Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

    Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই

    Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ

    Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

    Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

    Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Seminar On Gas Market Development For Domestic And Pipeline Cannectivity To NE For Acces: গুৱাহাটীত ইণ্ডিয়ান গেছ এক্সেজে (আইজিএক্স) ৰ উদ্যোগত ‘উত্তৰ পূৰ্বাঞ্চলৰ বাবে গেছৰ বজাৰ উন্নয়ন’ বিষয়ক আলোচনা চক্ৰ

চলিত বর্ষত নতুন পাইপলাইন নেটৱৰ্ক স্থাপনৰ লগতে প্রাকৃতিক গেছৰ অর্থনৈতিক দুৱাৰ মুকলি কৰাত এক্সেজে সহায় কৰিছে :ৰাজেশ কে মেডিৰাট্টা

samimsultana by samimsultana
November 9, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Seminar On Gas Market Development For Domestic And Pipeline Cannectivity To NE For Acces: গুৱাহাটীত ইণ্ডিয়ান গেছ এক্সেজে (আইজিএক্স) ৰ উদ্যোগত ‘উত্তৰ পূৰ্বাঞ্চলৰ বাবে গেছৰ বজাৰ উন্নয়ন’ বিষয়ক আলোচনা চক্ৰ
1
SHARES
12
VIEWS
ShareShareShareShare

Seminar On Gas Market Development For Domestic And Pipeline Cannectivity To NE For Acces:

ভাৰতৰ প্ৰথমটো স্বয়ংক্রিয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ গেছ বিনিময় প্রতিষ্ঠান ‘ইণ্ডিয়ান গেছ এক্সেজে (আইজিএক্স) ৰ উদ্যোগত ‘উত্তৰ পূৰ্বাঞ্চলৰ বাবে গেছৰ বজাৰ উন্নয়ন’ বিষয়ক এক আলোচনা চক্র মহানগৰীৰ হোটেল বিভান্তাত অনুষ্ঠিত হয় ৷ আলোচনা চক্ৰত শক্তিখণ্ডৰ সৈতে জড়িত উৎপাদক আৰু অংশীদাৰসকলে অংশগ্ৰহণ কৰে।

ADVERTISEMENT

এই উপলতে ভাষণ আগবঢ়াই ইন্ডিয়ান গেছ এক্সচেঞ্জ (আইজিএক্স) ৰ পৰিচালন সঞ্চালক তথা মুখ্য কার্যবাহী বিষয়া ৰাজেশ কে মেডিৰাষ্ট্ৰাই কয়, ‘প্রাকৃতিক গেছ উৎপাদনৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলত বহু সম্ভাৱনা নিহিত হৈ আছে। নর্থ-ইষ্ট গেছ গ্রীডৰ কামো পৰিকল্পনা অনুযায়ী অব্যাহত আছে আৰু ২০২৬ চনৰ ভিতৰত ইয়াৰ কাম সম্পূর্ণ হোৱাৰ সম্ভাৱনা আছে। এই পাইপলাইন ব্যৱস্থাৰ দ্বাৰা অঞ্চলটোৰ ৬ মিলিয়ন এমএমএছচিএমডি প্রাকৃতিক গেছৰ সঞ্চয় মুকলি কৰা হ’ব। ইয়াৰ জৰিয়তে দেশৰ শক্তি খণ্ডৰ সুৰক্ষা নিশ্চিত হ’ব আৰু আইফিএক্সে উৎপাদকসকলক প্রকৃতিক গেছ বিক্ৰী কৰিবলৈ সহায় কৰিব।”

RelatedPosts

Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

কোন দিশে অসমীয়া সমাজ! নৃশংস অপৰাধে উদ্বিগ্ন কৰিছে সকলোকে

Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন

ভাৰতৰ শক্তি সুৰক্ষাৰ ক্ষেত্ৰত তেখেতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক গেছৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰি কয়, সমৃদ্ধিশালী উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক গেছ অন্বেষণৰ দ্বাৰা ভাৰত যথেষ্ট লাভান্বিত হ’ব। ভাৰতে বর্তমান ইয়াৰ ব্যৱহাৰৰ প্ৰায় ৫০% আমদানি কৰি আছে। প্রযোজনীয় ২০০ এমএমএছচিএমডিৰ মুঠ চাহিদা পূৰণ কৰিবলৈ প্ৰায় ১০০ এমএমএছচিএমডিৰ দৰকাৰ। অঞ্চলটোত কাৰ্যকৰী গেছ পাইপলাইনৰ সৈতে বিদ্যমান পেট্রালিয়াম কোম্পানীবোৰে ৬ এমএমএছচিএমডি উদ্ধাৰ কৰিব পাৰে।

ইয়াৰ ফলত অঞ্চলটোত কর্মসংস্থাপন আৰু বাণিজ্যৰ সুযোগৰ লগতে প্রায় ১৪,০০০ কোটি টকা ৰাহি হ’ব। গেছ নেটৱৰ্কৰ প্ৰৱেশাধিকাৰে প্ৰাকৃতিক গেছত ব্যৱহৃত চিৰমিক আৰু গ্লাছৰ দৰে নতুন উদ্যোগৰ বাবে নতুন দুৱাৰ মুকলি কৰিব। নর্থ-ইষ্ট গেছ গ্রীডৰ সৈতে পুনৰুজীৱিত গেছ বিতৰণ নেটৱর্কে চাহ বাগিচাসমূহলৈ ইয়াৰ যোগান ব্যবস্থা উন্নত কৰিব বুলি আশা কৰা হৈছে; যাৰ ফলত তেওঁলোকে পুনৰ প্ৰাকৃতিক গেছ ব্যৱহাৰৰ প্ৰক্ৰিয়াৰ দিশলৈ অগ্ৰসৰ হ’ব পাৰিব।”

মেডিৰাট্টাই লগতে কয় যে এলপিজিৰ তুলনাত প্রাকৃতিক গেছ সস্তা আৰু পৰিষ্কাৰ বিকল্প আৰু আন অঞ্চলত বিক্রী হোৱা এপিএম গেছৰ ৪০% ৰেহাই মূল্যত অঞ্চলটোৰ গেছ উৎপাদকসকলে গেছ যোগান ধৰি আহিছে। ই ৰাজসাহাৰ্য অবিহনে এলপিজিতকৈ পাইপযুক্ত গেছ সস্তা কৰে। সেয়েহে, ই পৰিয়ালবোৰৰ বাবে গেছলৈ সলনি কৰাত সহায় কৰিছে।

অঞ্চলটোৰ পৰা প্ৰাকৃতিক গেছ ৰস্তুানিৰ বজাৰৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি ৰাজেশ কে মেডিৰাট্টাই কয়, “দেশত প্রাকৃতিক গেছ ব্যৱহাৰ কৰি অহাৰ বাবে বাংলাদেশৰ বজাৰৰ যথেষ্ট সম্ভাৱনা আছে। প্রাকৃতিক গেছ উৎপাদকসকলে নিশ্চিতভাৱে এই পৰিসৰটো সম্ভাৱনাৰে চাব পাৰে। অঞ্চলটো এতিয়া ৰাষ্ট্ৰীয় গেছ গ্লণ্ডীডৰ সৈতে সংযুক্ত হোৱাৰ ফলত দেশৰ আন প্ৰান্তলৈ আইজিএক্সত প্রতিযোগিতামূলক ব্যয়ত অতিৰিক্ত গেছ যোগান ধৰি উত্তৰ-পূবৰ অৰ্থনীতিয়ে উপাৰ্জন কৰাৰ সুযোগ আছে। যিহেতু বিশ্বব্যাপী মূল্য প্রায় ১৩ আমেৰিকান ডলাৰ এমএমবিটিইউ, উত্তৰ-পূবে অঞ্চলটোৰ উৎপাদকসকলৰ বাবে এক বৃহৎ প্রতিযোগিতামূলক অর্থনৈতিক সুযোগ প্রশস্ত কৰিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GuwahatiHotel VivantaNE For AccesSeminar On Gas Market Development For Domestic And Pipeline Cannectivity
samimsultana

samimsultana

Related Posts

Hindu Surakhya Senaa:দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ
News

May 13, 2025
Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই
News

Indian Defence : পাক আক্ৰমণ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালনত ‘অপাৰেচন সিন্দুৰ’ৰ কণ্ট্ৰল ৰুমে কেনেদৰে কাম কৰিছিল তাৰ ছবি প্ৰকাশ কৰিলে কেন্দ্ৰই

May 13, 2025
Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ
News

Directorate of sainik welfare Assam:অপাৰেচন সিন্দুৰ”ত নিহত সেনাসকলৰ পৰিয়ালৰ প্ৰতি দেখুওৱা সহানুভূতিৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সৈনিক কল্যাণ সঞ্চালকালয় অসমৰ

May 13, 2025
Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী
News

Cm Pressmeet: পঞ্চায়ত নিৰ্বাচনত ৭৬.২২ আসনত আমি জয়ী হৈছোঁ : মুখ্যমন্ত্রী

May 13, 2025
Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা
News

Prabitra Magherita:ফিজিৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

May 13, 2025
Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !
News

Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

May 13, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d