Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

    কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

    দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

    দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

There is speculation about the expansion of the cabinet in Dispur:দিছপুৰত মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ জল্পনা-কল্পনা

উপ- নিৰ্বাচনৰ পাছতে মুখ্যমন্ত্ৰীয়ে অন্তত:দুটা পদ পূৰণ কৰিব বুলি দিছপুৰত চৰ্চা, জুলাইতো স্বয়ং ড: শৰ্মাই ঘোষণা কৰিছিল যদিও মূৰকত নতুন মন্ত্রী অন্তর্ভুক্ত নহ'ল

samimsultana by samimsultana
November 1, 2024
in India, Assam, News
Reading Time: 2 mins read
0
CM inaugurates LED streetlight project in Guwahati:গুৱাহাটীত এলইডি ষ্ট্ৰীটলাইট প্ৰকল্প মুকলি মুখ্যমন্ত্ৰীৰ
2
SHARES
15
VIEWS
ShareShareShareShare

There is speculation about the expansion of the cabinet in Dispur:

দিছপুৰত পুনৰ আৰম্ভ হৈছে মন্ত্রীসভা সম্প্ৰসাৰণ কেন্দ্রিক চর্চা। একাংশ বিধায়ক আৰু মন্ত্ৰীৰ মাজতো অব্যাহত থকা চর্চা অনুসৰি, মন্ত্রীসভা সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে; অৱশ্যে কোনেও এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ পৰা এই পর্যন্ত নিশ্চিত তথ্য লাভ কৰা নাই। আকৌ মুখ্যমন্ত্ৰীৰ ওপৰতো বহুতৰ আছে প্রশ্নবোধক চিহ্ন। ইয়াৰ পূৰ্বে যোৱা জুলাইত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই নিজেই ঘোষণা কৰা অনুসৰি, যোৱা ১৫ আগষ্টত নতুন মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তেলন কৰিব লাগিছিল। অথচ শেষত মুখ্যমন্ত্ৰীৰ কথাই নৰজিল।

ADVERTISEMENT

তথাপি এইবাৰ চৰ্চা অলপ বিশেষ ধৰণে হৈছে। অসম বিধানসভাকো সেই চর্চাই বাৰুকৈয়ে স্পৰ্শ কৰিছে। কিয়নো বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নাম সম্ভাব্য নতুন মন্ত্ৰীৰ তালিকাত চর্চিত হৈছে। গতিকে দৈমাৰীৰ স্থানত অসম বিধানসভাই আদৰিব লাগিব এজন নতুন অধ্যক্ষক।

RelatedPosts

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Cm Himanta Viswa Sarma Pressmeet:কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই উদ্থাপন কৰা সকলো অভিযোগক এক সংবাদমেলত মিছা বুলি দাবী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ

Dibrugarh: ডিব্ৰুগড়ৰ খোৱাঙৰ লেপেটকটাত চক্ৰধৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰাভিযান

উল্লেখ্য যে ২০২৬ৰ বিধানসভা নির্বাচনলৈ মাজত মাত্ৰ ডেৰ বছৰহে আছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চৰকাৰৰ কাম-কাজৰ গতিও সাধাৰণতে ত্বৰান্বিত হয়। আকৌ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলবোৰৰ বহু আগতীয়া হ’লেও এতিয়াৰ পৰাই তৎপৰতা বৃদ্ধি হৈছে। গতিকে বিৰোধী দলৰ তৎপৰতাৰ লগে লগে চৰকাৰৰো তৎপৰতা বৃদ্ধি হ’ব। ইতিমধ্যে তেনে তৎপৰতা চৰকাৰৰ মাজত আৰম্ভ হৈছে ।

এনে পৰিৱেশত মন্ত্ৰীসকলৰ দায়িত্ব যিহেতু বৃদ্ধি হৈছে, সেয়েহে খালী থকা পদবোৰো পূৰণ কৰাৰ চাহিদা বাঢ়িছে। মুখ্যমন্ত্রীক বাদ দি বর্তমানে অসম চৰকাৰত থকা মন্ত্ৰীৰ সংখ্যা হ’ল ১৪ গৰাকী। গতিকে চাৰিটা পদ এতিয়াও খালী আছে। গতিকে চাৰিজন মন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব বৰ্তমানৰ মন্ত্ৰীসকলেই বহন কৰিবলগীয়া হোৱাত কামত তাৰ নেতিবাচক প্রভাব পৰিছে।

দিছপুৰৰ সূত্ৰ অনুসৰি, চাৰিটা পদ খালী থাকিলেও এইবাৰতে আটাইকেইটা পদ পূৰণ হোৱাৰ সম্ভাৱনা ক্ষীণ। সদ্যহতে দুটা পদ পূৰণৰ সম্ভাৱনা আছে বুলি চর্চা চলিছে। ইয়াৰে এটা পদ বৰাক উপত্যকাৰ পৰা পূৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো পৰিমল শুক্লবৈদ্য সাংসদ নির্বাচিত হোৱাৰ লগে লগে সমগ্ৰ বৰাক উপত্যকা অসম চৰকাৰত মন্ত্ৰী শূন্য হৈ পৰে। সেয়েহে বৰাকৰ পৰা এজন মন্ত্রী হোৱাটো নিশ্চিত।

মন্ত্রীশূন্য হৈ থকাৰ বাবে বৰাকত প্রতিক্রিয়াও অব্যাহত আছে। অথচ সামগ্রিকভাৱে বৰাক উপত্যকা হ’ল বিজেপিৰ ভোট বেংকৰ অন্যতম কেন্দ্র। শেহতীয়াকৈ ৰঞ্জিত কুমাৰ দাসকে ধৰি যিকেইজন মন্ত্ৰী বৰাক উপত্যকা ভ্ৰমণৰ বাবে গৈছিল, তেওঁলোক সকলোৱে বৰাক মন্ত্রী শূন্য হোৱাৰ আপত্তিৰ সম্মুখীন হয়।

আনহাতে, কংগ্রেছে এই বিষয়টোক লৈ উপত্যকাটোত ইতিমধ্যে আবেগৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি বিজেপি দল আৰু চৰকাৰ অৱগত হৈছে। গতিকে এই আটাইবোৰ দিশ বিবেচনা কৰি বৰাকৰ পৰা সোনকালে এজন বিধায়কক অসম চৰকাৰৰ মন্ত্রীসভাত স্থান দিয়াৰ বাবে মুখ্যমন্ত্রী আগ্রহী আৰু সেই বিষয়ে দলীয় মঞ্চতো তেওঁৰ ভাব ব্যক্ত কৰিছে।

এনে সময়তে উত্থাপিত প্রশ্নটো হ’ল-মন্ত্ৰী হোৱাৰ সৌভাগ্য কোনজন বিধায়কৰ কপালত ফুলিব? যোৱা লোকসভা নির্বাচনত পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলাবলৈ যাওঁতে মুখ্যমন্ত্রী ড: শৰ্মাই কৰিমগঞ্জৰ পাথাৰকান্দিৰ এখন প্ৰচাৰ সভাত ঘোষণা কৰিছিল যে সমষ্টিটোৰ বিধায়ক কৃষ্ণেন্দু পাল অসম চৰকাৰৰ মন্ত্ৰী হ’ব। স্বয়ং মুখ্যমন্ত্ৰীৰ সেই ঘোষণাত উৎফুল্লিত হৈ পৰা বিধায়ক পাল আজিও মন্ত্রী হোৱাৰ গভীৰ প্ৰত্যাশাত বন্দী হৈ আছে।

অৱশ্যে দিছপুৰত হোৱা চৰ্চা অনুসৰি, পালৰ মন্ত্ৰী হোৱাৰ সম্ভাৱনা উজ্জ্বল। মুখ্যমন্ত্রীৰো অন্যতম ঘনিষ্ঠ হ’ল বিধায়ক পাল। ইপিনে, মন্ত্রী হোৱাৰ দুৰ্বাৰ আকাংক্ষাত ডুবি আহিছে বিধানসভাৰ অধ্যক্ষ দৈমাৰী। শৰ্মা চৰকাৰ গঠনৰ সময়তে মন্ত্রীসভাত অন্তর্ভুক্ত হ’বলৈ দৈমাৰীয়ে আপ্রাণ চেষ্ট চলাইছিল; কিন্তু সফল নহ’ল। ইয়াকে লৈ গভীৰ অসন্তুষ্টিত ভোগা দৈমাৰীক বিধানসভাৰ অধ্যক্ষ পতা হয়। তাৰ পাছতো দৈমাৰীৰ চেষ্টা অব্যাহত থাকে। এইবাৰ সেই আশা পূৰণ হ’ব বুলি দৈমাৰীয়ে নিজেই ভাবে আৰু তেওঁক লৈয়ো চৰ্চা আৰম্ভ হৈছে।

আকৌ মন্ত্ৰী হোৱাৰ দুৰ্বাৰ আকাংক্ষা কৰি আছে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই। ইতিমধ্যে এবাৰ মন্ত্ৰীৰ আসনত বহা কলিতাই পুনৰ সেই আসন দখলৰ চেষ্টা অব্যাহত ৰাখিছে। স্বয়ং ৰাজ্যিক বিজেপিৰ মজিয়াতে হোৱা চর্চা অনুসৰি, সভাপতিৰ পদটো কলিতাৰ বাবে এতিয়া গৌণ। মন্ত্রিত্ব লাভৰ বাবেহে তেওঁৰ চেষ্টা অব্যাহত আছে।

এই প্রসংগতে উল্লেখ্য যে যদি বিশ্বজিৎ দৈমাৰী মন্ত্ৰী হয়, তেতিয়া বিধানসভাৰ অধ্যক্ষ কোন হ’ব ? বিজেপিৰ মহলত হোৱা আলোচনা মর্মে বিধানসভাৰ নতুন অধ্যক্ষ হ’ব জ্যেষ্ঠ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী। তেতিয়া পুনৰ এটা মন্ত্রী পদ খালী হ’ব। সেই পদটোতে হয়তো ভবেশ কলিতাক সংস্থাপিত কৰিব পাৰে মুখ্যমন্ত্ৰীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaDispurexpansion of the cabinet
samimsultana

samimsultana

Related Posts

এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য
News

May 3, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

May 3, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই
India

ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

May 3, 2026
কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক
India

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

May 3, 2026
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ
News

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

May 3, 2026
দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী
India

দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d