Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

    ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

    ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Gohpur Murder Case Update : গহপুৰৰ চাঞ্চল্যকৰ শিশু হত্যাকাণ্ডৰ নতুন মোৰ !

পিতৃয়ে হত্যা কৰিলে এবছৰীয়া পুত্ৰক , পুত্ৰহন্তা পিতৃক গ্ৰেপ্তাৰ আৰক্ষীৰ

publisher by publisher
March 10, 2023
in India, News
Reading Time: 2 mins read
0
Gohpur Murder Case Update : গহপুৰৰ চাঞ্চল্যকৰ শিশু হত্যাকাণ্ডৰ নতুন মোৰ !
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Gohpur:গহপুৰ কলাবাৰী মিকিৰবৰা চুকৰ আকাংক্ষা ভূঞা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ 

Gohpur:গহপুৰত বিজেপি প্ৰাৰ্থী উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ধনশ্ৰী সমষ্টিৰ EM ফ্ৰেচ মোচাহাৰী

Gohpur:গহপুৰত কংগ্ৰেছ-বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত নিৰ্বাচন কেন্দ্ৰিক সংঘাত 

Gohpur Murder Case Update:

গহপুৰৰ সোঙালীবড়িৰ পথাৰত বুধবাৰে এটি এবছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই লৈছে নতুন মোৰ ৷ পিতৃৰ হাতত প্ৰাণ গ’ল এবছৰীয়া সন্তান পৰাগজ্যোতি বৰদলৈৰ।

ADVERTISEMENT

শচীন বৰদলৈৰ বিৰুদ্ধে পুত্ৰ হত্যাৰ অভিযোগ তুলিছে স্বয়ং শিশুটিৰ মাতৃ তথা পত্নী আৰু গঞাই । নিজ সন্তানক নৃশংসভাৱে হত্যা কৰি লুকাই থকাৰ পাছত আজি নিজ গৃহলৈ অহাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্যে যে,বৃহস্পতিবাৰে পুত্ৰৰ এবছৰীয়া জন্মদিনৰ বাবে বুধবাৰে সন্ধিয়া ছয় বজাত পুত্ৰক চাইকেলত উঠাই বজাৰলৈ গৈ পিতৃ শচীন বৰদলৈ আৰু পুত্ৰ পৰাগজ্যোতি সন্ধান হৈ আছিল আৰু বৃহস্পতিবাৰে কণমানি পৰাগজ্যোতিৰ নিথৰ দেহ উদ্ধাৰ হয় গহপুৰৰ সোঙালীবড়িৰ পথাৰত ৷ কাষত পৰি আছিল চাইকেল আৰু বজাৰ কৰিব যোৱা মোনাটো ৷

কিন্ত সন্ধান নাছিল পিতৃ শচীন বৰদলৈৰ। কিন্তু আজি পুৱা ঘৰত উপস্থিত হয় শচীন বৰদলৈ। ৰাইজৰ খবৰৰ ভিত্তিত আজি ৰাতিপুৱা গহপুৰ আৰক্ষীয়ে পুত্ৰহন্তা পাষাণ পিতৃক গ্ৰেপ্তাৰ কৰে।

আনহাতে ঘটনাৰ সন্দৰ্ভত ধৃত শচীন বৰদলৈৰ পত্নীয়ে কয় যে আজি কাহিলীপুৱাতে ঘৰত উপস্থিত হোৱাৰ সময়ত শচীনৰ হাতত আছিল এখন চোকা দা।

নিজ পুত্ৰক হত্যা কৰা শচীনক ফাঁচি দিয়াৰ দাবী কৰে পত্নীয়ে ৷ ইপিনে স্থানীয় ৰাইজে পুত্ৰহন্তা শচীন বৰদলৈয়ে কণমানি পৰাগজ্যোতিক হত্যা কৰিছে বুলি দাবী কৰে ৷

ঘৰৰ পৰা হাতত হেণ্ডকাপ লগাই শচীনক লৈ অনাৰ পাছতে ৰাইজ থানাত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ অৱশ্যে আৰক্ষীৰ বুজনিত ৰাইজ ঘৰমুৱা হয় ৷ আৰক্ষীৰ আশ্বাস দোষীক আইনৰ জৰিয়তে কঠোৰ শাস্তি দিয়া হ’ব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Child MurderFather ArrestedGohpur
publisher

publisher

Related Posts

অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা
India

September 9, 2026
Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক
Assam

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

September 9, 2026
ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা
Assam

ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

September 9, 2026
ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন
India

ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

September 9, 2026
Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d