Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Only Three Applications for Citizenship in The State:নাগৰিকত্ব বিচাৰি ৰাজ্যত মাত্ৰ তিনিখন আবেদন

শিলচৰৰ এজন আৰু কৰিমগঞ্জৰ দুজন লোকৰ ভাৰতীয় নাগৰিকত্ব বিচাৰি নথি-পত্র দাখিল

publisher by publisher
May 28, 2024
in Assam, India, News
Reading Time: 1 min read
0
Only Three Applications for Citizenship in The State:নাগৰিকত্ব বিচাৰি ৰাজ্যত মাত্ৰ তিনিখন আবেদন
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

Only Three Applications for Citizenship in The State:

বিভিন্ন পক্ষৰ বিৰোধিতাক নস্যাৎ কৰি কেন্দ্ৰীয় চৰকাৰে সংশোধিত নাগৰিকত্ব আইন (চিএএ) কাৰ্যকৰী কৰিলে যদিও অসমৰ ক্ষেত্ৰত আবেদনকাৰীৰ সংখ্যা এই পর্যন্ত মাত্র তিনিজনতে সীমাবদ্ধ আছে। যোৱা ১১ মার্চতে এই আইন কার্যকৰী কৰা হয় যদিও অসমত আবেদনকাৰীৰ সংখ্যা কম হৈ থকাৰ মূলতে হ’ল নথিপত্ৰক লৈ হোৱা জটিলতা।

ADVERTISEMENT

অথচ চৰকাৰে বৰাক উপত্যকাক মুখ্য কৰি ৰাজ্যখনৰ বিভিন্ন জিলাত সিঁচৰতি হৈ থকা নাগৰিকত্বহীন হিন্দু-বাঙালী লোকক লক্ষ্য কৰি এই আইনখনক প্ৰক্ষেপ কৰিছিল। আইনখন মতে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় নির্যাতনৰ বলি হৈ ২০১৪ৰ ৩১ মার্চ পর্যন্ত ভাৰতত আশ্রয় গ্রহণ কৰা লোকসকলে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব। অসমত পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা লোক নাই। বাংলাদেশৰ পৰা অহা হিন্দু-বাঙালী লোকহে আছে।

তৎসত্ত্বেও এনে লোকে আবেদন কৰিবলৈ সক্ষম হোৱা নাই। আইনখন কার্যকৰী হোৱাৰ পাছত শিলচৰৰ এজন লোকে আবেদন দাখিল কৰে। শেহতীয়াকৈ কৰিমগঞ্জৰ নমঃশূদ্র সম্প্ৰদায়ৰ দুজন লোকে আবেদন দাখিল কৰে। শিলচৰৰ দাস উপাধিৰ লোকজনে তেওঁলোক বাংলাদেশত থকাৰ প্ৰমাণ হিচাপে মাটিৰ নথি আবেদনৰ লগত সংলগ্ন কৰে। কৰিমগঞ্জৰ আবেদনকাৰীদ্বয়ৰ মাটিৰ নথি নাই।

তেওঁ লোকে অন্য কেতবোৰ নথিহে দাখিল কৰে। যি সময়ত হিন্দু-বাঙালীক নাগৰিকত্ব প্ৰদানৰ প্রলোভনৰে চৰকাৰে নিৰ্বাচনত নিজৰ সপক্ষে ঢৌৰ সৃষ্টি কৰিব বিচাৰিছিল তাৰ বিপৰীতে অসমত আবেদনকাৰীৰ সংখ্যা দুমাহ উকলি যোৱা সত্ত্বেও মাত্র তিনিখনতে সীমাবদ্ধ থকা বিষয়টো ৰাজ্য চৰকাৰৰ গৃহ বিভাগে গুৰুত্ব সহকাৰে লৈছে ৷

এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেন্দ্ৰক নিজৰ মতামতো ইতিমধ্যে অৱগত কৰা বুলি সূত্ৰত প্ৰকাশ। চৰকাৰৰ সূত্রই ‘দৈনিক অগ্রদূত’ক সদৰী কৰে যে পাকিস্তান অথবা আফগানিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, খ্ৰীষ্টান, জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ লোকসকলৰ বেছিভাগৰে হাতত দীর্ঘম্যাদী ভিছা অথবা ভ্রমণৰ নথি আছে। তেওঁলোকে সেই দেশ দুখনত নিৰ্যাতনৰ বলি হৈ ভিছা অথবা ভ্ৰমণৰ নথি লৈ ভাৰতত প্ৰৱেশ কৰিছিল।

তাৰ পাছত আৰু উভতি নগ’ল। গতিকে তেওঁলোক পাকিস্তান অথবা আফগানিস্তানত যে এটা সময়ত বাস কৰিছিল সেয়াই স্পষ্ট প্রমাণ। ইয়াৰ সম্পূর্ণ ব্যতিক্রম হ’ল বাংলাদেশৰ পৰা অহা লোকসকল। চৰকাৰে ধাৰণা কৰা অনুসৰি বাংলাদেশৰ পৰা অহা কম সংখ্যক লোকৰ হাততহে ভিছা অথবা ভ্ৰমণৰ নথি আছে। অন্য নথি তেওঁলোকৰ হাতত নাই।

বেছিভাগে বাংলাদেশৰ পৰা পলায়ন কৰি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি থাকিবলৈ লৈছিল। গতিকে তেওঁলোকৰ হাতত বাংলাদেশত এটা সময়ত বাস কৰাৰ নথি নাই। ফলত অসমত আবেদনকাৰীৰ সংখ্যাও নগণ্য পর্যায়তে আছে। পশ্চিমবংগতো কিছুসংখ্যক লোকৰ ক্ষেত্ৰত হৈছে বুলি সূত্রত প্রকাশ। অসমত সৃষ্টি হোৱা এই জটিলতাৰ বিষয়ে ইতিমধ্যে উচ্চস্তৰত ৰাজ্যৰ গৃহ বিভাগৰ পৰা অৱগত কৰা হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam GovtCAAIndian CitizenshipOnly Three Applications
publisher

publisher

Related Posts

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d