Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Only 44 per cent of deposits are lending in Assam: অসমত জমা ধনৰ ৪৪ শতাংশহে ঋণদান

ৰাষ্ট্ৰীয় বেংক সমূং চৰম বৈষম্য ফাদিল হ'ল কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যাতে, চৰকাৰী শ্ল'গানৰ বিপৰীতে অষ্টলক্ষ্মীক চূড়ান্ত প্ৰতাৰণা, জমা-ঋণৰ ৰাষ্ট্ৰীয় অনুপাতৰ যথেষ্ট তলত স্থান

publisher by publisher
August 17, 2024
in Uncategorized
Reading Time: 3 mins read
0
Only 44 per cent of deposits are lending in Assam: অসমত জমা ধনৰ ৪৪ শতাংশহে ঋণদান
1
SHARES
9
VIEWS
ShareShareShareShare

Only 44 per cent of deposits are lending in Assam:

অসম তথা উত্তৰ-পূবৰ ঔদ্যোগিক অনগ্ৰসৰতা তথা এই ৰাজ্যসমূহ উন্নয়নৰ দিশত পিছপৰি ৰোৱাত ৰাষ্ট্ৰীয় বেংক সমুহৰো আছে দুর্ভাগ্যজনক অৱদান। কাৰণ ৰাজ্যখন আর্থিক দিশত অগ্ৰসৰ হোৱাৰ বাবে তথা ঔদ্যোগিক দিশত সমৃদ্ধশালী হোৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় বেংকসমূহে গভীৰ প্ৰৱঞ্চনা কৰি অহাৰ তথ্য পোহৰলৈ আহিছে। উদ্যোগিক উন্নয়নৰ বাবে বেংকৰ ঋণৰো প্রয়োজন যদিও অসমত বিভিন্ন বেংকে ঋণ দিয়াৰ ক্ষেত্ৰত চূড়ান্ত বৈষম্য কৰি আহিছে।

ADVERTISEMENT

এয়া কোনো বিৰোধী পক্ষৰ অভিযোগ নহয়, স্বয়ং কেন্দ্ৰীয় চৰকাৰৰ তথ্যতে বেংকসমূহৰ এনে বৈষম্য প্রকট হৈছে। পৰিণতিত ঔদ্যোগিক উন্নয়নৰ ক্ষেত্ৰত অসম বাধাগ্রস্ত হৈ আহিছে। বেংকসমূহৰ এনে আচৰণৰ বাবে নতুন উদ্যোগীসকলো অনুৎসাহিত হোৱাটো স্বাভাৱিক। ঔদ্যোগিক উন্নয়ন আশাপ্রদ নোহোৱাৰ ফলত ৰাজ্যত নিবনুৱা সমস্যা জটিল হৈ আছে। লাখ লাখ যুৱক-যুৱতীয়ে কর্ম-সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যাত্রা কৰি আছে, অথচ অসমতো উদ্ভাবনী চিন্তাৰ যুৱক-যুৱতীৰ অভাৱ নাই।

RelatedPosts

No Content Available

যোৱা মাহত সংসদত চলিত বিত্তীয় বর্ষৰ পূৰ্ণাংগ কেন্দ্রীয় বাজেট দাখিলৰ এদিন পূর্বে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ২০২৩-২৪ৰ দেশৰ অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন দাখিল কৰে। এই অর্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহে যে ২০২৩-২৪ বিত্তীয় বৰ্ষত বিভিন্ন ৰাষ্ট্ৰীয় বেংকে অসমত দিয়া ধনৰা ঋণৰ ধনৰ পৰিমাণ হৈছে বর্ষটোত এই বেংকসমূহত ৰাজ্যত জমা হোৱা ধনৰ মাত্র ৪৪ শতাংশহে। অর্থাৎ বেংকৰ ভাষাত বৰ্ষটোত ঋণ-জমা (কেছ-ডিপ ‘জিট ৰেচিঅ’)ৰ অনুপাত ৪৪ শতাংশহে আছিল। অর্থাৎ অসমত জমা কৰা ধনৰ প্ৰায় ৬০ শতাংশই বিনিয়োগ কৰে বহিঃৰাজ্যত। ইয়াৰ বিপৰীতে এই বেংকসমূহে একাংশ ৰাজ্যত জমা (ডিপ’জিট) হোৱা ধনতকৈ বহু পৰিমাণে অধিক ঋণ দিয়ে।

ইয়াৰ দ্বাৰা এটা কথাই স্পষ্ট হয় যে বিভিন্ন ৰাষ্ট্ৰীয় বেংকে অসমত ধন সংগ্রহ কৰি একাংশ বহিঃৰাজ্যত ঋণ আদায় দি আহিছে। আনকি একাংশ ৰাজ্যত জমা (ডিপ’জিট) হোৱা ধনৰ পৰিমাণতকৈ অধিক ঋণ দিয়াৰ লেখীয়া ‘ৰিস্ক’ বা অনিশ্চয়তা নিহিত আশংকাৰ বোজাও এই বেংকসমূহে মূৰ পাতি লৈছে।

লক্ষ্যণীয় যে অসমৰ জমা ধনেৰে বহিঃৰাজ্যৰ পুঁজিপতিক ঋণদানৰ জৰিয়তে উপকৃত কৰি অহা ৰাষ্ট্ৰীয় অবদানসমূহে একো একোটা ক্ষুদ্র ঋণৰ বাবেও থলুৱা নিবনুৱা অথবা ক্ষুদ্ৰ ব্যৱসায়ীক কিদৰে হাৰাশাস্তি কৰে, সেয়া ভুক্তভোগীয়েহে অনুভৱ কৰিব পাৰে। পৰিতাপৰ বিষয় যে অসমত প্রদান কৰি অহা ঋণ একাংশ বিশেষ ব্যৱসায়ীয়েহে লাভ কৰিবলৈ সক্ষম হৈছে। উদ্যোগ-ব্যবসায়ৰ বাবে আগ্রহী থলুৱা লোক কেৱল প্রতাৰিত হৈ আহিছে। ২০২৩-২৪ৰৰাষ্ট্ৰীয় অর্থনৈতিক সমীক্ষাত প্রকাশ পোৱা তথ্য অনুসৰি, ছখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চল ক্রমে মহাৰাষ্ট্ৰ, দিল্লী, অন্ধ্রপ্রদেশ, তামিলনাড়ু, চণ্ডীগড় আৰু তেলেংগানাত বিভিন্ন ৰাষ্ট্ৰীয় বেংকে মুঠ জমা হোৱা ধনতকৈ বহু পৰিমাণে অধিক ঋণ দিয়ে।

লক্ষ্যণীয় যে বিভিন্ন বেংকে জমা হোৱা ধনৰ পৰাই গ্রাহকক ঋণ দিয়ে। এনেদৰে জমা ধনতকৈ অধিক পৰিমাণৰ ঋণ দিবলৈ এই বেংকসমূহে ক’ৰ পৰা ধন পালে, সেয়া স্পষ্ট যে যিসমূহ ৰাজ্যত জমাতকৈ কম ঋণ দিছে, সেইৰাজ্যসমূহত জমা হোৱা ধনৰ পৰাই বেংকসমূহে আন ৰাজ্যত অধিক ঋণ দিছে। এনেদৰে জমা হোৱা ধনতকৈ কম ঋণ পোৱা ৰাজ্যসমূহৰ ভিতৰত অসমো আছে।

কেন্দ্ৰৰ তথ্য অনুসৰি, ২০১৯ৰ পৰা বিভিন্ন বেংকে দিল্লী আৰু চণ্ডীগড়ত আদায় দিয়া ঋণৰ পৰিমাণ চকুত লগাকৈ বৃদ্ধি কৰে। ২০১৯ত চণ্ডীগড়ত বেংকসমূহৰ ঋণ-জমাৰ পৰিমাণ ৭৩ শতাংশ আৰু দিল্লীত ইয়াৰ পৰিমাণ ৯১ শতাংশ আছিল। ২০২৪ত ইয়াৰ পৰিমাণ চণ্ডীগড়ৰ ক্ষেত্ৰত ১১১ শতাংশ আৰু দিল্লীৰ ক্ষেত্ৰত ১০৭ শতাংশলৈ বৃদ্ধি পায়। অর্থাৎ ২০২৪ত বিভিন্ন বেংকে কেন্দ্রীয়শাসিত অঞ্চল চণ্ডীগড়ত জমা হোৱা ধনৰ বিপৰীতে ঋণৰ বাবদ ১১১ শতাংশ ধন ব্যয় কবে। একেদৰে দিল্লীৰ ক্ষেত্ৰত জমাৰ বিপৰীতে ১০৭ শতাংশ ধন ব্যয় কৰে। এনেদৰে বিভিন্ন বেংকে চণ্ডীগড়ত জমাতকৈ ১১ শতাংশ আৰু দিল্লীত জমাতকৈ সাত শতাংশ অধিক ধন ঋণৰ বাবদ ব্যয় কৰে।

একেদবে ২০১৯ৰ পৰা ২০ ২৪ৰ সময়ছোৱাত মহাৰাষ্ট্ৰ, অন্ধ্রপ্রদেশ, তামিলনাডু আৰু তেলেংগানাত বিভিন্ন বেংকে জমা হোৱা ধনৰ বিপৰীতে ৯০ৰপৰা ১৫০ শতাংশ ধন ঋণৰ বাবদ ব্যয় কৰে। অথচ উক্ত বিত্তীয় বর্ষত অসমত জমা হোৱা ধনৰ হাৰতো ঋণ আদায় দিয়া নাই। বেংকসমূহৰ এই বৈষম্য অৰুণাচল প্রদেশ, মেঘালয়, মণিপুৰ আদিৰ প্ৰতিও প্রকট হৈছে। ২০১৯ৰ পৰা ২০২৩-২৪ৰ সময়ছোৱাত অৰুণাচল প্রদেশ, মেঘালয় আৰু ঝাৰখণ্ডত ঋণ-জমাৰ অনুপাত ৪০-৫০ শতাংশৰ পৰা ২৭-৩৫ শতাংশলৈ হ্রাস পায়।

আনহাতে, উক্ত সময়বোৰত বেংকসমূহৰ ঋণ-জমাৰ অনুপাত (কেছ-ডিপ’জিট ৰেচিঅ’)ৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটকে ধৰি মহাৰাষ্ট্ৰ, অন্ধ্রপ্রদেশসহ পাঁচখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলত ৰাষ্ট্ৰীয় হাৰতকৈ অধিক হয়। ইয়াৰ বিপৰীতে অসম, মণিপুৰ, মেঘালয়, গোৱাকে ধৰি দেশৰ ২৭ খন ৰাজ্যৰ ঋণ-জমাৰ অনুপাত ৰাষ্ট্রীয় গড় ৭৮ শতাংশতকৈ বহু যথেষ্ট তলত হয়। গতিকে দেশ এক অসমান উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে নেকি, তাক লৈও এক প্ৰশ্নৰ অৱতাৰণা হৈছে।

উল্লেখ্য যে অসম চৰকাৰে ৰাষ্ট্ৰীয় বেংকসমূহক অসমত ঋণৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আহ্বান জনাই আহিছে। ৰাজ্য চৰকাৰৰ এই আহ্বানক যে ৰাষ্ট্ৰীয় বেংকসমূহে সমূলি গুৰুত্ব দিয়া নাই, সেয়া ২০২৩-২৪ৰ অৰ্থনৈতিক সমীক্ষাৰ প্রতিবেদনতে স্পষ্ট হৈছে। লক্ষ্যণীয় যে দেশৰ অৰ্থনৈতিক সমীক্ষা প্রস্তুত কৰে ভাৰত চৰকাৰৰ মুখ্য আর্থিক উপদেষ্টাৰ নেতৃত্বত এটা অর্থনীতিবিদৰ দলে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bank loanslending in AssamOnly 44 per cent of depositsUnion Govt Report
publisher

publisher

Related Posts

নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি 
Uncategorized

May 9, 2025
Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?
Uncategorized

Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?

May 8, 2025
Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !
Uncategorized

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

May 8, 2025
images 16 2
Uncategorized

April 24, 2025
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Uncategorized

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

April 19, 2025
মাজ আকাশতে দুৰ্যোগ!
Uncategorized

মাজ আকাশতে দুৰ্যোগ!

April 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d