড়ৰ ক্ষেত্ৰত ১১১ শতাংশ আৰু দিল্লীৰ ক্ষেত্ৰত ১০৭ শতাংশলৈ বৃদ্ধি পায়। অর্থাৎ ২০২৪ত বিভিন্ন বেংকে কেন্দ্রীয়শাসিত অঞ্চল চণ্ডীগড়ত জমা হোৱা ধনৰ বিপৰীতে ঋণৰ বাবদ ১১১ শতাংশ ধন ব্যয় কবে। একেদৰে দিল্লীৰ ক্ষেত্ৰত জমাৰ বিপৰীতে ১০৭ শতাংশ ধন ব্যয় কৰে। এনেদৰে বিভিন্ন বেংকে চণ্ডীগড়ত জমাতকৈ ১১ শতাংশ আৰু দিল্লীত জমাতকৈ সাত শতাংশ অধিক ধন ঋণৰ বাবদ ব্যয় কৰে।

একেদবে ২০১৯ৰ পৰা ২০ ২৪ৰ সময়ছোৱাত মহাৰাষ্ট্ৰ, অন্ধ্রপ্রদেশ, তামিলনাডু আৰু তেলেংগানাত বিভিন্ন বেংকে জমা হোৱা ধনৰ বিপৰীতে ৯০ৰপৰা ১৫০ শতাংশ ধন ঋণৰ বাবদ ব্যয় কৰে। অথচ উক্ত বিত্তীয় বর্ষত অসমত জমা হোৱা ধনৰ হাৰতো ঋণ আদায় দিয়া নাই। বেংকসমূহৰ এই বৈষম্য অৰুণাচল প্রদেশ, মেঘালয়, মণিপুৰ আদিৰ প্ৰতিও প্রকট হৈছে। ২০১৯ৰ পৰা ২০২৩-২৪ৰ সময়ছোৱাত অৰুণাচল প্রদেশ, মেঘালয় আৰু ঝাৰখণ্ডত ঋণ-জমাৰ অনুপাত ৪০-৫০ শতাংশৰ পৰা ২৭-৩৫ শতাংশলৈ হ্রাস পায়।

আনহাতে, উক্ত সময়বোৰত বেংকসমূহৰ ঋণ-জমাৰ অনুপাত (কেছ-ডিপ’জিট ৰেচিঅ’)ৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটকে ধৰি মহাৰাষ্ট্ৰ, অন্ধ্রপ্রদেশসহ পাঁচখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত ৰাষ্ট্ৰীয় হাৰতকৈ অধিক হয়। ইয়াৰ বিপৰীতে অসম, মণিপুৰ, মেঘালয়, গোৱাকে ধৰি দেশৰ ২৭ খন ৰাজ্যৰ ঋণ-জমাৰ অনুপাত ৰাষ্ট্রীয় গড় ৭৮ শতাংশতকৈ বহু যথেষ্ট তলত হয়। গতিকে দেশ এক অসমান উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে নেকি, তাক লৈও এক প্ৰশ্নৰ অৱতাৰণা হৈছে।

উল্লেখ্য যে অসম চৰকাৰে ৰাষ্ট্ৰীয় বেংকসমূহক অসমত ঋণৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আহ্বান জনাই আহিছে। ৰাজ্য চৰকাৰৰ এই আহ্বানক যে ৰাষ্ট্ৰীয় বেংকসমূহে সমূলি গুৰুত্ব দিয়া নাই, সেয়া ২০২৩-২৪ৰ অৰ্থনৈতিক সমীক্ষাৰ প্রতিবেদনতে স্পষ্ট হৈছে। লক্ষ্যণীয় যে দেশৰ অৰ্থনৈতিক সমীক্ষা প্রস্তুত কৰে ভাৰত চৰকাৰৰ মুখ্য আর্থিক উপদেষ্টাৰ নেতৃত্বত এটা অর্থনীতিবিদৰ দলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bank loanslending in AssamOnly 44 per cent of depositsUnion Govt Report
publisher

publisher

Related Posts

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d