Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Bangladesh bans export of ILISH Fish to India before Puja:পদ্মাৰ ইলিছ বন্ধ কৰি প্ৰতিৰোধ ঢাকাৰ

ঢাকাত নতুন চৰকাৰৰ শপতগ্ৰহণৰ পাছত বহু ভাৰতীয়ৰ প্ৰিয় মাছো সোমাই পৰিল কূটনীতিৰ পাশাখেলত, বিগত-দুর্গা পূজাত ভাৰতলৈ ৰপ্তানি হৈছিল ৪০ হেজাৰ টন ইলিছ, হাছিনাৰ সদিচ্ছাৰ প্ৰতিফলন আছিল বাংলাদেশৰ ৰাষ্ট্ৰীয় মৎস্য প্ৰেৰণ, দুর্গা পূজা-পহিলা ব'হাগ-জামাই ষষ্ঠী আদি উৎসৱত ভাৰতৰ কে'বাখনো ৰাজ্যৰ বজাৰত কদৰ বাঢ়ে ইলিছৰ

publisher by publisher
September 11, 2024
in Uncategorized
Reading Time: 6 mins read
0
Bangladesh bans export of ILISH Fish to India before Puja:পদ্মাৰ ইলিছ বন্ধ কৰি প্ৰতিৰোধ ঢাকাৰ
1
SHARES
13
VIEWS
ShareShareShareShare

Bangladesh bans export of ILISH Fish to India before Puja:

ভাৰতীয়ৰ বাবে লোভনীয় খাদ্যক কূটনৈতিক যুঁজৰ লক্ষ্য কৰি লৈছে বাংলাদেশে। দুর্গা পূজাৰ আগমনৰ লগে লগে ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৰান্ধনীশালত সুগন্ধি বিয়পায় সুস্বাদু ইলিছ মাছৰ নানা ব্যঞ্জনে। সেয়া সৰিয়হৰে ভাপত দিয়া ইলিছ হওক অথবা অন্যান্য বিভিন্ন প্ৰকৰণেৰে প্ৰস্তুত কৰা ইলিছৰ আঞ্জাই হওক। ইলিছবিহীন দুর্গা পূজাৰ কথা লক্ষ লক্ষ ভাৰতীয়ই ভাবিবই নোৱাৰে। দীর্ঘদিন ধৰি একাংশ ভাৰতীয়ৰ এই জিভাৰ স্বাদৰ লালসা পূৰণ কৰি আহিছে ভাৰতৰ চুবুৰীয়া বাংলাদেশে।

ADVERTISEMENT

ক্ষুদ্ৰ বাংলাদেশৰ পৰা দীর্ঘদিন ধৰি পদ্মা নদীৰ ইলিছ ভাৰতলৈ প্ৰেৰণ কৰা হৈ আহিছে। বিশেষকৈ দুর্গা পূজাৰ বতৰত এয়া এক সুদীর্ঘ কাল ধৰি চলি অহা প্রথা। বাংলাদেশত শ্বেইখ হাছিনাৰ পতন আৰু অন্তর্বর্তী চৰকাৰৰ শপত গ্ৰহণৰ পাছত বহু ভাৰতীয়ৰ প্ৰিয় ইলিছো সোমাই পৰিল কূটনীতিৰ পাশাখেলত।

RelatedPosts

No Content Available

মন কৰিবলগীয়া যে বিশ্বৰ ভিতৰতে পদ্মা নৈৰ ইলিছ আটাইতকৈ লোভনীয় আৰু সোৱাদযুক্ত বুলি পৰিচিত। ভাৰতৰ গংগা নৈ বাংলাদেশত প্ৰৱেশ কৰাৰ পাছত ইয়াৰ নাম হৈছে পদ্মা। এতিয়া এই পদ্মাৰ ইলিছক লৈ ভাৰতীয়ক ‘খেল’ দেখুৱাবলৈ বিচাৰিছে বাংলাদেশৰ ড: মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱর্তী চৰকাৰে।

বিগত বৰ্ষত দুর্গা পূজাৰ সময়ত বাংলাদেশে ভাৰতলৈ প্রেৰণ কৰিছিল ৪০ হেজাৰ টন পদ্মাৰ ইলিছ। এই মাছ ভাৰতত উপলব্ধ ইলিছতকৈ অধিক সুস্বাদু বুলি কোৱা হয়। এইবাৰ বাংলাদেশৰ নতুন চৰকাৰে ভাৰতীয়ৰ স্বাদ আৰু পদ্মাৰ ইলিছৰ প্রতি থকা লোভনীয় আৱেগক লক্ষ্য কৰি লৈ দুর্গা পূজাৰ সময়ত ইলিছ ৰপ্তানি নিষিদ্ধ কৰিছে। অৱশ্যে ইলিছপ্রেমী ভাৰতীয়ই মনে মনে বহি থকা নাই। নিষেধাজ্ঞা সত্ত্বেও খাদ্যৰ পাতত কিদৰে পদ্মাৰ ইলিছৰ টুকুৰা পৰে সেই পথৰো সন্ধান কৰিছে ভাৰতীয়ই।

ilesh 2ঢাক-ঢোলৰ শব্দই পূজাৰ বতৰৰ আগমনৰ সূচনা কৰাৰ সময়তে বহু ভাৰতীয়ৰ ৰান্ধনীশালত সৰিয়হত ভাপত দিয়া ইলিছৰ ব্যঞ্জনৰ সুগন্ধিয়ে জিভাৰ পানী পেলায়। বাংলাদেশত হাছিনা চৰকাৰৰ পতনৰ পাছত অন্তৱর্তী চৰকাৰে ইলিছ ৰপ্তানিত নিষেধাজ্ঞা জাৰি কৰাৰ পাছত দুর্গা পূজাৰ বতৰত বাংলাদেশী ইলিছৰ ভাৰতৰ বজাৰত নাটনি হ’ব। ইয়াৰ ফলত দাম চৰিব বুলি অনুমান কৰা হৈছে। ইলিছৰ লোভে এতিয়া বহুজনৰ পকেট খালী কৰিব বুলিও চর্চা চলিছে।

এই নিষেধাজ্ঞা সত্ত্বেও ভাৰতত পদ্মাৰ ইলিছ অহাৰ পথ বিচাৰি পাইছে একাংশ ব্যবসায়ীয়ে। সেয়ে পূজাৰ সময়ত বাংলাদেশী পদ্মাৰ ইলিছ নিষেধাজ্ঞা সত্ত্বেও ভাৰতৰ বজাৰত উপলব্ধ হ’ব যদিও ইয়াৰ মূল্য বহু বেছি হ’ব। অক্টোবৰত দুর্গা পূজাৰ খিচিৰিৰ স’তে ইলিছৰ সোৱাদ ল’বলৈ বহু ভাৰতীয় সাজু হোৱাৰ সময়তে বাংলাদেশৰ সামৰিক বাহিনী সমর্থিত চৰকাৰে এই মূল্যবান মাছবিধৰ ৰপ্তানি নিষিদ্ধ কৰাত বিমর্ষ হৈছে বহুজন।

এই নিষ্প্রোজ্ঞাৰ ফলত ভাৰতলৈ, বিশেষকৈ পশ্চিমবংগৰ দৰে ইলিছৰ বিশেষ কদৰ থকা ৰাজ্যলৈ বাংলাদেশে পদ্মাৰ ইলিছ প্ৰেৰণৰ এক বহু দীঘলীয়া প্রথাই বিদায় ল’ব। এই ইলিছ প্রেৰণ আছিল আৱামী লীগৰ নেত্রী তথা স্বদেশ এৰি পলায়ন কৰা প্রাক্তন প্রধানমন্ত্রী শেইখ হাছিনাৰ ভাৰতৰ প্ৰতি সদিচ্ছাৰ প্রকাশ।

মন কৰিবলগীয়া যে বাংলাদেশতে ইলিছৰ মূল্য আকাশলংঘী। ২০১২ৰ পৰা ২০২০লৈ বিদেশলৈ ইলিছ ৰপ্তানিত বাংলাদেশে নিষেধাজ্ঞা জাৰি কৰিছিল যদিও এই ক্ষেত্রত ভাৰত হৈছিল ব্যতিক্রম। ভাৰতৰ প্রতি বন্ধুত্ব প্রদর্শন কৰি এই নিষেধাজ্ঞা প্রযোজ্য হোৱা নাছিল।

#দুর্গা পূজাৰ পূৰ্বে ভাৰতলৈ ইলিছ প্ৰেৰণত নিষেধাজ্ঞা বাংলাদেশৰ

ভাৰতলৈ ইলিছ প্রেৰণৰ সম্পৰ্কত বাংলাদেশৰ মীনপালন আৰু পশুধন মন্ত্রণালয়ৰ উপদেষ্টা ফৰিদা আখতাৰে নিশ্চিত কৰে যে তেওঁলোকৰ দেশতে গ্রাহকক যাতে যথেষ্ট পৰিমাণে ইলিছ যোগান ধৰাটো নিশ্চিত কৰিব পাৰি সেইবাবে চৰকাৰে নিষেধাজ্ঞা জাৰি কৰিছে। তেওঁ কয়, ‘আমাৰ মানুহে যেতিয়া ইলিছ ক্রয় কৰিব নোৱাৰে, তেতিয়া আমি ইয়াৰ ৰপ্তানিত অনুমতি দিব নোৱাৰো।

সেয়েহে চলিত বৰ্ষত মই দুর্গা পূজাৰ সময়ত ভাৰতলৈ ইলিছ ৰপ্তানি বন্ধ কৰাৰ নির্দেশ দিছো বাণিজ্য মন্ত্রণালয়ক।’ উল্লেখ্য যে বাংলাদেশে বিশ্বৰ ৭০ শতাংশ ইলিছ মাছ উৎপাদন কৰে আৰু ই ৰাষ্ট্ৰখনৰ বাবে এক গৌৰৱৰ বিষয়। একে সময়তে ইলিছ বাংলাদেশৰ ৰাষ্ট্ৰীয় মৎস্য। ২০১২ৰ পৰা বাংলাদেশে তিস্তা নৈৰ পানী অংশীদাৰিত্ব চুক্তিক লৈ সৃষ্টি হোৱা বিবাদৰ বাবে ইলিছৰ ৰপ্তানিত নিষেধাজ্ঞা জাৰি কৰিছিল; কিন্তু শেইখ হাছিনাই এই ৰপ্তানি যাতে ভাৰতলৈ সহজভাৱে চলি থাকে তাৰ বাবে সকলো ব্যৱস্থা কৰিছিল।

কিয়নো এনে নিষেধাজ্ঞাৰ ফলত ভাৰতৰ বজাৰত ইলিছৰ দাম লক্ষ্যণীয়ভাবে বৃদ্ধি পায়। মাত্র এয়েই নহয়, ভাৰত-বাংলাদেশৰ ছিদ্রযুক্ত সীমান্তৰে ইলিছৰ চোৰাং ব্যবসায় বহুগুণে বৃদ্ধি পায়। ইপিনে, ২০২২ত এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয়। দুর্গা পূজা, পহিলা ব’হাগ আৰু জামাই যষ্ঠী আদিৰ দৰে উৎসৱৰ প্ৰাকমুহূৰ্তত ভাৰতলৈ প্রবেশ ঘটে পদ্মাৰ ইলিছৰ বৃহৎ চালান।

বৰ্তমানৰ বাংলাদেশৰ চৰকাৰে এই শুভেচ্ছা বার্তা অব্যাহত নৰখাৰ সিদ্ধান্ত লৈছে। সেয়ে ভাৰতলৈ আৰোপ কৰা নিষেধাজ্ঞাৰ ফলত ইলিছৰ মূল্য ভাৰতৰ বজাৰত বহুগুণে বৃদ্ধি পাব। ইয়াৰ ফলত ওড়িছা, ম্যানমাৰ আৰু গুজৰাটৰ বিকল্প সৰবৰাহেই ইলিছ প্রেমী ভাৰতীয়ৰ আশা-ভৰসা হৈ উঠিব।

# নিষেধাজ্ঞাৰ সত্ত্বেও কিদৰে ইলিছ আহিছিল ভাৰতলৈ?

যোৱা জুলাইত বাংলাদেশত হাছিনা বিৰোধী প্রতিবাদে তীব্র ৰূপ লোৱাৰ সময়তে ইলিছৰ ৰপ্তানিত ব্যাঘাত জন্মে। অৱশ্যে নিষেধাজ্ঞা সত্ত্বেও দিল্লীৰ বজাৰত উপলব্ধ হয় বাংলাদেশৰ ইলিছ। এজন খুচুৰা ব্যৱসায়ীয়ে কয়, ‘গাজিপুৰৰ পাইকাৰী বজাৰৰ এজন ব্যৱসায়ীয়ে আমাক জনোৱা মতে বাংলাদেশৰ ইলিছ এতিয়া ম্যানমাৰ হৈ ভাৰতলৈ আহে।

ইয়াৰ ফলত অৱধাৰিতভাৱে দাম বৃদ্ধি পাইছে।’ খুচুৰা ব্যৱসায়ীজনে আৰু কয়, ‘বর্তমান আমি বাংলাদেশৰ পৰা অহা একৰ পৰা ১.৩ কিলো ওজনৰ ইলিছ ২২শ টকাৰ পৰা ২৪শ টকা পর্যন্ত বিক্রী কৰিছো। এমাহ পূর্বে ইয়াৰ মূল্য আছিল ১৮শ টকাৰ পৰা দুহেজাৰ টকা।’

তেওঁ কয় । যে দুর্গা পূজাৰ সময়তো বাংলাদেশী ইলিছ উপলব্ধ হ’ব যদিও যোগান কম বাবে মূল্য যথেষ্ট বাঢ়িব। আন এজন দিল্লীৰ এনে খুচুৰা মাছৰ ব্যৱসায়ীয়ে কয় যে ভাৰতীয় আৰু বাংলাদেশী ইলিছ তেওঁৰ তাত সমানে উপলব্ধ। তেওঁ’ কয়, ‘আমি দুয়োবিধ ইলিছে একৰ পৰা ১.৩ কিলো পর্যন্ত ওজন হ’লে কিলোত ২২শ টকাকৈ বিক্রী কৰিছো।’ ব্যৱসায়ীজনে কয় যে দীর্ঘদিন ধৰি তেওঁ বাংলাদেশৰ যিজন ব্যৱসায়ীৰ পৰা ইলিছ মাছ ভাৰতলৈ আনিছে সেই একেজন ব্যবসায়ীয়ে তেওঁক এতিয়া পদ্মাৰ ইলিছ যোগান অব্যাহত বাখিছে।

# কি আছে পদ্মাৰ ইলিছত?

গংগাৰ শাখা থকা প্রেম সর্বজনবিদিত। পশ্চিমবংগ আৰু সীমান্তৰ সিপাৰৰ বাংলাদেশৰ খাদ্যাভ্যাসৰ অন্যতম এই ইলিছক মাছৰ ৰজা বুলিও কোৱা হয়। পদ্মাৰ ইলিছ সর্বাধিক সোৱাদযুক্ত বুলি চর্চিত। বংগোপসাগৰৰ পৰা সতেজ পানীত প্রবাহিত হৈ অহা ইলিছৰ স্বকীয় সুগন্ধি আৰু সোৱাদৰ বাবে ইয়াৰ আছে বিশেষ মর্যাদা। এই ইলিছ পদ্মা নৈৰ পানীত পৰি অধিক সোৱাদযুক্ত হৈ উঠে। মৎস্যকর্মীসকলৰ সহায়ৰ বাবে থকা ‘ইন্টাৰনেছনেল কালেক্টিভ ইন ছাপ’র্ট অৱ ফিছ ৱর্কাছ’-এ এইদৰে ইলিছৰ নৈ পদ্মাৰ ইলিছৰ আছে অনন্য সোৱাদ।

ভাৰত-বাংলাদেশকে ধৰি এক বিস্তীর্ণ অঞ্চলত ইলিছৰ বাবে সোৱাদ সম্পর্কে ব্যাখ্যা আগবঢ়াইছে। ইপিনে, গংগা, হুগলী আৰু মহানদীত উপলব্ধ ইলিছৰ নাই পদ্মাৰ আমেজ, নাই উৎসৱৰ বিশেষ অনুভূতিযুক্ত সোৱাদ। পদ্মা নদীৰ ইলিছ বাংলাদেশৰ সীমামুৰীয়া পশ্চিমবংগতে নহয়, নতুন দিল্লী,বাংগালুৰু, ঝাৰখণ্ড, বিহাৰ আদিৰ দৰে ৰাজ্যতো দুর্গা পূজাৰ সময়ত এক বহুমূলীয়া জনপ্রিয় খাদ্য।

মোহনীয় পদ্মাৰ ইলিছ বাংলাদেশত উপলব্ধ অন্যান্য বিধৰ ইলিছৰ ভিতৰতো ৰাণী বুলিয়ে পৰিচিত। মেঘনা নৈৰ ভটিয়নীৰ মোহনাত উপলব্ধ চন্দনা ইলিছ আৰু নিমখীয়া সোৱাদৰ গুর্তা ইলিছৰ বাংলাদেশতো বিশেষ গুৰুত্ব নাই।

#ইলিছ কূটনীতি আৰু ভাৰত-বাংলাদেশ সম্পর্ক

ভাৰত-বাংলাদেশৰ মাজত কূটনীতিৰ এক অংশৰূপে আছে ইলিছৰ গুৰুত্ব। ভাৰতত চাহিদাৰ বাবে এই ইলিছ কূটনীতিয়ে দুই দেশৰ কুটনৈতিক সম্পর্ক নির্মাণৰ এক অন্যতম অন্যতম অস্ত্রৰূপে বিবেচিত হৈ আহিছে। এই মাছবিধ দুই ৰাষ্ট্ৰৰ মাজত থকা সদিচ্ছা আৰু বন্ধুত্বৰ এক প্রতীক আৰু এই ক্ষেত্রত বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী হাছিনা আছিল পুৰোধা। বিভিন্ন সময়ত তেওঁ ভাৰতীয় নেতৃত্বলৈ উপহাৰ হিচাপে আগবঢ়াইছে ইলিছ মাছ।

ilesh 3ইয়াৰ ভিতৰত আছে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীও। ১৯৯৬ত হাছিনাই পশ্চিমবংগৰ তদানীন্তন মুখ্যমন্ত্রী প্রয়াত জ্যোতি বসুক গংগা নৈৰ পানীৰ অংশদাৰিত্ব চুক্তি স্বাক্ষৰৰ পূৰ্বে উপহাৰ দিছিল ইলিছ। ২০১৯ত বাংলাদেশে দুর্গা পূজাৰ উপহাৰ হিচাপে ভাৰতলৈ পাঁচশ টন ইলিছৰ ৰপ্তানি কৰিছিল। ২০২৩ৰ ২১ ছেপ্টেম্বৰত পদ্মা ইলিছৰ প্ৰথমটো বৃহৎ চালান পেট্রাপোল বন্দৰেৰে পশ্চিমবংগত প্রৱেশ কৰিছিল।

বাংলাদেশৰ বৰিশালৰ পৰা প্ৰতিখনতে পাঁচ টনকৈ মুঠ নখন কার্গো ট্রাকে আনিছিল ইলিছ। বাংলাদেশৰ বাণিজ্য মন্ত্রণালয়ে দুর্গা পূজাৰ সময়ত বিশেষ বন্ধুত্ব বার্তা প্ৰেৰণ কৰি ৭৯জন মৎস্য ৰপ্তানিকাৰীক ৩,৯৫০ টন ইলিছ ভাৰতলৈ প্ৰেৰণ কৰিবলৈ অনুমতি দিছিল।

ইয়াৰ বিপৰীতে এইবাৰ এই ৰপ্তানি বিশেষকৈ দুর্গা পূজাৰ প্ৰাকমুহূৰ্তত বন্ধ কৰাৰ বাবে ধাৰণা কৰা হৈছে যে এতিয়া ইলিছ কূটনীতি বিপৰীত দিশে গতি কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bangladesh bans exportILISH FishIndia before Durga Puja
publisher

publisher

Related Posts

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া

May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d