Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত

    RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

    Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

    Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

    Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

    Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dhing Rape Incident :ধিং দলবদ্ধ ধৰ্ষণকাণ্ডক লৈ আজিও উত্তাল ধিঙৰ ৰাজপথ

আজিও স্বতঃস্ফূৰ্ত বন্ধ দোকান- পোহাৰ, গণ প্ৰতিবাদস্থলীত অংশগ্ৰহণ আছুৰ সভাপতি উৎপল শৰ্মা আৰু যুৱ- ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই

publisher by publisher
August 24, 2024
in Uncategorized
Reading Time: 3 mins read
0
Dhing Rape Incident :ধিং দলবদ্ধ ধৰ্ষণকাণ্ডক লৈ আজিও উত্তাল ধিঙৰ ৰাজপথ
7
SHARES
72
VIEWS
ShareShareShareShare

Dhing Rape Incident

ৰাজ্য কপাই যোৱা ধিঙৰ এগৰাকী কিশোৰী ছাত্ৰীক টিউচন কৰি গৃহাভিমুখী হোৱাৰ পথত তিনি নৰাধমে ফুট গধুলীতে দলবদ্ধ ধৰ্ষণ কৰি পথৰ দাঁতিত পেলাই থৈ গৈছিল ৷ তেনেকৈ পথৰ দাঁতিত নাবালিকা ছাত্ৰ গৰাকী পৰি থাকিল প্ৰায় ১ঘণ্টা সময় ৷ পিছত পথচাৰীয়ে নাবালিকা গৰাকীক বিবস্ত্ৰ অৱস্থাত দেখে ৷ লগে লগে এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷ পিছত আৰক্ষীৰ সহযোগত আৰু স্থানীয় লোকৰ সহযোগত নাবালিকা গৰাকীক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ ধিং FRU ত ভৰ্তি কৰা হয় যহিও তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷ পৰৱৰ্তী সময়ত ছাত্ৰী গৰাকীক নিশাই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰা হয় ৷

ADVERTISEMENT

যোবা কালি নিশা আৰক্ষীয়ে ৩ অভিযুক্তক ভিতৰত মুল অভিযুক্ত তফজ্জুলক  অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৷ শণিবাৰে মাজনিশা আৰক্ষীয়ে লগত লৈ ঘটনাস্থলীলৈ অহাৰ পথত আৰক্ষী বেহুফালি হেণ্ডকাপ সহ পলাবলৈ গৈ এটা পুখুৰীত জাপ দিয়ে ৷ পিছত এছডিআৰএফ বাহিনীয়ে দুঘণ্টা যোৰা অভিযানৰ অন্তত তফজ্জুলৰ মৃতদেহ উদ্ধাৰ কৰে ৷ আনহাতে মৰণোত্তৰ পৰীক্ষাৰ অন্তত তফজ্জুলৰ মৃতদেহ পৰিয়ালৰ লোকক চমজাই দিয়ে ৷  বৰ্তমানেও আন দুই অভিযুক্ত এতিয়াও পলাতক অৱস্থাতেই আছে ৷

RelatedPosts

Artificial Flood:মহানগৰীত যমদূতহে হৈছে নতুন নলা ব্যৱস্থা, দৌৰাত্ম্য কমিছনভোগীৰ

Tinsukia Dist.AJYCP Biennial Conference In Digboi :তিনিচুকীয়া জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সপ্তদশ দ্বি বাৰ্ষিক অধিৱেশনখন তৈলনগৰী ডিগবৈত

Dhing rape accused Faridul Islam and Golap Uddin Surrendered:ধিং বল্যাৎকাৰ কাণ্ডৰ পলাতক অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপউদ্দিনৰ আত্মসমৰ্পণ

# তফজ্জুলৰ জানাজাত অংশ নলয় জন্মভূমি বৰভেটিবাসীয়ে,কৱৰস্থ কৰিব নিদিয়ে মৃতদেহ

তফজ্জুলৰ মৃত্যুৰ খৱৰ পোৱাৰ পিছতে জন্মভূমি বৰভেটিবাসীয়ে এক সভা আহ্বান কৰি তফজ্জুলৰ জানাজাত অংশ গ্ৰহণ নকৰাৰ উমৈহতীয়া সিদ্ধান্ত কৰা লগতে ৰাজহুৱা কৱৰস্থানতো কৱৰস্থ নকৰাৰ উপৰি তেওঁলোকৰ পৰিয়ালটিক সামাজিক ভাৱে এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰে ৷ তদুপৰি আন বাকী দুজন অভিযুক্তকো অতিশীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ বাবে প্ৰশাসনক  দাবী জনায় ৷

# প্ৰতিবাদস্থলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই

ধিঙত যি ঘটনা সংঘটিত হ’ল ,সেয়া সচাকৈয়ে নিন্দনীয় আৰু লজ্জাজনক ঘটনা৷ইয়াক আমি যিমানেই গৰিহণা নিদিও শেষ কৰিব নোৱাৰো ৷ এই ঘটনাৰ মূল অভিযুক্ত ইতিমধ্যে মৃত্যু হ’ল যদিও বাকী দুজন এতিয়াও মুকলি আকাশৰ তলত ৷ এনে ধৰ্ষণকাৰীক ৰাতি এন্ধাৰত নহয়,দিনৰ পোহৰত হত্যা কৰিব লাগে ৷ এই মন্তব্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই ৷ চাংমাই লগতে কয়,এনে ধৰ্ষণকাৰীক যেতিয়া দিনৰ পোহৰত হত্যা কৰা হব তেতিয়া অপৰাধ প্ৰৱণতা থকা বা নাৰীক সন্মান কৰিব নজনা আন দহ জনৰ বুকু কপি উঠিব আৰু এনে বেয়া কাম কৰিবলৈ এশবাৰ ভাবিব ৷

তেওঁ লগতে কয়,চুলাই মদ বা ড্ৰাগছৰ অবাধ প্ৰচলন যিহেতু অঞ্চলটোত আছে,এই ক্ষেত্ৰত পুলিচ প্ৰশাসন দায়িত্ব আছে এনে নিচাজাতীয় দ্ৰব্যৰ বেহা বন্ধ হব লাগে ৷ এই ক্ষেত্ৰত নিশ্চত ভাৱে স্থানীয় লোকৰো সহায় সহযোগিতাৰ প্ৰয়োজন আছে ৷ নগাঁৱৰ শিক্ষয়ত্ৰী অৰ্ণমাই বৰাৰ মৃত্যু প্ৰসংগ উল্লেখ কৰি কয়,অৰ্ণমাই বৰাৰ ক্ষেত্ৰত কিন্তু পুলিচ তেনে তৎপৰতা দেখা পোৱা নগল ৷ উপযুক্ত সাক্ষ্য প্ৰমাণৰ অভাৱত দোষী সাৰি গ’ল ৷

নাবালিকা নিৰ্যাতনকাৰী মুল অভিযুক্ত তফজ্জুল ইছলামৰ ইতিমধ্যে যোৱা নিশা মৃত্যু হৈছে যদিও আন দুজন অপৰাধী বৰ্তমানেও মুকলি আকাশৰ তলতে ৷ যাৰ বাবে ধিং আছু’ৰ আহ্বানত আজি দ্বিতীয় দিনাও তীব্ৰ প্ৰতিবাদ অব্যাহত আছে ৷ নাৰী নিৰ্যাতন বন্ধ কৰক ,ড্ৰাগছ বন্ধ কৰক,বলৎকাৰীক ফাঁচী দিয়ক,শান্তি সম্প্ৰীতি অটুত ৰাখক আৰু দোষীক আমাৰ মাজত গতাই দিয়ক,আছে হেঙদাঙ লোৱা নাই,গৃহ বিভাগ হুচিয়াৰ,ধিং আৰক্ষী হুচিয়াৰ,গৃহ বিভাগ ধিক্কাৰ,মুখ্যমন্ত্ৰী ধিক্কাৰ
আদি আদি শ্ল’গানৰে হেজাৰ হেজাৰ মহিলাৰ প্ৰতিবাদী কণ্ঠই আজিও উত্তাল কৰি ৰাখে ধিঙৰ ৰাজপথ ৷

# প্ৰতিবাদস্থলীত সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ নেতৃবৰ্গ

আজি দ্বিতীয় দিনাৰ প্ৰতিবাদত অংশ লৈ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তথা নগাঁও জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অংকুৰ নাথে কয়,প্ৰথমে আমাক ন্যায় লাগিব ৷ সেয়ে আজি দ্বিতীয় দিনাও আমাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে  আৰু এই প্ৰতিবাদে যদি ন্যায় নেপায় তেনেহ’লে গণমুখী আন্দোলনৰ স্বৰূপ লব ৷ আজি আমি ধিঙত উপস্থিত হোৱাৰ সময় ৰাজ্য চৰকাৰৰ আৱকাৰী মন্ত্ৰী কেশৱ মহন্তৰ ওচৰতো দাবী জনাই কৈছো যে,১৪ বছৰীয়া এই কিশোৰী গৰাকীয়ে ন্যায় তথ ক্ষতিপূৰণ পাব লাগিব ৷ যাতে এই ক্ষতি পূৰণো অতি সোনকালে লাভ কৰিব লাগিব ৷

চৰকাৰী বিষয়া সকলে প্ৰতিটো কামতে যি ধৰণে পলম কৰে,সেইদৰে এই কামত পলম কৰিলে নহব ৷ তেতিয়া আৰু আমাৰ ধৈৰ্য্য নেথাকিব ৷ আনহাতে কালি দিনত চলি থকা প্ৰতিবাদৰ কালচোৱাত ধিঙলৈ নগাঁও জিলা আয়ুক্ত আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং আহি প্ৰতিবাদস্থলীলৈ নহাৰ ক্ষেত্ৰত আছুৰ নেতা গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,আচলতে প্ৰতিবাদকাৰীৰ মুখামুখি হোৱাৰ সাহস নাই ৷  নাৰীক সন্মান কৰিব নোৱাৰে ৷

# প্ৰতিবাদস্থলীত লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা

প্ৰতিবাদস্থলীত অংশ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,প্ৰতিগৰাকী মানুহৰ মন মগজু আত্মা জোকাৰি গৈছে আৰু এইবাৰ ধিং আঞ্চলিক ছাত্ৰ সন্থা ,নাড়ী সমাজ আৰু ধিং বজাৰ ব্যৱসায় সমিতিয়ে সৰ্বাত্মক বন্ধ পালন কৰি সৰ্বাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ ইয়াত সংবাদ মাধ্যমৰ কৰ্মী ,চাকৰিয়াল,ব্যৱসায় আৰু দিন হাজিৰা কৰা সকলো ওলাই আহিছে ৷ এনে এগৰাকী কিশোৰীৰ ওপৰত চলা নিৰ্যাতন অসমৰ সকলো সভ্যলোক লজ্জানত হৈছে ৷

সম্প্ৰতি ধিং আৰু অসমৰ মানুহে এতিয়া এটা কথাই জানিব বিচাৰি আছে যে,বাকী দুটা পাষণ্ড আৰু নৰ পিশাচৰ শাস্তি কি হব আৰু কেতিয়া ধৰিব কেতিয়া শাস্তি পাব আৰু আৰক্ষীয়ে সেই দুটাক নধৰালৈকে ৰাইজ আস্বস্ত হব নোৱাৰে ৷ মূল কথাটো হৈছে এনে বোৰ ঘটনাক বিক্ষিপ্ত ঘটনা হিচাপে চাব নেলাগে ৷ ধাৰাবাহিক ভাবে অসমত এনে ঘটনা ঘটি আছে ৷

গোৱালপাৰাত আজিৰ পৰা এমাহৰ পূৰ্বে ঘৰৰ পিছফালে ৬০ উৰ্ধৰ এগৰাকী মহিলা ধৰ্ষিতা হৈছে,বিহালীত এগৰাকী কিশোৰী শোৱাৰ পৰা উঠি বাহিৰলৈ যোবাৰ সময়তে উঠাই নিবলৈ চেষ্টা কৰিছিল ৷ ধিঙত হৈছে,হোজাইত হৈছে,তেজপুৰকে ধৰি সমগ্ৰ অসমতে হৈছে ৷ প্ৰশাসনে জানেনে নেজানে ৷ ইফালে ধিঙত আজিৰ পৰা এমাহ আগলৈকে স্প্ৰে’ গেঙৰ তাণ্ডৱ চলি আছিলে ৷ তেতিয়াও প্ৰতিবাদ হৈছিল,তেতিয়া অতিৰঞ্জিত বাতৰি পৰিবেশন কৰা বুলি আপোনলোকো ধমক খাব লগা হৈছিল ৷ সেই সময় ৰাইজক কোৱা হৈছিল আন্দোলন নকৰিব,ৰাইজক কিয় ভীতিগ্ৰস্ত কৰিছে ৷ কিন্তু ৰাইজৰ সংশয় আৰু ভয় যে আছিল সেয়া আজি সচাঁ প্ৰমাণিত হ’ল ৷ ধিঙত যে অসমীয়া বোৱাৰী- জীয়াৰী অসুৰক্ষিত হৈ আছিল সেয়া আজি সচাঁ প্ৰমান হ’ল ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: aaasu President Utpal SarmaAjycp President Palash SangmaiDhing Rape IncidentPublic Meeting
publisher

publisher

Related Posts

ভাৰত-পাক সীমান্তৰ পাৰ হৈ অনুপ্ৰৱেশৰ চেষ্টা ! গুজৰাটত বি এছ এফৰ গুলীত নিহত এজন
Uncategorized

পুনৰ ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

May 27, 2025
Dainik Agradoot Today’s Edition -22May
Daily

Dainik Agradoot Today’s Edition -22May

May 22, 2025
বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!
Uncategorized

বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!

May 20, 2025
Indian curriculum will include Akas and BrahMos missiles:ভাৰতীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব আকাশ আৰু ব্ৰহ্মো’ছ মিছাইল

Decline in India- Bangladesh relations: বাংলাদেশৰেও ভাৰতৰ সম্পৰ্কৰ অৱনতি

May 19, 2025
Bipanchika Bora of Nagaon receives National Scholarship: নগাঁৱৰ বিপঞ্চিকা বৰালৈ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জলপানি

May 17, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d