Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Uddhav Bharali invented the machine for making ripe sweets:ভকতৰ অনুৰোধত পকা মিঠৈ প্রস্তুত কৰা যন্ত্ৰ উদ্ভাৱন উদ্ধৱ ভৰালীৰ

samimsultana by samimsultana
October 16, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Uddhav Bharali invented the machine for making ripe sweets:ভকতৰ অনুৰোধত পকা মিঠৈ প্রস্তুত কৰা যন্ত্ৰ উদ্ভাৱন উদ্ধৱ ভৰালীৰ
2
SHARES
15
VIEWS
ShareShareShareShare

Uddhav Bharali invented the machine for making ripe sweets:

বিশিষ্ট উদ্ভাৱক ড:উদ্ধৱ ভৰালীয়ে তেওঁৰ নৱতম উদ্ভাৱন পকা মিঠে প্ৰস্তুত কৰা যন্ত্ৰ যোৰহাটত প্রদর্শন কৰাৰ লগতে মেচিনটো ইয়াৰ তৰাজান এক নম্বৰ সোণাৰী গাঁওস্থিত পহুখোৱা চুক নামঘৰলৈ আনুষ্ঠানিকভাবে প্রদান কৰে।

ADVERTISEMENT

উল্লেখ্য যে তৰাজান সোণাৰী গাঁৱৰ পহুখোৱা চুক নামঘৰৰ এজন বৈষ্ণৱৰ অনুৰোধ মর্মে এই আশ্চৰ্যকৰ যন্ত্ৰটো উদ্ভাৱন কৰি উলিয়াইছে ড° ভৰালীয়ে। মঙলবাৰে এই উপলক্ষে ডাঃ কমলাকান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি বিশিষ্ট উদ্ভাৱক ড: ভৰালীয়ে কয় যে মই মোৰ এই নতুন উদ্ভাৱন – নামঘৰভাগিলৈ অর্পণ কৰি নিজকে বহুত ভাগ্যবান বুলি অনুভৱ কৰিছো।

RelatedPosts

Dr.Uddhab Bharali: বিশিষ্ট উদ্ভাৱক ড: উদ্ধৱ ভৰালীৰ আন এক চমক

ভকত-বৈষ্ণৱৰ আশীর্বাদে মোৰ জীৱন ধন্য কৰিলে। এইদৰে নিজৰ অনুভৱ ব্যক্ত কৰি ড° ভৰালীয়ে কয়, ‘আমাৰ বৈষ্ণৱ সংস্কৃতিত পকা মিঠৈ অপৰিহাৰ্য দ্রব্য; কিন্তু পকা মিঠৈৰ প্ৰস্তুত প্রণালী জটিল হোৱাৰ বাবে বহু ঠাইত ইয়াৰ প্ৰচলন হ্রাস পাই আহিছে।

মই এই যন্ত্ৰৰ জৰিয়তে পকা মিঠৈৰ সংস্কৃতি ধ্বংস কৰিব বিচৰা নাই। বৰঞ্চ এই চহকী সংস্কৃতিক ধৰি ৰখাৰ উদ্দেশ্যেহে এই যন্ত্র উদ্ভাৱন কৰা বুলি তেওঁ মন্তব্য কৰে। ভাষণ প্রসংগত তেওঁ ধান খুন্দা ঢেঁকী আধুনিক ৰূপত গঢ়ি তোলা বুলি সদৰী কৰে। তেওঁ পকা মিঠে উদ্ভাৱন সম্পৰ্কত কয়, ‘ভক্তজনে মোক এই যন্ত্র উদ্ভাৱন কৰিবলৈ কোৱা মুহূর্ততে মই হ’ব বুলি কথা দিছিলো; কিন্তু পকা মিঠৈৰ বিষয়ে একো নাজানিছিলো।

এইটো উদ্ভাৱন মোৰ বাবে আকর্ষণীয় বিষয় আছিল। সেয়ে আন কে’বাটাও উদ্ভাৱনৰ কাম পাছলৈ থৈ মই এই মেচিন উদ্ভাৱনত লাগি গৈছিলো। অৱশেষত নির্দিষ্ট সময়ত কাম সম্পূর্ণ হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে সৰু-সুৰা ত্রুটি- বিচ্যুতি ওলাব পাৰে, সেয়া পাছত শুধৰণি কৰিব পৰা যাব।

এই পকা মিঠে প্রস্তুত কৰা মেচিন চাবলৈ বহু ভকত-বৈষ্ণৱৰ সমাবেশ ঘটে। সকলোৰে সম্মুখত তেওঁ নিজে মেচিনত পকা মিঠৈ প্রস্তুত কৰি দেখুৱায়। উদ্ভাৱকজনে জনোৱা মতে, মেচিনটোত সম্পূর্ণ সামগ্রী লোড কৰিলে নামমাত্র সময়ৰ ভিতৰত একেলগে পাঁচশ পকা মিঠে প্রস্তুত কৰিব পাৰিব।

উল্লেখ্য যে অহা ১৯ অক্টোবৰৰ পৰা এই নামঘৰত অনুষ্ঠিত হ’বলগীয়া শ্রীমদ্ভাগৱত অবিৰত পাঠ উপলক্ষে পকা মিঠৈ প্রস্তুত কৰিবলৈ এই নতুন মেচিনটো ব্যৱহাৰ কৰা হ’ব। নামঘৰত কে’বাশতাধিক ভকত-বৈষ্ণৱৰ উপস্থিতিত এক আধ্যাত্মিক পৰিৱেশত আয়োজন কৰা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত উদ্ভাৱক ড: ভৰালীয়ে তেওঁৰ উদ্ভাৱন অর্পণ কৰে নামঘৰক।

নামঘৰৰ সম্পাদক জয়ন্ত বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট উদ্ভাৱকজনক নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা গামোচা, চেলেং, সম্বর্ধনা পত্ৰৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: invented the machine for making ripe sweetsJorhat NamgharPadma Shri Uddhab bharaliPaka mithoi
samimsultana

samimsultana

Related Posts

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d