Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসম গণ পৰিষদ ফিনিক্স পক্ষীৰ দৰে আকৌ আকাশলৈ ধাৱমান হৈছেঃ অতুল বৰা

publisher by publisher
January 10, 2021
in Assam, India, News, Politics
Reading Time: 2 mins read
0
অসম গণ পৰিষদ ফিনিক্স পক্ষীৰ দৰে আকৌ আকাশলৈ ধাৱমান হৈছেঃ অতুল বৰা
9
SHARES
93
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

ব্ৰহ্মপুত্ৰৰ পৰা বৰাক উপত্যকালৈ অসম গণ পৰিষদৰ আৰম্ভ হৈছে অমােঘ যাত্রা। ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুয়ােপাৰত অসম গণ পৰিষদে আৰম্ভ কৰা এই অনিৰুদ্ধ যাত্রালৈ সকলাে শ্ৰেণীৰ ৰাইজে অভূতপূর্ব সঁহাৰি জনাইছে। প্রগতিশীল জাতীয়তাবাদৰ নতুন উদ্যমেৰে সন্মুখৰ বাটলৈ আগুৱাই গৈছে অসমবাসীৰ হিয়াৰ আমঠু দল অসম গণ পৰিষদ। সেয়েহে অসম গণ পৰিষদৰ এই অনিৰুদ্ধ যাত্রাক কোনাে অপশক্তিয়ে ৰােধ কৰিব নােৱাৰে। অসম গণ পৰিষদ ফিনিক্স পক্ষীৰ দৰে আকৌ আকাশৰ বুকুলৈ ধাৱমান হৈছে। এই দৃঢ় অভিমত অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্রী অতুল বৰাৰ। আজি অসম গণ পৰিষদৰ কমলপুৰ বিধান পৰিষদৰ উদ্যোগত সমষ্টিটোৰ বিহদিয়া মিনি ষ্টেডিয়ামত ২০ সহস্রাধিক দলীয় নেতাকর্মী-শুভাকাংখীৰ উপস্থিতিত অনুষ্ঠিত এখন বিশাল জাতীয় ঐক্য সমাৰােহত উদাত্ত কণ্ঠেৰে সভাপতি অতুল বৰাই এই মন্তব্য কৰে।

ADVERTISEMENT

দলটোৰ পূৰ্বৰ নেতৃত্বৰ কেতবােৰ ভুল কাম-কাজৰ বাবে ৰাইজৰ ওচৰত ক্ষমা প্রার্থনা বিচাৰি সভাপতি বৰাই গভীৰ প্রত্যয়েৰে কয় ও আমাৰ দেহত বিশ্বাসঘাতকতাৰ তেজ নাই। আমি যি কৰিছাে বা কৰিব খুজিছাে সেয়া মুকলিকৈ ৰাইজৰ সমর্থন-সহযােগত কৰিছাে। বিজেপিৰ সৈতে মিত্ৰতা মানেই আত্মসমর্পণ নহয়। বিজেপিৰে মিত্ৰতা কৰিলেও অসম গণ পৰিষদে নিজৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰত এক বিন্দুও আঁচোৰ পৰিবলৈ দিয়া নাই। কিন্তু আগৰ বেপাৰীৰ পৰা ধন লৈ একাংশই নতুন দল খুলি আমাক ক’লা পতাকা দেখুৱাবলৈ আৰম্ভ কৰিছে। এনে কিছুমান সংগঠনে এতিয়া নিজৰ সাংগঠনিক চৰিত্ৰ সম্পূৰ্ণৰূপে জলাঞ্জলি দি কংগ্ৰেছ আৰু আগৰ বেপাৰীৰ স্বাৰ্থত ৰাজনৈতিক দলৰ ভৃত্যৰ দৰে আচৰণ কৰিছে।

এনে দল তথা সংগঠনে আমাক ক’লা পতাকা দেখুৱালে আমিও সদায় হাত সাৱতি বহি নাথাকো। অসম গন পৰিষদৰাছাত্র-যুৱ সংগঠনৰ হাতত ক’লা আৰুৰঙা দুয়ােবিধ পতাকাই আছে। আমি যদি এনে ৰাজনৈতিক দলৰ বহতীয়া কোনােবা সংগঠনৰ পৰা ক’লা পতাকাৰ মুখামুখি হওঁ তেন্তে আমাৰছাত্র-যুৱক-যুৱতীয়ে সেইসকলক ক’লা অথবা ৰঙা পতাকা দেখুৱাবলৈ সম্পূর্ণ সাজু হৈ আছে। তাৎপর্যপূর্ণভাৱে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ মিত্রজোটে দিছপুৰলৈ একেলগে আহিলে অসমত অসমীয়া সংখ্যালঘুত পৰিণত হ’ব বুলি গভীৰ আশংকা প্রকাশ কৰি অসম গণ পৰিষদ সভাপতি ৰাই লগতে কয় যে এই দুয়ােটা শক্তি একেলগ হ’লেই অসমীয়াই নিজৰ মাটিতে ভগনীয়া হ’ব।

পূর্বতে কংগ্ৰেছে সীমান্ত উন্মুক্ত কৰি অবৈধ বাংলাদেশীক অসমত বৰপীৰা পাৰি দি খিলঞ্জীয়াক সংখ্যালঘুত পৰিণত কৰাৰ অভিসন্ধি ৰচিছিল, যাৰ বাবেই ১৯৭৯ চনত অসম আন্দোলনৰ সূচনা হ’ল আৰু ৮৫৫জনে কংগ্রেছৰ অপশাসনৰ বাবে শ্বহীদ হ’বলগীয়া হ’ল। কিন্তু কংগ্রেছৰ এনে অভিসন্ধি এতিয়াও আঁতৰি যােৱা নাই। হু ইজ বদৰউদ্দিন’ বুলি কোৱা কংগ্ৰেছ দলে সৌসিদিনালৈকে বদৰউদ্দিন আজমলৰ সৈতে ছুপকে চুপকে’ প্রেম কৰিছিল যদিও এতিয়া ‘খুল্লাম খুল্লাকৈ প্রেম কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু বিটিচি নির্বাচনত এই দল দুটাৰ প্ৰেম ৰাইজে সম্পূর্ণভাৱে প্রত্যাখ্যান কৰিছে।

এতিয়া উপায় নাপাই আগৰ বেপাৰীৰ ধনেৰে নতুনকৈ দল খােলাবােৰে বিজেপি মিত্রজোট চৰকাৰখনৰ পৰা অসম গণ পৰিষদক আঁতৰাই অনাৰ বাবে নিতৌনন কূটকৌশল অব্যাহত ৰাখিছে। এনে অপশক্তিৰ লক্ষ্য হ’ল অসম গণ পৰিষদ দুর্বল হলে মিত্রশক্তিৰ চৰকাৰখন দুর্বল হ’ব আৰু তেতিয়া কংগ্রেছ শাসনলৈ আহিব পাৰিব। কিন্তু বিটিচিৰ দৰে এইবাৰ বিধানসভা নির্বাচনতাে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক সম্পূর্ণ বিদায় দিবলৈ সকলাে শ্ৰেণীৰ ৰাইজে ইতিমধ্যে মাৰ বান্ধি ঠিয় হৈছে। অসম গণ পৰিষদে সম্প্রতি আত্মশুদ্ধিৰ পথেৰে গতি কৰি সকলাে শ্ৰেণীৰ ৰাইজৰ পৰা অভূতপূর্ব সঁহাৰি লাভ কৰিছে বুলি মন্তব্য কৰি দলটোলৈ নিতৌনতুন তেজৰ আমদানি হৈছে বুলি সভাপতি বৰাই ভাষণ প্রসংগত উল্লেখ কৰে।

এই প্ৰসংগতে তেওঁ বিগত কেইবাদিনৰ দৰে কালি গােলাঘাটততা সদৌ অসম ছাত্ৰ সন্থা, ছাত্র মুক্তি, এন এছ ইউ আইকে ধৰি বিভিন্ন ছাত্র-যুৱ সংগঠনৰ কেইবাশতাধিক যুৱক-যুৱতীয়ে অসম গণ পৰিষদত যােগদান কৰে বুলি তেওঁ উল্লেখ কৰে। কমলপুৰৰ অসম গণ পৰিষদ দলৰ বিধায়ক সত্যব্রত কলিতাক নিজৰ ভাতৃসম বুলি উল্লেখ কৰি বিগত নির্বাচনৰ দৰে এইবাৰৰ নির্বাচনতাে কমলপুৰ সমষ্টিবাসীয়ে হিয়া উজাৰি সহায় কৰিব বুলি গভীৰ আশা প্রকাশ কৰে। এই প্রসংগতে সভাপতি বৰাই উপস্থিত বিপুল জনতাক উদ্দেশ্যি কয়ঃ সকলাে জাতি-বর্ণ-ধৰ্মৰ লােকৰ সার্বজনীন দল হৈছে অসম গণ পৰিষদ। এই দলত হিন্দু-মুছলমান, খ্রীষ্টান আদি সকলাে ধৰ্মৰ লোেকৰ সমঅধিকাৰ আৰু সমমর্যাদা আছে। উদাৰ জাতীয়তাবাদত বিশ্বাসী অসম গণ পৰিষদ সকলােৰে বাবে আপােন ঘৰ, আপােন দল।

অসম গণ পৰিষদ দলটো কেৱল অসমীয়া ভাষীৰ দল নহয়। কংগ্ৰেছ আৰু এ আই ইউ ডি এফে কেৱল ধৰ্মৰ প্ৰসংগৰে ৰাজ্যখনত ধর্মীয় সংখ্যালঘুক চৰম প্ৰতাৰণা কৰি তেওঁলােকক মূল সুতিৰ পৰা বহু দূৰলৈ আঁতৰাই পঠিয়ালে। তাৰ উচিত জবাব এইবাৰ ২০২১ চনৰ বিধানসভা নির্বাচনত যথাযথ প্রত্যুত্তৰ দিয়াৰ সময় আহি পৰিছে। বিজেপি-অসম গণ পৰিষদ মিত্রজোট চৰকাৰখনৰ দিনত সুশাসন অব্যাহত আছে বুলি দাবী কৰি সভাপতি বৰাই পুনৰাই কয় যে কৃষি, পশুপালনকে ধৰি সকলাে বিভাগতে দুর্নীতিমুক্ত সুশাসন ব্যৱস্থা আৰম্ভ হৈছে। পূর্বতে ৰাজনৈতিক প্রভাৱ তথা ধন নাথাকিলে কোনেও এ পি এছ চিৰ পৰীক্ষাত উত্তীর্ণ হ’ব নােৱাৰিছিল। এতিয়া এইখন চৰকাৰৰ দিনত দৰিদ্র মেধাৱী যুৱক-যুৱতীয়েও সংস্থাপনৰ ক্ষেত্ৰত চকুৰ আগত পােহৰ দেখিবলৈ আৰম্ভ কৰিছে। ইপিনে ৰাইজৰ বিপুল উৎসাহপূর্ণ।

উপস্থিতিৰ মাজতেই বিশাল জনতাক উদ্দেশ্যি দলটোৰ কাৰ্যকৰী সভাপতি তথা মন্ত্রী কেশৱ মহন্তই কয় ঃ অসম গণ পৰিষদ দলটো পুনৰ প্রাণ পাই উঠিছে। আত্মশুদ্ধি আৰু আত্মসমালােচনাৰে আগুৱাই যােৱা অসম গণ পৰিষদৰ এতিয়া পুনৰ উত্থান হৈছে জাতি-বর্ণ-ভাষা-ধর্ম নির্বিশেষে সকলাে শ্ৰেণীৰ ৰাইজৰ আস্থা আৰু বিশ্বাস অসম গণ পৰিষদই বুটলিবলৈ সক্ষম হৈছে। পূর্ব দলীয় নেতৃত্বই কৰা ভুল আত্মসংশােধনেৰে দলটোত এতিয়া আমূল সংস্কাৰ হৈছে। ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুয়ােপাৰৰ অসংখ্য ছাত্র-ছাত্রী, যুৱক-যুৱতীয়ে এতিয়া অসম গণ পৰিষদৰ পতাকাৰ তলত সমৱেত হৈছে।

অসম গণ পৰিষদে বাস্তৱৰ ৰাজনীতিৰে আগবাঢ়িব খুজিছে বুলি মন্তব্য কৰি কাৰ্যকৰী সভাপতি মহন্তই কয় যে সংকীর্ণতাৰ বিপৰীতে উদাৰতাৰে বৃহত্তৰ অসমীয়া জাতি গঠনেই অসম গণ পৰিষদৰ অন্যতম মূল লক্ষ্য। কোনাে কাল্পনিক কথা বা বিষয়ৰে অসম গণ পৰিষদে অসমৰ জনতাক ভুৱা প্রলােভন দিব নােখােজে। কোনােবানতুন ৰাজনৈতিক দলে নিবনুৱাক প্রতিমাহে পাঁচ হেজাৰ টকাকৈ ভাট্টা দিব বুলি এক অদ্ভুত প্রতিশ্রুতি দিছে। এয়া পিছে বাস্তৱটো বাদেই সপােনতাে সম্ভৱ নহয়। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভেদাভেদ-জাতিভেদ-ধর্মভেদ বর্ণভেদ নেওচি সাম্যবাদ-সমাজবাদেৰে যিখন অসম গঢ়িব খুজিছিল সেইনীতি আৰু আদৰ্শৰে অসম গণ পৰিষদে আগন্তুক দিনত বাট বুলিব খুজিছে। সপােনৰ বিপৰীতে বাস্তৱসন্মত নতুন চিন্তাৰ ভঁৰাল লৈ অসম গণ পৰিষদে আগন্তুক দিনত আগুৱাব খুজিছে।

আনহাতে কমলপুৰ সমষ্টিৰ অসম গণ পৰিষদ দলৰ বিধায়ক সত্যব্রত কলিতাৰ নেতৃত্বত আগন্তুক দিনতাে কমলপুৰ সমষ্টিটো আগুৱাই যাব বুলি গভীৰ আশা প্রকাশ কৰে দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। আনহাতে জনপ্রতিনিধি ৩৫ বছৰীয়া নিৰৱচ্ছিন্ন গৌৰৱময় ইতিহাস সৃষ্টিৰে বঙাইগাঁও সমষ্টিক প্রতিনিধিত্ব কৰা বিধায়ক তথা মন্ত্রী ফণীভূষণ চৌধুৰীক আজিৰ এই বৃহৎ সমাৰােহতে অসম গণ পৰিষদৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে অভিনন্দন জনােৱা হয়। এখন অতি আকর্ষণীয় অভিনন্দন পত্র, শৰাই,গামােচা আদিৰে দলটোৰ হৈ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্ত প্ৰমুখ্যে অন্যান্য দলীয় নেতাই তেওঁক ৰাজহুৱাভাৱে অভিনন্দন জনাই তেওঁৰ ভৱিষ্যত ৰাজনৈতিক জীৱনৰ উত্তৰােত্তৰ কামনা কৰে। একেদৰে দলৰ পৰা এনে অভিনন্দন গ্ৰহণ কৰি দলটোৰ অন্যতম জ্যেষ্ঠ নেতা তথা যােগান মন্ত্রী ফণীভূষণ চৌধুৰীয়ে তেওঁৰ এয়া প্রাপ্য বঙাইগাঁও সমষ্টিবাসীৰ বুলি উল্লেখ কৰাৰ লগতে ইয়াৰ বাবে বঙাইগাঁও সমষ্টিবাসীৰ প্ৰতি তেওঁ গভীৰ কৃতজ্ঞতা প্রকাশ কৰে।

সেইদৰে আগন্তুক দিনততা কমলপুৰ সমষ্টিৰ পৰা সত্যব্রত কলিতাই সমষ্টিবাসীক নেতৃত্ব দিব বুলি মন্ত্রী ফণীভূষণে ঘােষণা কৰে। আনহাতে আজিৰ জাতীয় সমাৰােহত আদৰণী ভাষণ প্রদান কৰি কমলপুৰ সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক সত্যব্রত কলিতাই সমষ্টিবাসীয়ে তেওঁক নিজৰ ল’ৰাৰ দৰে আপােন ভাবেৰে গ্ৰহণ কৰিছে বুলি মন্তব্য কৰি কয় যে তেওঁ উন্নয়নৰ কথা আৰু কামেৰে ৰাজনীতি কৰিব খুজিছে। তেওঁৰ বিৰুদ্ধে অভিযােগ উত্থাপনকাৰীসকলক ৰাজহ্বা প্রত্যাহ্বান জনাই কয় যে তেওঁৰ বিৰুদ্ধে যদি এটাও দুর্নীতিৰ কিবা অভিযােগ আছে তেন্তে সেয়া তথ্য সহকাৰে ৰাজহুৱা কৰক।

আজিৰ এই সমাৰােহত দলটোৰ অন্যতম জ্যেষ্ঠ নেতা, সাধাৰণ সম্পাদক তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্র প্রসাদ বৈশ্য, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সাধাৰণ সম্পাদক ভূপেন ৰায়, মনােজশইকীয়া, উপ-সভাপতি আক্রাম হুছেইন, দিলীপ পাটগিৰি, সুনীল ডেকা, অসম মহিলা পৰিষদৰ সভানেত্রী বৰােদা কলিতা, দলৰ কেন্দ্রীয় তথ্য আৰু প্ৰচাৰ সম্পাদক ড° তপন দাস, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগােহাঁই, সাংগঠনিক সম্পাদক গুণমণি ভূঞা, মুখপাত্র কল্পনা পাটোৱাৰী, অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্রিনয়ন বৰুৱাকে ধৰি দলটোৰ ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়া, জিলা পৰিষদ-বিধান পৰিষদৰ নেতা-কর্মীয়েও উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AgpAssambrahmaputra barak valley
publisher

publisher

Related Posts

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

October 14, 2026
কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’
India

কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

October 14, 2026
কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!
India

কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

October 14, 2026
লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ
India

লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d