Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

Garlic prevents cancer:নহৰুৱে প্ৰতিৰোধ কৰে কৰ্কট ৰোগ

samimsultana by samimsultana
October 30, 2024
in Health, Lifestyle
Reading Time: 3 mins read
0
Garlic prevents cancer:নহৰুৱে প্ৰতিৰোধ কৰে কৰ্কট ৰোগ
6
SHARES
64
VIEWS
ShareShareShareShare

Garlic prevents cancer:নহৰুৱে প্ৰতিৰোধ কৰে কৰ্কট ৰোগ

মাছ-মাংস আদি খাদ্য জলা-মছলা আদিৰে নাৰান্ধিলে, মুখত সোৱাদেই নালাগে। গতিকে তেল-জলা-মছলা আদিৰে মুখ ৰুচিকৰভাৱে তেনে খাদ্য তৈয়াৰ কৰা হয়। কিন্তু ইয়াৰ সামগ্রিক ফল ? অজান্তেই পেটৰ দুৰৱস্থা। যকৃতৰো দুৰ্দশা হয়। পেটৰ যন্ত্ৰণা আৰম্ভ হয়। মাৰাত্মক ৰোগে বাহ লয়। স্বাভাৱিকতে ভয় লাগিবৰে কথা। কিন্তু আপুনি যদি নিতৌ পুৱা খালী পেটত এফোটা নহৰু খালেহেঁতেন, তেন্তে ইমান ভয় কৰিবলগীয়া নাছিল।

ADVERTISEMENT

স্বয়ং স্বাস্থ্য বিশেষজ্ঞই এই কথা কয়। পুৱা খালী পেটত একোটাকৈ নহৰু খালে ক’লন কেন্সাৰ আৰু প্ৰ’ষ্টেট কেন্সাৰৰ সম্ভাৱনা ৫০ শতাংশ হ্রাস পায়। সেইদৰে পেনক্ৰিয়াছ কেন্সাৰৰ সম্ভাৱনাও ৫৪ শতাংশ কমে। আনকি মহিলাৰ স্তন কৰ্কটৰ আশংকাও বহুখিনি হ্রাস পায়। এতিয়া প্রশ্ন হ’ল, নহৰুত আছে কি? বহুতে দুৰ্গন্ধৰ কাৰণে নহৰু, বিশেষকৈ কেঁচা নহৰু খাবলৈ বেয়া পায়।

RelatedPosts

Cancer Treatment : মৃত্যুৰ পাছত শ্ৰাদ্ধ নহয়, বন্ধুসকলৰ কাষত পাৰ্টি কৰাৰ আবেদন কেঞ্চাৰ আক্ৰান্ত মহিলাৰ !

Love and Commitment : বিপদত কাষত থাকিব বিচাৰে , কৰ্কট ৰোগত আক্ৰান্ত প্ৰাক্তন পত্নীক দ্বিতীয়বাৰ বিয়া কৰালে যুৱকে

Lip Cancer : ধূমপান নকৰিলেও ওঁঠ ক’লা হয় ? উঠৰ ক’লা দাগ কোনো মাৰণ ৰোগৰ উপসর্গ নহয়তো ?

অথচ এই নহৰুতে আছে প্ৰচুৰ পৰিমাণৰ ছালফাৰ আর্জিনাইন, অলিগোছেকাবাইচ্ছ, ফ্রেডনায়েডছ আৰু ছেলেনিয়াম। ১০০ গ্রাম খাদ্যোপযোগী নহৰুত থাকে ১৪৯ কেলৰি, ০.৫ গ্রাম চর্বি, ১৭ মিলিগ্রাম ছ’ডিয়াম, ৪০১ মিলিগ্রাম পটাছিয়াম, ৩৩.০৬ গ্রাম কার্ব’হাইড্রেট, এক গ্রাম শৰ্কৰা আৰু ৬.৩৬ গ্রাম ভিটামিন।

স্বাস্থ্য বিশেষজ্ঞৰ মতে, কেৱল কর্কটেই নহয়, নানা প্ৰকাৰৰ বেক্টেৰিয়াৰ প্ৰৱেশ, জন্ম আৰু বংশ বিস্তাৰতো নহৰুৱে বাধা প্ৰদান কৰে। শৰীৰ নিৰোগী কৰি ৰখাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে এফোটা নহৰুৱে। নহৰুৰ পৰা মানুহে লাভ কৰা অন্যান্য স্বাস্থ্য উপকাৰিতা হ’ল- স্ট্রোক আৰু হার্ট এটেকৰ আশংকা হ্রাস কৰে; উচ্চ ৰক্তচাপৰ সমস্যা দূৰ কৰে, সাধাৰণ জ্বৰ আৰু শ্বাস-প্রশ্বাসৰ সমস্যাৰ পৰা ৰক্ষা কৰে, ছৰ্দিৰ পৰা সকাহ দিয়ে, হজমশক্তি বৃদ্ধি কৰে, কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে, চকুত ছানি পৰাৰ পৰা ৰক্ষা কৰে, মধুমেহ নিয়ন্ত্রণত সহায় কৰে, দাঁতৰ বিষ নিৰাময় কৰে, চৰ্মৰোগৰ পৰা শৰীৰক মুক্ত কৰি ৰাখে, ত্বক সতেজ কৰি ৰাখে, অনিদ্ৰা দূৰ কৰে, দীর্ঘম্যাদী কাহ আৰু ব্রংকাইটিছৰ সমস্যা নিয়ন্ত্রণ কৰি ৰাখে ইত্যাদি।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CancerGarlic prevents
samimsultana

samimsultana

Related Posts

দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য
Lifestyle

May 9, 2025
ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ
Lifestyle

ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

May 8, 2025
শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব
Lifestyle

শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

May 6, 2025
নতুন গৱেষণাত ওলাল বিশেষ তথ্য
Lifestyle

নতুন গৱেষণাত ওলাল বিশেষ তথ্য

May 5, 2025
প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?
Lifestyle

প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

May 5, 2025
উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 
Lifestyle

উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

May 3, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d