Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

তুৰ্কীৰ হ্ৰদৰ পৰা উঁকি মাৰিছে ১৬ শ বছৰৰ প্ৰাচীন ইতিহাসে

publisher by publisher
June 17, 2020
in News, Tourism, world
Reading Time: 1 min read
0
তুৰ্কীৰ হ্ৰদৰ পৰা উঁকি মাৰিছে ১৬ শ বছৰৰ প্ৰাচীন ইতিহাসে
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

তুৰস্কত বিমান দুৰ্ঘটনাত মৃত্যু লিবিয়াৰ সেনা প্ৰধান

২০২০ত ৰুজু ১৬টা গোচৰ খাৰিজ অসমকো জোঁকাৰি গৈছিল

কৰ’না ভাইৰাছ ৰোধৰ বাবে বিশ্বজুৰি তলাবন্ধৰ ফলত জনসাধাৰণৰ ব্যাপক ক্ষতিসাধন হৈছে ।ইয়াৰ বিপৰীতে স্বস্তিৰ নিঃশ্বাস এৰিছে প্ৰকৃতিয়ে ।প্ৰকৃতি তথা পৰিৱেশত তলাবন্ধৰ সুফল সকলোৱেই দেখিছে ।দূৰ দিগন্তৰ পৰা দেখা গৈছে এভাৰেষ্ট ,চহৰত বিচৰণ কৰিছে বন্যপ্ৰাণীয়ে ,পৰিষ্কাৰ -পৰিচ্ছন্ন হৈ পৰিছে নদ-নদী -খাল -বিল ।এই তলাবন্ধৰ সুফলস্বৰূপেই এতিয়া জনসমক্ষলৈ আহিছে ১৬শ বছৰীয়া ইতিহাস।তুৰ্কীৰ এটা হ্ৰদৰ পানী প্ৰদূষণমুক্ত হৈ স্বচ্ছ হৈ পৰাৰ ফলশ্ৰুতিতে ক্ৰমাৎ স্পষ্ট হৈ পৰিছে এটা প্ৰাচীন গিৰ্জা।

ADVERTISEMENT

প্ৰায় ডেৰ হাজাৰৰ অধিক কাল ধৰি এই গিৰ্জাটো হ্ৰদৰ পানীৰ তলত লুকাই আছিল।দেশখনৰ ইজনিক হ্ৰদৰ পানীৰ তলত সম্প্ৰতি স্পষ্ট ৰূপত দেখা গৈছে ৩৯০ খ্ৰীষ্টাব্দতে নিৰ্মিত বহু ইতিহাস বিজড়িত এটা গিৰ্জাৰ ধ্বংসাৱশেষ ।পুৰাতত্ব বিদ আৰু ইতিহাসবিদসকলৰ ধাৰণা,৭৪০ খ্ৰীষ্টাব্দত ভূমিকম্পৰ ফলত এই স্থাপত্যৰ ব্যাপক ক্ষতিসাধন হয়। তাৰপাছত ইজনিক হ্রদে ক্ৰমান্বয়ে গিৰ্জাটো গ্ৰাস কৰে ।পানীৰ ওপৰৰ স্তৰৰ পৰা মাত্ৰ ডেৰ-দুই মিটাৰ গভীৰত আছে অথচ এতিয়াহে পানীৰ ওপৰৰ পৰা প্ৰথমবাৰলৈ গিৰ্জাটো দেখা পোৱা গৈছে।ইজনিক হ্ৰদত প্ৰাচীন গিৰ্জাটোৰ অস্তিত্ব ধৰা পৰিছিল ২০১৪ ত ।

ইয়াৰ আগলৈকে কম গভীৰতাত থকা সত্বেও কোনেও ইয়াৰ অস্তিত্বৰ উমান পোৱা নাছিল ।অৱশ্যে ২০১৪ ত অস্তিত্ব ধৰা পৰিলেও হ্ৰদৰ পানীৰ প্ৰদূষণৰ বাবেই ঐতিহাসিক নিদৰ্শনটো ইমানদিনে পানীৰ ওপৰৰ পৰা দেখাৰ সৌভাগ্য কাৰো হোৱা নাছিল।২০১৪ ত ধৰা পৰাৰ পাছতে আৰ্কিঅ’লজিকেল ইনষ্টিটিউট অৱ আমেৰিকাই ইয়াক বছৰটোৰ শ্ৰেষ্ঠ ১০টা আৱিষ্কাৰৰ তালিকাত স্থান দিছিল।গৱেষকৰ মতে ,১৬শ বছৰৰ পূৰ্বে ছেইণ্ট নিঅ’ফাইট’ছৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাবে এই গিৰ্জাটো নিৰ্মাণ কৰা হৈছিল।সেই সময়ত ইজনিক হ্ৰদৰ নাম আছিল নাইচিয়া ।ৰোমান সম্ৰাট কনষ্টেনটাইনৰ নাম অনুসাৰে ইষ্টানবুলৰ নাম আছিল কনষ্টান্টিনোপল।

আন এজন ৰোমান সম্ৰাট ডায়’ক্লেছিয়ান আৰু গেলেৰিয়াছৰ আমোলত ছেইণ্ট নিঅ’ফাইট’ছক প্ৰাণদণ্ডৰে দণ্ডিত কৰা হৈছিল।সন্তজনক প্ৰাণদণ্ড বিহা স্থানতে তেওঁৰ সন্মানত উক্ত গিৰ্জাটো নিৰ্মাণ কৰা হৈছিল।একাংশ গৱেষকৰ মতে ,ইজনিক হ্ৰদৰ তলত এটা মন্দিৰৰ ধ্বংসাৱশেষৰ ওপৰত এই গিৰ্জাটোৰ নিৰ্মাণ কৰা হৈছিল।ইতিহাসবিদ সকল নিশ্চিত যে গিৰ্জাৰ ধ্বংসস্তুপৰ তলত আৰু প্ৰাচীন সভ্যতাৰ চিহ্ন আছে ।এই দাবীৰ অন্তৰালত থকা কাৰণটো হৈছে হ্রদৰ পৰা ৰোমান সম্ৰাট এন্ট’নিয়াছ পায়াছৰ সমকালীন মুদ্ৰা আৰু অন্যান্য প্ৰত্নতাত্ত্বিক সামগ্ৰীৰ সন্ধান পোৱা গৈছে।

ৰোমান সম্ৰাট এন্ট’নিয়াছ পায়াছে ১৩৮ ৰ পৰা ১৬১ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল।তেওঁৰ আমোলত বা তাৰো আগতে উক্ত স্থানত প্ৰাচীন গ্ৰীক সভ্যতাৰ দেৱতা এপ’ল’ৰ মন্দিৰ আছিল বুলি অনুমান কৰা হৈছে।হ্রদৰ তলিত খননকাৰ্য কৰিলে সেই সভ্যতাৰ সন্ধান পোৱা যাব বুলিও ইতিহাসবিদসকলে ধাৰণা কৰিছে ।

২০১৪ ত গিৰ্জাটোৰ অস্তিত্ব আধুনিক বিশ্বৰ সন্মুখলৈ অহাৰ লগে লগেই অনুসন্ধান আৰম্ভ হয় ।তেতিয়াই উদ্ধাৰ হয় স্কটিছ নাইটসকলৰ স্মাৰক -চিহ্ন ।ইয়াৰ উপৰি গিৰ্জাত বহুসংখ্যক সমাধি আছে বুলিও প্ৰত্নতাত্ত্বিকসকলে জনাইছে।উত্তৰ-পশ্চিম তুৰ্কীৰ বাৰ্চা প্ৰদেশৰ ইজনিক হ্ৰদৰ স্ফটিক সদৃশ হৈ পৰা পানীৰ আঁৰৰ পৰা সম্প্ৰতি অতীতে সম্পৰ্ক স্থাপন কৰিছে বৰ্তমানৰ স’তে ।সেয়ে সমগ্ৰ ইজনিক হ্ৰদ জুৰি ‘আণ্ডাৰৱাটাৰ আৰ্কিঅ’লজিকেল ছাইট’ গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে তুৰ্কীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Corona Viruscovid19LockdownTurkey
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d