Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

The Cry OF a Dog In kabuchapari :কবুচাপৰিৰ এজাক কুকুৰৰ কান্দোন

এটা নিৰ্জন নদী দ্বীপ, এজাক ভোকাতুৰ কুকুৰ আৰু এজন প্ৰকৃতিপ্ৰেমী শিক্ষক

publisher by publisher
August 27, 2023
in Assam, India, News
Reading Time: 3 mins read
0
The Cry OF a Dog In kabuchapari :কবুচাপৰিৰ এজাক কুকুৰৰ কান্দোন
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Horrific murder incident in Jonai:জোনাইত লোমহৰ্ষক হত্যাকাণ্ড !

Gas cylinder-like items recovered in Jonai:জোনাইত উদ্ধাৰ গেছ চিলিণ্ডাৰ সদৃশ সামগ্ৰী

Jonai Incident:ধেমাজিত ভয়ংকৰ অঘটন !

The Cry OF a Dog In kabuchapari:

২৬ আগষ্টৰ আন্তর্জাতিক কুকুৰ দিৱসৰ দিনাই পুনৰ চৰ্চালৈ আহিছে এটা নদী দ্বীপ, এজাক ভোকাতুৰ কুকুৰ আৰু এজন শিক্ষকৰ কাহিনী । ১৯৬০ দশকতে বসতি আৰম্ভ হোৱা ধেমাজি জিলাৰ বৃহত্বম নদী দ্বীপ কবু চাপৰিত এসময়ত প্ৰায় ন শ পৰিয়ালৰ বসতি আছিল।

ADVERTISEMENT

কাল ক্ৰমত বান আৰু গৰাখহনীয়ত কবুচাপৰীৰ ভৌগোলিক পৰিবৰ্তন হোৱাত জীবিকাৰ সন্ধানত লোকসকল অন্য ঠাইত ঢাপলি মেলিল । ৰৈ গ’ল মাথো প্ৰায় শতাধিক পৰিয়াল। হঠাৎ এই পৰিয়ালক জোনাই আঞ্চলিক বন বিভাগৰ উচ্ছেদৰ জাননী দিলে।

জাননী হাততলৈ জুন মাহৰ শেষৰ ফালে কবুচাপৰী ত্যাগ কৰিলে কবুচাপৰিবাসীয়ে । লগত লৈ গ’ল অত্যাবশ্যকীয় সামগ্রী, পোহনীয়া জীৱ- জন্তু সকলো। মাথো ৰৈ গ’ল গৃহস্থক পহৰা দিয়া প্ৰভূভক্ত কুকুৰৰ জাক।

পাছত এই কুকুৰ জাক দ্বীপটোৰ চৌপাশে অনাই বনাই ঘুৰি ফুৰিছিল । গৃহস্থ আহিব, অন্ন অকমান দিব, তাৰ আশাত ঘণ্টা , দিন সপ্তাহ, পষেক পাৰ কৰিছিল কুকুৰ জাকে। ভোকৰ তাৰনাত ককবকাই ঘুৰি ফুৰা কুকুৰৰ জাকে কাঠৰ টুকুৰা, চেণ্ডেলৰ টুকুৰা, প্লাষ্টিকৰ বতল মূখত লৈ পেটৰ যন্ত্ৰণা দূৰ কৰাৰ চেষ্টাৰ দৃশ্য দেখি সকলোৰে হৃদয় কঁপি উঠিছিল ।

গৃহস্থ অহাৰ অপেক্ষাৰত বহু কুকুৰৰ ইতিমধ্যে ভোকতে তিল তিল কৈ মৃত্যু হৈছিল । গৰাকী বিহীন ঘৰত ভোকৰ তাৰণাত চাঙৰ তলত ভোকাতুৰ কুকুৰৰ কেইবাটাও কুকুৰৰ মৃত্যু হৈছিল । চৌদিশে কেৱল অকল্পনীয়, হৃদয় বিদাৰক দৃশ্য দেখিবলৈ পোৱা গৈছিল।

উপায়হীন গৃহস্থই নিজ ভঙা পজাত এৰি গ’ল ঘৰত পহৰা দিয়া কুকুৰজাকক। অৱশ্যে মানবতা কিন্তু হেৰাই যোৱা নাই এতিয়াও। তাৰ প্ৰতিফলন দেখিবলৈ পোৱা গ’ল কবু চাপৰিত। ২৯ জুনত শিক্ষক তুশেশ্বৰ মিৰি আগৰৱালাৰ নেতৃত্বত যোৱা উদ্ধাৰ কাৰী দলে কবুচাপৰীত প্ৰথমে কুকুৰ জাকক বিস্কুট জাতীয় খাদ্য খাবলৈ দি প্ৰায় অৰ্ধ শতাধিক কুকুৰ উদ্ধাৰ কৰি যন্ত্ৰ চালিত নাৱৰে তিনি মাইল ঘাটলৈ লৈ আহে।

পিছত পুনৰ দুবাৰকৈ অভিযান চলাই আন ৩০ টা কুকুৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দল। পবা বৰ্ষাৰণ্য বন খণ্ড কাৰ্যালয়ৰ কাষৰ তিনিমাইল ঘাটত স্থানীয় ৰাইজৰ সহযোগত কুকুৰজাকক ভাত ৰান্ধি খোৱাৰ ব্যৱস্থা কৰে পশু প্ৰেমী সকলে।
নদী দ্বীপটোত খাদ্য সংকটত ভোগা এজাক প্ৰভূভক্ত কুকুৰক উদ্ধাৰ অব্যাহত ৰাখে প্ৰকৃতি প্ৰেমী সকলে।

খাদ্য সংকটত পৰি মৃত্যুৰ ক্ষণ গনি থকা এজাক কুকুৰক উদ্ধাৰৰ বাবে ২৯ জুনৰ পুৱা তিনি মাইল ঘাটত দেখিবলৈ পোৱা গল বিভিন্ন দল সংগঠন, স্বেচ্ছাসেবী অনুষ্ঠান,সাংবাদিকৰ দল তথা জীৱ-জন্তু প্ৰেমীৰ বিশেষ তৎপৰতা। সকলোৰে একেই উদ্দেশ্য, যিকোনো প্ৰকাৰে খাদ্য সংকটত ভোগা কুকুৰক উদ্ধাৰ কৰা।

যন্ত্ৰচালিত দুখন নাৱৰে যাত্ৰা আৰম্ভ কৰা উদ্ধাৰ কাৰী দলে তিনি মাইল ঘাটৰ পৰা প্ৰায় ডেৰঘণ্টাৰ অন্তত উপস্থিত হয় বিশেষ দ্বীপটোত। নিশা হলেই শ শ ভোকাতুৰ কুকুৰে কান্দি উঠে এই নিৰ্জন দ্বীপটোত।

প্ৰায় এটা পষেক অনাহৰে থকা ভোকাতুৰ কুকুৰ জাকৰ কান্দোনৰ শব্দত হৃদয় কঁপি উঠে। জনশূন্য নিৰ্জন দ্বীপটোত উদ্ধাৰ কাৰী দলক দেখা পাই খাদ্য সংকটত ভোগা ভোকাতুৰ কুকুৰে খাদ্য পোৱাৰ আশাৰে দৌৰি আহিছিল নাৱৰ অভিমূখে।

শিক্ষক প্ৰকৃতি প্ৰেমী তুশেশ্বৰ মিৰি আগৰৱালাৰ নেতৃত্বত পবা বৰ্ষাৰণ্যৰ খণ্ড কাৰ্যালয়ৰ ওচৰত নিৰ্মাণ কৰা অস্থায়ী শিবিৰত ৰখা হয় ভোকাতুৰ কুকুৰ জাকক । বিভিন্ন জনে উদ্ধাৰ কৰা প্ৰায় শতাধিক কুকুৰক অস্থায়ী শিবিৰত ৰাখি আহাৰৰ ব্যৱস্থা কৰে।

তাৰ মাজতে অসুস্থ হৈ পৰা কুকুৰ জাকক জোনাই পশু চিকিৎসালয়ৰ চিকিৎসকে চিকিৎসা কৰে যদিও সুফল নোপোৱাত যোৰহাটৰ পৰা অহা পশু চিকিৎসক ডা: লাৰা দত্তই একেৰাহে কে’বাদিনো চিকিৎসা কৰি বহু কুকুৰ সুস্থ কৰি তুলে।

প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল। বহু লোক কুকুৰ চাবলৈ, খাদ্য দিবলৈ আহিছিল কুকুৰৰ অস্থায়ী শিবিৰলৈ। এদিন দুদিনকৈ সময় পাৰ হ’ল। লাহে লাহে সকলো আতৰি গ’ল। এটা, দুটাকৈ হৃদয়বান লোকসকলে অঘৰী কুকুৰক লৈ গ’ল পু

কৰ্ম ব্যস্ততাৰ মাজত বিগত দুই মাহে ঘৰৰ পৰা ১০ কিলোমিটাৰ দূৰৈত গৈ আহাৰৰ ব্যৱস্থা কৰি আহিছে জন্তু প্ৰেমী তুশেশ্বৰ মিৰি আগৰৱালায়। পশু প্ৰেমী বিজিত বৰা, শেৱালী ৰেগনৰ সহযোগত তুশেশ্বৰ মিৰি আগৰৱালাই বিগত দুই মাহে দুৰ্ভগিয়া কুকুৰ জাকক খাদ্যৰ যোগান ধৰাৰ সমান্তৰালকৈ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

ইতিমধ্যে, বিগত দুই মাহে গৰাকী বিহীন কুকুৰ জাকক খাদ্য আৰু সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰা প্ৰকৃতি প্ৰেমী তুশেশ্বৰ মিৰি আগৰৱালাক মহকুমা প্ৰশাসনে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সম্বৰ্দ্ধনা জনায়।

২৬ আগষ্ট আন্তর্জাতিক কুকুৰ দিৱসৰ দিনা দুৰ্ভগীয়া কুকুৰ জাক, নদী দ্বীপ কবু চাপৰি আৰু প্ৰকৃতি প্ৰেমী শিক্ষক তুশেশ্বৰ মিৰি আগৰৱালা পুনৰ চৰ্চালৈ আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Animal LoverJonaiKABU CHAPARIRescuing a DogRiver IslandTusheswarmiri Agarwal
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d