Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Fish:চালানী মাছত ১৫ শতাংশ পর্যন্ত ফর্মেলিন !

নগাঁও কলেজ (অট 'নমাছ)ৰ অধ্যয়নত পোহৰলৈ আহিল উদ্বেগজনক তথ্য

publisher by publisher
April 26, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Fish:চালানী মাছত ১৫ শতাংশ পর্যন্ত ফর্মেলিন !
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

গুৱাহাটীত বিক্ৰী হোৱা মাছত ধৰা পৰিছে বিষাক্ত ধাতুৰ উপস্থিতি

৩২ কোটি টকাত বিক্রী হ’ল এটা মাছ

Chabua Accident:চাবুৱাৰ জেৰাইগাঁৱত ৰাজপথত পথচাৰীৰ হেতাওপৰা !

Fish:

নগাঁৱৰ বজাৰত উপলব্ধ চালানী মাছত বিষাক্ত পদার্থ উপস্থিতি ধৰা পৰিছে। নগাঁও কলেজ (অটনমাছ)ৰ প্ৰাণী বিজ্ঞান বিভাগে বজ্ঞানত উপলব্ধ চালানী মাছত বিষাক্ত পদার্থৰ উপস্থিতিৰ তথ্য পোহৰলৈ আনিছে।

ADVERTISEMENT

মহাবিদ্যালয়ৰ প্রাণী বিজ্ঞান বিভাগৰ এটা দলে অধ্যয়নৰ বাবে এলানি পৰীক্ষা সম্পন্ন কৰোতে এই উচ্চাজনক তথ্য পোহৰলৈ আহে। প্রাণী বিজ্ঞান বিভাগৰ অধ্যাপক ক্ৰমে ড° ললিত মোহন গোস্বামী ,ড° ভুবন চন্দ্র চুতীয়া, ডা: জ্যোতিস্মৃতা দাস, ড°প্রিয়াংকা শৰ্মা আৰু ড° মানস প্রতীম বৰাৰ নেতৃত্বত গৱেষক ছাত্র-ছাত্রী আৰু স্নাতকোত্তৰ ছাত্র-ছাত্রীৰ এটি দলে কৰা বিগত তিনিমাহজোৰা অধ্যয়নৰ অন্তত এই তথ্য উন্মোচিত কৰিবলৈ সক্ষম হৈছে।

এই পৰীক্ষাত দলটোৱে নগাঁও জিলাৰ বিভিন্ন ব্যৱসায়িক অঞ্চলৰ পৰা চালানী মাছৰ নমুনা সংগ্ৰহ কৰি প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষণাগাৰত পুংখানুপুংখভাবে অধ্যয়ন কৰাৰ লগতে তথ্যৰ শুদ্ধতা নিৰূপণৰ বাবে গুৱাহাটীস্থিত উন্নত মানৰ পৰীক্ষাগাৰতো পৰীক্ষা সম্পন্ন কৰে।

লগতে দুয়োলানি পৰীক্ষাত নগাঁৱৰ বজাৰত উপলব্ধ চালানী মাছত অতি উদ্রেকজনকভাবে সর্বাধিক ১৫ শতাংশলৈকে ফর্মেলডিহাইডৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰ উপৰি দলটোৱে গুৰু ধাতু যেনে- কেডমিয়াম, প্রমিয়াম, আৰ্চেনিক, লিড আদিৰ উপস্থিতি সম্পর্কেও অধ্যয়ন অব্যাহত ৰাখিছে।

প্ৰাৰম্ভিকভাৱে দলটেৰ অধ্যয়নত ০.০০০ কেডমিয়াম আৰু ০.১৫ শতাংশ আৰ্চেনিকৰ উপস্থিতি ধৰা পৰিছে। আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড° ভুবন চন্দ্ৰ চুতীয়াই সদৰী কৰা মতে, সম্পূৰ্ণ নিজাববীয়াকৈ কৰা এই অধ্যয়নৰ যোগেদি মহাবিদ্যালয় খনে জনসাধাৰণক আতংকিত কৰিবৰ বাবে নহয় সজাগতা সৃষ্টিৰ বাবে এই অধ্যয়ন আৰু প্ৰয়াস অব্যাহত ৰাখিছে।

স্মর্তব্য যে নগাঁও জিলাৰ বিভিন্ন মাছৰ বজাৰত বিক্ৰী হৈ থকা চালানী মাছত বিষাক্ত পদার্থ থকাৰ আশংকা কৰি দৈনিক অগ্রদূত’ত একাধিকবাৰ বা-বাতৰি প্ৰকাশ পাইছিল।

তৎসত্ত্বেও জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে বিষয়টোক বিশেষ গুৰুত্ব আৰোপ কৰা নাছিল। শেহতীয়াকৈ নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষণাত চালানী মাছত বিষাক্ত পদার্থ থকাৰ কথা পোহৰলৈ অহাত ‘দৈনিক অগ্ৰদূত’ৰ বাতৰিৰ সত্যতাকে প্রতিপন্ন কৰিলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FishNagaon CollegeServey Report
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d