Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Padmashri Jadav Payeng International Awards were introduced by the Jyoti-Pratap Education Foundation:জ্যোতি-প্ৰতাপ শিক্ষা ন্যাসৰ প্ৰৱৰ্তন পদ্মশ্ৰী যাদব পায়েং আন্তৰ্জাতিক বঁটাৰ

২০২৫ ৰ বাবে জুলাইত ঘোষণা হ'ব বঁটা প্ৰাপকৰ নাম

samimsultana by samimsultana
November 7, 2024
in News, Assam, India
Reading Time: 2 mins read
0
Padmashri Jadav Payeng International Awards were introduced by the Jyoti-Pratap Education Foundation:জ্যোতি-প্ৰতাপ শিক্ষা ন্যাসৰ প্ৰৱৰ্তন পদ্মশ্ৰী যাদব পায়েং আন্তৰ্জাতিক বঁটাৰ
2
SHARES
21
VIEWS
ShareShareShareShare

Padmashri Jadav Payeng International Awards were introduced by the Jyoti-Pratap Education Foundation:

প্ৰকৃতিৰ সৈতে সংপৃক্ত হৈ জলবায়ু কাৰ্য্যত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ পৰিচালনা আৰু আদৰ্শ নেতৃত্বৰ বাবে এটা বঁটা বিভিন্ন প্ৰান্তত কাম কৰা একোজন ব্যক্তি অথবা অনুষ্ঠানক আগবঢ়োৱা হ’ব পদ্মশ্ৰী যাদব পায়েং আন্তৰাষ্ট্ৰীয় বঁটা । মূলা কাটনি খ্যাত অৰণ্য স্থাপনৰে যোৰহাট জিলাৰ পৰা পৰিৱেশ আন্দোলনৰ আৰম্ভ কৰি বিশ্বত এক আলোড়নৰ সৃষ্টি কৰা অৰণ্য মানৱ যাদব পায়েংৰ প্ৰতি তেখেতক জীৱিত কালতে সন্মান জনোৱাৰ উদ্দেশ্যে তেখেতৰ গৃহ জিলা যোৰহাট জিলাৰ টীয়কৰ কলিয়াপানীস্থিত জ্যোতি-প্ৰতাপ শিক্ষা ন্যাসে এই বঁটা ২০২৫ বৰ্ষৰ পৰা বছৰি প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ADVERTISEMENT

জ্যোতি-প্ৰতাপ শিক্ষা ন্যাসৰ সচিব প্ৰতাপ শইকীয়া, অৰণ্য মানৱ যাদব পায়েং, আন্তৰাষ্ট্ৰীয় পৰিৱেশ কৰ্মী ৰিতুৰাজ ফুকন, শিৱসাগৰ জিলাৰ নামতিৰ পিয়লি ফুকন মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিষয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ ভাৰত বৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ ভুগোল আৰু কৃষি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ অৱনী ভাগৱতীকলৈ গঠিত পাঁচজনীয়া এখন বাচনি সমিতিয়ে নিৰ্বাচিত কৰিব বঁটা প্ৰাপকৰ নাম । প্ৰতি বছৰৰ জুলাই মাহত বঁটাৰ বাবে আবেদন গ্ৰহণ কৰা হ’ব । বঁটা সন্দৰ্ভত সবিশেষ উপলব্ধ হ’ব www.jyotiprotapgyanmargbidyalay.com ৱেবছাইটত ।

RelatedPosts

Book Fair :অসম চৰকাৰৰ ‘গ্ৰন্থবৰ্ষ-২০২৫’-ৰ লগত সংগতি ৰাখি টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত ‘মহাবিদ্যালয় গ্ৰন্থমেলা-২০২৫’

উল্লেখযোগ্য যে দৰিদ্ৰতাৰ বাবে উচ্চ শিক্ষা আহৰণৰ পৰা বঞ্চিত হোৱা সমাজদৰদী প্ৰতাপ শইকীয়াৰ পৰিকল্পনাত ২০২১ চনত গঠন হোৱা জ্যোতি-প্ৰতাপ শিক্ষা ন্যাসৰ তত্বাবধানত একেটা বছৰতে স্থাপন কৰা হয় জ্যোতি-প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয় । সম্পূৰ্ণ বিনামূলীয়া এই বিদ্যালয়ত অঞ্চলটোৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলক নাম ভৰ্তিৰ সুবিধা প্ৰদান কৰা হয় । দ্বাদশ শ্ৰেণী পৰ্যন্ত পাঠদান হ’ব লগা এই বিদ্যালয়ত এই পৰ্যন্ত ষষ্ঠ শ্ৰেণীলৈকে মুঠ ১৮২ গৰাকী ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষাদান কৰা হৈছে ।

তদুপৰি শিক্ষা ন্যাসৰn অধীনত শিশু অৱস্থাৰ পৰাই যাতে এগৰাকী শিশু গুৰু সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হয় তাৰ বাবে বিদ্যালয়ৰ চৌহদত গুৰু আসন প্ৰতিষ্ঠা কৰাৰ উপৰি কলিয়াপানীৰ শনিবৰীয়া বজাৰৰ কাষত সাৰ্বজনীন নামঘৰ প্ৰতিষ্ঠা কৰি ৰাইজক উৎসৰ্গা কৰা, শ্মশান, বৃদ্ধাশ্ৰম, অনাথ আশ্ৰম আদি গঢ়ি তোলা হৈছে ।

অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলক জীৱন্ত অৱস্থাত সন্মান জনোৱাৰ উদ্দেশ্যে অভিনন্দন গ্ৰন্থ প্ৰণয়ন কৰাৰ বাবে জ্যোতি-প্ৰতাপ শিক্ষা ন্যাসে বিশেষ উদ্যোগ লৈছে । ইতিমধ্যে চিত্ৰশিল্পী,শিশু গ্ৰন্থকে ধৰি বহু কেইখন গ্ৰন্থৰ প্ৰণেতা অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ ভাৰত বৰাৰ অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: introduced by the Jyoti-Pratap Education FoundationJorhat TeokPadmashri Jadav Payeng International Awards
samimsultana

samimsultana

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d