Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dhing Rape Incident :ধিং দলবদ্ধ ধৰ্ষণকাণ্ডক লৈ আজিও উত্তাল ধিঙৰ ৰাজপথ

আজিও স্বতঃস্ফূৰ্ত বন্ধ দোকান- পোহাৰ, গণ প্ৰতিবাদস্থলীত অংশগ্ৰহণ আছুৰ সভাপতি উৎপল শৰ্মা আৰু যুৱ- ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই

publisher by publisher
August 24, 2024
in Uncategorized
Reading Time: 3 mins read
0
Dhing Rape Incident :ধিং দলবদ্ধ ধৰ্ষণকাণ্ডক লৈ আজিও উত্তাল ধিঙৰ ৰাজপথ
8
SHARES
77
VIEWS
ShareShareShareShare

Dhing Rape Incident

ৰাজ্য কপাই যোৱা ধিঙৰ এগৰাকী কিশোৰী ছাত্ৰীক টিউচন কৰি গৃহাভিমুখী হোৱাৰ পথত তিনি নৰাধমে ফুট গধুলীতে দলবদ্ধ ধৰ্ষণ কৰি পথৰ দাঁতিত পেলাই থৈ গৈছিল ৷ তেনেকৈ পথৰ দাঁতিত নাবালিকা ছাত্ৰ গৰাকী পৰি থাকিল প্ৰায় ১ঘণ্টা সময় ৷ পিছত পথচাৰীয়ে নাবালিকা গৰাকীক বিবস্ত্ৰ অৱস্থাত দেখে ৷ লগে লগে এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ পিছত আৰক্ষীৰ সহযোগত আৰু স্থানীয় লোকৰ সহযোগত নাবালিকা গৰাকীক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ ধিং FRU ত ভৰ্তি কৰা হয় যহিও তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷ পৰৱৰ্তী সময়ত ছাত্ৰী গৰাকীক নিশাই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰা হয় ৷

ADVERTISEMENT

যোবা কালি নিশা আৰক্ষীয়ে ৩ অভিযুক্তক ভিতৰত মুল অভিযুক্ত তফজ্জুলক  অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৷ শণিবাৰে মাজনিশা আৰক্ষীয়ে লগত লৈ ঘটনাস্থলীলৈ অহাৰ পথত আৰক্ষী বেহুফালি হেণ্ডকাপ সহ পলাবলৈ গৈ এটা পুখুৰীত জাপ দিয়ে ৷ পিছত এছডিআৰএফ বাহিনীয়ে দুঘণ্টা যোৰা অভিযানৰ অন্তত তফজ্জুলৰ মৃতদেহ উদ্ধাৰ কৰে ৷ আনহাতে মৰণোত্তৰ পৰীক্ষাৰ অন্তত তফজ্জুলৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়ে ৷  বৰ্তমানেও আন দুই অভিযুক্ত এতিয়াও পলাতক অৱস্থাতেই আছে ৷

RelatedPosts

AASU Hunger Strike :আছুৰ আহ্বানত ৰাজ্যজুৰি পুৱা ৬ বজাৰ পৰা এঘাৰঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ

Majuli :ব্ৰহ্মপুত্ৰৰ বালিচৰ খান্দি বৃহৎ মধ্য মাজুলীলৈ ভাবুকি কঢ়িয়াই অনা কাৰ্যৰ বিৰোধিতাৰে মাজুলীৰ মিলন সংঘত ৰাজহুৱা সভা

Artificial Flood:মহানগৰীত যমদূতহে হৈছে নতুন নলা ব্যৱস্থা, দৌৰাত্ম্য কমিছনভোগীৰ

# তফজ্জুলৰ জানাজাত অংশ নলয় জন্মভূমি বৰভেটিবাসীয়ে,কৱৰস্থ কৰিব নিদিয়ে মৃতদেহ

তফজ্জুলৰ মৃত্যুৰ খৱৰ পোৱাৰ পিছতে জন্মভূমি বৰভেটিবাসীয়ে এক সভা আহ্বান কৰি তফজ্জুলৰ জানাজাত অংশ গ্ৰহণ নকৰাৰ উমৈহতীয়া সিদ্ধান্ত কৰা লগতে ৰাজহুৱা কৱৰস্থানতো কৱৰস্থ নকৰাৰ উপৰি তেওঁলোকৰ পৰিয়ালটিক সামাজিক ভাৱে এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰে ৷ তদুপৰি আন বাকী দুজন অভিযুক্তকো অতিশীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ বাবে প্ৰশাসনক  দাবী জনায় ৷

# প্ৰতিবাদস্থলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই

ধিঙত যি ঘটনা সংঘটিত হ’ল ,সেয়া সচাকৈয়ে নিন্দনীয় আৰু লজ্জাজনক ঘটনা৷ইয়াক আমি যিমানেই গৰিহণা নিদিও শেষ কৰিব নোৱাৰো ৷ এই ঘটনাৰ মূল অভিযুক্ত ইতিমধ্যে মৃত্যু হ’ল যদিও বাকী দুজন এতিয়াও মুকলি আকাশৰ তলত ৷ এনে ধৰ্ষণকাৰীক ৰাতি এন্ধাৰত নহয়,দিনৰ পোহৰত হত্যা কৰিব লাগে ৷ এই মন্তব্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই ৷ চাংমাই লগতে কয়,এনে ধৰ্ষণকাৰীক যেতিয়া দিনৰ পোহৰত হত্যা কৰা হব তেতিয়া অপৰাধ প্ৰৱণতা থকা বা নাৰীক সন্মান কৰিব নজনা আন দহ জনৰ বুকু কপি উঠিব আৰু এনে বেয়া কাম কৰিবলৈ এশবাৰ ভাবিব ৷

তেওঁ লগতে কয়,চুলাই মদ বা ড্ৰাগছৰ অবাধ প্ৰচলন যিহেতু অঞ্চলটোত আছে,এই ক্ষেত্ৰত পুলিচ প্ৰশাসন দায়িত্ব আছে এনে নিচাজাতীয় দ্ৰব্যৰ বেহা বন্ধ হব লাগে ৷ এই ক্ষেত্ৰত নিশ্চত ভাৱে স্থানীয় লোকৰো সহায় সহযোগিতাৰ প্ৰয়োজন আছে ৷ নগাঁৱৰ শিক্ষয়ত্ৰী অৰ্ণমাই বৰাৰ মৃত্যু প্ৰসংগ উল্লেখ কৰি কয়,অৰ্ণমাই বৰাৰ ক্ষেত্ৰত কিন্তু পুলিচ তেনে তৎপৰতা দেখা পোৱা নগল ৷ উপযুক্ত সাক্ষ্য প্ৰমাণৰ অভাৱত দোষী সাৰি গ’ল ৷

নাবালিকা নিৰ্যাতনকাৰী মুল অভিযুক্ত তফজ্জুল ইছলামৰ ইতিমধ্যে যোৱা নিশা মৃত্যু হৈছে যদিও আন দুজন অপৰাধী বৰ্তমানেও মুকলি আকাশৰ তলতে ৷ যাৰ বাবে ধিং আছু’ৰ আহ্বানত আজি দ্বিতীয় দিনাও তীব্ৰ প্ৰতিবাদ অব্যাহত আছে ৷ নাৰী নিৰ্যাতন বন্ধ কৰক ,ড্ৰাগছ বন্ধ কৰক,বলৎকাৰীক ফাঁচী দিয়ক,শান্তি সম্প্ৰীতি অটুত ৰাখক আৰু দোষীক আমাৰ মাজত গতাই দিয়ক,আছে হেঙদাঙ লোৱা নাই,গৃহ বিভাগ হুচিয়াৰ,ধিং আৰক্ষী হুচিয়াৰ,গৃহ বিভাগ ধিক্কাৰ,মুখ্যমন্ত্ৰী ধিক্কাৰ
আদি আদি শ্ল’গানৰে হেজাৰ হেজাৰ মহিলাৰ প্ৰতিবাদী কণ্ঠই আজিও উত্তাল কৰি ৰাখে ধিঙৰ ৰাজপথ ৷

# প্ৰতিবাদস্থলীত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ নেতৃবৰ্গ

আজি দ্বিতীয় দিনাৰ প্ৰতিবাদত অংশ লৈ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তথা নগাঁও জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অংকুৰ নাথে কয়,প্ৰথমে আমাক ন্যায় লাগিব ৷ সেয়ে আজি দ্বিতীয় দিনাও আমাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে  আৰু এই প্ৰতিবাদে যদি ন্যায় নেপায় তেনেহ’লে গণমুখী আন্দোলনৰ স্বৰূপ লব ৷ আজি আমি ধিঙত উপস্থিত হোৱাৰ সময় ৰাজ্য চৰকাৰৰ আৱকাৰী মন্ত্ৰী কেশৱ মহন্তৰ ওচৰতো দাবী জনাই কৈছো যে,১৪ বছৰীয়া এই কিশোৰী গৰাকীয়ে ন্যায় তথ ক্ষতিপূৰণ পাব লাগিব ৷ যাতে এই ক্ষতি পূৰণো অতি সোনকালে লাভ কৰিব লাগিব ৷

চৰকাৰী বিষয়া সকলে প্ৰতিটো কামতে যি ধৰণে পলম কৰে,সেইদৰে এই কামত পলম কৰিলে নহব ৷ তেতিয়া আৰু আমাৰ ধৈৰ্য্য নেথাকিব ৷ আনহাতে কালি দিনত চলি থকা প্ৰতিবাদৰ কালচোৱাত ধিঙলৈ নগাঁও জিলা আয়ুক্ত আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং আহি প্ৰতিবাদস্থলীলৈ নহাৰ ক্ষেত্ৰত আছুৰ নেতা গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,আচলতে প্ৰতিবাদকাৰীৰ মুখামুখি হোৱাৰ সাহস নাই ৷  নাৰীক সন্মান কৰিব নোৱাৰে ৷

# প্ৰতিবাদস্থলীত লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা

প্ৰতিবাদস্থলীত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,প্ৰতিগৰাকী মানুহৰ মন মগজু আত্মা জোকাৰি গৈছে আৰু এইবাৰ ধিং আঞ্চলিক ছাত্ৰ সন্থা ,নাড়ী সমাজ আৰু ধিং বজাৰ ব্যৱসায় সমিতিয়ে সৰ্বাত্মক বন্ধ পালন কৰি সৰ্বাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ইয়াত সংবাদ মাধ্যমৰ কৰ্মী ,চাকৰিয়াল,ব্যৱসায় আৰু দিন হাজিৰা কৰা সকলো ওলাই আহিছে ৷ এনে এগৰাকী কিশোৰীৰ ওপৰত চলা নিৰ্যাতন অসমৰ সকলো সভ্যলোক লজ্জানত হৈছে ৷

সম্প্ৰতি ধিং আৰু অসমৰ মানুহে এতিয়া এটা কথাই জানিব বিচাৰি আছে যে,বাকী দুটা পাষণ্ড আৰু নৰ পিশাচৰ শাস্তি কি হব আৰু কেতিয়া ধৰিব কেতিয়া শাস্তি পাব আৰু আৰক্ষীয়ে সেই দুটাক নধৰালৈকে ৰাইজ আস্বস্ত হব নোৱাৰে ৷ মূল কথাটো হৈছে এনে বোৰ ঘটনাক বিক্ষিপ্ত ঘটনা হিচাপে চাব নেলাগে ৷ ধাৰাবাহিক ভাবে অসমত এনে ঘটনা ঘটি আছে ৷

গোৱালপাৰাত আজিৰ পৰা এমাহৰ পূৰ্বে ঘৰৰ পিছফালে ৬০ উৰ্ধৰ এগৰাকী মহিলা ধৰ্ষিতা হৈছে,বিহালীত এগৰাকী কিশোৰী শোৱাৰ পৰা উঠি বাহিৰলৈ যোবাৰ সময়তে উঠাই নিবলৈ চেষ্টা কৰিছিল ৷ ধিঙত হৈছে,হোজাইত হৈছে,তেজপুৰকে ধৰি সমগ্ৰ অসমতে হৈছে ৷ প্ৰশাসনে জানেনে নেজানে ৷ ইফালে ধিঙত আজিৰ পৰা এমাহ আগলৈকে স্প্ৰে’ গেঙৰ তাণ্ডৱ চলি আছিলে ৷ তেতিয়াও প্ৰতিবাদ হৈছিল,তেতিয়া অতিৰঞ্জিত বাতৰি পৰিবেশন কৰা বুলি আপোনলোকো ধমক খাব লগা হৈছিল ৷ সেই সময় ৰাইজক কোৱা হৈছিল আন্দোলন নকৰিব,ৰাইজক কিয় ভীতিগ্ৰস্ত কৰিছে ৷ কিন্তু ৰাইজৰ সংশয় আৰু ভয় যে আছিল সেয়া আজি সচাঁ প্ৰমাণিত হ’ল ৷ ধিঙত যে অসমীয়া বোৱাৰী- জীয়াৰী অসুৰক্ষিত হৈ আছিল সেয়া আজি সচাঁ প্ৰমান হ’ল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: aaasu President Utpal SarmaAjycp President Palash SangmaiDhing Rape IncidentPublic Meeting
publisher

publisher

Related Posts

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d