Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Supreme Court’s female statue has changed:সলনি হ’ল উচ্চতম ন্যায়ালয়ৰ নাৰী মূৰ্তি

দুই চকু মুক্ত - হাতত সংবিধান - দগা-পাল্লা ৰখা নতুন নাৰীৰ মূৰ্তি প্ৰতিষ্ঠা

samimsultana by samimsultana
October 18, 2024
in News, Assam, India
Reading Time: 3 mins read
0
Supreme Court’s female statue has changed:সলনি হ’ল উচ্চতম ন্যায়ালয়ৰ নাৰী মূৰ্তি
1
SHARES
12
VIEWS
ShareShareShareShare

Supreme Court’s female statue has changed:

আইন আৰু অন্ধ নহয় ! আদালতৰ বিচাৰ কক্ষ বুলি ক’লে বহুতৰে চকুৰ আগত ভাহি উঠা দুই চকু বন্ধা, দুই হাতত উদ্যত তৰোৱাল আৰু দগা-পাল্লা মূর্তি সম্প্রতি সলনি হৈছে উচ্চতম ন্যায়ালয়ত।

ADVERTISEMENT

দেশৰ মুখ্য ন্যায়াধীশ ডি বাই চন্দ্ৰচূড়ৰ নিৰ্দেশ মর্মে বহুজনৰ বাবে আজন্ম চিনাকি সেই নাৰী মূৰ্তিৰ স্থানত এটি নতুন নাৰী মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে। ন্যায়ৰ প্রতীক স্বৰূপ এই নতুন নাৰী মূৰ্তিৰ দুই চকু বন্ধা নহয়। এই শ্বেতবৰ্ণৰ নতুন নাৰী মূৰ্তিৰ হাতত তৰোৱালো নাই। তৰোৱালৰ স্থান লৈছে দেশৰ সংবিধানে। অৱশ্যে পুৰণি মূর্তিটো সলাই এই নতুন মূর্তি স্থাপনৰ নিৰ্দেশ জাৰি কৰাৰ বাবে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড় বহুজনৰ সমালোচনাৰ পাত্রও হৈছে।

RelatedPosts

Supreme Court:অহা পাঁচ মে’ৰ পৰা ‘কা’ৰ আইনী বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত শুনানি

PIL:মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত পি আই এল দাখিল প্ৰাক্তন উপ-ৰাজ্যপাল সহ ১২ গৰাকী বিশিষ্ট ব্যক্তিৰ

Pvt .Hospital:সেনা শিৱিৰৰ কাষত ব্যক্তিগত চিকিৎসালয় নিৰ্মাণৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ ভাৰতীয় সেনা

সামাজিক মাধ্যমযোগে বিভিন্নজনে বিরূপ প্রতিক্রিয়া প্রকাশ কৰিছে। লক্ষ্যণীয় যে ন্যায়ালয়ৰ পূৰ্বৰ মূৰ্তিয়ে প্রতীকাত্মকভাৱে আইন অন্ধ হোৱাটো সূচাইছিল। অর্থাৎ আইনৰ দৃষ্টিত সকলো সমান তাক প্রতীকৰ ৰূপত প্ৰকাশৰ বাবে এই নাৰী মূর্তি ন্যায়ালয়ত ব্যৱহাৰ কৰা হৈছিল বুলিও একাংশই সামাজিক মাধ্যমত মন্তব্য কৰিছে।

একাংশৰ মতে, পূৰ্বৰ মূৰ্তিৰ দুই চকুত ক’লা কাপোৰ বান্ধি ৰখাটোৱে আইন অথবা ন্যায় ব্যৱস্থাৰ ওচৰত ক্ষমতা, ধন-দৌলত, সামাজিক মান মর্যাদা গুৰুত্বহীন হোৱাটোক সূচায়। অর্থাৎ আইনৰ দৃষ্টিত জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে সকলো সমান। তদুপৰি পূৰ্বৰ – মূৰ্তিটোৰ এখন হাতত উদ্যত তৰোৱাল থকাটোৱে দোষীক শাস্তি দিয়াৰ ক্ষমতা আইনৰ থকাটোক ইংগিত কৰিছিল।

শেহতীয়াভাৱে মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে এই নাৰী মূৰ্তি সলনি কৰি দুই চকু খোলা আৰু হাতত তৰোৱালৰ পৰিৱৰ্তে দেশৰ সংবিধান লৈ থকা নাৰী মূর্তি স্থাপনৰ নিৰ্দেশ জাৰি কৰে। তেওঁৰ এই নির্দেশৰ কাৰণ ঔপনিবেশিক ৰীতি সলনি কৰাটো বুলি একাংশই চর্চা কৰিছে। কাৰণ ইতিমধ্যে পূৰ্বৰ ব্ৰিটিছ যুগৰ তিনিখন আইন সলনি কৰি দেশৰ সংসদে ভাৰতীয় ন্যায় সংহিতাসহ তিনিখন নতুন আইন বলবৎ কৰিছে।

উচ্চতম ন্যায়ালয়ৰ এই নাৰী মূর্তি সলনি এনে প্ৰক্ৰিয়াৰ আধাৰতে কৰা হৈছে বুলি চর্চা হৈছে। এই নতুন নাৰী মূৰ্তি প্ৰতিষ্ঠা কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে বার্তা দিছে যে আজিৰ দিনত আইনৰ চকু বান্ধি ৰখা নহয়। সকলোকে সম দৃষ্টি দি আদালতত বিচাৰ প্ৰক্ৰিয়া চলোৱা হয়। একেদৰে তৰোৱালক হিংসাৰ প্ৰতীকৰূপে গণ্য কৰি নাৰী মূৰ্তিটোৰ হাতৰ পৰা তৰোৱাল আঁতৰাই তাৰ স্থানত ভাৰতৰ সংবিধান ৰখা হৈছে। মুখ্য ন্যায়াধীশৰ বাৰ্তা হ’ল যে আইনৰ দৃষ্টিত হিংসাৰ কোনো স্থান নাই।

বৰঞ্চ দেশৰ সংবিধানৰ আধাৰত আদালতে গোচৰৰ বিচাৰ কৰে। গতিকে নাৰী মূৰ্তিটোৰ হাতত তৰোৱালতকৈ সংবিধান ৰখাটোহে অধিক উপযুক্ত। অৱশ্যে পূর্বৰ ন্যায় মূৰ্তিৰ দৰে নতুন মূর্তিটোৰো এখন হাতত দগা-পাল্লা ৰখা হৈছে। ইয়াৰ কোনো পৰিৱৰ্তন ঘটোৱা নাই। এই দগা-পাল্লাৰ জৰিয়তে সামাজিক ভাৰসাম্যক সূচোৱা হয়। সেই অনুসৰি গুচৰীয়া-পদকীয়া দুয়োপক্ষবে যুক্তি আদালতে শুনে। উভয়পক্ষৰ যুক্তিৰ ভিত্তিত আদালতে বিচাৰ কৰে। অর্থাৎ আদালতৰ এই মূর্তি হৈছে ন্যায়ৰ প্রতীক।

#ন্যায়ৰ প্ৰতীক সলনিক লৈ মিশ্রিত প্রতিক্রিয়া

দেশৰ মুখ্য ন্যায়াধীশৰ নিৰ্দেশত আদালতৰ ন্যায়ৰ প্ৰতীক সলনিক কেন্দ্ৰ কৰি দেশত মিশ্রিত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে আদালতৰ পূৰ্বৰ নাৰী মূর্তি আছিল ৰোমান স্থাপত্যৰ নিদর্শন। ৰোমান ঐতিহ্য অনুসৰি, মূৰ্তিটোৰ বক্ষলৈকে শুধবগা গাউন আছিল। দুবাহুত পৰম্পৰাগত ভাৰতীয় অলংকাৰ (বাহুবন্ধ) আছিল। ‘লেডী জাস্টিস্ট’ৰূপে জনাজাত এই মূৰ্তিৰ কঁকালত কাপোৰৰ বন্ধনী আছিল। নতুন ন্যায় মূৰ্তিত শাড়ী পৰিধান কৰোৱা হৈছে। মূৰ্তিটোৰ মূৰত ভাৰতীয় দেৱ-দেৱীৰমুকুট আছে। কঁকালতো দেৱ-দেৱীৰ মুকুট আছে।

উল্লেখ্য যে প্রাচীন ৰোমান সম্রাট আগষ্টছে পূৰ্বৰ ন্যায় মূর্তিক বিশ্বতে পৰিচিত কৰিছিল। এই ঘটনা আছিল দুহেজাৰ বছৰ আগৰ। এই ন্যায় মূর্তিয়ে ব্রিটেইনসহ বিশ্বৰ বহু দেশে ব্যৱহাৰ কৰি আহিছে। স্বাভাৱিকতে ভাৰতলৈ এই ন্যায় প্রতীকৰ আগমন ঘটে বিটিছৰ জৰিয়তে। তিনিশ বছৰ পূর্বে ব্ৰিটিছে ভাৰতত উপনিৱেশ স্থাপন কৰাৰ পাছতে ভাৰতত ন্যায়ৰ প্ৰতীকত পৰিণত হয় ‘লেডী জাষ্টিচ’। স্বাধীনতাৰ ৭৫ বছৰ পাছতো আদালতত এই প্রতীক বাহাল থাকে।

সম্প্রতি মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে এই প্রতীক সলনিৰ নিৰ্দেশ জাৰি কৰাত বিভিন্নজনে বিভিন্ন প্রতিক্রিয়া প্রকাশ কৰিছে। এই সম্পর্কত বিখ্যাত আইনজীৱী বিকাশৰঞ্জন ভট্টাচাৰ্যই কয়, ‘আগৰ মূৰ্তিত চকু বান্ধি ৰখাৰ অৰ্থ আছিল ধনী-দুখীয়া, ক্ষমতা, প্রতিপত্তি, সামাজিক মর্যাদাই বিচাৰ ব্যৱস্থাক প্রভাবিত নকৰে।

অৱশ্যে সেয়া আছিল ঔপনিবেশিক সময়ৰ ভাবনা। তেতিয়া সমাজত বৈষম্য আছিল। গণতান্ত্রিক দেশত সকলোৱে সমান। গতিকে এতিয়া আৰু ন্যায় মূর্তিয়ে চকু বান্ধি নাৰাখিলেও হ’ব।’ অৱশ্যে ন্যায় মূৰ্তিৰ পোছাক সলনিক লৈ কিছু অসন্তুষ্টি ব্যক্ত কৰি আইনজীৱীজনে লগতে কয় যে অনাৱশ্যকভাবে মূৰ্তিটোৰ হিন্দুত্বকৰণ নকৰিলেও হ’লহেঁতেন। গতিকে মূৰ্তিৰ তাৎপর্য কিছু হ’লেও লঘু হৈছে বুলি তেওঁ মত পোষণ কৰে। ইপিনে, শাসকীয় বিজেপিয়ে এই ন্যায় মূর্তি সলনিক আদৰণি জনাইছে। বিষয়টো সম্পর্কত জ্যেষ্ঠ বিজেপি নেতা-সাংসদ সুকান্ত মজুমদাৰে কয়, ‘ব্ৰিটিছ শাসকৰ প্ৰভাৱমুক্ত হৈ সম্প্রতি ভাৰতীয় আইনৰ আত্মশুদ্ধিৰ প্ৰক্ৰিয়া চলিছে।

এই ন্যায় মূর্তি সলনিৰ ফলত কি ক্ষতি হ’ব। ভাৰতৰ উচ্চতম ন্যায়ালয়ত থকা মূর্তিত ভাৰতীয় পোছাক নাথাকি পাকিস্তানৰ থাকিব নেকি? দৰাচলতে এক শ্ৰেণীৰ মানুহৰ মজ্জাত কমিউনিজম বৈ আছে। এই কমিউনিজমে গোটেই পৃথিৱীক ছিৰাছিৰ কৰিছে।’ তেওঁ আৰু কয় যে সকলো ক্ষেত্ৰতে ধৰ্মনিৰপেক্ষতা প্রতীক বিচৰা কাৰ্য অর্থহীন। ‘ধৰ্মনিৰপেক্ষতাৰ কথা আমাৰ সংবিধানতে আছে। কিন্তু মূৰ্তিক দেৱীৰ ৰূপ দিয়াৰ বাহিৰে আন ৰূপ দিয়াটো সম্ভৱ নহয়।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Chief Judge D y ChandrachudMale statue has changedSupreme Court
samimsultana

samimsultana

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d